Class 4 English Chapter 5 The Letter Solution, SEBA Chapter 5 The Letter Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 5 The Letter Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.
THE LETTER
Chapter – 5
ইংৰাজী
ENGLISH
চিঠিখন
These are the different ways in which we get messages and information : [ দিজ আৰ দা দিফাৰেন্ট ওৱেজ ইন হুইচ্ উই গেট মেচেজেছ এণ্ড ইনফৰমেচন : ] এইবোৰ এনেকুৱা বিভিন্ন ধৰণৰ পথ যিবোৰৰ দ্বাৰা আমি বাৰ্তা আৰু খা-খৱৰ পাওঁ।
■ Let’s read a poem about a letter: [ লেটছ ৰিদ এ প’ৱেম এবাউত এ লেটাৰ : ] –বলা, চিঠিৰ ওপৰত এটা কবিতা পঢ়োঁ আহা :
Para – 1 (অনুচ্ছেদ-১) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
I am writing a letter [ আই এম ৰাইটিঙ এ লেটাৰ ] —মই এখন চিঠি লিখি আছোঁ।
To send by the post; [ তু চেণ্ড বাই দা প’ষ্ট ;] —ডাকত পঠাবলৈ ;
It is to the person [ ইট ইজ টু দা পাৰচন ] – এইটো সেইজন ব্যক্তিলৈ
I care for the most. | [ আই কেয়াৰ ফৰ দা মষ্ট।]—যিজনক মই বৰ যত্ন লওঁ।
■ Word Notes (শব্দ-অর্থ) :
I (আই)—মই ; am (এম)—হয়/আছে। writing (ৰাইটিং)—লিখি থকা ; letter (লেটাৰ) –চিঠি; send (চেণ্ড) – পঠোৱা; post (পষ্ট)–ডাক ; person (পাৰচন) —মানুহ; care ( কেয়াৰ) – যত্নলোৱা; for (ফৰ)—বাবে; most (ম’ষ্ট)–বৰকৈ।
Para-2 (অনুচ্ছেদ-২) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
I write the date clearly [ আই ৰাইট দা দেট ক্লিয়াৰ্লী ] —মই তাৰিখটো স্পষ্টকৈ লিখিছোঁ।
And put the address, [ এন্ড পুট দা এদ্ৰেছ, ] –আৰু ঠিকনাটো লিখিছো।
And begin ‘Dearest Mummy ‘[ অ্যান্ড বিগিন ‘দিয়াৰেস্ট মাম্মী’ ] — আৰু ‘মৰমেৰে মা’ বুলি আৰম্ভণী কৰিছোঁ।
(Did anyone guess ?) [ (দিদ এনীওৱান গেছ ?) ] —(কোনোৱাই অনুমান কৰিব পাৰিছানে ?)
■ Word Notes (শব্দ-অর্থ) :
Write (ৰাইট) – লিখা ; date (দেত) – তাৰিখ; clearly (ক্লিয়াৰলি) – চাফাকৈ, স্পষ্টকৈ ; put (পুট)—থোৱা ; address (এদ্রেছ)—ঠিকনা ; begin (বিগিন)— আৰম্ভণী ; dearest (দিয়াৰেস্ট)—মৰমৰ ; mummy (মাম্মী) – মা ; anyone (এনিওৱান) – কোনোৱা; guess (গেছ)—অনুমান কৰা।
Para-3 (অনুচ্ছেদ-৩) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
My pen travels slowly [ মাই পেন ট্রাভেলছ চল’লি] – মোৰ কলমটো লাহে লাহে চলি আছে।
All down the long sheet, [ অল দাউন দা লং চীট, ] – তললৈ দীঘল পৃষ্ঠাজুৰি
Because I’m so anxious [ বিকজ আই’ম চো এংকচিয়াছ ] – কাৰণ মই বৰ অস্থিৰ হৈ আছো
To keep it all neat. [ টু কীপ ইট অল নীট। ] – সকলো বোৰ নিয়াৰীকৈ ৰাখিবলৈ।
■ Word Notes (শব্দ-অর্থ) :
Pen (পেন) – কলম; travel (ট্ৰেভেল) – পৰিভ্ৰমণ; slowly (চল’লি)– লাহে-লাহে; all (অল)– গোটেইখিনি; down (দাউন)– তললৈ; long (লং)– দীঘল; sheet (চীত)– পাত: because ( বিকজ) – কাৰণ; anxious – (এনাক্সিয়াছ) –অস্থিৰ keep (কিপ) – ৰখা; neat (নিত) – নিয়াৰীকৈ।
Para – 4 (অনুচ্ছেদ-৪) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
I carefully blot it [ আই কেয়াৰফুল্লী ব্লত ইট ] — মই বৰ যত্নেৰে শুকান কৰি লওঁ
To dry up the ink [ টু দ্ৰাই আপ দা ইংক | —–চিয়াহীখন শুকাবলৈ
Such nice blotting – paper [ চাচ নাইচ ব্লটিঙ পেপাৰ ] –বৰ ধুনীয়া চিয়াহী শোষক কাগজত
The colour is pink ! [ দি কালাৰ ইজ পিংক ! ] যিটোৰ বৰণ ৰঙ্গচুৱা।
