Class 4 English Chapter 6 A Golden Voice

Join Telegram channel

Class 4 English Chapter 6 A Golden Voice Solution, SEBA Chapter 6 A Golden Voice Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 6 A Golden Voice Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.

A GOLDEN VOICE

Chapter – 6

ইংৰাজী

ENGLISH

এটা সোণালী কণ্ঠস্বৰ

Which of these musical instruments have you seen ? [ হুইচ অফ দিজ মিউজিকেল ইনষ্টুমেন্টছ হেড ইউ চিন ? ] —এইবোৰৰ কোনবোৰ বাদ্যযন্ত্ৰ তুমি দেখিছা ?

■ Write the names of the musical instruments that you have seen: [ ৰাইট দা নেমছ অব দা মিউজিকেল ইনষ্টুমেন্টছ দেট ইউ হেভ চিন : ] – তুমি দেখা বাদ্যযন্ত্ৰবোৰৰ নাম লিখা

Ans. Harmonium (হাৰম’নিয়াম) — হাৰম ‘নিয়াম

Tabla (তবলা) — তবলা

Guitar (গিটাৰ) – গিটাৰ।

Dhol (ঢোল) — ঢোল

Pepa (পেপা)— পেপা।

Flute (ফ্লুট)— বাঁহী

■ Let’s read the play ‘A Golden Voice’: [ লেটছ ৰিদ দা প্লে “এ গ’ল্ডেন  ভইছ” : ] —আহা “এটা সোণালী কন্ঠস্বৰ” নাটকখন পঢ়ো :

Scene-1 (চিন-ওৱান ) —দৃশ্য—৪

Two boys, Arun and Aziz are walking fast in the evening. [ টু বয়েজ অৰুণ এণ্ড আজিজ আৰ ওৱাকিঙ ফাষ্ট ইন দা ইভিনিঙ :] —দুজন লৰা অৰুণ আৰু আজিজ সন্ধিয়া খৰখেদাকৈ খোজ কাঢ়ি আছিল :

Aziz [ আজিজ ] আজিজ : Look at the sky. [ লুক এট দা স্কাই। ] — আকাশখনলৈ চোৱা। It’s going to rain heavily. [ ইট ইজ গয়িং টু ৰেইন হেভিলি। ]—ডাঙৰকৈ বৰষুণ দিব। A strong wind is also blowing ( এ উইন্দ ইজ অলচ’ ব্লোইঙ।] ―বেগেৰে বতাহ বলিছে।

Arun [ অৰুণ ]—অৰুণ : I’m afraid of thunder and lightning. [ আই এম এফ্ৰেইড অৱ ঠান্ডাৰ এন্ড লাইটনিঙ। ]—মই বজ্ৰপাত আৰু বিজুলী ঢেকেনিলৈ বৰ ভয় কৰো।

[ Lightning ][ লাইটনিঙ]—[ বজ্রপাত, বিজুলি ]

Aziz [ আজিজ ] —আজিজ : Don’t panic, Arun. [ দউন্ট পেনিক অৰুণ। ]—ভয় নাখাবা, অৰুণ। Look at that big tall tree there. [ লুক এট দেট বিগ টল ট্ৰি দিয়াৰ। ]—তাত থকা ওখ গছজোপালৈ চোৱা। Let’s wait under it until the rain stops. [ লেটছ ওয়েইট আন্দাৰ ইট আনটিল দা বেইন ষ্টপছ। ] —এই গছজোপাৰ তলত বৰষুণ কমালৈ অপেক্ষা কৰো আহা।

[Arun and Aziz stand under the tree.] [অৰুণ এণ্ড আজিজ ষ্টেণ্ড আভাৰ দা ট্ৰি।]—অৰুণ আৰু আজিজে গছৰ তলত ঠিয় হৈ ৰল।

Arun [ অৰুণ ]—অৰুণ : Mother was quite right. [ মাদাৰ ওৱাজ ক’ৱাইট ৰাইট। ]—মাকে ঠিকেই কৈছিল। She warned me not to go out in such a bad weather. [ চি ওৱাৰন্দ মি নট টু গো আউত ইন চাচ এ বেদ ওৱেদাৰ। ]—তেওঁ মোক এনেকুৱা বেয়া বতৰত বাহিৰলৈ নাযাবলৈ সতর্ক কৰি দিছিল। But I didn’t want to miss Banajit’s birthday celebrations. [ বাট আই দিদ নট ওৱান্ট টু মিছ ৰণজিতছ বাৰ্থদে চেলিব্ৰেচন। ] —কিন্তু মই ৰণজিতৰ জন্মদিন উদযাপন অনুস্থানত অনুপস্থিত হোৱাটো বিচৰা নাছিলো। After all, it comes once in a year ! [ আফটাৰ অল, ইট কামছ ওৱানছ ইন এ ইয়াৰ। ] — যিয়েই নহওক কিয় এইটো (জন্মদিন) বছৰত এবাৰেই আহে।

Aziz [ আজিজ ]—আজিজ : It was a nice party. [ ইট ওৱাজ এ নাইচ পাৰ্টি । ]—এইটো এটা সুন্দৰ অনুষ্ঠান আছিল।

Arun [ অৰুণ ]—অৰুণ : I enjoyed it a lot. [ আই এনযয়দ ইট এ লট।]—মই এইটো বৰ ভালকৈ উপভোগ কৰিলোঁ। And your song it was simply amazing ! [ এন্ড ইয়’ৰ চং; ইট ওৱাজ চিম্‌প্লি আমেজিঙ ! ] —আৰু তোমাৰ গান : এইটো সঁচাকৈ বিষ্ময়কৰ/অসাধাৰণ।

You sing very well, Aziz. [ ইউ চিং ভেৰী ওৱেল, আজিজ।] —তুমি বৰ ধুনীয়াকৈ গান গাইছা আজিজ।

Aziz [ আজিজ ]—আজিজ : Thank you, Arun ! [ থেংক ইউ অৰুণ ! ]—ধন্যবাদ, অৰুণ !

[ Thunder and lightning ] [ থাণ্ডাৰ এন্ড লাইটেনিঙ ] —বজ্রপাত আৰু বিজুলী ঢেকেনি।

Oh my goodness ! [ ওহ মাই গুডনেছ ! ] — ওহ্: ভগবান ! See, the light is coming this way ! [ চি, দা লাইট ইজ কামিঙ দিচ ওৱে ! ] —চোৱা, (বিজুলীৰ) পোহৰটো এই ফালে আহিছে ! Be careful, Arun ! [ বি কেয়াফুল, অৰুণ ! ] —সাবধান হোৱা, অৰুণ !

Word-Notes (শব্দ-অর্থ) : look (লুক)—চোৱা; sky (স্কাই) – আকাশ ; going (গোয়িঙ)—গৈ আছে ; rain (ৰেইন)— বৰষুণ; heavily (হেভিলী)—ডাঙৰকৈ/বেছিকৈ ; strong (স্ট্রং)—প্ৰৱল/শক্তিশালী/জোৰে ; wind (উইণ্ড)—বতাহ; blowing (ব্লোইভ)— প্রবাহিত হৈ আছে/বৈ আছে; afraid (এফ্রেইদ)—ভয় খোৱা; thunder (থাণ্ডাৰ)—ঢেৰেকনি/মেঘৰ গৰ্জন; lighting (লাইটনিং)— বজ্রপাত/বিজুলী ; panic (পেনিক)—ভয় খোৱা ; big (বিগ) —ডাঙৰ; tall (টল) – ওখ ; wait (ওয়েইট)- )—অপেক্ষা কৰা ; under (আন্দাৰ)—তলত; until (আনটিল)—লৈকে, পর্যন্ত ; rain (ৰেইন)—বৰষুণ ; stop (উপ)—বন্ধ হোৱা/ৰখা ; stand (ষ্টেণ্ড) ৰোৱা ; quite (ক’ৱাইট)—সঁচাকৈ; right (বাইট)—সঠিক; warned (ওৱাৰ্দ)— সতৰ্ক কৰিছিল ; go out (গো আউত) — বাহিৰত যোৱা ; such (চাচ)—এনেকুৱা  bad (বেদ)—বেয়া; weather (ওৱেদাৰ)—বতৰ ; want (ওৱান্ট)—বিচৰা ; miss (মিছ)— অনুপস্থিত/হেৰুৱা ; birthday (বার্থদে)— জন্মদিন; celebration (সেলিব্রেচন)—উদযাপন ; after all

