নতুন চ্যেক বহী বিচাৰি বেঙ্ক প্ৰৱন্ধকলৈ লিখা চিঠি।
মাননীয়
মেনেজাৰ সমীপেষু,
ভাৰতীয় ষ্টেট বেঙ্ক,
পানীগাও শাখা, নগাঁও (অসম)।
তাৰিখ: ৩০/১১/২০১২
বিষয়: নতুন চ্যেক বহী বিচাৰি বেঙ্ক প্ৰৱন্ধকলৈ লিখা চিঠি।
মহাশয়,
সন্মানপূৰ্বক নিবেদন এই যে যোৱা ১০ নৱেম্বৰত আপোনাৰ বেঙ্কত মই এটা বেঙ্ক একাউণ্ট খুলিছিলো যাৰ নম্বৰ হ’ল ১০০২৯৪৪০৯৮ কিন্তু মোক দিব লগীয়া চ্যেক-বুক নিদিয়া বাবে টকাৰ লেনদেন কৰিব পৰা নাই। সেয়েহে মোক এটা চ্যেক-বুক দি বাধিত কৰে যেন।
বিনীত,
শ্ৰী ধনীৰাম কলিতা
পানীগাও এ.টি.ৰোড
নগাঁও (অসম)।
Letter to The Bank Manager Asking For a Cheque Book.
To,
The Branch Manager,
State Bank of India,
Panigaon Branch,
P.O. Nagaon (Assam)
Date: 30/11/2012
Sub: Letter to The Bank Manager Asking For a Cheque Book.
Respected Sir,
I have the honour to state that I opened a Savings Bank account in your Branch on 10th November, 2012, the A/C No. is 1002944098. But I have not been able to do any transaction of money due to not having the cheque-book which was not issued to me on that day.
Therefore, sir, a cheque-book please be issued to me at the earliest against my said A/C no.
Yours sincerely,
Dhani Ram Kalita
Panigaon, A.T. Road
Nagaon (Assam)
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence

Hello viewers My self Jiya Das, I am currently working as a Content Writer for Dev Library, pursuing my dream by writing articles, and also looking forward to achieving more milestones…Thank you for stopping by my profile.