■ Word Notes (শব্দ-অর্থ) :
Carefully (কেয়াৰফুল্লী)—সাৱধানেৰে, যত্নেৰে; blot (ব্লট) – শুহি লোৱা ; dry up (দ্ৰাই আপ) – শুকান কৰি লোৱা ; ink (ইংক) – চিয়াহী ; nice (নাইচ) – ধুনীয়া : blotting paper (ব্লটিং পেপাৰ) — শোষক কাগজ; colour (কালাৰ) ৰং; pink (পিংক)—ৰঙ্গচুৱা।
Para-5 (অনুচ্ছেদ-৫) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
I turn the page over [ আই টার্ন দা পেজ অভাৰ ] —মই পৃষ্ঠাটো লুটিয়াওঁ।
And on goes my pen, [ এন্ড অন গজ মাই পেন, ] — আৰু মোৰ কলমটো ইয়াৰ ওপৰত চলি থাকে।
Till lastly come kisses, [ টিল লাষ্টলি কাম কিছেচ, ] —চিঠিৰ শেষত চুমা খোৱাৰ উল্লেখ নহা লৈকে – There’s just room for ten. [ দিয়াৰ ইজ জাস্ট ৰুম ফৰ টেন। ]—চিঠিটোত দহটা চুমা খোৱা ঠাইহে আছে।
■ Word Notes (শব্দ-অর্থ) :
turn (টার্ন)— লুটিওৱা; page (পেজ)—পাত; till (টিল)—লৈাক; kisse (কিছেছ)—চুমাবোৰ ; there (দিয়াৰ)—তাত; just (যাষ্ট)—মাথোন ; goes or (গ’জ অন) — আগবাঢ়ি যোৱা : my (মাই)—মোৰ lastly (লাষ্টলি)—শেষলৈকে; come (কাম)— অহা ; room (ৰুম)—কোঠা।
Para-6 (অনুচ্ছেদ-৬) |
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
The envelope’s ready, [ দা এনভেলাপ ইজ ৰেদী ] —খামটো প্রস্তুত,
I put the stamp on, [ আই পুট দা ষ্টাম্প অন ] — মই ডাকটিকটটো লগালো
And run to the post box, [ এন্ড ৰান টু দা প’ষ্ট বক্স, ] —আৰু ডাক বাকচলৈ দৌৰি গলো,
And now it has gone! [ এন্ড নাও ইট হেজ গন ! ] —আৰু এইটো (চিঠিটো) গুচি গ’ল !
■ Word-Notes (শব্দ-অর্থ) :
envelope (এনভেলপ)— লেফাফা, খাম; stamp (টাম্প)—ডাক টিকট ; ready (ৰেডী)—তৈয়াৰ হোৱা/প্রস্তুত হোৱা; run (ৰান)— দৌৰা ; post bax (পষ্ট বক্স) —ডাকবাকচ ; now (নাও)—এতিয়া; has gone (হ্যাজ গন) — গ’ল।
ACTIVITIES (একটিভিটিজ)—কার্যকলাপ |
1. Write the rhyming words from the poem : [ ৰাইট দা ৰাইমিঙ ওৱাৰ্ডছ ফ্রম দা প’ৰেম: ] – কবিতাটোৰ ছন্দ মিল থকা শব্দবোৰ লিখা :
Ans:
host (হ’ষ্ট)– গৃহস্থ post ( প’ষ্ট) –ডাক most (ম’ষ্ট)–বৰকৈ।
press (গ্ৰেছ)–হেঁচা দিয়া, ছপাশাল address (এদ্রেছ)–ঠিকনা। guess (গেছ)–অনুমান কৰা।
song (চঙ)–গান। long (লং)– দীঘল। gone (গন)–যোৱা।
meat (মিট)–মঙহ। neat (নিট)–নিয়াৰী। sheet (চিট)–পৃষ্ঠা।
sink (চিংক)–ডুবা। ink (ইংক)–চিয়াহী। pink (পিংক)–ৰঙচুৱা
hen (হেন)–মাইকী কুকুৰা pen (পেন)–কলম। ten (টেন)–দহ।
2. Choose the correct answer :[ চুজ দা কাৰেক্ট এনছাৰ শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা : ]
(a) The letter is written to the girl’s- [ দা লেটাৰ ইজ ৰিটেন টু দা গাৰ্লছ। ] — চিঠিখন লিখা হৈছিল ছোৱালী জনীৰ
(i) father (ফাদাৰ)— দেউতা (ii) mother ( মাদাৰ) — মা
(iii) uncle (আংঙ্কল) খুড়া (iv) aunt (আন্ট)— খুড়ি
Ans: Mother (মাদাৰ)—মা।
(b) To dry up the ink, I use [ টু দ্ৰাই আপ দা ইংক, আই ইউজ ]—চিয়াহী শুকাবলৈ মই ব্যৱহাৰ কৰো-
(i) an eraser ( এন ইৰেজাৰ)—এদাল ৰবৰ
(ii) some chalk (চাম চক্) —কেইদালমান চক
(iii) some blotting paper (চাম ব্লটিং পেপাৰ)—শোষক কাগজ
(iv) a piece of cloth. (এ পিছ অফ ক্লঠ)—কাপোৰ এটুকুৰা
Ans: (iii) Some blotting paper (চাম ব্লটিং পেপাৰ) — শোষক কাগজ।
(c) How many kisses does the letter have room for ? [ হাও মেনী কিছেচ্ দাজ দা লেটাৰ হেভ ৰূম ফৰ ? ] — চিঠিখনত কিমানটা চুমা খোৱাৰ কোঠালী আছিল ?