(আফটাৰ অল)—সর্বোপৰি; comes (কামছ)—অহা ; once (ওৱাঞ্চ)— এবাৰ ; year (ইয়াৰ)—বছৰ ; nice (নাইচ)—সুন্দৰ ; party (পার্টি)—উৎসৱ, অনুষ্ঠান ; enjoyed (এনযইদ) —আনন্দ কৰা/উপভোগ কৰা ; a lot (এ লট)—বহুত/প্রচুৰ; song (চং)—গান ;simply (চিম্পলি)— সহজভাৱে ; amazing (আমেজিং)—বিস্ময়কৰ/চমৎকাৰ ; very well (ভেৰী ওৱেল) —বৰ ভাল ; thank (থেংক)—ধন্যবাদ; light (লাইট)— পোহৰ ; way (ওৱে)—ৰাষ্টা/পথ ; careful (কেয়াৰফুল)—সাৱধান।

Scene – II (চিন-টু)–দৃশ্য- ২

 [Aziz is lying on a hospital bed. His eyes are covered in bandage. Arun is standing near Aziz’s bed.] [ আজিজ ইজ লাইভ অন এ হচপিটাল বেদ। হিজ আইজ আৰ কভাৰদ ইন বেণ্ডেজ। অৰুণ ইজ ষ্টেণ্ডিঙ নিয়াৰ আজিজ’ছ বেদ। ]—আজিজে চিকিৎসালয়ৰ বিচনাত শুই আছে। তাৰ চকু দুটা বেণ্ডেজ কাপৰেৰে ঢকা আছে। অৰুণে আজিজৰ বিচনাৰ কাষত ঠিয় হৈ আছে।

Aziz [ আজিজ ]—আজিজ : Arun, I’m so worried ! [ অৰুণ, আই এম চো ওৰিদ ! ]—অৰুণ, মই বৰ চিন্তিত ! I have been absent from school for many days. [ আহ হেভ বিন এবচেন্ট ফ্রম স্কুল ফৰ মেনি দেজ। ] —মই বিদ্যালয়ত বহুদিন উপস্থিত হোৱা নাই।

Arun [ অৰুণ ]—অৰুণ : Don’t worry Aziz. [ ডোন্ট ওৰী আজিজ। ] —চিন্তিত নহবা আজিজ। I’m here to help you. [ আই এম হিয়াৰ টু হেল্প ইউ। ]—তোমাক সহায় কৰিবলৈ মই আছো। Get well soon. [ গেট ওৱেল চুন । ]—সোনকালে আৰোগ্য হৈ উঠা।

Word-Notes (শব্দ-অর্থ) : lying (লাইঙ)—শুৱা ; hospital (হস্পিতেল)—চিকিৎসালয়; bed (বেদ) — বিচনা ; eyes (আইছ)—চকুবোৰ; cover (কভাৰ) –ঢকা ; bandage (বেন্দেজ)—পটি ; standing (ষ্টেণ্ডিঙ)—ঠিয় হৈ থকা ; near (নিয়াৰ)–ওচৰত, কাষত ; bed (বেদ)—বিচনা ; worried (ওৰীদ)—চিন্তিত/দুশ্চিন্তাগ্রস্থ/উদ্বিগ্ন ; absent (এবচেন্ট) — অনুপস্থিত ; school (স্কুল)— বিদ্যালয় ; here (হিয়াৰ)—ইয়াত ; help (হেল্প)—সহায়; Get well (গেট ওৱেল)—আৰোগ্য হোৱা/সুস্থ হোৱা; soon ( চুন)—সোনকালে।

Scene – III (চিন-টু)–দৃশ্য- ৩

 [Arun’s and Aziz’s parents are talking in the hospital corridor.] [ অৰুণ’চ এন্ড আজিজছ পেৰেন্টছ আৰ টকিং ইন দা হস্পিতেল কৰিদৰ। ]— অৰুণ আৰু আজিজেৰ মাক-দেউতাকে চিকিৎসালয়ৰ বাৰান্দাত কথা পাতি আছে।

Aziz’s father [ আজিজছ ফাদাৰ ]—আজিজৰ দেউতাক : I am worried because Aziz may lose his eyesight. [ আই এম ওৰীদ বিকজ আজিজ মে লছ হিজ আই চাইট। ]—মই বৰ চিত্তিত কাৰণ আজিজে তাৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে। It will be known only after the bandage is removed from his eyes. [ ইট উইল বি ন’ন অনলি আফটাৰ দা বেণ্ডেজ ইজ ৰিমোভদ ফ্রম হিজ আইচ। ]—এইটো তাৰ চকুৰপৰা বেণ্ডেজখন আঁতৰোৱাৰ পাছত হে জনা যাব।

Arun’s mother [ অৰুণচ মাদাৰ ] —অৰুণৰ মাক : Let’s hope for the best. [ লেটছ হোপ ফৰ দা বেষ্ট। ]—আশা কৰোঁ সকলো ভালেই হওঁক।

Aziz’s parents [ আজিজ’ছ পেবেন্টছ ]—আজিজৰ মাক দেউতাক : Thank you for your support. [ ঠেংক ইউ ফৰ ইয়’ৰ চাপ’ৰ্ট। ]—আপোনালোকৰ সমৰ্থনৰ বাবে ধন্যবাদ।

Arun’s father [ অৰুণচ ফাদাৰ ] —অৰুণৰ দেউতাক : If the doctor advises it, we will take Aziz to the State Medical College and Hospital for better treatment. [ ইফ দা ডক্তৰ এদভাইছেছ ইট, উই উইল টেক আজিজ টু দা ষ্টেত মেডিকেল কলেজ এন্ড হস্পিতেল ফৰ বেটাৰ ট্ৰিমেন্ট। ]—যদি চিকিৎসকে উপদেশ দিয়ে তেন্তে আমি আজিজক উন্নত চিকিৎসাৰ বাবে ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যাম।

Word-Notes (শব্দ-অর্থ) : worried (ওৰিদ) — উদ্বিগ্ন/চিন্তিত; because ( বিকজ) — কাৰণ; lose (লুজ)—হেৰোৱা ; eyesight (আইচাইট)—দৃষ্টিশক্তি; known ( ন’ন)—জনা ; only (অনলী)—মাথোন, কেৱল মাত্র; bandage (বেণ্ডেজ)—পট্টি/ বেণ্ডেজ ; removed ( ৰিমুভদ)—এৰুওৱা/আঁতৰোৱা/গুচোৱা ; hope (হ’প) —আশা ; best (বেষ্ট)— সকলোতকৈ ভাল; support (চাপোর্ট)—সমর্থন; doctor (ডক্তৰ)— চিকিৎসক ;advises (এদভাইচ) – উপদেশ; better (বেটাৰ)— আৰু ভাল ; treatment (ট্রিতমেন্ট)—চিকিৎসা।

Scene IV – [ চিন-ফোৰ ] –দৃশ্য–৪

[ Aziz is learning music under a music teacher. ] [ আজিজ ইজ লাৰ্নিঙ মিউজিক আন্দাৰ এ মিউজিক টিচাৰ।] —আজিজে এজন সংগীত শিক্ষকৰ ওচৰত সংগীত শিকি আছে।

Music teacher [ মিউজিক টিচাৰ ] —সংগীত শিক্ষক : Aziz, you sing very well. [ আজিজ, ইউ চিঙ ভেৰী ওৱেল। ] —আজিজ তুমি বহুত ভাল গান গাইছা। I’m glad to know that you have joined the National Music Competition to be held on the 5th of July. [ আই এম গ্লেদ টু ন’ দেট ইউ হেভ জয়নদ দা নেচনেল মিউজিক কম্পিটিছন টু বি হেল্ড অন দা ফিফথ অৱ জুলাই।]— মই বৰ আনন্দিত যে ৫ জুলাইত অনুষ্ঠিত হব লগা ৰাজ্যিক সংগীত প্রতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছা। Practise every day and be confident.  [ প্ৰেকটিছ এভৰী দে এন্ড বি কনফদেন্ট ।]—সদায় অনুশীলন কৰিবা আৰু আত্মবিশ্বাসী হোৱা। My blessings are always with you ! [ মাই ব্লেছিঙছ আৰ অলওয়েজ উইথ ইউ ! ]—মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে।

