Class 4 English Chapter 1 Oh look at the moon Solution, SEBA Chapter 1 Oh, look at the Moon Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 1 Oh, look at the Moon Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.
OH, LOOK AT THE MOON (ওহ্, জোনবাইলৈ চোৱা)
Chapter – 1
ইংৰাজী
ENGLISH
Look at the picture and say what time it is. Name the things that you can see in the picture. (লুক্ এট্ দা পিকচাৰ এন্ড চে হোৱাট্ টাইম্ ইট ইজ। নেম দা ঠিংচ দেট ইউ কেন চি ইন দা পিকচাৰ।) – ছবিখনলৈ চোৱা আৰু কোৱা এইখন কোন সময়ব ছবি ? ছবিত দেখা বস্তুবোৰৰ নাম লিখা।

Ans : It is night time. (ইট্ ইজ্ নাইট টাইম) – এইটো ৰাতিৰ সময়ৰ ছবি।
In the picture I can see a bright moon in the sky, with many bright stars. There is a big tree. An owl is sitting on its branch. There is a street light also. (ইন দা পিকচাৰ আই কেন চি এ ব্রাইট মুন ইন্ দা স্কাই উইথ্ মেনী ব্রাইট স্টার্চ। দেয়াৰ ইজ এ বিগ ট্ৰি। এন আউল ইজ চিটিঙ অন ইটচ্ ব্রাঞ্চ। দেয়াৰ ইজ এ ষ্ট্ৰিত লাইট অলচ’।) – এই ছবিটোত মই এটি উজ্জ্বল জোনবাইৰ লগতে অলেখ উজ্জ্বল তৰা আকাশত দেখিছো। তাত এডাল ডাঙৰ গছ আছে। এটা ফেচাই ইয়াৰ ডালত বহি আছে। তাত এটা আলিৰ পোহৰৰ বান্তিও জ্বলি আছে।
Let’s recite the poem ‘Oh, Look at the Moon’ (লেটচ ৰিচাই দা পোৱেম “ওহ্, লুক এট্ দা মুন) – ওহ , জোনবাইলৈ চোৱা কবিতাটে আবৃত্তি কৰো আহা।
Para – 1 (পেৰা – ১) – অনুচ্ছেদ – ১ :
Word Notes (শব্দার্থ) : shining (চাইনিঙ) – উজ্জ্ব । up (আপ) ওপৰত। mother (মাদাৰ) – আই ‘ মা। look (লুক) – চোৱা। looks – (লুকছ) – চাই থকা। like (লাইক) – দৰে। lamp (লেম্প) – বান্তি। air (এয়াৰ) – বায়ু ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Oh. Look at the Moon (ওহ্, লুক এট দা মুন ) – ওহ্ , জোনবাই চোৱা ।
She is shining up there ( ইজ চাইনিঙ আপ দিয়াৰ) – তাই আকাশৰ ওপৰত জিলিকি আছে।
Oh. Mother, she looks (ওহ, মাদাৰ, ছি লুকছ) – ওহ, মা , তাইক চাবলৈ।
Like a lamp in the air. (লাইক এ লেন্স ইন দা এয়াৰ।) – আকাশত জ্বলি থকা এটা বন্তিৰ দৰে ।
Para – 2 (পেৰা-২) – অনুচ্ছেদ – ২ :
Word Notes (শব্দার্থ) : last (লাষ্ট) – শেষ । week (উইক) সপ্তাহ। small (স্মল) – সৰু smaller (স্মলাৰ) – অপেক্ষাই সৰু। shaped চেপ্দ) – আকাৰ আকৃতি। bow (ব’) – ধনু। now (নাও) – এতিয়া। grown (গ্ৰ’ণ) – বাঢ়ি অহা/ডাঙৰ হোৱা। bigger (বিগাৰ) – অপেক্ষাই ডাঙৰ।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Last week she was smaller (লাষ্ট উইক চি ওৱাজ স্মলাৰ) – যোৱা সপ্তাহত তাই (জোনবাই) সৰু আছিল।
And shaped like a bow (এন্ড চেপ্দ লাইক এ ব’) – আৰু ধনুৰ দৰে তাইৰ আকাৰ আছিল।
But now she’s grown bigger (বাট নাউ চি ইজ গ্ৰ’ণ বিগাৰ) – কিন্তু এতিয়া তাই ডাঙৰ হৈছে।
And shaped like an ‘O’ . (এন্ড চেপদ লাইক এন ‘ও’।) – আৰু এতিয়া তাইৰ আকৃতি গোলাকাৰ।
ACTIVITIES (এ্যাকটিভিটিজ) – কার্যকলাপ
1. Let’s find out how much we have understood. (টেড ফাইন্ড আউত হাও মাচ্ উই হেভ আন্ডাৰষ্টুড) – আমি কিমান বুজিলো বিচাৰি চাওঁ আহা।
(a) What is the name of the poem ?(হোৱাৰ্ট ইজ দা নেম অফ দা প’ৱেম ?) – কবিতাটোৰ নাম কি ?