(i) eleven (ইলেভেন)—এঘাৰো। (ii) a ton (এ টন) —এক টন।
(iii) nine (নাইন)—ন’। (iv) ten (টেন)—দহ।
Ans. (iv) Ten (টেন)—দহ।
(d) The meaning of ‘room’ in the poem is [ দা মিনিঙ অৱ ৰুম’ ইন প’ৱেম ইজ ] — কবিতাটোত ‘ৰুম’ শব্দটোৱে কি বুজাইছে —
(i) study room (স্টাদী কম) — পঢ়া কোঠা।
(ii) space (স্পেচ) — ঠাই।
(iii) drawing room (দ্ৰইঙ কম) — চ’ৰাঘৰ।
(iv) a part within a house (এ পার্ট উইদিন এ হাউজ) — ঘৰৰ ভিতৰৰ এটা অংশ।
Ans. (ii) Space (স্পেচ) — ঠাই।
(e) What she put on the envelope ? [ হোৱাট চি পুট অন দি এনভেলফ ? ] — তাই লেফাফাটোত কি লগাইছিল ?
(i) a stamp (এ ষ্টাম্প) — এটা ডাকটিকট।
(ii) a photo (এ ফটো’) — এটা ফুটো’।
(iii) butterfly (বাটটৰফ্লাই)— পখিলা।
(iv) paper ( পেপাৰ) — কাগজ।
Ans. a stamp (এ ষ্টাম্প) — এটা ডাকটিকট।
(f) She write clearly. [ চি ৰাইট ক্লিয়াৰ্লী।] — তাই স্পষ্টভাৱে লিখিছিল।
(i) date (দেট) — তাৰিখটো।
(ii) time (টাইম) — সময়।
(iii) colour (কালাৰ) — ৰং।
(iv) poem (প’ৱেম)— কবিতা।
Ans: date (দেট)— তাৰিখটো।
3. Listen and repeat : [ লিচেন এণ্ড ৰিপিত : ]— শুনা আৰু পুনৰাবৃত্তি কৰা :
(a) slowly — The old man walks slowly.
(চ’ল্লি) (দা ওল্ড মেন ওৱাক চ’ল্লি।)
—লাহে লাহে — বুঢ়া মানুহটোৱে লাহে লাহে খোজ কাঢ়িছে।
(b) quickly The young girl walks quickly.
(কুইকলী) (দা ইয়ঙ গার্ল ৱাকচ্ কুইকলী।)
—খৰখেদাকৈ —ডেকা ছোৱালীজনীয়ে খৰখেদাকৈ খোজ কাঢ়িছে।
(c) brightly The sun shines brightly.
(ব্রাইটলী) (দা চান চাইন ব্রাইটলী)
—উজ্জ্বলকৈ —সূৰ্যটো উজ্জ্বলকৈ জিলিকিছে।
(d) sweetly The bird sings sweetly.
(চুইটলি) (দা বাদৰ্ছ চিংগ চুইটলী)
— মিঠাকৈ —চৰাইটোয়ে মিঠাকৈ গাইছে।
(e) happily The girl dances happily.
(হেপিলী) (দা গার্ল দেনচেচ হেপিলী)
— সুখীকৈ — ছোৱালীজনীয়ে সুখী হৈ নাচিছে।
Now, write the sentences from the poem that ends with – ly.[ নাও, ৰাইট দা চেনটেন্চেচ ফ্রম দা পোৱেম দেট এন্ডচ উইথ- ‘এল ওয়াই। ] “ly- ৰে শেষ হোৱা কবিতাটোৰ বাক্যবোৰ লিখা।
Ans. 1. I write the date clearly. (আই ৰাইট দা সেট ক্লিয়াৰলি।) —মই তাৰিখটো স্পষ্টকৈ লিখিছো।
2. My pen travels slowly. (মাই পেন ট্ৰেভেল চ’ল্লী)—মোৰ কলমটো লাহে লাহে চলি আছে।
3. I carefully blot it. (আই কেয়াৰফুলি ব্লট ইট।) — মই বৰ যত্নেৰে (শোষক কাগজেৰে) শুকান কৰিছোঁ।
4. Till lastly come kisses. (টিল লাষ্টলি কাম কিচেচ।) — (চিঠিটোৰ) শেষলৈকে চুমা খোৱা কথাটোৰ উল্লেখ নহালৈকে।
4. Add ‘ly’ to get some new words. Write the words and make sentences with them. One is done for you: [ এদ ‘ly’ টু গেট চাম নিউ ওৱাৰ্ডছ। ৰাইট দি ওৱাৰ্ডছ এন্ড মেক চেন্টেনচেচ উইথ দেম। ওৱান ইজ দান ফৰ ইউ: ]—কিছুমান নতুন শব্দে পাবলৈ ‘ly’ যোগ কৰি শব্দবোৰ লিখা আৰু বাক্য ৰচনা কৰা। এটা তোমাৰ বাবে কৰি দিয়া হল :
love(লাভ) | lovely(লাভলি)মৰমিয়াল | He is a lovely boy.(হি ইজ এ লাভলি বয়।)—সি এটা মৰম লগা ল’ৰা। |
most(মোষ্ট) বৰকৈ | mostly(মোস্টলি)বহূলাংশে | I enjoy stories mostly. (আই এনজয় ষ্টৰীজ মোষ্টলী।) —মই গল্পবোৰ বৰকৈ উপভোগ কৰোঁ। |
neat(নিট) নিয়াৰী | neatly(নিটলি)নিয়াৰীকৈ | I like to write neatly. (আই লাইক টু ৰাইট নিটলি।) —মই নিয়াৰীকৈ লিখিবলৈ ভাল পাওঁ। |
brave(ব্রেভ)সাহস | bravelyব্রেভলিসাহসেৰে | The soldiers fight bravely. (দি চোনজাৰ্চ ফাইট ব্রেভলি।) —সৈন্যসকল সাহসেৰে যুঁজ কৰিলে। |
friend(ফ্রেন্ড) বন্ধু | Friendly(ফ্রেন্ডলি)বন্ধুসুলভ | The young girl is very friendly — (দি ইয়ং গার্ল ইজ ভেৰি ফ্রেন্ডলি) —সৰু ছোৱালীটোৱে অতিশয় বন্ধুত্বপূর্ণ। |
Ans.