Aziz [ আজিজ ]—আজিজ: Thank you, Guruji ! [ ঠেংক ইউ, গুৰুজী ! ]— ধন্যবাদ গুৰুজী ! l’ll try my best. [ আই উইল ট্রাই মাই বেষ্ট।]—মই মোৰ যথাসাধ্য চেষ্টা কৰিম।

Word meaning (শব্দ-অর্থ) : sing (চিং)—গান গোৱা; well (ওৱেল)— ভাল; know (ন)—জনা ; join (জইন)— যোগদান কৰা ; national (নেচনেল) — জাতীয়; music (মিউজিক)— সংগীত ; competition (কমপিটিশ্বন)—প্রতিযোগিতা ; practice (প্রেকটিছ)— অনুশীলন কৰা ; everyday (এভৰিদে) —প্রতিদিনে; confident (কনফিদেন্ট)— আত্মবিশ্বাসী ; blessing (ব্লেছিংচ)—আৰ্শীবাদ; always (অলওৱেজ)— সদায় ; try (ট্রায়)— চেষ্টা কৰা।

Scene – V [ চিন––ফাইভ ]–দৃশ্য – ৫

[ Six finalists of National Music Competition are on the stage. Aziz is one among them. He wears a pair of black goggles. Arun is sitting in the audience.] [ চিক্স ফাইনেলিষ্ট অৱ নেচনেল মিউজিক কম্পিটিশ্বন আৰ অন দা ষ্টেজ। আজিজ ইজ ওৱান এমঙ দেম। হি ওৱেৰছ এ পেয়াৰ অব্ গগলছ। অৰুণ ইজ চিটিঙ ইন দা অ’ডিয়েঞ্চ। ]—জাতীয় সংগীত প্রতিযোগিতাৰ ছয়জন চূড়ান্ত প্রতিযোগী মঞ্চত আছে। আজিজ তেওঁলোকৰ মাজৰ এজন। সি এযোৰ কলা চচমা পিন্ধি আছে। অৰুণে দৰ্শকৰ আসনত বহি আছে।

Announcer [ এনাউনচাৰ ] — ঘোষক : Hello, everybody ! [ হেল্ল’, এভৰিব দী ! ] —সকলোকে স্বাগতম ! It’s time to announce the winner of the Golden Voice Award of 2018. ইট ইজ টাইম টু এনাউনছ দা উইনাৰ অৱ দা গ’ল্ডেন ভইচ এৱার্দ অৱ 2018।]—এতিয়া ২০১৮ চনৰ স্বৰ্ণকণ্ঠী পুৰস্কাৰ-অৰ বিজয়ীৰ নাম ঘোষণা কৰাৰ সময়। Who do you think is the winner ? [ হু দু ইউ ঠিংক ইজ দা উইনাব ? ]—আপোনালোকে কাক বিজয়ী হ’ব বুলি ভাৱে ?

Audience [অডিয়েঞ্চ ]—দর্শক : (shouting, clapping) [চাউটিং, ক্লেপিঙ ] — (চিঞৰিছে হাত চাপৰি দিছে) : Aziz ! Aziz ! Aziz is the best ! [ আজিজ ! আজিজ ! আজিজ ইজ দি বেষ্ট ! ]আজিজ ! আজিজ ! আজিজেই শ্রেষ্ঠ ! 

Announcer [ এনাউনচাৰ ] —ঘোষক: Yes, you are right. [ ইয়েছ, ইউ আৰ ৰাইট।]—হয় আপোনালোকে সঠিক। Aziz from Banipeeth School, Assam is the winner of the Golden Voice Award of 2018. [ আজিজ ফ্রম বাণীপীঠ স্কুল, অসম ইজ দা উইনাৰ অৱ দি গ’ল্ডেন ভইচ এৱাৰ্দ অৱ 2018 ] —২০১৮ চনৰ স্বৰ্ণকণ্ঠী পুৰস্কাৰৰ বিজেতা বাণীপীঠ বিদ্যালয় অসমৰ, আজিজ। Congratulations, Aziz ! [ কনগ্রেচুলেচন, আজিজ ! ] — অভিনন্দন আজিজ !

[Curtain falls] [ কার্টেন ফলচ ] —পর্দা অৱতৰণ।

Word meaning (শব্দ-অর্থ) : finalist (ফাইনেলিষ্ট)—চূড়ান্ত প্রতিযোগী ; national (নেচনেল) — জাতীয় ; music (মিউজিক)—সংগীত; competition (কম্পিটিশ্বন)—প্রতিযোগিতা ; stage (স্টেজ) — মঞ্চ; wear (ওৱেৰ)— পৰিধান কৰা ; pair (পেয়াৰ) –জোৰা ; goggles (গ’গলছ), চচমা ; audience (অডিৱেঞ্চ)— দর্শক; announcer (এনাউনচাৰ)— ঘোষক; every body (এভৰীবদী)— সকলোৱে; announce (এনাউনছ)—ঘোষণা ; winner (উইনাৰ) —বিজয়ী; golden (গ’ল্ডেন)— সোণালী, স্বর্ণ ; voice (ভইচ)—কণ্ঠস্বৰ; award (এৱাৰ্দ)—পুৰস্কাৰ ; shouting (চাউতিঙ)—চিঞৰা ; clapping (ক্লেপিঙ)— হাত চাপৰি দিয়া ; right (ৰাইট)— সঠিক/শুদ্ধ ; congratulation ( কনগ্রেচুলেচন) —অভিনন্দন; curtain (কার্টেন)—পর্দা।

ACTIVITIES (একটিভিটিজ)—কার্যকলাপ

1. Choose the correct option from the following: [ চুজ দা কাৰেক্ট অপচন ফ্রম দা ফল্লয়িং:]—তলৰ বাক্যবোৰৰ পৰা সঠিক উত্তৰটো নিৰ্বাচন কৰা :

A. Arun and Aziz were [ অৰুণ এণ্ড আজিজ ওৱেৰ ] — অৰুণ আৰু আজিজ :

(i) working fast [ ওৱাৰ্কীঙ ফাষ্ট ] —বৰ খৰকৈ কাম কৰিছিল।

(ii) walking fast | ওৱাকিঙ ফাষ্ট ]—বৰ খৰকৈ খোজ কাঢ়িছিল।

(iii) walking first [ ওৱাকিও ফার্স্ট ] — প্ৰথমতে খোজ কাঢ়িছিল।

(iv) working first [ ওৱাৰ্কিং ফাৰ্ষ্ট ]—প্ৰথমতে কাম কৰিছিল।

Ans. (ii) walking fast. [ ওৱাকিঙ ফাষ্ট। ]—বৰ খৰকৈ খোজ কাঢ়িছিল।

B. Arun and Aziz were standing under a — [ অৰুণ এন্ড আজিজ ওৱেৰ ষ্টেণ্ডিঙ আন্দাৰ এ ] —অৰুণ আৰু আজিজে তলত ঠিয় হৈ আছিল—

(i) big and small tree | বিগ এন্ড স্মল ট্রি ]—সৰু আৰু ডাঙৰ গছ।

(ii) tall tree [ টল ট্রি ] ―ওখ গছ।

(iii) big and tall tree [ বিগ এন্ড টল ট্রি ]—ডাঙৰ আৰু ওখ গছ।

(iv) big tree [ বিগ ট্ৰি ]—ডাঙৰ গছ

Ans. (iii) big and tall tree.[ বিগ এন্ড টল ট্ৰি। ]—ডাঙৰ আৰু ওখ গছ। 

C. Aziz’s father was worried because— [ আজিজছ ফাদাৰ ওৰাজ ওৰীদ বিকজ]—আজিজৰ দেউতাকে চিন্তিত আছিল কাৰণ :

(i) Aziz might lose his legs [ আজিজ মাইট লুজ হিজ লেগছ ] —আজিজে তাৰ ভৰি দুখন হেৰুৱাব পাৰে। 