Ans : The name of the poem is ‘Oh, Look at the Moon নেম অফ দা প’ৱেম ইজ ‘ওহ্, লুক এট দা মুন। ) – কবিতাটোৰ নাম ‘ওহ্ , জোনবাইলৈ চোৱা ‘।
(b) What looks like a lamp in the air ? (হোৱাট লুহ্ লাইক এ লেম্প ইন দা এয়াৰ ?) – আকাশত বন্তিৰ দৰে কি দেখা গৈছিল ?
Ans : The Moon looks like a lamp in the air. (দা মুন লাইক এ লেম্প ইন দা এয়াৰ) – জোনবাইক আকাশত এটা বন্তিৰ দৰে দেখা গৈছিল।
(c) What does the moon look like when she is smaller ? (হোৱাত ডাজ দা মুন লুক লাইক হোৱেন চি ইজ স্মলাৰ ?) – জোনবাই যেতিয়া সৰু থাকে তেতিয়া তাইক কেনেকুৱা দেখি ?
Ans: The moon looks like a bow when she is smaller. (দা মুন লুকছ লাইক এ ব’ হোৱেন চি ইজ স্মলাৰ।) – জোনবাইটো যেতিয়া সৰু থাকে তেতিয়া তাইক এখন ধনুৰ দৰে দেখি।
(d) What does the moon look like when she grows bigger ? (হোৱাত ডাজ্ দা মুন লুক্ লাইক হোৱেন চি গ্র’জ বিগাৰ ?) – যেতিয়া জোনবাইটো ডাঙৰ হয় তেতিয়া তাইক কেনে দেখি ?
Ans: The moon looks like an ‘O’ when she grows bigger. (দা মুন লুকছ লাইক এন ‘ও’ হোৱেন চি গ্ৰ’জ্ বিগাৰ) – জোনবাইটোক ‘O’ আখবৰ দৰে দেখি যেতিয়৷ তাই ডাঙৰ হয়।
2. Let’s play with rhyming words. (লেটছ প্লে উইথ্ বাইমি ওৱাৰ্ডছ) – ছন্দ মিলা শব্দৰ লগত খেলো আহা।
(1) We know rhyming words, don’t we ? (উই ন’ ৰাইমিঙ ওৱাৰ্ডছ, ড’ন্ট উই ?) – আমি ছন্দ মিলা শব্দবোৰ জানো, আমি না জানোনে ?
(2) Yes, mother. (ইৱেছ, মাদাৰ) – হয় মা ।
(3) Let’s play. (লেটছ প্লে।) – ব’লা খেলো। I’ll say some words. (আই উইল চে চাম ওৱার্ডছ।) – মই কিছুমান শব্দ কম।
Read the poem and say one rhyming word for each one. (ৰীদ দা পৱেম এন্ড চে ওৱান ৰাইমিঙ ওৱাৰ্ড ফৰ ইচ ওৱান) – কবিতাটো পঢ়া আৰু প্রত্যেকৰে বাবে একোটাকৈ ছন্দ মিলা শব্দ কোৱা।
(4) OK, mother. (ওকে, মাদাৰ) – ঠিক আছে, মা।
(5) Took (টুক) – লৈছিল, noon (নুন) – দুপৰীয়া, hair (হেয়াৰ) – চুলি, father (ফাদাৰ) – দেউতা, books (বুকছ) – কিতাপবোৰ, ramp ৰেম্প) – এঢলীয়া পথ, cow (কাও) – গাই, গৰু, taller (টলাৰ) – ওখ
(5) Ans:
Word (ওৱার্ড)শব্দ | Rhyming word(ৰাইমিঙ ওৱাৰ্ড)ছন্দমিলা শব্দ |
took (টুক) – লৈছিল | look (লুক্) – চোৱা |
noon (নুন)– দুপৰীয়া | moon(মুন) জোনবাই/চন্দ্র |