5. Sunita is a student of class IV. She has been given some work for the Teachers’ Day function. She will have to stay for an extra hour in school. She wants to inform her mother. So she requests her teacher to send an SMS to her mother. Read what Sunita’s teacher writes : [ চুনিতা ইজ এ ষ্টুডেন্ত অৱ ক্লাছ ফ’ৰ। চি হেজ বিন গিভেন চাম ওৱাৰ্ক ফৰ দা টিচাৰ্চ দে ফাংচন। চি উইল হেড টু স্তে ফৰ এন এক্সট্রা আৱাৰ ইন ক্লাছ। চি ওৱান্টছ টু ইনফৰ্ম হাৰ মাদাৰ। চ’ চি ৰিকুৱেষ্ট হাৰ টিচাৰ্ টু চেণ্ড এন এচ.এম.এচ টু হাৰ মাদাৰ । ৰিদ হোৱাট চুনিতাজ টিচাৰ ৰাইট : ] — চুনীতা চতুর্থ শ্ৰেণীৰ ছাত্ৰী। তাইক শিক্ষক দিৱস অধিবেশনৰ বাবে কিছুমান কাম দিয়া হৈছে। তাই বিদ্যালয়ত অতিৰিক্তভাবে এক ঘণ্টা থাকিব লাগিব। তাই তাইৰ মাকক জনাব বিচাৰিছে। সেইকাৰণে তাই শিক্ষকক মাকলৈ এটা বাৰ্তা পঠাবলৈ অনুৰোধ কৰিছে। চুনীতাৰ শিক্ষকে কি লিখিছে পঢ়া :
Ans :
Dear Mrs. Dey.
(দিয়াৰ মিচেছ দে,)
— শ্ৰদ্ধাৰ শ্ৰীমতী দে
Sunita will reach home late today.
(চুনিতা উইল বিচ হোম লেট।)
— চুনিতা আজি পলমকৈ ঘৰলৈ যাব।
Pritam sir. (প্রীতম চাৰ) —প্রীতম চাৰ।
6. (a) Milan is Sunita’s classmate. Milan’s uncle and aunt live in Guwahati. He wants to visit them during the summer vacation. He has written a letter to his uncle to inform him about this. Here is the letter which Milan wrote to his uncle: [ মিলন ইজ চুনিতাজ ক্লাছমেট। মিলনছ আংকল এণ্ড আন্ট লিভ ইন গুৱাহাটী। হি ওৱান্টছ টু ভিজিত দেম দিউৰীঙ দা চামাৰ ভেকেশ্বন। হি হেজ ৰিটেন এ লেটাৰ টু হিজ আংকল টু ইনফর্ম হিম এবাউত দিচ। হেয়াৰ ইজ দা লেটাৰ হুইচ মিলন ৰোত টু হিজ আংকল :] — মিলন চুনীতাৰ লগত একেটা শ্রেণীতে পঢ়ে। মিলনৰ খুড়া-খুড়ী গুৱাহাটীত থাকে। সি তেওঁলোকক গৰমৰ বন্ধত লগ পাব বিচাৰে। এই বিষয়ে সি খুড়াকলৈ এখন চিঠি লিখিলে। মিলনে খুড়াকলৈ চিঠিত কি লিখিছে ইয়াত পঢ়:
Ans :
Dear Khura [ দিয়াৰ খুড়া, ]– মৰমৰ খুড়া,
I am fine. [ আই এম ফাইন।]–মোৰ ভালেই। How are you all ? [ হাও আৰ ইউ অল ? ] — আপোনালোকৰ সকলোৱে ভালনে ? Hope you are fine. [ হোপ ইউ আৰ ফাইন। ] — আশাকৰোঁ আপোনা লোকৰো ভাল। These days I am busy with my studies. [ দিজ দেজ আই এম বিজি উইথ মাই স্টাদিজ। ] — এইকেইদিন মই মোৰ পঢ়াৰ বাবে ব্যস্ত আছো। Our second unit test will be held from 15th of June to 28th June. [ আৱাৰ ছেকেণ্ড ইউনিট টেষ্ট উইল বি হেলদ্ ফ্রম ফিফটিস্থ অব্ জুন টু টুয়েন্টি-এইট জুন। ] — আমাৰ দ্বিতীয় গোট পৰীক্ষা ১৫ ই জুনৰ পৰা ২৮ জুনলৈ অনুষ্ঠিত হ’ব। After that, the summer vacation will start on the 1st of July. [ আফটাৰ দেত দা চামাৰ ভেকেশ্বন উইল ষ্টাৰ্ত অন দা ফাৰ্ষ্ট অৱ জুলাই।]