(ii) Aziz might lose his hearing. [ আজিজ মাইট লুজ হিজ হিয়াৰিঙ]—আজিজে তাৰ শ্রৱণ শক্তি হেৰুৱাব পাৰে।

(iii) Aziz might lose his arms. [ আজিজ মাইট লুজ হিজ আৰমছ।] — আজিজে তাৰ হাতবোৰ হেৰুৱাব পাৰে। 

(iv) Aziz might lose his eyesight. [ আজিজ মাইট লুজ হিজ আইচাইট ]—আজিজে তাৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে।

Ans. (iv) Aziz might lose his eyesight. [ আজিজ মাইট লুজ হিজ আইচাইট ]—আজিজে তাৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে।

D. The music teacher told Aziz to― [ দি মিউজিক টিচাৰ ট’ল্ড আজি টু ] —গানৰ শিক্ষকে আজিজক কৈছিল—

(i) study every day [ ষ্টাডী এভৰীদে ]—সদায় পঢ়াশুনা কৰা।

(ii) walk every day [ ওৱাক এভৰীদে ] —প্রতিদিনে খোজ কাঢ়া।

(iii) practise every day [ প্রেকটিছ এভৰীদে]—সদায় অনুশীলন কৰিবা।

(iv) play the tabla every day [ প্লে দা টৱলা এভবীদে ]—সদায় তবলা বজাবা।

Ans. (iii) practise every day. [ প্রেকটিছ এভৰীদে ] —সদায় অনুশীলন কৰিবা।

2. Write the answers to the following questions : [ ৰাইট দা এনচাৰ টু দা ফল্ল’য়িঙ কুৱেশ্চনছ ] — তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(a) Where were Arun and Aziz coming from ? [ হোৱেৰ ওৱেৰ অৰুণ এণ্ড আজিজ কামিঙ ফ্রম ? ]—অৰুণ আৰু আজিজ ক’ৰ পৰা আহিছিল।

Ans. Arun and Aziz were coming from Ranajit’s birthday party. [ অৰুণ এণ্ড আজিজ ওৱেৰ কামিঙ ফ্রম ৰণজীৎছ বার্থদে পার্টি। ]—অৰুণ আৰু আজিজে ৰণজীতৰ জন্মদিনৰ অনুষ্ঠান উপভোগ কৰিব আহিছিল।

(b) What was Arun afraid of ? [ হোৱাত ওৱাজ অৰুণ এফ্রেইড অৱ ? ] অৰুণে কিয় ভয় খাইছিল ?

Ans. Arun was afraid of thunder and lightning. [ অৰুণ ওৱাজ এয়েইড অৱ ঠাণ্ডাৰ এন্ড লাইটনিঙ। ]—অৰুণে বজ্রপাত আৰু বিজুলী ঢেকেনিৰ বাবে ভয় খাইছিল।

(c) What was Aziz worried about ? [ হোৱাত ওৱাজ আজিজ ওৰীদ অবাউত ? ]—আজিজে কিয় চিন্তিত আছিল ?

Ans. Aziz was worried because he was absent from school for many days. [ আজি ওৱাজ ওৰীদ বিকজ হি ওৱাজ এবচেণ্ট ফ্রম স্কুল ফৰ মেনী দেজ।]—আজিজে চিন্তিত আছিল কাৰণ সি বহুদিন বিদ্যালয়ত অনুপস্থিত আছিল। 

(d) Why was Aziz’s father worried ? [ হোৱাই ওৱাজ আজিজচ ফাদাৰ ওৰীদ ? ]—আজিজৰ দেউতাক কিয় চিন্তিত আছিল ?

Ans. Aziz’s father was worried because Aziz could lose his eyesight. [ আজিজ ফাদাৰ ওৱাজ ওৰীদ বিকজ আজিজ কুদ লুজ হিজ আইচাইট।] — আজিজৰ দেউতাক চিন্তিত আছিল কাৰণ আজিজে তাৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে।

3. Let’s read some words that are related to the weather. Can you add some more ? [ লেটছ ৰিড চাম ওৱাৰ্দছ দেট আৰ ৰিলেটেদ টু দা ওৱেদাৰ। কেন ইউ এদ চাম মোৰ ? ] — আহা কিছু শব্দ পঢ়ো যিবোৰ বতৰৰ লগত সন্মদ্ধিত। তুমি আৰু কিছু শব্দ যোগ কৰিব পাৰিবানে ?

4. Work in pairs. Ask your friend to read the sentences aloud. See whether your friend is reading with a clear voice, stopping at full stops, pausing at commas and reading with expression. The you read it and ask your friend to observe you. [ ওৱাৰ্ক ইন পেয়ছি আচ্‌ক ইয়’ৰ ফ্ৰেণ্ড টু ৰিড দা চেন্টেনচেছ এলাউদ। চি হোৱেদাৰ ইয়’ৰ ফ্ৰেণ্ড ই ৰিদিণ্ড উইথ এ ক্লিয়াৰ ভইচ, ষ্টপিঙ এট ফুলষ্টপছ, পজিঙ এট কোমাছ এণ্ড ৰিদিঙ উইথ এক্সপ্রেছন। দেন ইউ  ৰিদ ইট এণ্ড আচ্‌ক ইয়’ৰ ফ্ৰেণ্ড টু অৱজার্ভ ইউ। দলগতভাৱে কাম কৰা।]— তোমাৰ বন্ধুক বাক্যবোৰ ডাঙৰকৈ পঢ়িবলৈ কোৱা। চোৱা যে তোমাৰ বন্ধুই শুদ্ধভাৱে যতি চিহ্নত ৰৈ, লঘু যতি চিন অলপৰৈ পঢ়িছেনে। নাই আৰু প্ৰকাশ ভংগি দেখুৱাইছেনে নাই। তাৰ পিছত এইবোৰ তুমি পঢ়া আৰু তোমাৰ বন্ধুক তোমাক পর্যবেক্ষণ কৰিবলৈ কোৱা।

Ans. (a) Look at the sky. [ লুক এট দা স্কাই] — আকাশলৈ চোৱা। 

(b) I’m afraid of thunder and lightning. [ আই এম এফ্রেইড অৱ ঠাণ্ডাৰ এণ্ড লাইটনিঙ।]—মই বজ্রপাত বিজুলী ঢেকেনিলৈ ভয় কৰোঁ।

(c) Arun, I’m so worried ! [অৰুণ, আই এম চ’ অৰীদ ! ] — অৰুণ মই বৰ চিন্তিত ।

(d) Who do you think is the winner ? [হু দু ইউ ঠিংক ইজ দা উইনাৰ ? ] —আপোনালোকে কাক বিজয়ী বুলি ভাৱে।

(e) Aziz ! Aziz ! Aziz is the best. [ আজিজ ! আজিজ ! আজিজ ইজ না বেষ্ট।]—আজিজ ! আজিজ ! আজিজ সকলোতকৈ শ্রেষ্ঠ।

5. Use the clues to make words on the weather and the crossword puzzle : [ ইউজ দা ক্লউজ টু মেক ওৱাৰ্ডছ অন দা ওৱেদাৰ এন্ড দা ক্রছওৱাৰ্দ পাজল।]— বতৰ আৰু জটিল শব্দবোৰেৰে শব্দছকৰ শব্দ বনাওতে সূত্ৰবোৰ ব্যৱহাৰ কৰা :

Across [এক্ৰছ ]—মূৰমূৰিভাবে

(1) Air that moves quickly [ এয়াৰ দেট মুভচ কুইকলী ] — বতাহ যিটো খৰকৈ প্ৰবাহিত হয়।

3) Water that falls from the sky in drops [ ওৱাটাৰ দেট ফলছ ফ্রম দা স্কাই ইন দ্ৰপছ ]—আকাশৰ পৰা টোপাল টোপালকৈ পানী সৰা।

(5) A loud noise that you hear after a flash of lightning [ এ লাউদ নয়েজ দেট ইউ হিয়াৰ আফটাৰ এ ফ্লাছ অৱ লাইটনিঙ ]—এটা ডাঙৰ শব্দ যিটো তোমালোকে চিকিমিকি বিজলী ঢেকেনিৰ পিছত শুনিবলৈ পোৱা।

Down [ ডাউন ]—ওপৰৰ পৰা তললৈ :

(2) Condition of atmosphere at a particular time [ কন্দিচন অৱ এটম’ছফিয়াৰ এট এ পাৰ্টীকুলাৰ টাইম ]—এটা নিৰ্দিষ্ট সময়ৰ বায়ুমণ্ডলৰ অৱস্থা।

(4) Very bad weather with strong wind and rain and often thunder and lightning [ ভেৰী বেদ ওৱেদাৰ উইথ ষ্টুং উইণ্ড এন্ড ৰেইন এন্ড অফেন ঠাণ্ডাৰ এন্ড লাইটনিঙ ]—বহুত বেয়া বতৰ প্ৰৱল বতাহ আৰু বৰষুণৰ মাজে মাজে বিজুলী ঢেকেনি আৰু বজ্রপাত।

Ans.

