Class 4 English Chapter 3 Who has seen the Wind Solution, SEBA Chapter 3 Who has seen the Wind Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 3 Who has seen the Wind Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.
WHO HAS SEEN THE WIND ? (হু হেজ চিন্ দা উইন্ড)
Chapter – 3
ইংৰাজী
ENGLISH
বতাহ কোনে দেখিছা ?
Read the conversation below (ৰিদ দা কনভাৰশ্বেচন বিল’)—তলৰ কথোপকথনখিনি পঢ়াঃ
Word notes (শব্দার্থ) : remember (ৰিমেম্বাৰ)—মনত থকা। story (ষ্ট’ৰী) —গল্প, সাধু । sun (চান)—সূৰ্য্য। wind (উইন্ড)—বতাহ/বায়ু। seen (চিন)—দেখিছা। of course (অৱকোৰ্চ)—অৱশ্যে। recite ( ৰিচাইত)— আবৃত্তি কৰা। poem (প’ৱেম)—কবিতা। title (টাইটেল)— শিৰোনামা।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি: Do you remember the story “The Sun and the Wind ?
(দু ইউ ৰিমেম্বাৰ দা ষ্ট’ৰী ‘দা চান এন্ড দা উইন্দ ?) তোমাৰ ‘সূৰ্য আৰু বতাহ’ গল্পটো মনত আছেনে ?
Yes, I do (ইয়েচ, আই দু) — হয়, মোৰ মনত আছে।
I like the story. (আই লাইক দা ষ্ট’ৰী।)—মই গল্পটো ভাল পাও
Have you seen the sun ? (হেভ ইউ চিন দা চান ?)—তুমি সূৰ্যটো দেখিছা ?
Of course. (অফ কোর্চ ) – অৱশ্যেই (দেখিছো)।
But have you seen the wind ? (বাট হেভ ইউ চিন দা উইন্দ ?)—কিন্তু তুমি কি বতাহ দেখিছা ?
Let’s recite a poem by Christina Rossetti. (লেটচ ৰিচাইত এ পাৱেম বাই ক্রিষ্টিনা ৰ’চেতি।) —ক্রিষ্টিনা ৰ’চেতিয়ে লিখা কবিতাটো আবৃত্তি কৰো আহা।
The title of the poem is, “Who has seen the wind ?” (দা টাইটেল অৱ দা প’মে ইজ। ‘হেজ চিন দা উইন্দ ?’) কবিতাটোৰ শিৰোনামা হ’ল ‘বতাহ কোনে দেখিছা ?
Let’s recite (লেটছ ৰিচাইত)— আবৃত্তি কৰো আহা।
Word notes (শব্দার্থ): who (হু)—কোন। neither-nor (নাইদাৰ-নৰ)—দুয়োৰে কোনেও নহয়। leaves (লিভচ)— গছৰ পাতবোৰ। hang (হেং)—ওলোমা। trembling (ট্রিমব্লনঙ)— কঁপা | passing by ( পাচিঙ বাই) — প্রৱাহিত হোৱা । trees (ট্রিজ)—গছ বোৰ। bow down (বো দাউন)—তললৈ যোৱা, মূৰ দোলোৱা। their ( দেয়াৰ)—সিহঁতৰ। heads (হেদছ)—মূৰ, মস্তক।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Who has seen the wind ? (হু হেজ চিন দা উইন্দ ?)—বতাহ কোনে দেখিছা ?
Para-1 (অনুচ্ছেদ-১) :
Who has seen the wind ? (হু হেজ চিন্ দা উইন্দ ?)—বতাহ কোনে দেখিছা ?