—তাৰ পিছত জুলাইৰ প্ৰথম দিনৰ পৰা গৰমৰ বন্ধ আৰম্ভ হ’ব। Our school will reopen on the 1st of August. [ আৱাৰ স্কুল উইল ৰিঅপেন অন দা ফাৰ্ষ্ট অৱ আগষ্ট।] ―আমাৰ বিদ্যালয় আগষ্ট মাহৰ প্ৰথম দিনৰ পৰা পুনৰ খুলিব। My parents and I are planning to visit you this summer vacation. [ মাই পেৰেন্টছ এণ্ড আই আৰ প্লেনিঙ টু ভিজিত ইউ দিচ চামাৰ ভেকেশ্বন। ]—মই আৰু মোৰ মাক-দেউতাকে আপোনালোকক গৰমৰ বন্ধত লগ কৰিব যাম বুলি পৰিকল্পনা কৰিছোঁ। Will you and Khurt be there ? [ উইল ইউ এন্ড খুড়ী বি দিয়াৰ ? ]—আপুনি আৰু খুড়ি তাত থাকিবনে ? I want to see a lot of places in Guwahati. [ আই ওয়ান্ট টু চি এ লট অৱ প্লেচেছ ইন গুৱাহাটী। ] —মই গুৱাহাটীৰ ভিন ভিন (চাবলগীয়া) ঠাই চাব বিচাৰো। We want to see the Kalakshetra and Shilpagram if possible. [ উই ওয়ান্ট টু চি দা কলাক্ষেত্র এন্ড শিল্পগ্রাম ইফ পচিবল্। ] — যদি সম্ভৱ আমি গুৱাহাটীৰ কলাক্ষেত্ৰ আৰু শিল্পগ্রাম চাব বিচাৰো। It will be fun to be with you all. [ ইট উইল বি ফান টু বি উইথ ইউ অল। ]— আপোনালোকৰ সৈতে লগ পালে বৰ আনন্দিত হ’ম। Hope to see you soon. [ হোপ টু চি ইউ চুন।] ― আপোনালোকক সোনকালে দেখা পাম বুলি আশা কৰিলো।
Yours,
To (ইয়’ৰ্চ)—আপোনালোকৰ
Mr. Rajat Pathak Milan
House No-40 (মিলন) – মিলন
Pensionpara Roud
Chandmari, Guwahati-781003
■ Word Notes (শব্দ-অর্থ) : Dear (দিয়াৰ) – মৰমৰ ; fine ( ফাইন) – ভাল / ধুনীয়া ; hope ( হ’প) আশা ; these (দিজ)—এইবোৰ; busy (বিজি) – ব্যস্ত; studies (স্টাদীজ) – লিখাপঢ়া; second (চেকেণ্ড) – দ্বিতীয় ; held (হেলপ)— অনুষ্ঠিত হোৱা ; after – thar (আফটাৰ দেট) – তাৰপিছত; summer vacation (চামাৰ ডেকেশন)— গৰমৰ বন্ধ ; re-open (ৰিঅপেন) — পুনৰ খুলিব; planning (প্লেনিঙ)—প্রস্তুতি কৰি থকা ; visit (ভিজিট) – পৰিদৰ্শন কৰা ; want (ৱান্ট)–বিচৰা; fun (ফান) আমোদ/ধেমালি ; soon ( চুন) – সোনকালে।
6. (b) Milan’s uncle receives his letter four days later. He is very happy to get a letter from his nephew, Milan. Now, he is reading the letter. He is very happy to know that Milan and his parents are coming to visit them. Now he is writing a reply to Milan. [ মিলনচ্ আংকল ৰিচিভছ হিজ লেটাৰ ফোৰ দেজ লেটাৰ। হি ইজ ভেৰী হেপী’টু গেট এ লেটাৰ ফ্ৰম হিজ নিফিউ, মিলন। নাও হি ইজ ৰিদিঙ দা লেটাৰ। হি ইজ ডেৰী হেপী টু নো দেট মিলন এন্ড হিজ পেৰেন্টচ আৰু কামিঙ টু ভিজিত দেম। নাও হি ইজ ৰাইটিঙ এ ৰিপ্লায় টু মিলন। ]— মিলনৰ খুড়াকে চাৰিদিন পিছত চিঠিখন পাইছিল। তেওঁ তেওঁৰ ভতিজাক মিলনৰ চিঠিখন পাই নথৈ আনন্দিত হৈছে। এতিয়া তেওঁ চিঠিখন পঢ়ি আছে। তেওঁ বৰ আনন্দিত হৈছে যে মিলন তেওঁৰ মাক-দেউতাকৰ সৈতে তেওঁলোকক লগ কৰিবলৈ আহি আছে। এতিয়া তেওঁ মিলনলৈ উত্তৰ দি লিখি আছে।
Ans: Dear Milan [ দিয়াৰ মিলন, ] – মৰমৰ মিলন,
I am very happy to receive your letter. [ আই এম ভেৰী হেপী টু ৰিচিভ ইয়োৰ লেটাৰ। ] — তোমাৰ চিঠিখন পাই মই বৰ সুখী হলোঁ। We are fine. [ উই আৰ ফাইন। ] — আমি ভালে আছোঁ।