hair (হেয়াৰ) – চুলি | air (এয়াৰ) – বায়ু/বতাহ |
father (ফাদার) – দেউতা | mother (মাদাৰ) – মা |
books (বুকছ) – কিতাপবোৰ | looks (লুকছ) – চোৱা |
ramp ৰেম্প) – এঢলীয়া পথ | lamp (লেম্প) – বন্তি |
cow (কাও) – গাই গৰু | now (নাও) – এতিয়া |
taller (টলাৰ) – ওখ | smaller (স্মলাৰ) – সৰু। |
3. Write the opposites of the underlined words (ৰাইট দা অপজিতছ অফ দা আন্ডাৰলাইনদ ওৱাৰ্ডছ) – তলত আচটনা শব্দবোৰৰ বিপৰীত শব্দবোৰ লিখা।
Oh, look at the moon (ওহ্, লুক এট দা মুন) – জোনবাইলৈ চোৱা ।
She is shining up there (চি ইজ্ চাইনিঙ আপ দিয়াৰ) – তাই ওপৰত জিলিকি আছে।
Word (ওৱার্ড)শব্দ | Opposite word(অপ’জিত ওৱার্ড)বিপৰীত শব্দ |
she (চি) – তাই | he (হি) – তেওঁ |
up (আপ) – ওপৰত | down (দাউন) – তলত |
Ans:
4. Read aloud the following pairs of words. (ৰিদ এলাউদ ফল্ল’য়িং পেয়াছ অফ ওৱাৰ্ডছ) – তলত দিয়া যোৰা শব্দবোৰ ডাঙৰকৈ পাঢ়া ।
Ans:
Before (বিফ’ৰ) – আগত after (আফটাৰ) – পিছত
Day (দে) – দিন night (নাইট) – ৰাতি।
Beautiful (বিউতীফুল) – ধুনীয়া ugly (আগলী) – কুৎচিত।
Outside (আউতচাইদ) – বাহিৰত inside (ইনচাইদ) – ভিতৰত।
Far (ফাৰ) – দূৰ near (নিয়েৰ) – ওচৰ।
Pick ( পিক) – লোৱা throw (থ্র) – দলিওৱা।
5. Think and say who I am (থিংক এন্ড চেহু আই এম্) – ভাবা আৰু কোৱা মই কোন ?
(a) I live in the sky. (আই লিঙ্ ইন দা স্কাই) – মই আকাশত থাকো।
Sometimes I’m small and (চামটাইমছ আয় এম স্মল এন্ড) – কেতিয়াবা মই সৰু আৰু
Sometimes I’m big. (চামটইমছ আয় এম বিগ) – কেতিয়াবা মই ডাঙৰ ।
I glow at night . (আই গ্লা’ এট নাইত) – মই ৰাতিত উজ্জ্বল হওঁ।
Who am I ? ( এম আই ?) – মই কোন ?
Ans : I am the moon. (আই এম দা মুন ) – মই জোনবাই ।
(b) I live in the sky. (আই লিভ ইন দা স্কাই) – মই আকাশত থাকোঁ।
I twinkle at night. (আই তুইংকল এট নাইট) – মই ৰাতিত তিৰবিৰাও।
I’m not the moon. (আয় এম নট দা মুন) – মই জোনবাই নহওঁ
Who am I ? (হু এম আই ?) – মই কোন ?
Ans: I am a star. (আই এম এ ষ্টাৰ) – মই এটা তৰা।
(c) I’m hot ( আয় এম হট) – মই গৰম।
I’m bright (আয় এম ব্রাইট) – মই উজ্জ্বল।
I’m big (আয় এম বিগ) – মই ডাঙৰ।
I give light (আই গিভ লাইট) – মই পোহৰ দিওঁ।
Who am I ? (হু এম আই ?) – মই কোন ?
