Class 8 Social Science Additional Chapter 23 ভাৰতীয় সংবিধান

Class 8 Social Science Additional Chapter 23 ভাৰতীয় সংবিধান Solutions, SEBA Class 8 Social Science Additional and Short Type Question Answer, Class 8 Social Science Additional Chapter 23 ভাৰতীয় সংবিধান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Additional Notes and select needs one.

Class 8 Social Science Additional Chapter 23 ভাৰতীয় সংবিধান

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science Part – I: Geography, Social Science Part – II: History, Social Science Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science External Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতীয় সংবিধান

Chapter – 23

PART – III: POLITICAL SCIENCE

ADDITIONAL QUESTION ANSWER

১। কিমান চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৮৫৭ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰৱৰ্তন কৰা হয়।

২। কিমান চনত বৃটিছ চৰকাৰে এক আইন প্ৰনয়ণ কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গ্ৰেট বৃটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে?

উত্তৰঃ ১৮৫৮ চনত বৃটিছ চৰকাৰে এক আইন প্ৰনয়ণ কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গ্ৰেট বৃটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে।

৩। কিমান চনত ‘ভাৰত পৰিষদ আইন’ গ্ৰহণ কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ ১৮৬১ চনত ‘ভাৰত পৰিষদ আইন’ গ্ৰহণ কৰে।

৪। কিমান চনত ‘ভাৰত পৰিষদ আইন’ গৃহীত হোৱাৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৮৯২ চনত ‘ভাৰত পৰিষদ আইন’ গৃহীত হোৱাৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হয়।

৫। কিমান চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল?

উত্তৰঃ ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল।

৬। কিমান চনত ‘ভাৰত চৰকাৰ আইন’ ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯১৯ চনত ‘ভাৰত চৰকাৰ আইন’ ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।

৭। কিমান চনত ভাৰত চৰকাৰ আইন অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়?

উত্তৰঃ ১৯৩৫ চনত ভাৰত চৰকাৰ আইন অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

৮। কিমান চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলক এখন সংবিধান দাবী কৰিছিল?

উত্তৰঃ ১৯২২ চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলক এখন সংবিধান দাবী কৰিছিল।

৯। কিমান চনত স্বৰাজ পাৰ্টিয়ে সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল?

উত্তৰঃ ১৯২৪ চনত স্বৰাজ পাৰ্টিয়ে সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল।

১০। কিমান চনত চাইমন কমিচন প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়?

উত্তৰঃ ১৯২৭ চনত চাইমন কমিচন প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়।

১১। কিমান চনত মতিলাল নেহৰু সভাপতিত্বত প্ৰকাশ হোৱা নেহৰু প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাত অন্যতম ভূমিকা পালন কৰিছিল?

উত্তৰঃ ১৯২৮ চনত মতিলাল নেহৰু সভাপতিত্বত প্ৰকাশ হোৱা নেহৰু প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাত অন্যতম ভূমিকা পালন কৰিছিল।

১২। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে?

উত্তৰঃ ১৯৩৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।

১৩। দ্বিতীয় মহাযুদ্ধ কোনটো সময়ত আৰম্ভ কৰা হৈছিল?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধ (১৯৩৯-১৯৪৫) সময়ত আৰম্ভ কৰা হয়।

১৪। কিমান চনত এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল?

উত্তৰঃ ১৯৪০ চনৰ ‘আগষ্ট মাহত এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল।

১৫। কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহে?

উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহে।

১৬। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু আছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top