Ans. Across : 1. wind (উইন্দ)— বতাহ

2. rain (ৰেইন)—বৰষুণ

5. thunder (থাণ্ডাৰ)—ঢেৰেকণি

Down : 2. Weather (ওৱেদাৰ)—বতৰ

4. Storm (ষ্টৰম্)— ধুমুহা

6. Fill in the missing letters to form words related to weather. The first one is done for you. [ ফিল ইন দা মিচিং লেটাৰচ টু ফর্ম ওৱাৰ্দছ ৰিলেটেদ টু ওৱেদাৰ। দা ফাৰ্ষ্ট ওৱান ইজ দান ফৰ ইউ। ] — বতৰৰ লগত সম্পর্ক থকা শব্দবোৰ গঠন কৰিবলৈ ৰৈ যোৱা আখৰবোৰেৰে খালী ঠাইবোৰ পূৰণ কৰা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।

Ans.

(a) s u n n y (চানী)—উজ্জ্বল ৰ’দৰ দিন 

(b) w i n d y (উইন্ডী)—বতাহযুক্ত

(c) r a i n y (ৰেইনী)— বৰষুণীয়া

(d) s t o r m y (ষ্টৰমী)— ধুমুহা যুক্ত 

(e) c l o u d y (ক্লাউদী) —ডাৱৰীয়া

What did you notice ? All the words end with ——-.[দিদ ইউ নটীছ ? অল দা ওৱাদছ এণ্ড উইথ ——- ]—তুমি কি লক্ষ্য কৰিলা ? সকলো শব্দবোৰ শেষ হৈছে ——- ।

Ans. Y. (‘Y’-য়েদি সকলো শব্দবোৰ শেষ হৈছে।)

7. Look at the picture below and read about a sunny day. [ এট দা পিকচাৰ বিল’ এন্ড ৰিদ এবাউত এ চানি দে।। — তলৰ ছবিটো চোৱা আৰু এটা ৰ’দৰ দিনৰ বিষয়ে পঢ়া।

It is a sunny day. [ ইট ইজ এ চানি দে। ] —এইটো এটা ৰ’দৰ দিন। The sun is shining brightly. [ দি চান ইজ চাইনিঙ ব্রাইটলি।]—সূৰ্যটোৱে প্ৰখৰ উজ্জ্বলতাৰে ৰ’দ দিছে। Birds and butterflies are flying. [ বাৰ্ডছ এন্ড বাটাৰফ্লাইজ আৰ ফ্লাইঙ।]—চৰাই আৰু পখিলাবোৰে উৰি আছে। They are happy. [দে আৰ হেপী।]—সিবোৰ সুখী। It is also hot. [ ইট ইজ অলচ’ হট। ] —দিনটো বৰ গৰম। Two boys are sitting under the shade of a tree. [ টু বয়জ আৰ চিটিঙ আন্দাৰ দি চেদ অৱ এ ট্ৰি। ] ―দুটা ল’ৰাই গছৰ ছাঁত বহি আছে। The clothes in the clothes-line are dry. [ দি ক্লোথ্ছ ইন দি ক্লোথ্ছ-লাইন আৰ দ্ৰাই। ]—কাপোৰ কানিবোৰ কাপোৰ কানি শুকাবলৈ মেলি দিয়া শাৰীত শুকাই গৈছে। Some people are swimming in the pond. [ চাম পিপল আৰ চুইমিং ইন দি পণ্ড।]—কেইজনমান মানুহে পুখুৰীত সাঁতোৰ দি আছে।

Word meaning (শব্দ-অর্থ) : Sunny day (চানি দে) —ৰ’দৰ দিন ; shine (চাইন)— কিৰণ দিয়া ; brightly (ব্রাইটলি)—উজ্জ্বলভাৱে; birds (বাদছ)—চৰাইবোৰ; butterflies (বাটাৰফ্লাইজ)—পখিলাবোৰ; flying (ফ্লাইভ)— উৰি থকা ; happy (হেপী)— সুখী ; hot (হট)—গৰম; boys (বয়জ) ল’ৰা ; sitting (চিটিঙ)—বহি আছে; under (আন্দাৰ)—তলত ; shade (চেদ) —ছ; tree (ট্রি)—গছ ; clothes (ক্লোথ্ছ)—কাপোৰ কানি; clothes line (ক্লোথ্ছ লাইন)—কাপোৰ মেলা তাঁৰ ; dry (দ্ৰাই)—শুকান ; people ( পিপল) — মানুহ; swimming (চুইমিঙ)— সাঁতোৰা ; pond (পণ্ড)—পুখুৰী।

■ Here is a picture of a rainy day. [ হিয়াৰ ইজ এ পিকচাৰ অৱ এ ৰেইনী দে।]—ইয়াত এটা বৰষুণৰ দিনৰ ছবি আছে।

Write a few sentences about a rainy day using some of the words from the box below. [ৰাইট এ ফিউ চেন্টেনছেছ এবাউট এ ৰেইনী দে ইউজিং চাম অব দি ওৱার্দছ ফ্রম দি বক্স বিল’।] —তলৰ বাকচ্‌ত দিয়া শব্দবোৰ ব্যৱহাৰ কৰি এটা বৰষুণৰ দিনৰ বিষয়ে কেইটামান বাক্য লিখা।

muddy cloudy cool wet heavy windy (মাদী) (ক্লাউদী) (কুল) (ওৱেট) (হেভি) (উইন্ডী)বোকাময় ডাৱৰীয়া ঠাণ্ডা আর্দ্র জোৰেৰে বতাহ যুক্ত

Ans. It is a rainy day. The sky is cloudy. It is also a windy day. It is raining heavily. The weather is cool and wet. The roads are muddy in the village. [ ইট ইজ এ ৰেইনী দে। দা স্কাই ইজ ক্লাউদী। ইট ইজ অলচ’ এ উইন্ডী দে। ইট ইজ ৰেইনিঙ হেভীলি। দা ওৱেদাৰ ইজ কুল এন্ড ওৱেট। দা ৰোদছ আৰ মাদী ইন দি ভিলেজ।]—এইটো এটা বৰষুণৰ দিন। বতৰটো ডাৱৰীয়া। এইটো এটা বতাহবহুল দিনও। ডাঙৰকৈ বৰষুণ দি আছে। বতৰটো ঠাণ্ডা আৰু আৰ্দ্ৰ। গাওঁৰ ৰাষ্টাবোৰ বোকাময়।

8. Let’s read what Arun did when he visited his grandparents : [ লেট্‌ছ ৰিদ হোৱাট অৰুণ দিদ হোৱেন হিজ ভিজিটেদ হিজ গ্রেণ্ডপেৰেন্টছ: ]— অৰুণে যেতিয়া তাৰ ককা-আইতাক চাবলৈ গৈছিল তেতিয়া সি কি কৰিছিল পঢ়োঁ আহা :