Ans. I am the sun ( আয় এম দা চান) – মই সূর্য।
6. Read this paragraph written by Pooja. It describes what she saw one evening. (ৰিদ দিচ্ পেৰাগ্ৰাফ ৰিটেন বায় পূজা। ইট দেচক্রাৱছ হোৱাট চি চ’ ওৱান ইভিনিঙ) – পূজাই লিখা অনুচ্ছেদটো পঢ়া। এইটোৱে তাই এদিনা সন্ধিয়াত কি দেখিছিল তাৰ বৰ্ণনা দিছে।
Word Notes (শব্দার্থ) :
one (ওৱান) – এটা। evening (ইভিনিঙ) – সন্ধিয়া। was looking (ওৱাজ লুকিঙ) – দেখিছিলো। sky (স্কাই) – আকাশ। was shining (ওৱাজ চাইনিঙ) – জিলিকিছিল। brightly (ব্রাইটলি) – উজ্জলভাৱে। looked (লুকদ) – দেখিছিল। bright (ব্রাইট) – উজ্জল। lamp (লেপ) – বন্তি। stars (ষ্টাৰচ্) – তৰাবোৰ। suddenly (চাদেলী) – হঠাৎ। shooting star (চুটিঙ ষ্টাৰ) – উল্কা। flashed by (ফ্লেচ্দ বাই) – জ্বলি উঠা।
Ans: One evening I was looking at the sky. (ওৱান ইভিনিও আই ওৱাজ লুকিঙ এট দা স্কাই।) – এদিন সন্ধিয়াত মই আকাশলৈ চাই আছিলো।
It was seven o’clock in the evening. (ইট ওৱাজ চেভেন অ’ক্লক ইন দ্যা ইভিনিঙ।) – তেতিয়া সন্ধিয়া সাত বাজিছিল।
The moon was shining brightly . (দা মুন ওৱাজ চাইনিঙ ব্রাইটলি) – জোনবাইটো উজ্জ্বলভাৱে পোহৰ দি আছিল।
In looked like a bright lamp in the sky. (ইট লুকদ লাইক এ ব্রাইট লেম্প ইন দা স্কাই) – মই এটা উজ্জ্বল বন্তিৰ দৰে আকাশত (জোনবাইক) দেখা পাইছিলো।
I saw some stars too. (আই চ’ চাম ষ্টাৰচ টু) – মই কিছুচাম তৰাও দেখিছিলো।
Suddenly a shooting star flashed by. (চাদেনলী এ চুটিঙ ষ্টাৰ ফ্লাচদ বাই) – হঠাৎ এটা উল্কা জ্বলি উঠিছিল।
Now, look at the pictures below and write a few sentences on each of them (নাও লুক এট দা পিকচাৰ্চ বিল’ এন্ড ৰাইট এ ফিউ চেন্টেনছেচ্ অন ইচ্ অফ দেম) – এতিয়া তলৰ ছবিবোৰলৈ চোৱা আৰু প্রত্যেকৰে বিষয়ে কেইটামান বাক্য লিখা।

Ans: Picture I. : It is daytime. The sun is shining brightly in the sky. An aeroplane and a helicopter are going in the sky. The birds are flying in the sky. (ইট ইজ দে টাইম। দা চান ইজ চাইনিঙ ব্রাইটলী ইন দা স্কাই। এন এৰ’প্লেন এন্ড এ হেলিকপ্তাৰ আৰ গয়িঙ ইন দা স্কাই। দা বাৰ্দচ আৰ ফ্লাইভ ইন দা স্কাই।) – এইটো এটা দিনৰ ছবি। সূর্যটো উজ্জ্বল ভাবে আকাশত জিলিকি আছে। এখন উৰাজাহাজ আৰু এখন হেলিকপ্তাৰ আকাশত গৈ আছে। চৰাইবোৰ আকাশত উৰি আছে।
Picture II: It is night. There is a half moon in the sky. The moon looks like a bow. There are some stars in the sky. (ইট ইজ নাইট। দেয়াৰ ইজ এ হাফ মুন ইন দা স্কাই দা মুন লুকছ লাইক এ ব’। দিয়াৰ আৰু চাম ষ্টাৰ্চ ইন দা স্কাই) – এইটো ৰাত্ৰিৰ ছবি। আকাশত এটা অর্ধচন্দ্ৰ আছে। চন্দ্ৰটো (জোনবাইটো) ধনুৰ দৰে দেখিছো। আকাশত কিছুমান তৰাও আছে।
7. Read this story: (ৰিদ দিচ্ ষ্ট’ৰী) – এই গল্পটো পঢ়া :
The Wolf and the Lamb (দা উলফ্ এন্ড দা লেম্ব)
কুকুৰনেচীয়া বাঘ আৰু ভেড়া পোৱালীটো
