🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Assamese Additional Chapter 5 ভক্ত প্ৰহ্লাদ

Class 8 Assamese Additional Chapter 5 ভক্ত প্ৰহ্লাদ Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 5 ভক্ত প্ৰহ্লাদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

ভক্ত প্ৰহ্লাদ

Chapter – 5

ADDITIONAL QUESTION ANSWER

১। কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ  বুলি কোনে প্ৰশ্ন কৰিছিল?

উত্তৰঃ প্ৰহ্লাদৰ জেষ্ঠ ভাতৃ।

২। দৈত্য বংশৰ চিৰ বৈৰী কোন হয়?

উত্তৰঃ শ্ৰী হৰি।

৩। ত্ৰিভুৱনৰ গৰাকী বুলি প্ৰহ্লাদে কাক কৈছে? 

উত্তৰঃ শ্ৰী হৰি।

৪। হিৰণ্যকশিপু কোন আছিল? 

উত্তৰঃ প্ৰহ্লাদৰ পিতৃ।

৫। হিৰণ্যকশিপু এজন কি আছিল?

উত্তৰঃ দৈত্যাৰাজ। 

৬। প্ৰহ্লাদে দৈত্যকুলত কি কৰি কংলক আনিছে বুলি কৈছিল?

উত্তৰঃ ভজন-কীৰ্তন কৰি।

৭। প্ৰহ্লাদৰ জেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কোনটো পথৰ পৰা ঘূৰাই অনা কথা কৈছিল?

উত্তৰঃ হৰি ভক্তিৰ পৰা।

৮। প্ৰহ্লাদক কিয় এদিন কুলৰ কলং স্বৰূপ হব বুলি কৈছিল? 

উত্তৰঃ হৰি ভক্তি কৰাৰ বাবে।

৯। হিৰণ্যকশিপুয়ে শ্ৰী হৰিক কিয় চিৰবৈৰী বুলি কৈছিল?

উত্তৰঃ শ্ৰী হৰিয়ে হিৰণ্যকশিপুৰ সহোধৰ হিৰান্যাক্ষক হত্যা কৰাৰ বাবে।

১০। বিষ্ণুয়ে হিৰান্যাক্ষক কি ৰূপত হত্যাকৰিছিল?

উত্তৰঃ বৰাহ ৰূপত। 

১১। বিষ্ণুয়ে হিৰান্যাক্ষক কেনেকৈ হত্যা কৰিছিল?

উত্তৰঃ দাঁতেৰে খুচি।

১২। শ্ৰী হৰিৰ অন্য এক ৰূপ কি?

উত্তৰঃ বিষ্ণু।

১৩। ‘বামানয়’ কি?

উত্তৰঃ অসুৰসকলৰ শাস্ত্ৰজ্ঞান। 

১৪। ষণ্ডামৰ্ক কোন আছিল?

উত্তৰঃ এজন অসুৰগুৰু।

১৫। প্ৰহ্লাদে বামানয় শাস্ত্ৰ কিহৰ বিৰুদ্ধ আছে বুলি কৈছিল?

উত্তৰঃ শ্ৰী হৰিৰ।

১৬। প্ৰহ্লাদে কাৰ শ্ৰীচৰণত হৰণ লৈছোঁ বুলি কৈছিল?

উত্তৰঃ শ্ৰী হৰিৰ।

১৭। ষণ্ডামৰ্কই নাচোৰবান্দা বুলি কাক কৈছিল ?

উত্তৰঃ প্ৰহ্লাদক।

১৮। খং মনেই চণ্ডাল বুলি মহাৰাণীয়ে কাক কৈছিল?

উত্তৰঃ হিৰণ্যকশিপুক।

১৯। প্ৰহ্লাদক কোনখন পাহাৰৰ পৰা বগৰাই দিবলৈ আদেশ দিছিল?

উত্তৰঃ শিলাময় পাহাৰ।

২০। প্ৰহ্লাদ যদি পাহাৰৰ পৰা বাছি যায় তেন্তে মহৰাজে কি কৰিবলৈ আদেশ দিছিল?

উত্তৰঃ জুইত জ্বলাই দিবলৈ।

২১। জুইত জাপি দিয়াৰ আগতে প্ৰহ্লাদক কি কৰি লবলৈ কৈছিল?

উত্তৰঃ দন্তাল হাতীৰ দ্বাৰা গছকাই লব কৈছিল।

২২। প্ৰহ্লাদক কিহে ৰক্ষা কৰিব বুলি কৈছিল?

উত্তৰঃ একান্ত ভক্তিৰ শক্তিয়ে।

২৩। হৰিৰ বিৰুদ্ধাচৰন কৰিলে কি হব বুলি প্রহ্লাদে কৈছিল?

উত্তৰঃ অমংগল অথবা বিনাশ।

২৪। অতি গৰ্বও বিনাশৰ কাৰক হব পাৰে বুলি কোনে কৈছল?

উত্তৰঃ মহাৰাণীয়ে।

২৫। হিৰণ্যকশিপুয়ে কাৰ সৈতে সমুখ সমৰত লিপ্ত হব বিচাৰিছিল?

উত্তৰঃ শ্ৰী হৰিৰ সৈতে।

২৬। হিৰণ্যকশিপুয়ে কাৰ লগত এবাৰ যুঁজি চাব বিচাৰিছিল?