Neither I nor you. (নাইদাৰ আই নৰ ইউ)—ময়ো দেখা নাই, তুমিও দেখা নাই।
But when the leaves hang trembling, (বাট হোৱেন দা লিভচ হেঙ ট্রেমব্লিং)—কিন্তু, যেতিয়া গছৰ পাতবোৰ কঁপা/লৰা দেখোঁ।
The wind is passing through . (দা উইন্দ ইজ পাচিঙ থ্ৰু।) — তেতিয়া বতাহ প্রবাহিত হয়।
Para – 2 (অনুচ্ছেদ – ২) :
Who has seen the wind ? (হু হেজ চিন দা উইন্দ ?)—বতাহ কোনে দেখিছা।
Neither you nor I : (নাইদাৰ ইউ নৰ আই) —ময়ো দেখা নাই, তুমিও দেখা নাই।
But when the trees bow down their heads, (বাট হোৱেন দা ট্রিজ বো দাউন দেৱাৰ হেডচ্)—যেতিয়া গছৰ মূৰবোৰত হেন্দোলনি লাগে।
The wind is passing by . (দা উইন্দ ইজ পাচিঙ বাই) — তেতিয়া বতাহ প্রবাহিত হয়।
Christina Rossetti (ক্রিষ্টিনা ৰ’চেতি)
Activities (একটিভিটিজ)—কার্যকলাপ |
1. Listen and say these words after your teacher. (লিচেন এণ্ড চে দিজ ওৱাদৰ্ড আফটাৰ ইয়’ৰ টিচাৰ)—এই শব্দবোৰ তোমাৰ শিক্ষকৰ লগত শুনা অৰু পঢ়া।
Ans :
(a) cow (কাও)—গাই গৰু। how (হাও)— কত। ধনু।
now (নাও)—এতিয়া। bow (ব’) —ধনু।
(b) show ( চো)—দেখুওৱা। grow (গ্ৰ’) —বৃদ্ধি পোৱা
row (ৰ’) শাৰী। blow (ব্ল’) —আঘাত কৰা।
know (ন’) —জনা। bow (ব)—ধনু।
2. Look at the words given in the word web. (লুক এট দা ওৱার্দছ গিভেন ইন দা ওৱাৰ্দৱেব) —শব্দজালত দেখুওৱা শব্দবোৰ চোৱা।

Now, complete the following word web by writing the names of the insects you see in the pictures. One is done for you : (নাও কমপ্লিত দা ফল্ল’য়িঙ ওৱার্ড-ওৱেব বাই ৰাইটিঙ দা নেমচ অফ দা ইনচেক্ট ইউ চি ইন দা পিকচাৰ্চ। ওৱান ইজ দান ফৰ ইউ)–তলৰ শব্দজালটো তুমি দেখা পোক পৰুৱাৰ নামেৰে পূৰণ কৰা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।

3. Read the sentences in box A. We can join each of them with a matching part in box B by using the word ‘but’. One is done for you (ৰিদ দা চেন্টেন্চেচ ইন বক্স A। উই কেন জইন ইচ অফ দেম উইথ এ মেচিঙ পাৰ্ত ইন বক্স B বাই ইউজিঙ দা ওয়ার্ড ‘বাট’। ওয়ান ই দান ফৰ ইউ)—A বাকচত থকা শব্দবোৰ পঢ়া। আমি A বাকচত থকা শব্দবোৰ B বাকচত থকা শব্দবোৰৰ লগত ‘কিন্তু’ ব্যবহাৰ কৰি লগ কৰিব পাৰোঁ। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans :

Ans: The grasshopper has wings but the ant does not. (দা গ্ৰাছহোপাৰ হেজ
উইঙচ বাট দা এন্ট দাজ নত ) —ফৰিং-অৰ পাখি আছে কিন্তু পৰুৱাৰ নাই।