Para –1 (পেৰা-১) – অনুচ্ছেদ – ১ :
Word Notes ( শব্দার্থ) : once upon a time (ওৱানচ আপ’ন এ টাইম) – এসময়ত। lived (লিভদ) –বাস কৰিছিল। wolf (ওলফ্) – কুকুৰ নেচীয়া বাঘ।thick (ঠিক) – ঘন। forest ( ফৰেষ্ট) জংঘল। near (নিয়েৰ) – কাষত। stream (ষ্ট্ৰীম) – সৰু নদী, নিজৰা। sheep (শ্বিপ) – ভেড়া। goats (গোটচ্) –ছাগলীবোৰ। cows (কাউজ) – গৰুৰোৰ। village (ভিলেজ) – গাওঁ। nearby (নিয়েৰ বাই) – ওচৰৰ, নিকটবর্তী। came (কেম) – আহিছিল। drink (ড্ৰিংক) – পান কৰা। to drink (টু ড্ৰিংক) – পান কৰোতে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
Once upon a time, there lived a wolf in a thick forest near a stream. (ওৱানচ্ আপ’ন এ টাইম, দিয়াৰ লিভস্ এ ওলফ ইন এ ঠিক ফৰেষ্ট নিয়াৰ এ ষ্ট্ৰীম।) – এসময়ত এখন জংঘলৰ মাজৰ এটা নিজৰাৰ কাষত এটা কুকুৰ নেচীয়া বাঘে বাস কৰিছিল। Sheep, goats and cows from a village nearby came to the stream to drink water. (শ্বিপ, গোটস্ এন্ড কাওজ ফ্রম এ ভিলেজ নিয়েৰ বাই কেম টু দা ষ্ট্ৰীম টু ড্ৰিংক ওৱাটাৰ) – ভেড়া, ছাগলী আৰু গৰুবোৰে ওচৰৰ গাওঁৰ পৰা সৰু নদীটোলৈ (নিজৰালৈ) পানী খাবলৈ আহিছিল
Para – 2 (পেৰা-২) – অনুচ্ছেদ – ২ :
Word Notes (শব্দার্থ) : lazy ( লেজী) – এলেহুৱা। cunning (কানিং) – চতুৰ। hot day (হট দে) – গৰমৰ দিনে। thirsty (থাবটি) – তৃষ্ণাতুৰ। looked down (লুদ ডাউন)-তললৈ চালে। lamb ( লেম্ব) – ভেড়া পোৱালী। happy (হেপী) – সুখী, আনন্দিত। wanted (ওৱান্টেদ) – বিচাৰিছিল।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
The wolf was a lazy and cunning animal. (দা ওলফ্ ওয়াজ এ লেজী এন্ড কানিং এনিমেল)-কুকুৰনেচীয়া বাঘটো ধূৰ্ত আৰু এলেহুৱা জন্তু এটা আছিল। One hot day he was thirsty and so he came to the stream to drink water. (ওৱান হট দে হি ওৱাজ থাৰষ্টী এন্ড চ’ হি কেম টু দা ষ্ট্ৰীম টু ড্রিংক ওৱাটাৰ) – এদিনাখন সি তৃষ্ণাতুৰ আছিল আৰু নিজৰ৷ এটালৈ সি পানী খাবলৈ গৈছিল। He looked down and saw a lamb drinking water from the stream. (হি লুকদ দাউন এন্ড চ’ এ লেম্ব ড্রিংকিঙ ওৱাটাৰ ফ্রম দা ষ্টীম) – সি তললৈ চাইছিল আৰু দেখিছিল যে এটা ভেড়া পোৱালীয়ে নিজৰাটোৰ তলত পানী খাই আছে। He was happy and wanted to eat the lamb. (হি ওৱাজ হেপী এন্ড ওয়ান্টেদ টু ইট দা লেম্ব) – সি সুখী হৈছিল আৰু ভেড়া পোৱালীটোক খাব বিচাৰিছিল।
Para – 3 (পেৰা – ৩)—অনুচ্ছেদ – ৩ :
Word Notes (শব্দার্থ) : wicked (উইকেদ) – দুষ্ট। idea (আইদিয়া) – বুদ্ধি/ধাৰণা। came (কেম) –আহিছিল। mind ( মাইল্ড) – মন । tried (ট্রায়েদ) – চেষ্টা কৰিছিল। make (মেক) –সজা/কৰা। lamb (লেম্ব) – ভেড়াপোৱালী। frightened (ফ্লাইতেন্দ) – ভয় খাইছিল। shouted (চাউতেদ) – চিঞৰি উঠিছিল। foolish (ফুলিচ) – মূর্খ। dirty (দার্টী) – লেতেৰা । without (উইদাউত) – অবিহনে। looked up (লুক্ আপ) – ওপৰৰ ফালে