🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter to the Chief Minister of Assam asking for financial assistance to pursue higher education | ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ উচ্চশিক্ষাৰ বাবে সাহায্য বিচাৰি লিখা আবেদন পত্ৰ

ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ উচ্চশিক্ষাৰ বাবে সাহায্য বিচাৰি লিখা আবেদন পত্ৰ।

মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া

অসম, সমীপেষু,

দিশপুৰ, অসম।

তাৰিখ: ২৫/০৫/২০১০

বিষয়: ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীলৈ উচ্চশিক্ষাৰ বাবে সাহায্য বিচাৰি লিখা আবেদন পত্ৰ।

মাননীয় মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক সন্মানপূৰ্বক জনাওঁ যে মই কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাৰ ওচৰৰ সৰপাৰা গাওঁৰ এজন অতি দৰিদ্ৰ লোক। মই দিনহাজিৰা কৰি মোৰ পৰিয়ালটোক কোনোমতে দুবেলা দুমুঠি খুৱাই জীয়াই ৰাখিছো। 

মহাশয়, মোৰ ডাঙৰ ছোৱালীজনীয়ে এইবাৰ মাধ্যমিক পৰীক্ষাত সৰ্বমুঠ ৬টা বিষয়ত লেটাৰ নম্বৰ পাই সুখ্যাতিৰে উৰ্তিৰ্ণ হৈছে। তাইৰ একান্ত ইচ্ছা যে ভাল কলেজত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত ভৰ্তি হ’ব। কিন্তু মই আৰ্থিক ভাৱে ইমান দুৰ্বল যে তাইক পঢ়ুৱাব পাৰিম। ইচ্ছা থাকিলেও তাইক পঢ়ুৱাৰ কথা ভাবিব পৰা নাই।

গতিকে, মহোদয়ৰ ওচৰত এই দুখীয়া পিতৃৰ কাতৰ প্ৰাৰ্থনা যে আপুনি এই অভাগাক এটা আৰ্থিক সাহায্য আগবঢ়ায় যাতে মোৰ মেধাৱী কন্যাই অকালতে পঢ়া-শুনা এৰিবলগীয়া নহয়।

অশেষ কৃতজ্ঞতাৰে,

আপোনাৰ একান্ত বিশ্বাসী

শ্ৰীহৰেকৃষ্ণ দাস

স্থান: মিৰ্জা (সৰপাৰা)

জিলা: কামৰূপ গ্ৰাম্য         

Letter to the Chief Minister of Assam asking for financial assistance to pursue higher education.

To,

Hon’ble Chief Minister

Govt. of Assam

Dispur, Assam

Date: 25/05/2010

Subject: Letter to the Chief Minister of Assam asking for financial assistance to pursue higher education.

Respected Sir,

With due respect, I would like to state that I am a very poor resident of the village of Sarpara near Mirza in the Kamrup (Rural) district. I am somehow supporting my family by doing daily wage labor to feed them two meals.

That sir, my eldest daughter has passed the HSLC examination obtaining letter marks in six subjects this year. She is planning to get admitted to the H.S. First year science stream in a reputed college. But I am economically so poor and weak that I won’t be able to support her in getting admitted to the said course. Even though we would like to see her pursuing higher education we have become quite helpless in this regard.

Therefore, sir, my humble prayer to you is that my daughter be granted financial assistance so that my brilliant daughter would not have to abandon her future plan and her studies under economic pressure.

With a lot of gratitude,

Yours faithfully,

Shri Harekrishna Das

Place: Mirza (Sarpara)

District: Kamrup (Rural)   

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top