Ans. On Sunday, Arun went to visit his grandparents. [ অন চানদে অৰুণ ওৱেন্ট টু ভিজিত হিজ গ্রেণ্ডপেৰেন্টছ। ]—দেওবাৰে, অৰুণে তাৰ ককা-আইতাক চাবলৈ গৈছিল। His grandparents were happy to see him. [ হিজ গ্লেণ্ডপেৰেন্টছ ওৱেৰ হেপী টু চি হিম।]—তাক দেখি তাৰ ককা আইতাকে অথৈ আনন্দিত হৈছিল। In the evening he went out for a walk with his grandfather. [ ইন দি ইভিনিঙ, হি ওৱেন্ট আউত ফৰ এ ওৱার্ক উইথ হিজ গ্ৰেণ্ডফাদাৰ।] — সন্ধিয়াত সি তাৰ ককাকৰ লগত বাহিৰত খোজ কাঢ়িব/ফুৰিবলৈ গৈছিল। They reached home at 6 p.m. [দে ৰিচদ হোম এট চিক্স পি.এম.। ] — সিহঁতে সন্ধিয়া ছয় বজাত ঘৰলৈ ঘূৰি আহিছিল। At night, Arun sat with his grandparents and listened to stories. [ এট নাইট অৰুণ চেট উইথ হিজ গ্রেণ্ডপেৰেন্টছ এন্ড লিছন টু ষ্ট’ৰিজ। ] —ৰাতিত অৰুণে ককাক আইতাকৰ লগত বহি সাধু শুনিছিল। He went to bed at 9 p.m. after having his dinner. [ হি ওৱেন্ট টু বেদ এট নাইন পি. এম. আফটাৰ হেভিঙ হিজ দিনাৰ। ]—সি ৰাতি ন বজাত ভাত-পানী (ৰাতিৰ আহাৰ) খাই শুবলৈ গৈছিল। He woke up early next morning and left for home. [ হি ওক আপ আৰলী নেক্সত মর্নিঙ এন্ড লেফ্ট ফৰ হোম। ] —সি পিছদিনা ৰাতিপুৱা সোনকালে উঠি ঘৰ অভিমুখে ৰাওনা দিছিল।

Word-meaning (শব্দার্থ) : Sunday (চানদে) — দেওবাৰ, ৰবিবাৰ; went (ওৱেন্ট)—গৈছিল ; visit (ভিজিত) ) — দেখা কৰা/লগ পোৱা ; grand-parents (গ্লেণ্ড পেৰেন্টছ)—ককা ‘আইতা ; happy (হেপী) — সুখী; see (চি)—দেখা ; evening (ইভিনিঙ)— সন্ধিয়া ; walk (ওৱাক) — খোজ কাঢ়া ; reached (ৰিচদ্) —গৈ পোৱা ; home (হোম)— ঘৰ ; night (নাইট) –ৰাতি; sat ( চেট) ––বহিছিল; listened (লিচনদ) – শুনিছিল; stories (ষ্টৰিজ)—গল্প/সাধু; bed (বেদ)—বিচনা ; dinner (ডিনাৰ)—ৰাতিৰ আহাৰ ; woke up ( ওক আপ) —সাৰ পোৱা, শুৱাৰ পৰা উঠা ; early morning (আৰলি মৰ্নিঙ) — দোকমোকালি; next (নেক্সট)—পিছত।

Read the underlined words and write them below for practice. [ ৰিদ দা আন্দাৰ লাইন ওৱাৰ্দছ এন্ড ৰাইট দেম বিল’ ফৰ প্রেকটিছ।]—তলত আঁচটনা শব্দবোৰ পঢ়া আৰু লিখা।

Ans.

On Sunday In the evening

(অন চানডে) (ইন দি ইভিনিঙ)

—দেওবাৰত —সন্ধিয়াত

6p.m. At night.

(চিক্স পি. এম.) (এট নাইট)

—সন্ধিয়া ৬ বজাত —ৰাতিত

after having his dinner. next mroning

(আফটাৰ হেভিও হিজ দিনাৰ) (নেক্সট মৰ্নিঙ)

—ৰাতিৰ আহাৰ খোৱাৰ পিছত। —পিছদিনা ৰাতিপুৱাই

Now, make sentences with the following group of words : [ নাও মেক চেন্টেনছেছ উইথ দা ফল্লয়িঙ গ্রুপ অৱ ওৱাৰ্দছ : ] এতিয়া তলৰ শব্দবোৰেৰে বাক্যৰচনা কৰা :

on Sunday ( অন চানদে) — দেওবাৰে,
in the morning (ইন দি মৰ্নিঙ)—ৰাতিপুৱা,
in the evening, (ইন দি ইভিনিঙ) —সন্ধিয়া,
next morning (নেক্সটমৰ্নিঙ) — পিছদিনা ৰাতিপুৱা

Ans. On Sunday (অন চানদে): I play with my friends on Sunday. [ অন চানদে : আই প্লে উইথ মাই ফ্ৰেণ্ডছ অন চানদে। ] —দেওবাৰে মই মোৰ বন্ধুৰ লগত খেলোঁ।

In the morning (ইন দি মর্নিঙ) : We should wake up early in the morning. [ উই চুড ওৱেক আপ আৰলী ইন দা মর্নিঙ। ]—আমি ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠা উচিত।

In the evening (ইন দি ইভিনিঙ) : In the evening, students should study. [ ইন দা ইভিনিঙ ষ্টুদেন্ট চুড ষ্টাদী। ] — সন্ধিয়াত ছাত্রছাত্রী সকলে লিখা-পঢ়া কৰা উচিত। 

Next morning (নেক্সট মর্নিঙ) : Next morning, I shall swim in the pond. [ নেক্সত মর্নিঙ, আই চেল চুইম ইন দি পণ্ড।]—অহা ৰাতিপুৱা মই পুখুৰীত সাঁতুৰিম।

9. Fill in the blanks with words from the box. They show time relationships. You can use a word more than once [ ফিল ইন দা ব্লেংকছ উইথ ওৱাৰ্দছ ফ্রম দা বক্স। দে চো টাইম ৰিলেশ্বনশ্বিপচ। ইউ কেন ইউজ এ ওৱাৰ্দ মোৰ দেন ওৱানছ।]— বাকচত থকা সময় সম্বন্ধীয় শব্দৰ দ্বাৰা শূন্যস্থান পূৰ কৰা। তোমালোকে এটা শব্দ একাধিক বাৰ ব্যৱহাৰ কৰিব পাৰিবা।

on (অন)
at (এত্)
after (আফটাৰ)
in (ইন)

Ans. (a) I will reach school at 9 am. [ আই উইল ৰিচ স্কুল এট নাইন এ. এম. ]—মই ৰাতিপুৱা ৯ বজাত বিদ্যালয় পাম গৈ।

(b) Our school will reopen after Bihu. [ আওৱাৰ স্কুল উইল বি-অপেন আফটাৰ বিহু। ]—আমাৰ বিদ্যালয় বিহুৰ পিছত পুনৰ খুলিব। 

(c) I will do my homework in the evening. [ আই উইল দু মাই হোমওয়ার্ক ইন দি ইভিনিঙ। ] — মই মোৰ গৃহ-কৰ্ম সন্ধিয়াত কৰিম। 

(d) My friends will come to my house on Sunday. [ মাই ফ্ৰেণ্ডছ উইল কাম টু মাই হাউচ অন চানদে।]—মোৰ বন্ধুবোৰ দেওবাৰে মোৰ ঘৰলৈ আহিব। 

(e) I like to listen to stories at night. [ আই লাইক টু লিচিন টু ষ্টৰীজ এট নাইট।]—মই ৰাতিত সাধু শুনিবলৈ ভাল পাওঁ।

10. Now, write a few sentences about yourself using some of these words. [ নাউ, ৰাইট এ ফিউ চেন্টেনছেছ এবাউত ইয়’ৰ চেলফ ইউজিঙ চাম অৱ দিজ ওৱাৰ্দছ।] —এতিয়া এই শব্দবিলাক ব্যৱহাৰ কৰি নিজৰ সম্বন্ধে কেইটামান বাক্য লিখা।

