Niketan Class 4 Science Chapter 1 তৃতীয় মানৰ পাঠৰ পুনৰালোচনা

Niketan Class 4 Science Chapter 1 তৃতীয় মানৰ পাঠৰ পুনৰালোচনা, Sankardev Sishu Niketan Chapter 1 তৃতীয় মানৰ পাঠৰ পুনৰালোচনা Class 4 General Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Sankardev Sishu Niketan Class 4 সাধাৰণ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

তৃতীয় মানৰ পাঠৰ পুনৰালোচনা

Chapter – 1

সাধাৰণ বিজ্ঞান

SANKARDEV SISHU NIKETAN


সম্ভাব্য প্ৰশ্নোত্তর :-

১) জীৱই জীয়াই থাকিবলৈ প্ৰধানকৈ কিহৰ প্ৰয়োজন হয় ?

উত্তৰঃ জীৱই জীয়াই থাকিবলৈ প্ৰধানকৈ নিৰ্মল বায়ু, বিশুদ্ধ পানী আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয় ।

২) পানী কেইটা অৱস্থাত থাকিব পাৰে ?

উত্তৰঃ পানী তিনিটা অৱস্থাত থিকিব পাৰে ।

৩) পৃথিৱীখনৰ আকৃতি কেনেকুৱা ? 

উত্তৰঃ পৃথিৱীখনৰ আকৃতি গোলাকাৰ ।

৪) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লয় ?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ ২৪ ঘন্টা সময় লয় ।

Sankardev Shishu Niketan Question Answer


SANKARDEV CLASS 4 QUESTION ANSWER

CLASS 5 QUESTION ANSWER

NIKETAN CLASS 6 QUESTION ANSWER

CLASS 7 QUESTION ANSWER

SANKARDEV CLASS 8 QUESTION ANSWER


Assam Govt. & Private School

Sankardev Shishu Niketan Question Answer


CLASS 9 QUESTION ANSWER

  • Class 9 Advanced Mathematics Question Answer

CLASS 10 QUESTION ANSWER

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top