Now, make three more sentences from the boxes using the word ‘but’. (নাও, মেক থ্রি মোৰ চেন্টেনচেচ ফ্রম দা বক্সেচ ইউজিঙ দা ওৱাৰ্দ ‘বাট’)—এতিয়া ‘But’ শব্দটোৰে বাকচত থকা আৰু তিনিটা বাক্য গঠন কৰা।
Ans: We cannot see the wind but we can feel it (উই কান নট চী দা উইন্দ বাট উই কেন ফীল ইট) — আমি বতাহৰ দেখা না পাও কিন্তু অনুভৱ কৰো।
The ant is tiny but the grasshopper is small. (দা এন্ট ইজ টিনী বাট দা গ্ৰাছহোপাৰ ইজ স্মল)
—পৰুৱাটো অকণমান কিন্তু ফৰিংটো সৰু।
It was a sunny day but the wind was cold. (ইট ওৱাজ এ চানী দে বাট দা উইন্দ ইজ কোল্ড)
—আজি ৰ’দৰ বতৰ কিন্তু বতাহ জাক ঠান্ডা।
4. Read these words. They describe the wind and the storm. (ৰিদ দিজ ওৱাৰ্দছ। দে দেচক্রাইব দা উইন্দ এন্ড দা ষ্টর্ম) — শব্দবোৰ পঢ়া। শব্দবোৰে বতাহ আৰু ধুমুহাৰ বিষয়ে বর্ণনা কৰে।
Ans :


Now, write two sentences to describe the pictures given above . You can begin like this. (নাও, ৰাইট টু চেন্টেনচেচ টু দেচক্রাইৱ দা পিকচাৰ্চ গিভেন এব’ভ। ইউ কেন বিগিন লাইক দিচ)—এতিয়া ওপৰৰ ছবিখন বৰ্ণনা কৰিবলৈ দুটাকৈ বাক্য লিখা। তুমি এনেদৰে আৰম্ভ কৰিব পাৰা।
Ans :
Picture (চিত্র-১) : A cold wind is blowing . (এ কোল্ড উইন্দ ইজ ব্ল’ইঙ।)—ঠাণ্ডা বতাহ বলিছে।
It is soft and mild. (ইট ইজ চফ্ট এন্ড মাইল্ড।)—এইটো কোমল আৰু মৃদু ।
It is also gentle. (ইট ইজ অলচ’ জেন্টেল)—এইটো শান্তও।
Picture (ছবি-২) : A heavy storm broke out. (এ হেভী ষ্টর্ম ব্রোক আউত।) — এজাক ডাঙৰ ধুমুহা আহিছে।
It was sudden. (ইট ওৱাজ চাদেন।) —এইজাক হঠাতে আহিছে।
It was violent and strong . (ইট ওৱাজ ভায়োলেন্ট এন্ড ষ্টুং)—এইজাক প্রৱল আৰু শক্তিশালী আছিল।
5. Read the poem “Who has seen the wind ?” and underline the following (ৰিদ দা প’ৱেম ‘হু হেজ চিন দা উইন্দ ? এন্ড আন্ডালাইন দ্য ফল্লয়িঙ)—বতাহ কোনে দেখিছা ?’ কবিতাটো পঢ়া আৰু তলত লিখাবোৰত আঁচ টনা।
. full stop ( ফুল ষ্টপ)–পূর্ণচ্ছে।
? question mark (কোৱেচছন মার্ক)–প্রশ্নবোধক চিন।
, comma (ক’মা)–সাময়িক বিৰতি/লঘু যতি চিন।
: colon (ক’লন)–ক’লন, যতি চিহ্ন।
Ans : Read the poem and underline yourself. (ৰিদ দা প’ৱেম : এন্ড আন্দাৰলাইন ইয়োৰচেল্ফ)—কবিতাটো পঢ়া আৰু তলত নিজে আঁচ টনা।
Let us remember (লেট আছ ৰিমেম্বাৰ) মনত ৰাখো আহা :
Ans: Colon (:) is generally used (কোলন : ইজ জেনেৰেলী ইউজড) –কলন (:) সাধাৰণতে ব্যৱহাৰ হয়।
to introduce a list .(টু ইণ্ট্ৰ’ডিউচ এ লিষ্ট)–এখন তালিকাৰ পৰিচয় কৰি দিয়াতে।
