A letter to the Bank for opening a Current Account | কাৰেণ্ট একাউণ্ট খোলাৰ বাবে চিঠি

A letter to the Bank for opening a Current Account

To

The Manager    

Bank Name: Senders/ Companys Name

Date……………..

Sub: A letter to the Bank for opening a Current Account.

Dear Sir,                 

We, intend to open a Current Account in your Bank.

We, therefore, request you to send us by post the necessary forms along with the Rules and Regulations for opening this Account as early as possible.

Thanking you.

Yours faithfully

……………………..

Address:    

কাৰেণ্ট একাউণ্ট খোলাৰ বাবে চিঠি।

বেঙ্কৰ নাম, ঠিকনা

পত্ৰপ্ৰেৰকৰ/ প্ৰতিষ্ঠানৰ ঠিকনা

তাৰিখ…………….

বিষয়: কাৰেণ্ট একাউণ্ট খোলাৰ বাবে চিঠি।

মহাশয়,                        

আমি আপোনালোকৰ বেঙ্কত এটা কাৰেণ্ট একাউন্ট খুলিব বিচাৰিছো। সেয়েহে, এই একাউণ্ট খোলাৰ বাবে আৱশ্যকীয় প্ৰপত্ৰ আৰু নিয়মাৱলী প্ৰয়োজনীয় কাগজ পত্ৰৰ সৈতে ডাকযোগে আমাৰ ঠিকনাত পঠাই দিবলৈ অনুৰোধ জনালো।

ধন্যবাদ।                   

আপোনালোকৰ বিশ্বাসী

___________

Read Also:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top