Ans. On (অন) : I keep my books on the table. [ আই কীপ মাই বুকছ অন দা টেবল। ]—মই মোৰ কিতাপবোৰ মেজৰ ওপৰত ৰাখোঁ।

At (এট) : I have my breakfast at 6.30 a.m. [ আই হেভ মাই ব্রেকফাষ্ট এট চিক্স থাৰ্তী এ.এম.। ] — মই ৰাতিপুৱা 6:30 বজাত ৰাতিপুৱাৰ আহাৰ খাও। 

After (আফটাৰ) : I play, after coming from school. [ আই প্লে, আফটাৰ কামিঙ ফ্রম স্কুল। ]—মই বিদ্যালয়ৰ পৰা অহাৰ পিছত খেলো। 

In (ইন) : I swim in the pond. [ আই চুইম ইন দি পণ্ড।] —মই পুখুৰীত সাঁতোৰো।

11. Read the words in the boxes :  [ ৰিদ দি ওৱার্দছ ইন দা বক্সেছ :] — বাকছত থকা শব্দবোৰ পঢ়া :

Ans.

at (এট)–ত/প্রতিon (অন) — ওপৰতin (ইন)—মাজত/ভিতৰত
at the corner(এট দি কৰ্ণাৰ)—কোণত। at the bus stop (এট দা বাছ ষ্টপ) —বাছ আস্থানত at the top of the bridge (এট দা টপ অৱ দি ব্রিজ) —দলঙৰ ওপৰত। at the entrance (এট দা এন্ট্রেনছ)—প্রবেশ দ্বাৰত।on the street (অন দি স্ত্রীত) —ৰাষ্টাৰ ওপৰত। on the bus(অন দি বাছ)—বাছৰ ওপৰত।on the wall (অন দি ওৱাল) —বেৰৰ ওপৰত। on the 1st of July (অন দি ফার্স্ট অৱ জুলাই) ১ জুলাইত।in the north(ইন দি নৰ্থ)—উত্তৰ দিশত।in the traffic jam (ইন দি ট্রেফিক জ্যাম) —যান-জতৰ মাজতin the kitchen(ইন দি কিতচেন)—ৰান্ধনী ঘৰতin the newspaper (ইন দি নিউজপেপাৰ) বাতৰি কাগজত ।

12. Read : [  ৰিদ  : ]– পঢ়া : 

Ans.

(a) drink (ড্রিংক)—পান কৰা

drink water

(ড্রিঙ্ক ওৱাতাৰ)

—পানী পিয়া

She is drinking water.

(চি ইজ ড্রিংকিঙ ওৱাতাৰ) 

—তাই পানী পি আছে।

 (b) draw (ড্র)—অংকন কৰা 

draw a picture 

(ড্র এ পিকছাৰ)

—এটা ছবি অংকন কৰা

She is drawing a picture.

(চি ইজ ড্রইং এ পিকছাৰ)

—তাই এটা ছবি অংকন কৰি আছে

(c) play (প্লে)— খেলা 

play football

(প্লে ফুটবল)

—ফুটবল খেলা।

He was playing football.

 (হি ওৱাজ প্লেয়িং ফুটবল) 

—সি ফুটবল খেলি আছিল।

(d) watch ( ওৱাচ) — ঘড়ী 

watch T.V. (ওৱাচ টি.ভি.) 

—টিভি চোৱা।

He was watching T.V. 

(হি ওৱাজ ওৱাচিঙ টি.ভি.)

—সি টি.ভি. চাই আছিল।

13. Read what Arun and his family members are doing now : [ ৰিদ হোৱাত অৰুণ এন্ড হিজ ফেমিলী মেম্বাৰৰ্ছ আব দুইঙ নাও : ]— অৰুণ আৰু তাৰ পৰিয়ালৰ সদস্য সকলে এতিয়া কি কৰি আছে পঢ়ো আহা :

Ans. Arun is reading a book. [ অৰুণ ইজ ৰিদিঙ এ বুক। ]—অৰুণে কিতাপ পঢ়ি আছে। His parents are working in the garden. [ হিজ পেৰেন্টছ আৰ ওৱার্কিউ ইন দা গার্ডেন। ] — তাৰ মাক-দেউতাকে বাগিছাত কাম কৰি আছে। They are watering the plants. [ দে আৰ ওৱাটাৰিঙ ইন দা প্লেন্টছ। ] —সিহঁতে গছবোৰত পানী দি আছে । His sister Mini is playing ludo with her cousin [ হিজ চিটাৰ মিনি ইজ প্লেইঙ লুডু’ উইথ হাৰ কাজিন। ] — তাৰ ভনীয়েক মিনিয়ে সম্পর্কীয় ভায়েক-ভনীয়েকৰ লগত লুডু’ খেলি আছে।

Arun and Mini’s mother is the Principal of Mini’s school. [ অৰুণ এন্ড মিনিজ মাদাৰ ইজ দা প্রিন্‌চিপাল অৱ মিনিজ স্কুল। ]—অৰুণ আৰু মিনিৰ মাকে মিনিৰ বিদ্যালয়ৰ অধ্যক্ষ। Next day at school, this is what she saw when she came into the class at 8.40 a.m. [ নেক্সত দে এট স্কুল দিচ ইজ হোৱাত চি চ’ হোৱেন চি কেম ইনটু দা ক্লাছ এট এইট ফ’ৰটী এ.এম.। ] — পিছদিনা বিদ্যালয়ত এইটো তাই দেখিছিল যেতিয়া তাই ৰাতিপুৱা ৮ : ৪০ বজাত বিদ্যালয়লৈ আহিছিল।

Ans. The Principal saw that Mini was looking at the trees outside the classroom [ দা প্রিন্‌চিপাল চ’ দেট মিনি ওৱাজ লুকিঙ এট দা ট্রিজ আউতচাইদ দা ক্লাছৰুম। ]—বিদ্যালয়ৰ প্ৰধানে দেখিছিল যে মিনিয়ে বাহিৰৰ গছবোৰলৈ চাই আছে। Rumi and Preety were talking. [ ৰুমী এন্ড প্ৰীতি ওৱেৰ টকীঙ।] —ৰুমী আৰু প্ৰীতিয়ে কথা কৈ আছিল। They were also laughing. [দে ওৱেৰ অলছ লাফিঙ।]—সিহঁতে হাঁহি আছিল। Rahul was drawing a picture in his note book. [ৰাহুল ওৱাজ ড্রইঙ এ পিকচাৰ ইন হিজ ন’টবুক।]—ৰাহুলে তাৰ টোকাবহিত এটা ছবি অংকন কৰি আছিল। Some students were reading. [ চাম ষ্টুদেণ্টছ ওৱেৰ ৰিদিঙ। ]—কিছুমান ছাত্র-ছাত্রীয়ে পঢ়ি আছিল।

14. Look at the clock and write the time : [ লুক এট দা ক্ল’ক এন্ড ৰাইট দা টাইম : ]—ঘড়ীটোলৈ চোৱা আৰু কিমান বাজিছে লিখা।

Ans. 6:30pm. / a.m. Half past six. [ ছিক্স থাৰটি পি.এম./এ.এম. হাফ পাষ্ট চিক্স। ] –সন্ধিয়া ৬:৩০ বজা/ৰাতিপুৱা ৬:৩০ বজা।

Now, write what you and your family members were doing yesterday evening at this time. [ নাও ৰাইট হোৱাত ইউ এণ্ড ইয়’ৰ ফেমিলি মেম্বাৰছ ওৱেৰ দুইঙ ইয়েছটাৰদে ইভিনিঙ এট দিচ টাইম। ]—এতিয়া তুমি আৰু তোমাৰ পৰিয়ালৰ সদস্য সকলে যোৱাকালি সন্ধিয়াত কি কৰিছিলা লিখা।

Ans. ( 1 ) I was preparing my lessons. [ আই ওৱাজ প্রিপেয়াৰিং মাই লেচনছ। ] — মই মোৰ পাঠবোৰ প্ৰস্তুত কৰি আছিল।

(2) My sister was drawing a picture. [ মাই চিটাৰ ওৱাজ ড্ৰইঙ এ পিক্‌চাৰ। ]—মোৰ ভনীয়ে এখন ছবি অংকন কৰি আছিল।