to introduce a summary. (টু ইণ্ট্ৰ’ডিউচ এ চামাৰী)—সাৰাংশ প্রকাশ কৰোঁতে।
before direct speech, etc. (বিফ’ৰ দাইৰেক্ট স্পিচ এটচেট্ৰা)—প্ৰত্যক্ষ উক্তিৰ আগতে ইত্যাদি।
6. Match the following (মেচ দা ফল্লয়িঙ)—তলৰবোৰ মিলোৱা।
Ans : Neither you nor I have seen the wind. (নেইদাৰ ইউ নৰ আই হেভ চিন দা উইন্দ) —তুমি নাইবা মই কোনেও বতাহক দেখা নাই।
Neither Hop nor Annie played in winter. (নেইদাৰ হোপ’ নৰ এনী প্লেদ ইন উইন্টাৰ)—ঠাণ্ডাৰ দিনত হোপে নাইবা এনীয়ে নেখেলে।
Neither he nor his mother knew how to read. (নেইদাৰ হি নৰ হিজ মাদাৰ নিউ হাও টু ৰিদ)—সি নাইবা তাৰ মাকে পঢ়িব নাজানে।
7. Read (ৰিদ) – পঢ়া।

The spring season comes to Assam in April . (দা স্প্রিং চিজন কামছ টু অসম ইন এপ্রিল)— অসমত বসন্ত ঋতু এপ্রিল মাহত আহে। ‘Bordoisila’ is the wind that passes through Assam in spring. (‘বৰদৈচিলা’ ইজ দা উইন্ড দেট পাচেচ থ্র অসম ইন স্প্রিং।)—’বৰদৈচিলা ধুমুহা বসন্ত ঋতুত অসমেৰে প্রবাহিত হয়। It marks the coming of the monsoon. (ইট মার্কচ দা কামিঙ অফ দা মনচুন।)—এইটো বৰ্ষা ঋতুৰ আগমনৰ ঘোষণা দিয়ে। It comes with heavy rainfall and strong winds. (ইট কামচ উইথ হেভী ৰেইনফল এন্ড ষ্ট্ৰ্ৰং উইণ্ড।)—(বৰদৈচিলা) ব’ৰ প্ৰৱল বহাত আৰু বৰষুণেৰে আহে।
8. Look at the picture above. It is the spring season in Assam. Let’s talk (লুক্ এট দা পিকচাৰ এব’ভ। ইট ইজ দা স্প্রিং চিজন ইন অসম। লেটছ টক)—ওপৰৰ ছবিটো চোৱা। এইটো অসমৰ বসন্ত ঋতুৰ ছবি। কথা পাতো আহা।
(a) Name the festival that you celebrate during this season. (নেম দা ফেষ্টিভেল দেট ইউ চেলিব্রেট দিউৰিঙ দিজ চিজন)—এই ঋতুত পালন কৰা উৎসৱটোৰ নাম লিখা।
Ans: We celebrate Bihu festival during this season. (উই চেলিব্রেট বিহু ফেষ্টিভেল ইন দিজ চিজুন) —এই ঋতুত আমি বিহু উৎসব পালন কৰো।
(b) Name the flowers that bloom during this season. (নেম দা ফ্লাৱাৰজ দেট ব্লোম দিউৰিঙ দিজ চিজন)—এই ঋতুত ফুলা ফুলবোৰৰ নাম লিখা।
Ans.: Kopou, Sunflower etc. (কপৌ, চান ফ্লাৱাৰ এটচেট্ৰা)–কাপৌ, বেলিফুল ইত্যাদি।
(c) Name the bird / birds that visit us during this season. (নেম দা বাৰ্দ/বাৰ্দছ দেট ভিজিট আছ দিউৰিঙ দিজ চিজন)—এই ঋতুত অহা চৰাই/চৰাইবোৰৰ নাম লিখা।
Ans.: Cuckoo (কাককু”)—কুলি।
(d) What do you like to do during this season ? (হোৱাত দু ইউ লাইক টু দু দিউৰিঙ দিচ চিজন ?)—এই ঋতুত তুমি কি কৰি ভাল পোৱা ?