It is good to know that you are coming to visit us this summer vacation. [ ইট ইজ গুড টু নো দেট ইউ আৰ কামিঙ টু ভিজিত আচ্ দিচ চামাৰ ভেকেশ্বন।]—তোমালোক যে এই গৰমৰ বন্ধত আমাৰ ঘৰলৈ আহিবা জানিব পাই বৰ ভাল লাগিছে। Raju and Rosie are also very happy to know this. [ ৰাজু এন্ড ৰ’জী আৰ অলছ’ ভেৰী হেপী টু নো দিছ।] ―ৰাজু আৰু ৰ’জীও বৰ সুখী এইটো জানিবলৈ পাই। We are eagerly waiting for your visit. [ উই আৰ এগাৰলী ওৱেটিঙ ফৰ ইয়োৰ ভিজিত।] —আমি বৰ আগ্ৰহেৰে ৰৈ আছোঁ তোমালোকলৈ। We will all have a lot of fun. [ উই উইল অল হেভ এ লট অৱ ফান।]—আমি সকলোৱে বৰকৈ আনন্দ কৰিম। I will try to show you all the places that you mentioned in your letter. [ আই উইল ট্রায় টু চ’ইউ অল দা প্লেচেছ দেট ইউ মেনচনদ ইন ইয়োৰ লেটাৰ।]—তুমি চিঠিত উল্লেখ কৰামতে সকলো ঠাই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
Please give my regards to Dada and Bon. [ প্লিজ গিভ মাই ৰেগাৰ্ডছ টু দাদা এন্ড বৌ। ]—দাদা আৰু বৌলৈ মোৰ সন্মান দিবা। Waiting for you all to come. [ ওৱেটিং ফৰ ইউ অল কাম।] — তোমালোক সকলো অহালৈ বাট চাই থাকিম।
Love,
(লাভ)—মৰমেৰে
Khura
(খুড়া)—খুড়া
■ Word Notes (শব্দ-অর্থ) : happy (হেপী)— সুখী; receive (ৰিচিভ)— পোৱা ; letter (লেটাৰ)—চিঠি; happy (হেপি)—nephew (নিফিউ)—ভতিজা; reading (বিদিঙ)— পঢ়ি থকা ; later (লেটাৰ)—পিছত; parents (পেৰেণ্টছ)—মাক-দেউতাক; reply (ৰিপ্লাই)—প্রত্যুত্তৰ/উত্তৰ; eagerly (এগালী)—আগ্রহী; waiting (ওৱেটিঙ)—ৰৈ থকা ; try (ট্রাই)—চেষ্টা কৰা; show (চো)— দেখুওৱা; mention (মেনচন)—উল্লেখ কৰা; regards (ৰেগাৰ্ডছ)—সন্মান; good (গুড)—ভাল; please (প্লিজ)—অনুগ্ৰহ কৰি ।
7. Little Rosie is Milan’s cousin. She is trying to write a letter to Milan. Help Rosie to complete her letter :[ লিট্ল ৰ’জী ইজ মিলনচ্ কাজিন। চি ‘ইজ ট্রাইঙ টু ৰাইত এ লেটাৰ টু মিলন। হেল্প ৰ’জী টু কমপ্লিত হাৰ লেটাৰ :] – সৰু ছোৱালী এজনী ৰ’জী মিলনৰ ভনী। তাই মিলনলৈ এখন চিঠি লিখিবলৈ চেষ্টা কৰি আছে। তাইৰ চিঠিখন সম্পূৰ্ণ কৰিবলৈ তাইক সহায় কৰা :
Ans:
Dear Milan
Hope you are fine. We all are good . I am very happy to know you are coming to visit Guwahati, in summer vacation. Please send more letters to me.
With love, Your sister,
Rosie
■ উচ্চাৰণ :
দিয়াৰ মিলন,
হোপ ইউ আৰ ফাইন। উই অল আৰ গুড। আই এম ভেৰী হেপী টু ন’ ইউ আৰ কামিঙ টু ভিজিত গুৱাহাটী ইন চামাৰ ভেকেশ্বন। প্লিজ চেণ্ড মোৰ লেটাৰ্চ টু মি।
উইথ লাভ ইয়’ৰ চিষ্টাৰ
ৰ’জি
■ ভাঙনি :
মৰমৰ মিলন দাদা,
মই আশা কৰোঁ যে তোমালোক ভাল। আমাৰ সকলে ভাল। এইটো জানি মই সুখী যে তোমালোক আমাৰ ঘৰলৈ আহি আছা। অনুগ্ৰহ কৰি মোলৈ আৰু চিঠি পঠাবা।
মৰমেৰে— তোমাৰ ভনী
ৰ’জী
8. Have you written a letter to anyone ? Practise writing your postal address in the following box :[ হেভ ইউ ৰিটেন এ লেটাৰ টু এনি ওৱান ? প্রেক্টিছ ৰাইটিঙ ইয়োৰ প’ষ্টেল এদ্রেছ :] — তুমি কাৰোবালৈ চিঠি লিখিছানে ? তলৰ বাকচত তোমাৰ ডাক-ঠিকনা লিখিবলৈ যত্ন কৰা :
Ans:
To (টু) – লৈ
Name (নেম)—নাম : Jyotish Kalita (জ্যোতিষ কলিতা)
C/O. (চি/ও)—প্রযত্নে : Prakash Kalita (প্রকাশ কলিতা)
House No. (হাউচ নং) — ঘৰৰ নম্বৰ : 10
Village (ভিলেজ)—গাওঁ : Majgaon (মাজগাঁও)
Town (টাউন)—নগৰ চহৰ : Tihu (টিহু)
District (দিষ্টি)—জিলা : Nalbari (নলবাৰী)
Pin code (পিন কোড)—ডাক সূচাংক : 781371 (৭৮১৩৭১)
• Where have you seen this ? [ হোৱেৰ হেভ ইউ চিন দিছ ? ]—তুমি এইটো ক’ত দেখিছা ?
