Class 7 Social Chapter 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ and select needs one.
SEBA Class 7 Social Chapter – 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ – সমাধান Solutions for All Subject, You can practice these here…
মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
ইতিহাস খণ্ড
১। উত্তৰ দিয়াঃ
(ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশ ৰজাই ৰাজত্ব কৰিছিল ?
উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশ উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল ।
(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল ?
উত্তৰ:- সাতবাহনসকলে দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল ।
(গ) কলিঙ্গ ৰাজ্যক বতমান কি নামেৰে জনা যায় ?
উত্তৰ কলিঙ্গৰাজ্যক বতমান উৰিষ্যা নামেৰে জনা যায় ।
(ঘ) ‘ত্ৰিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায় ?
উত্তৰ চোল, চেৰা পাণ্ড্যসকলে, ৰাজত্ব কৰা তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায় ।
(ঙ) কুষাণ বংশৰ সবশ্ৰেষ্ঠ ৰজা কোন আছিল ?
উত্তৰ কুষাণ বংশৰ সবশ্ৰেষ্ঠ ৰজা আছিল কণিষ্কৰ ।
২। উত্তৰ লিখা:
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যক সম্পক স্থাপন হৈছিল ?
উত্তৰ:- সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ- পূব এছিয়াৰ লগত বাণিজ্যিক সম্পক স্থাপন কৰিছিল ।
(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা ?
উত্তৰ কণিষ্কৰ শাসনকালত বৌদ্ধ ধম ২ টা ভাগত ভাগ কৰা হৈছিল । আৰু ভাগকেইটা হৈছে – হীনযান আৰু মহাযান ।
(গ) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে – নীতিশিক্ষামূলক আৰু বণনাত্মাক ।
(ঘ) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম ।
উত্তৰ: কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম – মথুৰা শিল্পকলাৰ আৰু অমৰাৱতী শিল্পকলাৰ ।
(ঙ) মৌযৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহ্ৰত দুটা ব্যৱস্থাৰ নাম ।
উত্তৰ: মৌযৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহ্ৰত দুটা ব্যৱস্থাৰ নাম হল পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি ।
(চ) মৌযসকলৰ পৰৱতী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল ? দুটা বৃত্তিৰ নাম উল্লেখ কৰা ।
উত্তৰ: মৌর্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কুমাৰ , কমাৰ , বাঢ়ৈ , শিপিনী ইত্যাদি বৃত্তিজীৱী লােকে বাস কৰিছিল ।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা –
‘ক’ অংশ | ‘খ’ অংশ |
(ক) মহামেঘ বাহন | (ক) মিনাণ্ডাৰ |
(খ) অন্ধ্ৰৰ আন এটা নাম | (খ) গান্ধাৰ শিল্পই |
(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা | (গ) তামিল কবি সন্মিলনৰ সাহিত্য় আছিল। |
(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল | (ঘ) সাতবাহন |
(ঙ) সংগম সাহিত্য | (ঙ) কলিঙ্গ |
উত্তৰ:
‘ক’ অংশ | ‘খ’ অংশ |
(ক) মহামেঘ বাহন | (ঙ) কলিঙ্গ |
(খ) অন্ধ্ৰৰ আন এটা নাম | (ঘ) সাতবাহন |
(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা | (ক) মিনাণ্ডাৰ |
(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল | (খ) গান্ধাৰ শিল্পই |
(ঙ) সংগম সাহিত্য | (গ) তামিল কবি সন্মিলনৰ সাহিত্য় আছিল। |
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা –
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্ৰথে \ সিমুকে \ বাসুদেৱে ।
উত্তৰঃ সিমুকে।
(খ) যবন বুলি শুঙ্গ\ ইন্দো-গ্ৰীক\ কান্বসকলক কোৱা হৈছিল ।
উত্তৰঃ ইন্দো-গ্ৰীক ।
(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধম\বৌদ্ধধম\জৈনধম।
উত্তৰ: বৌদ্ধধৰ্ম।
(ঘ) গণ্ডোফণিছ কুষাণ \পহ্লৱ / শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ।
উত্তৰঃ পহ্লৱ।
(ঙ) জাতক হৈছে গল্প / কবিতা / উপন্যাস ।
উত্তৰঃ গল্প।
৫। সত্য নে অসত্য বাছি উলিওৱা –
(ক) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰঃ সত্য।
(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল ।
উত্তৰঃ অসত্য।
(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰ:- অসত্য।
(ঘ) মিনাণ্ডাৰে হিন্দু ধম গ্ৰহণ কৰিছিল ।
উত্তৰ:- অসত্য।
(ঙ) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল ।
উত্তৰঃ সত্য।
৬। তলত দিয়া বিষয়বােৰৰ ওপৰত চমু টোকা লিখা । ( ৫০ টা শব্দৰ ভিতৰত )
( ক ) অর্থনীতি , সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলােকপাত কৰি কনিষ্কৰ ৰাজত্ব কাল বর্ণনা কৰা ।
উত্তৰঃ কনিষ্কৰ দিনত দেশখন অর্থনীতিৰ ক্ষেত্ৰত আগবঢ়া আছিল । আন্তঃবাণিজ্য আৰু বহিঃবাণিজ্যই উচ্চ শিখৰ পাইছিল ৷ তেওঁ সাহিত্য – সংস্কৃতিলৈ উল্লেখযােগ্য বৰঙণি যােগাইছিল । তেওঁৰ দিনতেই চৰক সংহিতা আৰু পতঞ্জলিৰ ‘ মহাভাষ্য ’ ৰচিত হৈছিল । গান্ধাৰ শিল্পৰ নিচিনাকৈ মথুৰা শিল্প আৰু অমৰাৱতী শিল্পকলাই তেওঁৰ দিনত উন্নতি লাভ কৰিছিল । প্রজাৰ কল্যাণৰ বাবে তেওঁ ভালেমান সামাজিক আঁচনি গ্ৰহণ কৰিছিল ।
( খ ) মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী ।
উত্তৰঃ মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীত বহুতাে পৰিৱৰ্তন আহিছিল । কৃষিকৰ্মৰ প্ৰসাৰ , নতুন নগৰ গঠন , শিল্প উৎপাদন আৰু বেহা – বেপাৰ আদিৰ ব্যাপক পৰিৱৰ্তন এইক্ষেত্ৰত উল্লেখযােগ্য ।
এই সময়ছােৱাত শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছিল । জমিদাৰসকলে বিচাৰ , শান্তিৰক্ষা আৰু গাঁৱৰ ৰাজহ সংগ্ৰহৰ কাম কৰিছিল । গাঁওবােৰত বাঢ়ৈ , – শিপিনী , কুমাৰ , কমাৰ আদি বিভিন্ন বৃত্তিধাৰী লোক আছিল । ওচৰ – পাঁজৰৰ কৃষকৰ আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যােগান ধৰিছিল । নগৰ কিছুমান প্রাচীৰেৰে আৱৰা আছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Please give solution in hindi also