Ans: I like to enjoy the Bihu festival of this seasion. (আই লাইক টু এনজয় দা বিহু ফেষ্টিভেল অফ দিচ চিজন)—–এই ঋতুত মই বিহু উৎসৱ উপভোগ কৰি ভাল পাওঁ।
9. Read this newspaper clipping. It describes what happened after a storm (ৰিদ দিজ নিউজপেপাৰ ক্লিপিঙ। ইট দেচক্রাইৱছ হোৱাত হেপেন্দ আফটাৰ এ ষ্টৰ্ম)—বাতৰি কাকতৰ এই অংশটো পঢ়া। ধুমুহাৰ পিছত কি ঘটিছিল তাৰ বৰ্ণনা দিছে।
Word notes (শব্দার্থ) : newspaper ( নিউজপেপাৰ)—বাতৰি কাকত। clipping (ক্লিপিঙ)—বাতৰি কাকতৰ উদ্ধৃত অংশ। killed (কিল্দ)—মৃত্যু হৈছিল। injured (ইনজিঅ’ৰ্দ)—আহত হৈছিল। severe (চিভিয়ৰ)—প্রবল/ভয়াবহ। storm (ষ্টর্ম)—ধুমুহা । several parts (চেভাৰেল পাৰ্টচ)—বিভিন্ন অংশ। state (ষ্টেত)—ৰাজ্য। at least (এট লিষ্ট)–কমপক্ষে। person (পাৰচন)—মানুহ। damaged দেমেজ)—ক্ষতিগ্রষ্ট হোৱা । followed by (ফল’দ বাই)— অনুসৰণ কৰিছিল। heavy rain (হেভী ৰেইন)—ডাঙৰ বৰষুণ। district (দিষ্ট্ৰ্ৰিক)—জিলা। administration (এডমিনিষ্ট্ৰ্ৰেচন)–প্রশাসন। called on (অন)—সাক্ষাৎ কৰিছিল। army (আর্মী)—সৈন্যবাহিনী।
Ans : Two killed and eleven injured after severe storm lashes in several parts of the state .(টু কিল্দ এন্ড ইলেভেন ইনজিঅ’ৰ্দ আফটাৰ চিভিয়াৰ ষ্টর্ম লেছেচ ইন চেভাৰেল পাৰ্টছ অফ দা ষ্টেত।)
—ৰাজ্যৰ বিভিন্ন অংশত হোৱা ভয়ংকৰ ধুমুহাৰ পিছত দুজন মানুহ নিহত হোৱাৰ লগত এঘাৰ জন আহত হৈছে।
Golaghat, March 14 : (গোলাঘাট, মার্চ 14)-গোলাঘাট, মার্চ ১৪ :
At least two persons were killed and eleven others were injured in yesterday’s storm. (এটলিষ্ট টু পাৰচনছ ওৱেৰ কিন্তু এন্ড ইলেভেন আদার্চ ওৱেৰ ইনজিআদইিন ইয়েষ্টাৰদেজ ষ্টর্ম ।)—যোৱাকালিৰ ধুমুহাত অন্ততঃ দুজন নিহত হৈছে আৰু এঘাৰজন আহত হৈছে।
Several houses were damaged when a storm followed by heavy rains hit Golaghat district last night. (চেভাৰেল হাউছেচ ওৱেৰ দেমেজদ হোৱেন এ ষ্টর্ম ফলোদ বাই হেভী ৰেইনছ হিট গোলাঘাট দিষ্ট্ৰ্ৰিক লাষ্ট নাইট।)—যোৱা ৰাতি গোলাঘাট জিলাত হোৱা প্ৰৱল ধুমুহা আৰু বৰষুণৰ ফলত বহুতো ঘৰ-বাৰীৰ অনিষ্ট হৈছে।
The district administration visited the area this morning. ( দা দিষ্ট্ৰ্ৰিক এদমিনিষ্টেচন ভিজিতেদ দা এৰিয়া দিচ মর্নিঙ)—আজি ৰাতিপুৱা জিলা প্রশাসনে অঞ্চলটো পৰিদৰ্শন কৰিছে।
The Deputy Commissioner has called on the army to help the people. (দা দেপুটি কমিচনাৰ হেজ কল্দ অন দা আর্মী টু হেল্প দা পিপল।)— দেপুটি কমিচনাৰে দুৰ্ঘটনাগ্রস্ত মানুহখিনিৰ সহায়ৰ বাবে সেনাবাহিনীক জনাইছে।
10. Collert similar news items from newspapers and paste them in your exercise book under the heading “Natural Disaster”. (কালেক্ট চিমিলাৰ নিউজ আইটেমছ ফ্রম নিউজ পেপার্ট এন্ড পেষ্ট দেম ইন ইয়’ৰ একচাৰচাইজ বুক আন্দাৰ দা হেদিঙ ‘নেচাৰেল ডিজাষ্টাৰ’) বাতৰি কাকতৰ পৰা একেধৰণৰ বাতৰি সংগ্ৰহ কৰা আৰু তোমাৰ টোকাবহীত ‘প্রাকৃতিক বিপৰ্যয়ৰ ‘শিৰোনামা দি লগোৱা।
Ans: Do yourself (দু ইয়’ৰচেল্ফ) নিজে কৰা।
11. Listen and say (লিচেন এন্ড চে)—শুনা আৰু কোৱা।
Ans:
Kitten in the kitchen. (কিটেন ইন দা কিচেন)—ৰান্ধনী ঘৰত মেকুৰী পোৱালী।
She sells sea-shells on the sea shore. (চি চেলছ চি-চেলছ অন দা সি-শ্বোৰ)—সাগৰৰ পাৰত তাই শামুক বিক্রি কৰে।
Big black bug (বিগ ব্লেক বাগ) —ডাঙৰ কলা উৰহ।
Incey wincey spider. (ইনচি উইনচি স্পাইদাৰ) —সৰু ছটফটিয়া মকৰা।
12. Riddle ( ৰিদল)—সাঁথৰ :
I am in the pistol, not in the gun (আই এম ইন দা পিষ্টল, নট ইন দা গান)—মই পিষ্টলত আছো, বন্দুকত নাই।
Double in the moon, but not in the sun (দাবল ইন দ্যা মুন, বাট নট ইন দা চান) চন্দ্ৰত দুটা, সূৰ্যত নাই।
What am I ? (হোৱাট এম আই ?)—মই কোন ?
