Letter to a Bank for closing a Saving Account | চেভিংচ্ একাউণ্ট বন্ধ কৰি দিয়াৰ বাবে চিঠি

Letter to a Bank for closing a Saving Account

The Agent/ Manager,           

…….. Bank,…….. Branch,

Date…………….

Sub: Letter to a Bank for closing a Saving Account.          

Dear Sir,

I have a Savings Account in your Bank. The number of the Account is……..

Very recently I have been transferred to I shall have to join there dated on-. So I wish to close my account now.

Please do the needful and oblige.

Thanking you.               

Yours faithfully

………………………

(Address of the Applicant)

চেভিংচ্ একাউণ্ট বন্ধ কৰি দিয়াৰ বাবে চিঠি।

প্ৰতি,

এজেণ্ট/ মেনেজাৰ                

……বেঙ্ক,……..শাখা               

তাৰিখ…….…..

বিষয়: চেভিংচ্ একাউণ্ট বন্ধ কৰি দিয়াৰ বাবে চিঠি।

মহাশয়,

আপোনাৰ/আপোনালোকৰ বেঙ্কত মোৰ এটা চেভিংচ্ (বেঙ্ক) একাউণ্ট আছে। তাৰ একাউণ্ট নম্বৰ হ’ল………..।

সম্প্ৰতি মই আমাৰ…….অফিচলৈ বদলি হৈছো আৰু তাত…….তাৰিখৰ ভিতৰত কামত যোগ দিব লাগিব। সেয়েহে মই এতিয়া মোৰ একাউণ্টটো বন্ধ কৰিব বিচাৰিছো। এই বিষয়ত মোৰ কিবা কৰিবলগীয়া থাকিলে সোনকালে জনাব।

আপোনাৰ/আপোনালোকৰ উত্তৰ সোনকালে পালে উপকৃত হ’ম।

ধন্যবাদ।                       

ইতি

আপোনাৰ/ আপোনালোকৰ বিশ্বাসী

………………………

(লিখকৰ ঠিকনা)

Read Also:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top