Ans: I have seen this on an envelope. [ আই হেভ চিন দিছ অন এনভেলপ।] — মই এইটো এটা লেফাফাৰ ওপৰত দেখিছো।
● What is it called ? [ হোৱাট ইজ ইট কল্ড ? ]—– এইটোক কি কোৱা হয়।
Ans. It is called a postal stamp. [ ইট ইজ কল্ড প’ষ্টেল ষ্টেম্প। ] এইটোক ডাক টিকট কোৱা হয়।
9. Here are a few pictures of Milan’s visit to Guwahati. হিয়াৰ আৰ এ ফিউ পিকচাৰ্চ অৱ মিলনচ্ ভিজিত টু গুৱাহাটী।] — মিলনে গুৱাহাটীলৈ যোৱা কিছুমান ফটো ইয়াত আছে।
Now, choose the sentences from the box which correctly describe each picture. Write a sentence below each picture. [ নাউ চুজ দা চেন্টেনচেচ ফ্রম দা বকচ্ হুইচ কাৰেক্টলী দিচক্ৰাইব ইচ পিকচাৰ। ৰাইট এ চেন্টেন্চ বিল’ইচ পিকচাৰ। ] — এতিয়া তলৰ বাকচত থকা বাক্যবোৰ প্ৰতিটো ছবিৰ বিষয়ে শুদ্ধভাৱে বৰ্ণনা কৰিছে। বাচনি কৰা আৰু প্ৰতিটো ছবিৰ তলত এটাকৈ বাক্য লিখা।
Ans. 1. Milan was excited to see the chimpanzee at the zoo. [ মিলন ওৱাজ এক্সাইটেস টু চি দা চিম্পাঞ্জী এট দা জু।] —মিলনে চিৰিয়াখানাত চিম্পাঞ্জীটো দেখি বৰ চঞ্চল হৈ পৰিছিল।
2. Milan cheered the football players in the stadium. [ মিলন চেয়ার্দ দা ফুটবল প্লেয়াৰ্চ ইন দা ষ্টেদিয়াম। ] – মিলনে ষ্টেদিয়ামত ফুটবল খেলুৱৈ সকলক জয়ধ্বনি দিছিল।
3. Milan went to the market with his uncle. [ মিলন ওৱেন্ট টু দা মার্কেট উইথ হিজ আংকল। ]—মিলনে খুড়াকৰ সৈতে বজাৰলৈ গৈছিল।
4. Milan enjoyed looking at the stars in the planetarium. [ মিলন এঞ্জয়েদ লুকিং এট দা ষ্টাৰচ্ ইন দা প্লেনেটৰীয়াম।]—প্লেনেটৰীয়ামত তৰাবোৰলৈ চাই মিলনে আনন্দিত হৈছিল।
10. Let’s talk. Tell your friend sitting next to you about a place you have visited. He or she will then tell you about a place he or she has visited. [ লেট্ছ টক। টেল ইয়ৰ ফ্ৰেইণ্ড চিটিঙ নেক্সট্ টু ইউ এবাউত এ প্লেচ ইউ হেড ভিজিতেদ। হি আৰ চি উইল দেন টেল ইউ এবাউত এ প্লেচ হি অৰ চি হেজ ভিজিতেদ। ] —কথা পাতো আহা। তোমাৰ কাষত বহা তোমাৰ বন্ধু-বান্ধৰীক তুমি যোৱা ঠাই এখনৰ বিষয়ে কোৱা। তোমাৰ বন্ধু-বান্ধৱীয়েও তোমাক সি/তাইৰ ভ্ৰমণ কৰা ঠাই এখনৰ বিষয়ে ক’ব।
Ans: Hello Neha, you know, recently I went to Sivasagar with my parents. There, I saw many things like Shiva Dol, Bishnu Dol, Devi Dol, Barpukhuri etc. It was very exciting and I enjoyed a lot. Now, you tell me about your trip. [ হেল্ল’ নেহা, ইউ নো, ৰিচেন্টলি আই ওৱেন্ট টু শিৱসাগৰ উইথ মাই পেৰেন্টছ। দিয়াৰ, আই চ’ মেনি থিংচ লাইক শিৱদৌল, বিষ্ণু দৌল, দেবী দৌল, বৰপুখুৰি এটচেট্ৰা। ইট ওৱাজ ভেৰিএক্চাইটিং এন্ড আই এঞ্জৱেড এ লট। নাও ইউ টেল মি এবাউট ইয়’ৰ ট্রিপ। ] —হেল্ল’ নেহা, মই মোৰ মাক দেউতাকৰ লগত অলপতে শিৱসাগৰ গৈছিলোঁ। এই বিষয়ে তুমি জনানে ? তাত আমি শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল আৰু বৰপুখুৰী আদি চাইছোঁ। এই ভ্ৰমণটো মোৰ কাৰণে বৰ আমোদপূর্ণ হৈছে। এতিয়া তুমি ভ্ৰমণ কৰা ঠাই এখনৰ বিষয়ে মোক কোৱা।
Hello Milan, I went to Agra to see the Tajmahal with my parents recently. I have no word to explain about the beauty of Tajmahal. [ হেল্ল’ মিলন, আই ওৱেন্ট টু আগ্রা টু চি দা তাজমহল উইথ মাই পেৰেন্টছ ৰিছেন্টলি। আই হেভ নো ওৱাৰ্ড টু এক্চপ্লেইন এবাউত দা বিউতি অফ তাজমহল।]– হেল্ল’ মিলন, অলপতে মই মাক-দেউতাকৰ লগত আগ্ৰাত তাজমহল চাবলৈ গৈছিলোঁ। তাজমহল ইমান ধুনীয়া যে, তাৰ বৰ্ণনা দিব পৰা ভাষা মই নাজানোঁ।
11. In Guwahati, Milan went to Beltola Bazar one morning with his uncle. [ ইন গুৱাহাটী মিলন ওৱেন্ট টু বেলতলা বজাৰ ওৱান মৰণিঙ উইথ হিজ আংকল। ]— গুৱাহাটীত এদিন মিলনে ৰাতিপুৱা বেলতলা বজাৰলৈ খুড়াকৰ সৈতে গৈছিল।
(1) Let’s take some apples. [ লেটছ টেক চাম এপলছ।]– কেইটামান আপেল লোৱা।
(2) How much are they ? [ হাও মাচ আৰ দে ? ] – এইবোৰৰ দাম কিমান ?