Ans: The letter ‘O’ (দা লেটাৰ ‘ও’) —O আখৰটো।
13. Puzzle (পাজল)—সাঁথৰ।
Rearrange the letters in the conversation. Find out what they are saying (ৰিএৰেঞ্জ দা লেটাৰ্ছ ইন দা কনভাৰশ্বেচন। ফাইন্ড আউত হোৱাত দে আৰ চেইঙ)—কথোপকথনৰ আখৰবোৰ পুনৰ সজোৱা। সেইবোৰে কি কব বিচাৰিছে বিচাৰি উলিওৱা।
Ans: How are you? (হাও আৰ ইউ ?)— তুমি কেনে আছা ?
I am fine. Thank you. (আই এম ফাইন। থেংক ইউ)—মই ঠিকেই আছো/মোৰ ভাল। ধন্যবাদ।
14. Write questions to complete the conversation. Practise the conversation with your partner (ৰাইট কোয়েশ্চেনচ টু কমপ্লিত দা কনভাৰশ্বেচন, প্রেকটিছ দা কনভাৰশ্বেচন উইথ ইওৰ পাৰ্টনাৰ)—কথোপকথনটো সম্পূৰ্ণ কৰিবলৈ প্ৰশ্নবোৰ লিখা। তোমাৰ বন্ধুৰ লগতে এই কথোপকথনটো অনুশীলন কৰা।
Ans :
Anil : I fell down yesterday and broke my leg.
অনিল : আই ফেল ডাউন ইৱেছটাৰডে এন্ড ব্রোক মাই লেগ।
অনিল : মই যোৱাকালি পৰি গৈছিলো আৰু মোৰ ভৰিটো ভাঙিলে।
Amol : What were you doing ?
অমল : হোৱাত ওৱেৰ ইউ দুয়িং ?
অমল : তুমি কি কৰিছিলা ?
Anil : I was climbing a tree.
অনিল : আই ওৱাজ ক্লাইম্বিং এ ট্ৰি।
অনিল : মই এটা গছত বগাই উঠিছিলো।
Amol : Why were you climbing a tree ?
অমল : হোৱাই ওৱেৰ ইউ ক্লাইম্বিং এ ট্রি ?
অমল : তুমি কিয় গছত বগাই উঠিছিল ?
Anil : I was trying to bring down my kite..
অনিল : আই ওৱাজ ত্রাইং টু ব্রিং দাউন মাই কাইত।
অনিল : মই মোৰ চিলাটো নমাবলৈ চেষ্টা কৰিছিলো।
Amol: What were your friends doing ?
অমল : হোৱাট ওৱেৰ ইওৰ ফ্ৰেন্দছ দুয়িং ?
অমল : তোমাৰ বন্ধু সকল কি কৰি আছিল ?
Anil : My friends were flying kites.
অনিল : মাই ফ্রেন্দহ ওৱেৰ ফ্লাইঙ কাইতছ।
অনিল : মোৰ বন্ধু সকল চিলা উৰুৱাই আছিল।
Amol: Where were you flying kites ?
