Class 7 Social Chapter – 14 মধ্য যুগত ভাৰতবর্ষ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 14 মধ্য যুগত ভাৰতবর্ষ and select needs one.
SEBA Class 7 Social Chapter – 14 মধ্য যুগত ভাৰতবর্ষ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 14 মধ্য যুগত ভাৰতবর্ষ – সমাধান Solutions for All Subject, You can practice these here…
মধ্য যুগত ভাৰতবর্ষ
ইতিহাস খণ্ড
প্রশ্ন১। উত্তৰ দিয়া
( ক ) ভাৰতবৰ্ষৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ? এই ভাগ কেইটা কি কি ?
উত্তৰঃ ভাৰতবৰ্ষৰ ইতিহাসক তিনিটা যুগত ভাগ কৰা হৈছে । সেই কেইটা হৈছে প্রাচীন যুগ , মধ্য যুগ আৰু আধুনিক যুগ । কিছুমানে আকৌ প্রাচীন যুগক হিন্দু যুগ আৰু মধ্য যুগক মুছলমান যুগ বুলিব খােজে ।
( খ ) চুলতান মামুদে কি কাৰণে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল ?
উত্তৰঃ ভাৰতৰ প্ৰচুৰ ঐশ্বর্য – বিভূতিৰ লােভত তেওঁ বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল ।
( গ ) তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২ খ্রীঃ হৈছিল ।
( ঘ ) মােগল সাম্রাজ্য প্রতিষ্ঠাতা কোন আছিল ?
উত্তৰঃ মােগল সাম্রাজ্য প্রতিষ্ঠাতা বাবৰ আছিল ।
( ঙ ) মােগলসকলৰ শেষ বাদশ্বাহজনৰ নাম কি আছিল ?
উত্তৰঃ মােগলসকলৰ শেষ বাদশ্বাহজনৰ নাম দ্বিতীয় বাহাদুৰশ্বাহ আছিল ।
প্রশ্ন২। শুদ্ধ / অশুদ্ধ বাছি উলিওৱা
( ক ) ভাৰতবৰ্ষত / আৰব দেশত ইছলাম ধৰ্মৰ অভ্যুদয় হৈছিল ।
উত্তৰঃ আৰব দেশত ইছলাম ধৰ্মৰ অভ্যুদয় হৈছিল ।
( খ ) আলপ্তগীনে / চুলতান মামুদে আফগানিস্তানৰ গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল ।
উত্তৰঃ আলপ্তগীনে আফগানিস্তানৰ গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল ।
( গ ) বাবৰ | আকবৰ মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা ।
উত্তৰঃ বাবৰ মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা ।
( ঘ ) লােড়ী বংশ / চৈয়দ বংশ চুলতানী আমােলৰ শেষ ৰাজবংশ ।
উত্তৰঃ লােডী বংশ চুলতানী আমােলৰ শেষ ৰাজবংশ ।
( ঙ ) কুতুবুদ্দিন আইবাকে দিল্লীৰ / লাহােৰৰ পৰা শাসন কার্য চলাইছিল ।
উত্তৰঃ কুতুবুদ্দিন আইবাকে লাহােৰৰ পৰা শাসনকার্য চলাইছিল ।
প্ৰশ্ন৩। খালী ঠাই পূৰ কৰা—
( ক ) গিয়াছুদ্দিন বলবন ………বংশৰ শেষ ৰজা ।
উত্তৰঃগিয়াছুদ্দিন বলবন দাস বংশৰ শেষ ৰজা ।
( খ ) জালালুদ্দিন খিলিজি ………. বংশৰ প্রতিষ্ঠাতা ।
উত্তৰঃ জালালুদ্দিন খিলিজি খিলিজ বংশৰ প্রতিষ্ঠাতা ।
( গ ) ইবন বটুতা এগৰাকী ………..আছিল ।
উত্তৰঃ ইবন বটুতা এগৰাকী পব্রিাজক আছিল ।
( ঘ ) ………নামৰ এজন তুর্কী ক্রীতদাসে গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল ।
উত্তৰঃ অল্পতগীন নামৰ এজন তুর্কী ক্রীতদাসে গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল ।
( ঙ ) চাহাবুদ্দিন ইতিহাসত ……..নামে জনাজাত ।
উত্তৰঃ চাহাবুদ্দিন ইতিহাসত মহম্মদ ঘােৰী নামে জনাজাত ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
প্রশ্ন ৪। পাঠৰ আলমত তালিকাখন পূৰ কৰা—

উত্তৰঃ

প্রশ্ন৫৷ মানচিত্র চাই তলৰ প্রশ্নসমূহৰ উত্তৰ কৰা
( ক ) চুলতানী শাসনৰ অধীনস্থ চাৰিখন উত্তৰ ভাৰতৰ আৰু চাৰিখন দক্ষিণ ভাৰতৰ ঠাইৰ নাম লিখা ।
( খ ) মানচিত্রত দেখুওৱা স্বাধীন ৰাজ্যকেইখনৰ নাম উল্লেখ কৰা ।
( গ ) ঝীলাম , শতদ্র , নর্মদা , তাপ্তী , গংগা , গােদাবৰী , নৈবােৰ কোন কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে ?
উত্তৰঃ পাঠ্যপুথিৰ মেপ চাই উত্তৰ কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.