Letter to Bank requesting for hiring a Locker | লকাৰ ভাড়া লোৱাৰ বাবে বেঙ্কলৈ চিঠি

Letter to Bank requesting for hiring a Locker

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

The Manager,                  

State Bank of India,       

Branch…………..              

Date_________

Dear Sir,

I am interested in hiring a Locker in your branch for the safe custody of jewelry and other valuable goods. I am interested in hiring it initially for a period of five years.

In this connection, I would like to mention that I have a long-standing business relationship with your branch. In addition to a Current A/c (No………), I have fixed deposits of various denominations totaling more than Rs. 1,00,000/- in your branch. 

I hope, considering the above facts, you will please allow me a locker which is needed by me urgently. I shall be observing the necessary formalities upon hearing from you.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Thank You

Yours faithfully.

……………………….

Address________

লকাৰ ভাড়া লোৱাৰ বাবে বেঙ্কলৈ চিঠি।

প্ৰতি,

মেনেজাৰ,                             

ষ্টেট বেঙ্ক অব ইণ্ডিয়া              

…………….শাখা

তাৰিখ……………..

মহাশয়,

মই গহনাপত্ৰ আৰু অন্যান্য মূল্যৱান সামগ্ৰী ৰখাৰ বাবে আপোনাৰ বেঙ্কত এটা লকাৰ ভাড়া ল’ব বিচাৰিছো। প্ৰথমতে মই পাচ বছৰৰ কাৰণে ভাড়া ল’বলৈ আগ্ৰহী।

এই প্ৰসংগতে মই জনাব বিচাৰিছো যে, আপোনালোকৰ ব্ৰাঞ্চৰ সৈতে মোৰ এটা সুদীৰ্ঘকালৰ ব্যৱসায়িক সম্পৰ্ক আছে। আপোনালোকৰ বেঙ্কত মোৰ এটা কাৰেণ্ট একাউণ্ট(নং…….) থকাৰ উপৰিও বিভিন্ন প্ৰকল্পত ১,০০,০০০ টকাৰো অধিক স্থানীয় আমানত আছে।

আশাকৰো, ওপৰত উল্লেখিত তথ্যবোৰ বিবেচনা কৰি আপুনি মোক এটা লকাৰ ভাড়ালৈ দিব। আপোনাৰ চিঠি পোৱাৰ পিছত আনুষ্ঠানিক কৰণীয়খিনি সমাধান কৰিম।

ধন্যবাদ।                   

আপোনালোকৰ বিশ্বাসী

………………………………

ঠিকনা……………..

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top