অমল : হোয়েৰ ওৱেৰ ইউ ফ্লাইঙ কাইতছ ?
অমল : তুমি ক’ত চিলা উৰুৱাইছিলা ?
Anil : I was flying kite in the football field..
অনিল : আই ওৱাজ ফ্লাইঙ কাইত ইন দা ফুতবল ফিলদ।
অনিল : মই ফুটবল খেল পথাৰত চিলা উৰুৱাইছিলো।
15. Look at the pictures. Read the signs given below each picture (লুক এট দা পিকচাৰ্ছ। ৰিদ দা ছাইনচ গিভেন বিল ইচ পিকচাৰ)—ছবিবোৰ চোৱা প্ৰতিটো ছবিৰ তলত সংকেতবোৰ পঢ়া।
Ans: Shut off the tap after use. (ছাট আপ দা টেপ আফতাৰ ইউজ)—ব্যবহাৰৰ পিছত কলটো বন্ধ কৰা।

Store rainwater. ষ্ট’ৰ ৰেইনওৱাটাৰ)—বষুণৰ পানী সংৰক্ষণ কৰা।

Water is precious. Save it. (ওৱাতাৰ ইজ প্ৰেছিৱাচ। চেভ ইট)—পানী খুবেই মূল্যবান। ইয়াক সংৰক্ষণ কৰা।

16. Draw a picture in the box to mateh the caption. (ড্ৰ এ পিকচাৰ ইন দা বক্ছ টু মেচ দা কেপচন)—চ্ল’গানটো মিলাই বাকচৰ ভিতৰত এটা ছবি অংকন কৰা।
Water is precious. Conserve it .(ওয়াটাৰ ইজ প্ৰেচিৱাচ। কনজাৰ্ভ ইট)—পানী খুবেই মূল্যবান। ইয়াক সংৰক্ষণ কৰা।
Ans: Draw Yourself – নিজে অংকন কৰা।
17. Write three things you should do to keep the environment clean : (ৰাইত থ্রি থিংছ ইউ ছুড দু টু কিপ দা এনভায়ৰণমেন্ট ক্লিন)—পৰিৱেশ চাফ-চিকুন ৰাখিবলৈ তোমাৰ কৰা উচিত এনে তিনিটা কাম লিখা।
Ans: (a) We should plant more and more trees. (উই ছুড প্লেন্ট ম’ৰ এণ্ড ম’ৰ ত্ৰিজ।)—আমালোকক বেছিকৈ গছ লগোৱাব লাগে।
(b) We should reduce the use of plastic. (উই ছুড ৰিদিউছ দা ইউজ অফ প্লাছটিক)—আমালোকক প্লাষ্টিকৰ ব্যবহাৰ কমাব লাগে অথবা বন্ধ কৰিব লাগে।
(c) We should not throw wastes in the river . (উই ছুড নট থ্রো ওয়েছটচ্ ইন দা ৰিভাৰ।)—আমি কেতিয়াও নদীত কোনপ্ৰকাৰ জাৱৰ ফেলিব নালাগে।
18. Look at the picture and write a few sentences on it (লুক এট দা পিক্চাৰ এণ্ড ৰাইট এ ফিউ চেনটেনছেজ অন ইট) — ছবিটো চোৱা আৰু ইয়াৰ ওপৰত কেইটামান বাক্য লিখা।

Ans: There is a river flowing (দেয়াৰ ইজ এ ৰিভাৰ ফ্লাইং)—এটা নদী প্রৱাহিত হৈ আছে।
There is a coconut tree on the bank of the river. (দেয়াৰ ইজ এ ক’ক’নাট ট্রি অন দা বেঙ্ক অফ দা ৰিভাৰ।) নদীৰ কাষত এটা নাৰিকল গছ আছে।
It is raining. (ইট ইজ ৰেইনিং) —বৰষুণ হৈ আছে।
There are two little girls playing on the bank of the river. (দেয়াৰ আৰ টু লিট্ল গার্লছ প্লেয়িং অন দা বেঙ্ক অফ দা ৰিভাৰ।)—নদীৰ পাৰত দুটা সৰু ছোৱালীয়ে খেল খেলি আছে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.