An Application for Bank Loan | নতুন ব্যৱসায় কৰাৰ বাবে বেঙ্ক ঋণ গ্ৰহণৰ বাবে আবেদন

An Application for Bank Loan

Join Telegram channel

To

The Manager,

Name of the Bank…………..

Branch…………………………….

Date_________

Sub: An Application for Bank Loan

Dear Sir,

I am an unemployed youth and I intend to start a new business of manufacturing Hardware goods. I have already rented a convenient room near to the main road and procured some machines for this purpose. But as I am short of fund, it is not at all possible to carry out this purpose. Therefore, I intend to take a loan of Rs. 15,000 from your bank which will be repaid in time at reasonable instalments. Please let me know of your terms and conditions and send necessary forms as early as possible.

Your kind and immediate action will be highly appreciated.

Thanking you in anticipation.

Yours faithfully

……………………..

(Address of the Applicant)

নতুন ব্যৱসায় কৰাৰ বাবে বেঙ্ক ঋণ গ্ৰহণৰ বাবে আবেদন।

প্ৰতি,

ব্ৰাঞ্চ মেনেজাৰ

…………..বেঙ্ক

তাৰিখ…………..

বিষয়: নতুন ব্যৱসায় কৰাৰ বাবে বেঙ্ক ঋণ গ্ৰহণৰ বাবে আবেদন।

মহাশয়,

মই এজন বেকাৰ যুৱক। মই লৌহনিৰ্মিত দ্ৰব্যাদি প্ৰস্তুত কৰাৰ বাবে ব্যৱসায় কৰিব বিচাৰিছো। এই উদ্দেশ্য মই ইতিমধ্যে ডাঙৰ ৰাস্তাৰ ওচৰত সুবিধাজনক এটা ঘৰ ভাড়া লৈছো আৰু কিছু যন্ত্ৰপাতিও সংগ্ৰহ কৰিছো। যিহেতু মোৰ মূলধনৰ অভাৱ সেয়েহে ব্যৱসায় আৰম্ভ কৰাতো মোৰ পক্ষে সম্ভৱ নহ’ব। সেইবাবে মই আপোনাৰ বেঙ্কৰ পৰা ১৫,০০০টকা ঋণ ল’ব বিচাৰিছো। এই ঋণ যুক্তিসঙ্গত কিস্তিত পৰিশোধ কৰা হ’ব। অনুগ্ৰহ কৰি এই বিষয়ে নিৰ্দাৰিত নিয়ম-নীতি মোক জানিবলৈ দিব আৰু আৱশ্যকীয় প্ৰপত্ৰ আদি মোলৈ অতি সোনকালে পঠাব।

আপুনি অনুগ্ৰহ কৰি যথাশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিলে বাধিত হ’ম।

ধন্যবাদ।                             

আপোনাৰ বিশ্বাসী

……………………..

ইতি (দৰখাস্তকাৰীৰ ঠিকনা)       

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top