From Life Insurance Corporation of India | লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যনৰ পৰা ঋণ গ্ৰহণৰ আবেদন

From Life Insurance Corporation of India

Join Telegram channel

To

The zonal Manager

Life Insurance Corporation of India,

Date………………

Sub: From Life Insurance Corporation of India

Dear Sir,

I hold the above policy.

Now since I am badly in need of some funds. I wish to take a loan or Rs………… Only against this policy. Please, therefore let me know your terms and send necessary Application form etc. in this connection.

Your kind and immediate action will be highly appreciated.

Thanking you.         

Sincerely yours,

………………………

(Address of the Applicant)

লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যনৰ পৰা ঋণ গ্ৰহণৰ আবেদন।

প্ৰতি,

লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন

তাৰিখ…………….

বিষয়: লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যনৰ পৰা ঋণ গ্ৰহণৰ আবেদন।

মহাশয়,

মই উপৰোক্ত পলিচিৰ অধিকাৰী আৰু মই নিয়মিত ত্ৰৈমাসিক প্ৰিমিয়াম আদায় দি আছো। বৰ্তমান মোৰ টকাৰ প্ৰয়োজন হোৱাত মই লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যনৰ পৰা মোৰ উক্ত পলিচি জমা ৰাখি……………. টকা ঋণ ল’ব বিচাৰিছো।

সেয়েহে আপুনি যদি অনুগ্ৰহ কৰি এই ঋণগ্ৰহণ সম্পৰ্কীয় নিয়মাৱলীসহ আৱশ্যকীয় প্ৰপত্ৰ বা আবেদন পত্ৰ পঠাই দিয়ে তেতিয়াহ’লে বিশেষ উপকৃত হ’ম।

অনুগ্ৰহ কৰি যথাশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিলে বাধিত হ’ম।

ধন্যবাদ।                             

ইতি

আপোনাৰ বিশ্বাসী

____________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top