A letter to issue a new Cheque Book
To
The Manager,
……. Bank,…….. Branch
Date……………
Sub: A letter to issue a new Cheque Book.
Dear Sir,
Recently we have opened a Current Account in your Bank on-. Please issue a new Cheque Book containing 50 cheques per bearer of this letter. We are sending here the required form duly filled in and signed.
Thanking you, we remain.
Yours faithfully
……………………..
Sender’s Name and Address
নতুন চেকবুক ইছু কৰাৰ বাবে চিঠি।
প্ৰতি,
ব্ৰাঞ্চ মেনেজাৰ
…………..বেঙ্ক
তাৰিখ……………
বিষয়: নতুন চেকবুক ইছু কৰাৰ বাবে চিঠি।
মহাশয়,
যোৱা……তাৰিখে মই আপোনালোকৰ বেঙ্কত এটা নতুন কাৰেণ্ট একাউণ্ট খুলিছো।
অনুগ্ৰহ কৰি পত্ৰ বাহকৰ হাতত পঞ্চাশখন চেক থকা এটা চেকবুক দি পঠাব।
মই ইয়াৰ লগতে আপোনালোকৰ নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি, চহী কৰি পঠাই দিলো।
ধন্যবাদ।
আপোনালোকৰ বিশ্বাসী
.……………………………
বেঙ্কৰ নাম, ঠিকনা
পত্ৰ প্ৰেৰকৰ ঠিকনা
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Social Our Pasts 3 Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.