(3) My father was watching T.V. at the drawing room. [ মাই ফাদাৰ  ওৱাজ  ওৱাচিং টিভি এট দা ড্ৰইঙ ৰুম। ] —মোৰ দেউতাই বহা কোঠাত টিভি চাই আছিল।

 (4) My mother was cooking in the kitchen. [ মাই মাদাৰ ওৱাজ কুকিঙ ইন দা কিচেন। ] — মোৰ মাকে ৰান্ধনী ঘৰত ৰন্ধা-বঢ়া কৰি আছিল।

15. Work in pairs. Read this passage about Arun and his sister Mini. In pairs, play the roles of Arun and Mini and act out what they are saying : [ ওৱাৰ্ক ইন পেয়াচ। ৰিদ দিচ পেছেজ এবাউত অৰুণ এন্ড হিজ চিচটাৰ মিনি। ইন পেয়াৰ্ছ, প্লে দা ৰোলছ অৱ অৰুণ এন্ড মিনি এন্ড এক্ট আউত হোৱাত দে আৰ চেইঙ: ]—একগোট হৈ কাম কৰা। অৰুণ আৰু তাৰ ভনী মিনিৰ সম্বন্ধে অনুচ্ছেদটো পঢ়া। একগোট হৈ মিনি আৰু অৰুণৰ চৰিত্ৰ দুটা অভিনয় কৰা :

Ans. “This is my sister Mini. [ “দিচ ইজ মাই চিটাৰ মিনি। ]—“এইজনী মোৰ ভনী মিনি। She is ten years old. [ চি ইজ টেন ইয়াৰছ অ’ল্ড। ]—তাই ১০ বছৰীয়া। I gave her a pen yesterday. [ আই গেভ হাৰ এ পেন ইয়েচটাৰডে।]—যোৱাকালি মই তাইক এটা কলম দিছিলো। She came to me this morning. [ চি কেম টু মি দিচ মর্নিঙ। ] — তাই ৰাতিপুৱা মোৰ ওচৰলৈ আহিছিল। She was very upset.” [ চি ওৱাজ ভেৰী আপচেট।” ]—তাই বৰ দুখিত আছিল। She said, “I’m sorry. [ চি চেইদ, “আই এম চৰী” ]—তাই কৈছিল, “মই দুখিত। I’ve lost the pen”. [ আই হেভ লষ্ট দা পেন।” ] — মই কলমটো হেৰুৱালে।” “Never mind, ” I said to her. [ “নেভাৰ মাইন্দ”, আই চেইদ টু হাৰ। ]—“মনত কষ্ট নাপাবা” মই তাইক কৈছিলো। He asked, “How did you lose it ?” [ হি আস্কড, “হাও দিদ ইউ লুজ ইট ?” ]—সি সুধিছিল, “তুমি কেনেকৈ কলমটো হেৰুৱালা ? Mini replied : “I’m afraid I was a bit careless. | মিনি ৰিপ্লাইদ : “আই এম এফ্রেইদ আই ওৱাজ এ বিট কেয়াৰলেছ। ] —–মিনিয়ে উত্তৰ দিছিল, “মই ভয় খাইছিলো আৰু অলপমান অসতৰ্ক আছিলো। I don’t remember where I kept it”. [ আই দোন্ট ৰিমেম্বাৰ হোৱেৰ আই কেপ্ট ইট।”] —মই মনত কৰিব পৰা নাই এইটো মই ক’ত ৰাখিছো।” “Never mind, Mini, I’ll buy you another pen,” I said to her. [“নেভাৰ মাইণ্ড, মিনি, আই উইল বাই ইউ এনাদাৰ পেন,” আই চেইদ টু হাৰ। ]— “দুখ নকৰিবা মিনি মই তোমাক আন এটা কলম কিনি দিম,” মই তাইক কৈছিল। “Thank you”, Mini said and left the room happily. [“থেঙ্ক ইউ”, মিনি চেইদ এন্ড লেফ্ট দা কম হেপিলি।]— “ধন্যবাদ”, মিনিয়ে কৈছিল আৰু আনন্দ মনেৰে কোঠাটোৰ পৰা ওলাই গৈছিল।

16. As you know, Arun, Mini and pen are all naming words. Read the following sentences and circle the naming words: [এজ ইউ নো, অৰুণ, মিনি এন্ড পেন আৰ অল নেমিঙ ওৱাদৰ্ছ। ৰিদ দা ফল্ল’য়িঙ চেন্টেনছেছ এন্ড চার্কেল দা নেমিঙ ওৱাদৰ্ছ ]—তুমি জানা অৰুণ, মিনি আৰু কলম শব্দবোৰ নামবাচক (বিশেষ্য) শব্দ। তলৰ বাক্যবোৰ পঢ়া আৰু নামবাচক শব্দবোৰত ঘূৰণীয়া চিন দিয়া :

(a)  Hiren  is talking to Raj [ হিৰেণ ইজ টকিং টু ৰাজ। ]—হিৰেণে ৰাজৰ লগত কথা পাতি আছে।

(b) Raj  is wearing a  black shirt. [ৰাজ ইজ ওৱেৰিঙ এ ব্লেক চার্ট । ] ৰাজে এটা কলা চোলা পিন্ধি আছে।

(c) Arzu  is playing a guitar . [ আৰজু ইজ প্লেইড দা গিটাৰ। ]— আৰজু এটা গিটাৰ বজাই আছে।

(d) The teacher is waiting on the  blackboard .[ দা টিচাৰ ইজ ৱাইটিও অন দি ব্লেকব’ৰ্ড। ] –শিক্ষক জনে ব্লেকব’ৰ্ডত লিখি আছে। 

(e) Juri  is  drinking  water  from the water bottle . [ জুৰি ইজ ড্রিংকিং ওৱাটাৰ ফ্ৰম দা ওৱাটাৰ বটল। ] —জুৰিয়ে পানীৰ বটলটোৰ পৰা পানী পি আছে।

Write the naming words under the correct columns : [ ৰাইট দা নেমিঙ ওৱাদৰ্ছ আন্দাৰ দা কাৰেক্ট কলমছ: ] —নামবাচক শব্দবোৰ সঠিক স্থানত লিখা :

People ( পিপল)— মানুহThings (থিংচ)—বস্তু
Hiren, Raj, Arzu, teacher, Juri (হিৰেন,ৰাজ, আৰজু, টিচাৰ, জুৰি) —হিৰেন, ৰাজ, আৰজু, শিক্ষক, জুৰি।shirt, guiter, blackboard water, water bottle. (চার্ট, গিটাৰ, ব্লেকব’ৰ্ড, ওৱাটাৰ, ওৱাটাৰ বটল)—চোলা, গিটাৰ, ব্লেকব’ৰ্ড, পানী, পানীৰ বটল।

Now, choose any two naming words from the above list and make two sentences with them : [ নাও চুজ এনী টু নেমিঙ ওৱাদছ ফ্রম দা এবভ লিষ্ট এন্ড মেক টু চেন্টেনচেছ উইথ দেম: ] — এতিয়া, ওপৰৰ তালিকাত থকা যিকোনো দুটা নামবাচক শব্দ নির্বাচন কৰা আৰু সেইবোৰেৰে দুটা বাক্য ৰচনা কৰা :

Ans. Juri (জুৰি)—জুৰি :

1. Juri is my best friend. [ জুৰি ইজ মাই বেষ্ট ফ্রেণ্ড। ] — জুৰি মোৰ প্রিয় বান্ধৱী।

2. Juri loves singing. [ জুৰি লাভচ্ চিংগিং। ] — জুৰিয়ে গান গাবলৈ ভাল পায়। 

Water (ওৱাটাৰ)—পানী।

1. Water is the other name of life. [ ওৱাটাৰ ইজ দা আদাৰ নেম অৱ লাইফ। ] —জীৱনৰ আন এটা নাম পানী।

2. We should preserve rain water. [ উই চুড প্রিজার্ভ ইন ওৱাটাৰ। ] — আমাক বৰষুণৰ পানী সাঁচি থব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top