চালে। saw (চ’) – দেখিছিল। brave (ব্রেভ) – সাহসী। replied (ৰিপ্লাইদ) –উত্তৰ দিছিল। politely (প’লাইতলী) – নম্ৰভাৱে/শান্তভাৱে। sir (চাৰ) – মহাশয়। wrong (ৰং) – ভুল। flowing (ফ্ল’ইঙ) – প্রবাহিত। stand (ষ্টেল্ড) – ঠিয় হৈ থকা। find (ফাইন্ড) – বিচৰা। give up (গিভ আপ) – এৰি দিয়া। ago (এগ) – আগতে । stupid (স্টুপিদ) – গাধ/মূর্খ। have to say (হ্যাভ টু চে) –কবই লাগিব। sorry ( চৰী) – দুঃখিত।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
A wicked idea came to his mind. (এ উইকেদ আইদিয়া কেম টু হিজ মাইন্দ) – এটা দুষ্ট বুদ্ধি নাহৰ ফুটুকীৰ মনলৈ আহিছিল। He tried to make the lamb frightened. (হি ট্রায়েদ টু মেক দা লেম্ব ফ্রাইতেন্দ) – সি ভেড়াপোৱালীটোক ভয় খুৱাবলৈ চেষ্টা কৰিছিল। He shouted at the lamb, You foolish lamb, why are you making the water dirty ? (হি চাউতেদ এট দা লেম্ব, “ইউ ফুলিচ্ লেম্ব হোৱাই আৰ ইউ মেকিঙ দা ওৱাটাৰ দাটী?”) – সি ভেড়াপোৱালীটোক চিঞৰি কৈছিল, “তই পানীখিনি কিয় লেতেৰা কৰিছা ? Can’t you drink without your legs in the water ?” (কান্ট ইউ দ্ৰিংক উইদাউত ইয়’ৰ লেগছ ইন দা ওৱাটাৰ ?”– এই পানীত ভৰি নলগোৱাকৈ খাব নোৱাৰা ? The lamb looked up and saw the wolf . (দা লেম্ব লুকদ্ আপ এন্ড চ’ দা ওলফ।) – ভেড়াপোৱালীটোৱে ওপৰৰ ফালে চালে আৰু কুকুৰনেচীয়াটোক দেখিবলৈ পালে। But he was not frightened. (বাট হি ওৱাজ নট ফ্রাইতেন্ড।) কিন্তু সি ভয় নাখালে। He was a brave lamb . ( হি ওৱাজ এ ব্রেভ লেম্ব।) – সি এটা সাহসী ভেড়াপোৱালী আছিল। He replied politely, “But Sir, you are wrong. (সি ৰিপ্লায়েদ পোলাইটলী, “বাট ছাৰ, ইউ আৰ ৰং।) – সি নম্ৰভাবে উত্তৰ দিলে, “মহাশয়, আপুনি ভুল কৰিছে। The water is flowing from where you are standing to where I am standing. (দা ওৱাটাৰ ইজ ফ্লু’ইড ফ্ৰম হোয়েৰ ইউ আৰ ষ্টেন্ডীং টু হোয়েৰ আই এম ষ্টেন্ডীঙ) – পানীখিনি আপুনি ঠিয় হৈ থকা ঠাইৰ পৰা মই ঠিয় হৈ থকা ঠাইলৈ বৈ আহিছে। How can I make your water dirty ?” (হাও কেন আই মেক ইয়’ৰ ওৱাটাৰ দাৰ্টী ?”) – কেনেকৈ মই আপোনাৰ পানী লেতেৰা কৰিলোঁ ?” The wolf did not find an answer. (দা ওলফ্ দিদ্ নট ফাইন্দ এনি এনচাৰ।) – কুকুৰনেচীয়াটোৱে কোনো উত্তৰ বিচাৰি নাপালে। But he did not give up. (বাট হি দিদ্ নট গিভ আপ।) – কিন্তু সি আশা ত্যাগ কৰা নাছিল। He said, “Six months ago you called me stupid now you have to say sorry: “(হি চেইদ, “চিক্স মাহচ্ এগ’; ইউ কল্ড মি ষ্টুপিদ, নাও ইউ হেভ টু চে চৰী।”) – সি কৈছিল, “ছয়মাহ আগতে তই মোক মূর্খ বুলি কৈছিল, এতিয়া মোৰ ওচৰত দুঃখ প্রকাশ কৰিব লাগিব।”
Para – 4 ( পেৰা –৪ ) – অনুচ্ছেদ – ৪
Word Notes ( শব্দার্থ) : again (এগেইন) – পুনৰ। only (অ’নলী) – মাথোন। old (ওল্ড) – পুৰণি। went away (ওৱেন্ট এওয়ে) – গুচি গৈছিল। sadly (চেদলি) – দুখ মনেৰে।