(3) They are Rs. 120 per kg. [দে আৰ ৰুপিজ ১২০ পাৰ কেজি। ] – এইবোৰ প্ৰতি কেজিত ১২০ টকা।
● Milan and his uncle are at a grocery store. [ মিলন এন্ড হিজ আংকল আৰ এট এ গ্ৰ’চেৰী ষ্ট’ৰ।] — মিলন আৰু তেওঁৰ খুড়াকে গেলামালৰ দোকানত গৈছিল।
(1) Please give me one kg of kidney beans. What is the price ? [ প্লিজ গিভ মি ওৱান কেজি অব কিদনী বিনচ্।] —মোক এক কেজি কিডনী বিন (ৰাজমাহ) দিয়ক। দাম কিমান ?
(2) How much is this packet of chocolates ? [ হাউ মাচ ইজ দিচ পেকেট অফ চক’লেটচ ? ]—এই চকলেটৰ পেকেটৰ দাম কিমান ?
(3) Kidney beans are Rs. 20 a kg. The price of the packet of chocolates Rs. 20 . [ কিডনী বিনছ আৰ কপিজ টুয়েন্টি এ কেজি। দি প্ৰাইচ অৱ দা পেকেট অৱ চক’লেটছ ইজ ৰুপিজ টুয়েন্টি।] —কিডনী বিন (ৰাজমাহৰ) প্রতি কেজি ২০ টকা। আৰু চকলেটৰ প্ৰতি পেকেট ২০ টকা।
■ Milan and his father are at a roadside stall of a vegetable vendor on Sunday. Complete their conversation. [ মিলন এণ্ড হিজ ফাদাৰ আৰ এট এ ৰ’দচাইদ ষ্টল অৱ ভেজিটেবল ভেণ্ডৰ অন চানদে। কমপ্লিত দিয়াৰ কনভাৰচেচন। ] – মিলন আৰু তাৰ দেউতাকে ৰাষ্টাৰ কাষত থকা শাক-পাচলিৰ এখন দোকানত দেওবাৰে গৈছিল। সিহঁতৰ কথোপকথনটো সম্পূৰ্ণ কৰা।
Ans: Please give me one kg of ridge gourds. [ প্লিজ গিভ মি ওয়ান কেজি অৱ ৰিজ গাৰ্ডচ।] –অনুগ্ৰহ কৰি মোক এক কেজি জিকা দিয়ক।
How much are they ? [ হাও মাচ আৰ দে ? ] — এইবোৰ দাম কিমান ?
Ridge gourds are Rs. 40 per kg. [ ৰিজ গার্দ আৰ ৰুপিজ ফৰ্টি পাৰ কেজি।]—জিকা প্রতি কেজিত ৪০ টকা।
I like ridge gourds. [ আই লাইক ৰিজ গাৰ্ডচ। ] — মই জিকা খাবলৈ ভাল পাওঁ।
12. Let us practise saying these words aloud : [ লেট আচ প্রেকটিছ চেইং দিজ ওৱাৰ্ডছ এলাউদ: ]— আমি এইবোৰ শব্দ ডাঙৰকৈ কোৱা আৰু অনুশীলন কৰো আহা :
Ans:
(a) letter (লেটাৰ) litter (লিটাৰ)
—চিঠি ; —সিঁচৰিত হৈ থকা
patter ( পেটাৰ) Pitter (পিটাৰ)
—বেলবেলনি; —সৰু মাতত কথা কোৱা
fatter (ফেটাৰ) fitter (ফিটাৰ)
—মেদযুক্ত —কর্মক্ষম।
bitter (বিটাৰ) better (বেটাৰ) butter (বাটাৰ)
—তিতা —অপেক্ষাই ভাল —মাখন
12. (b) Let’s have some fun ! Here is a ‘tongue twister’. Let us see who can read the tongue twister correctly and quickly. [ লেটছ হেড চাম ফান ! হিয়াৰ ইজ এ টাংগ টুইচটাৰ। লেট আছ চি হু কেন ৰিদ দা টাংগ টুইচটাৰ কাৰেক্টলী এণ্ড কুইকলী। ] — অলপ ধেমালী কৰো আহা। ইয়াত কিছুমান জিহ্বা পকোৱা শব্দ আছে। কোনে শুদ্ধভাৱে আৰু খৰকৈ জিহ্বা পকোৱা শব্দবোৰ পঢ়িব পাৰে, চাওঁ আহা।
Ans: Betty bought a bit of butter. [ বেটি বট এ বিট অফ বাটাৰ। ] —বেটিয়ে এটুকুৰা মাখন কিনি আনিছে। But the butter Betty bought was bitter. [ বাত দা বাটাৰ ওৱাজ বিটাৰ। ] —কিন্তু বেটিয়ে কিনি অনা মাখনৰ টুকুৰা তিতা আছিল। So Betty bought a better butter to make the bitter butter better. [ চো বেটী বট এ বেটাৰ বাটাৰ টু মেক দা বিটাৰ বাটাৰ বেটাৰ। ] — সেই কাৰণে বেটীয়ে তিতা মাখন টুকুৰা ভাল কৰিবলৈ ভাল মাখন এটুকুৰা কিনি আনিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.