Loan From a Company/ Office
The Manager
(Name and Address of the Company/Office)
Date…………..
Respected Sir,
I, Sir/Smt./Miss……… an employee of your company in the……. Department. At present, I draw a total monthly salary of Rs……….. only including all allowances.
Kindly note that since yesterday, my…………….has suddenly fallen ill and he/she needs immediate medical treatment. Hence, I need some money immediately.
I, therefore, earnestly request you to grant me a loan of Rs………. Only which will be repaid (by me) at the rate of Rs……….. per month.
I am sure that thinking of my urgency, you will be kind enough to do the needful.
Thanking you in anticipation and assuring you of my best services always. I remain.
Yours very truly,
…………………..
(………….Dept.)
কোম্পানী বা অফিচৰ পৰা টকা ধাৰ।
প্ৰতি
মেনেজাৰ,
কোম্পানি/ অফিচৰ নাম
ঠিকনা…………..
তাৰিখ……………
মাননীয় মহাশয়,
মই আপোনালোকৰ কোম্পানীৰ……….. বিভাগৰ এজন কৰ্মচাৰী। বৰ্তমান মই সকলোবোৰ ভাত্তা সহ প্ৰতি মাহে মুঠ…………টকা দৰমহা পাওঁ।
যোৱা কালিৰ পৰা মোৰ………..হঠাৎ অসুস্থ হৈ পৰিছে। তেওঁৰ চিকিৎসাৰ বাবে এতিয়াই টকাৰ প্ৰয়োজন হৈ পৰিছে।
সেয়েহে মই অনুৰোধ কৰো যে, আপোনালোকে মোক……… টকা ধাৰে দিব আৰু প্ৰতি মাহে মই…………..টকাকৈ পৰিশোধ কৰিম।
মোৰ দৃঢ় বিশ্বাস, মোৰ প্ৰয়োজনৰ কথা বিবেচনা কৰি টকাখিনি মোক ধাৰ হিচাবে দিব। আপোনালোকক ধন্যবাদ জনাই আৰু লগতে সকলো সময়তে ভালদৰে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে ইয়াতে সমাপ্ত কৰিছোঁ।
ইতি
আপোনাৰ/আপোনালোকৰ বিশ্বাসী
………………….
(………..বিভাগ)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Science Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.