উচ্চাৰণ আৰু অসমীয়া ভাঙনি :
The lamb replied politely again, But Si, I’m only three months old.” (দা লেম্ব ৰিপ্লাইড পোলাইটলি এগেইন, “বাট ছাৰ, আই এম অনলী থ্ৰি মান্থচ ওল্ড।”) – ভেড়া পোৱালীটোৱে নম্ৰভাৱে উত্তৰ দিলে, “কিন্তু মহাশয় মই মাথোন তিনি মহীয়া”। The wolf had no answer and went away sadly. (দা উলফ হেদ নো এনছাৰ এন্ড ওৱেন্ট এৱে চেদলী।) – কুকুৰনেচীয়াটোৰ কোনো উত্তৰ নাছিল আৰু সি দুখ মনেৰে গুচি গৈছিল।
Now, read the story again. There are some describing words in the story. Work in pairs. Underline the words and write them on the board. Here are two describing words: (নাও ৰিদ দা ষ্ট’ৰী এগেইন। দিয়াৰ আৰ চাম দিচক্ৰাইবিঙ ওৱাদৰ্ছ ইন দা ষ্ট’ৰী। ওৱাৰ্ক ইন পেয়াৰছ । আন্দাৰলাইন দা ওৱাৰ্দছ এণ্ড ৰাইট দেম অন দা ৱৰ্দছ। হিয়াৰ আৰ টু দেচক্ৰাইবিঙ ওৱাৰ্দছ) – গল্পটো পুনৰ পঢ়া। তাত কিছুমান বর্ণনা সূচক শব্দ আছে। যোৰহৈ কৰা । শব্দবোৰৰ তলত আঁচ টনা আৰু বৰ্ড’ত লিখা ইয়াত দুটা বর্ণনাসূচক শব্দ দিয়া হ’ল :
thick (ঠিক) – ঘন/ডাঠ lazy ( লেজী) – এলেহুৱা
Ans :
cunning (কানিং) – ধূর্ত। thirsty (থাৰষ্টী) – তৃষ্ণাতুৰ।
happy (হেপী) – সুখী। wicked (উইকেদ) – দুষ্ট।
foolish (ফুলিচ) – মূর্খ। dirty (দাটী) – লেতেৰা।
brave (ব্রেভ) – সাহসী। stupid (ষ্টুপিদ) – মূর্খ/গাধ।
8. Fill in the blanks with the words in the box. (ফিল ইন দা ব্লেংকছ উইথ দা ওৱাৰ্দছ ইন দা বক্স)–বাকচত থাকা শব্দবোৰেৰে খালি ঠাইবোৰ পূৰ কৰা।
at (এট) – ত, প্রতি, to (টু) – লৈin (ইন) – ভিতৰত, up (আপ) – ওপৰত |
Ans: (a) The wolf lived in a thick forest. (দা ওলফ্ লিভদ্ ইন এ ঠিক ফ’ৰেষ্ট)– কুকুৰনেচীয়া বাঘটোৱে এখন ঘন হাবিৰ মাজত বাস কৰিছিল।
(b) The wolf came to the stream to drink water. (দা ওলফ্ কেম টু দা ষ্ট্ৰিম টু দ্রিংক ওৱাটাৰ) – কুকুৰনেচীয়াটোৱে সৰু নদীটোলৈ (নিজৰাটোলৈ) পানী খাব আহিছিলি।
(c) The wolf shouted at the lamb . (দা ওলফ্ চাউতেদ এট্ লেম্ব)– কুকুৰনেচীয়াটোৱে ভেড়া পোৱালীটোক চিঞৰিছিল।
(d) The lamb looked up and saw the wolf. (দা লেম্ব লুকদ আপ এণ্ড চ’ দা ওলফ্)–ভেড়াপোৱালীটোৱে ওপৰৰ ফালে চাইছিল আৰু কুকুৰ নেচীয়াটোক দেখিছিল।
9. Look at the picture and read the sentences in the bubbles aloud: (লুক্ এট দা পিকচাৰ এন্ড ৰিদ দা চেন্টেনছেজ ইন দা বাবুলছ এলাউদ) – ছবিটো চোৱা আৰু বৃত্তৰ ভিতৰত থকা বাক্যবোৰ পঢ়া।

Ans: (a) I’m going to frighten the lamb. (আই এম গয়িং টু ফ্রাইটেন দা লেম্ব) – মই ভেড়াপোৱালীটোক ভয় খুৱাবলৈ গৈ আছো।
(b) The wolf is trying to frighten me. (দা ওফ্ ইজ ট্রাইঙ টু ফ্লাইটেন মি) – কুকুৰনেচীয়াটোৱে মোক ভয় খুৱাবলৈ চেষ্টা কৰি আছে।
10. Say as fast as you can. (চে এজ ফাষ্ট এজ ইউ কেন) – যিমান খৰকৈ পাৰা কোৱা :
Ans. (a) wash (ওৱাচ) – ধোৱা। water (ওৱাটাৰ) – পানী। wolf (ওলফ) – কুকুৰনেচীয়া। well (ওৱেল) –কুঁৱা। went (ওৱেন্ট) – গৈছিল।
