Letter Complaining About Non Receipt of Bank Pass Book | বেঙ্কৰ পাছ বুক ঘূৰাই নোপোৱাৰ অভিযোগ

বেঙ্কৰ পাছ বুক ঘূৰাই নোপোৱাৰ অভিযোগ।

প্ৰতি,                          

শাখা – প্ৰৱন্ধক মহোদয় সমীপেষু,

বেঙ্ক অৱ বৰোডা

নাজিৰা শাখা। শিৱসাগৰ (অসম)।

তাৰিখ: ০২/০২/২০১২

বিষয়: বেঙ্কৰ পাছ-বুক ঘূৰাই নোপোৱাৰ অভিযোগ।

মহাশয়,

সন্মানপূৰ্বক নিবেদন এই যে আপোনাৰ বেঙ্কত মোৰ ১২৩৪ নং এটা চেভিংছ একাউণ্ট আছে আৰু যোৱা দহ বছৰ ধৰি সেই একাউণ্টৰপৰা টকাৰ লেনদেন কৰি আহিছোঁ। যোৱা সপ্তাহত মই সেই পাছ-বুকখন জমা-খৰচৰ হিচাব তুলিবলৈ বেঙ্কত জমা দিছিলোঁ। কিন্তু পিচত ঘূৰাই আনিবলৈ যাওঁতে পাছ-বুকুখন নাই বুলি ক’লে। বহুত বিচাৰিও পোৱা নগ’ল।

গতিকে আপোনাক অনুৰোধ জনাওঁ যাতে ইয়াৰ ব্যৱস্থা কৰি মোক এখন পাছ-বুকৰ যোগান ধৰে।

ধন্যবাদ

আপোনাৰ বিশ্বাসী,

হৰেন্দ্ৰ কুমাৰ বুঢ়াগোহাঞি

নাজিৰা চাৰিআলি, শিৱসাগৰ (অসম)।

Letter Complaining About Non Receipt of Bank Pass Book.

To,                              

The Branch Manager,

Bank of Baroda,

Nazira Branch,

Sivasagar (Assam)

Date: 02/02/2012

Sub: Letter Complaining About Non Receipt of Bank Pass Book.

Sir,

With due respect, I would like to state that I have a Savings Bank Account No. 1234 in your Bank from which I have been making transactions for the last ten years. Last week I deposited the pass-book to update the transactions. But, when I went to receive it the the clerk told me that he could not find it. On searching thoroughly the pass-book could not be traced.

Therefore, I request you to kindly do the needful and give me the necessary pass-book.

Thanks.

Yours faithfully,

Harendra Kumar Burhagohain

Nazira Chariali, Sivsagar (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top