উত্তৰঃ প্ৰভু হৰিৰ লগত।

২৭। প্রহ্লাদে পিতা হৰি কত সুপ্ত হৈ আছে বুলি কৈছিল?

উত্তৰঃ আকাশ, বতাহ, বায়ু, পানী সকলোতে।

২৮। স্ফটিক স্তম্ভটোৰ মাজৰ পৰা কোনে প্ৰহ্লাদলৈ চাই আছিল?

উত্তৰঃ প্ৰভু হৰিয়ে।

২৯। কেনেকৈ লক্ষ্য কৰিলে প্ৰভু হৰিক দেখা পাব?

উত্তৰঃ দিব্যাদৃষ্টিৰে।

৩০। হিৰণ্যকশিপুয়ে বিশাল গদাটো কাক লৈ আনিবলৈ কৈছিল?

উত্তৰঃ চন্তৰীক।

৩১। হিৰণ্যকশিপুয়ে  গদাটো কিয় আনিবলৈ কৈছিল?

উত্তৰঃ স্ফটিক স্তম্ভটো ভাঙিবৰ কাৰণে।

৩২। হিৰণ্যকশিপুয়ে হৰিৰ সৈতে কিহৰ প্ৰতিশোধ লব বিচাৰিছিল?

উত্তৰঃ ভ্ৰাতৃ হত্যাৰ প্ৰতিশোধ।

৩৩। হিৰান্যাক্ষ কাৰ ভ্ৰাতৃৰ আছিল? 

উত্তৰঃ হিৰণ্যকশিপুৰ।

৩৪। আধা মানুহ আধা সিংহৰ আকৃতিৰ ৰূপটো কি আছিল? 

উত্তৰঃ নৰসিংহ।

৩৫। নৰসিংহ কাৰ অৱতাৰ?

উত্তৰঃ বিষ্ণুৰ।

৩৬। হিৰণ্যকশিপুৰ কিয় অৱহেষত কৰুণ দশা হৈছিল?

উত্তৰঃ অন্যায় আৰু অহংকাৰ কৰাৰ বাবে।

৩৬। ক্ৰোধান্বিত নৰসিংহ অৱশেষত কেনেকৈ  শান্ত হৈছিল?

উত্তৰঃ প্ৰহ্লাদৰ কাকুতিয়ে। 

৩৭। হিৰণ্যকশিপুৰ পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ প্ৰহ্লাদ।

৩৮। দৈত্য-গুৰু জনৰ নাম কি আছিল?

উত্তৰঃ ষণ্ডামৰ্ক।

৩৯। হৰৰিৰ চিৰবৈৰী কোন আছিল?

উত্তৰঃ হিৰণ্যকশিপু।

৪০। প্ৰকৃতিৰ সৃষ্টিকৰ্তা কোন হয়?

উত্তৰঃ শ্ৰী হৰি।

৪১। দৈত্য বংশৰ লোকে কাৰ নাম লোৱাটো এক অপৰাধ?

উত্তৰঃ হৰিৰ নাম।

৪২। সত্যক স্বীকাৰ কৰাটো অপৰাধ নহয় ভাতৃবৰ বুলি কোনে কৈছিল?

উত্তৰঃ প্ৰহ্লাদ।

৪৩। দৈত্য বংশৰ পৰম্পৰা আৰু শিকনিয় কথাবোৰ কোনখন শাস্ত্ৰত উল্লেখিত আছে?

উত্তৰঃ বামানয় শাস্ত্ৰ।

৪৪। ষণ্ডামৰ্কই প্ৰহ্লাদৰ কণ্ঠত কি নাম শোভা নাপায় বুলি কৈছিল?

উত্তৰঃ হৰি নাম।

৪৫। প্ৰহ্লাদে বামানয় শাস্ত্ৰ কিয় পঢ়া নাছিল?

উত্তৰঃ কাৰণ বামানয় শাস্ত্ৰ হৰিৰ বিৰুদ্ধে আছিল।

৪৬। ষণ্ডামৰ্কই কিয় দৈত্যাৰাজৰ শাস্তিৰ মুখা-মুখি হব লাগিব বুলি কৈছিল?

উত্তৰঃ কাৰণ প্ৰহ্লাদক বামনয় শাস্ত্ৰ পঢ়োৱাব পৰা নাছিল।

৪৭। ষণ্ডামৰ্কই প্ৰহ্লাদক কিহৰ পৰা বিৰত থাকিবলৈ কৈছিল? 

উত্তৰঃ হৰি ভক্তিৰ মহিমা বৰ্ণনাৰ পৰা।

৪৮। হিৰণ্যকশিপুয়ে তাৰ মৃত্যু কেতিয়াও নহয় বুলি কিয় নিশ্চিত আছিল?

উত্তৰঃ কাৰণ তাক কোনো মানুহ বা জন্তুৱে বধ কৰিব নোৱাৰা প্ৰদান প্ৰাপ্ত আছিল।

৪৯। নৰসিংহ কেনেকুৱা আকৃতিৰ ৰূপ আছিল?

উত্তৰঃ আধা মানুহ আৰু আধা সিংহৰ।

৫০। হিৰণ্যকশিপুয়ে হৰিৰ কি কথা শয়নে-সপোনে পাহৰিব নোৱাৰোঁ বুলি কৈছিল?

উত্তৰঃ হিৰান্যাক্ষক হত্যা কৰা কথা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top