Letter Requesting For Late Repay of Bank Loan | বেঙ্কৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে চিঠি

Letter Requesting For Late Repay of Bank Loan

To

The Manager,

State Bank of India,

………………. Branch

Dear Sir,

I have drawn an agricultural loan of five thousand rupees from your Bank. The condition of repayment was five hundred rupees monthly instalment. Last six months I have repaid the instalment in due time. But at present month my expenses have gone much higher due to my illness. So it is impossible for me to repay the instalment this month. I will give the instalment in due time in the coming month.

So, therefore, I pray, that you kindly do not pressure me to repay the instalment at present month. I will be very pleased.

Thanking you.

Yours faithfully

Name………                       

Address……….                  

বেঙ্কৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে চিঠি।

প্ৰতি

মেনেজাৰ,

ষ্টেট বেঙ্ক অব ইণ্ডিয়া                  

……………শাখা

তাৰিখ……………

মহাশয়,

মই আপোনাৰ বেঙ্কৰ পৰা ৫০০০ টকাৰ এটা কৃষিঋণ লৈছিলো মাহে পাচশ টকা কিস্তিত পৰিশোধ কৰাৰ চৰ্তত। যোৱা ছয়মাহ নিৰ্দাৰিত সময়ত কিস্তি পৰিশোধ কৰিছো। কিন্তু বৰ্তমান মাহত মোৰ অসুস্থতাৰ বাবে প্ৰচুৰ টকা ব্যয় হৈছে। সেইবাবে বৰ্তমান মাহত কিস্তিৰ টকা পৰিশোধ কৰা মোৰ বাবে সম্ভৱ নহ’ব। অহা মাহত সঠিক সময়তে মই কিস্তিৰ টকা পৰিশোধ কৰিম।

সেয়েহে, মোৰ অনুৰোধ বৰ্তমান মাহত কিস্তিৰ টকা পৰিশোধ কৰাৰ কাৰণে যদি মোক কোনো ধৰণৰ চাপ নিদিয়ে তেতিয়াহ’লে অতি সুখী হ’ম।

ধন্যবাদ।

আপোনাৰ বিশ্বাসী

নাম………                        

ঠিকনা                         

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top