(b) The wicked wolf went to the well and washed his face with water . (দা উইকেদ্ ওলফ ওৱেন্ট টু দা ওৱেল এন্ড ওৱাচদ হিজ ফেচ উইথ ওৱাটাৰ) – দুষ্ট কুকুনেচীয়াটোৱে কুঁৱাৰ পাবলৈ গৈছিল আৰু তাৰ মুখ পানীৰে ধুইছিল।
(c) A little lamh lay lazily on her mother’s lap. (এ লিটল লেম্ব লে লেজীলী অন হাৰ মাদাৰ্চ লেপ)–এটা সৰু ভেড়াপোৱালীয়ে তাৰ মাকৰ কোলাত আৰাম কৰি শুই আছে।
(d) The little lamb looked at his lovely legs . (দা লিটল লেম্ব এট হিজ লাভলী লেগছ) – সৰু ভেড়াটোৱে তাৰ ধুনীয়া ভৰিৰ ফালে চাই আছে।
11. Look at the pictures and read. (লুক এট দা পিচাৰ্চ এন্ড ৰিড) – ছবিবোৰলৈ চোৱা আৰু পঢ়া।

small (স্মল) – সৰু। smaller (স্মলাৰ) – অপেক্ষাই সৰু। smallest (স্মলেষ্ট) – সকলোতকৈ সৰু।
tall (টল) – ওখ। taller (টলাৰ) – অপেক্ষাই ওখ। tallest (টলেষ্ট) – সকলোতকৈ ওখ।
I’m a strong man. (আই এম এ ষ্ট্ৰং মেন) – মই এজন শক্তিশালী মানুহ।
I’m stronger than you. (আই এম ষ্ট্ৰংগাৰ দেন ইউ) – মই তোমাতকৈ শক্তিশালী।
I’m strongest of all (আই এম ইংগেষ্ট অব অল) – মই সকলোতকৈ শক্তিশালী।
long (লং) – দীঘল । longer (লংগাৰ) – অপেক্ষাই দীঘল। longest (লংগেষ্ট) – সকলোতকৈ দীঘল।
rich ( ৰিচ) – ধনী। richer ( বিচাৰ) – অপেক্ষাই ধনী। richest (ৰিচেষ্ট) – সকলোতকৈ ধনী।
short (চৰত্)—– চুটি। shorter ( চৰ্তাৰ) – অপেক্ষাই চুটি। shortest (চৰতেষ্ট) – সকলোতকৈ চুটি।
weak (উইক)–দুর্বল। weaker (উইকাৰ) – অপেক্ষাই দুর্বল। weakest (উইকেষ্ট)—সকলোতকৈ দুর্বল। heavy (হেভি) – গধুৰ। heavier (হেভিয়াৰ) – অপেক্ষাই গধুৰ। heaviest (হেভিয়েস্ট) – সকলোতকৈ গধুৰ।
fat (ফেট)– শকত। fatter (ফেটাৰ) – অপেক্ষাই শকত। fattest (ফেটেষ্ট) – সকলোতকৈ শকত। happy (হেপী) – সুখী। happier (হেপিয়াৰ) – অপেক্ষাই সুখী। happiest (হেপিয়েষ্ট) – সকলোতকৈ সুখী।
wide (ওৱাইদ) – বহল। wider (ওৱাইদাৰ) – অপেক্ষাই বহল। widest (ওৱাইদেষ্ট) – সকলোতকৈ বহল।
12. Fill in the boxes with appropriate word. (ফিল ইন দা বক্সেচ উইথ এপ্রোপ্রিয়েত ওৱাৰ্দ) – যথাযথ শব্দবোৰেৰে বাকচৰ বাক্যবোৰ পূৰ কৰা।
Ans:
long (লং) – দীঘল। longer (লংগাৰ) – অপেক্ষাই বেছি দীঘল।
longest (লংগেষ্ট) – সকলোতকৈ দীঘল।
hot (হট) – গৰম। hotter (হটাৰ) – অপেক্ষাই বেছি গৰম।
hottest (হতেষ্ট) – সকলোতকৈ গৰম।
happy (হেপি) – সুখী। happier (হেপিয়াৰ) – অপেক্ষাই বেছি সুখী।
happiest (হেপিয়েষ্ট) – সকলোতকৈ সুখী।
big (বিগ) – ডাঙৰ। bigger (বিগাৰ) – অপেক্ষাই ডাঙৰ।
biggest (বিগেস্ট) – সকলোতকৈ ডাঙৰ।
short (চৰত্) – চুটি। shorter (চৰতাৰ) – অপেক্ষাই চুটি।
shortest (চতেষ্ট) – সকলোতকৈ চুটি।
brave (ব্রেভ) – সাহসী। braver (ব্ৰেভাৰ) – অপেক্ষাই বেছি সাহসী।
bravest (ব্রেভেষ্ট) – সকলোতকৈ সাহসী।
wise (ওৱাইজ)– জ্ঞানী। wiser (ওৱাইজাৰ) – অপেক্ষাই বেছি জ্ঞানী।
wisest (ওৱাইজেষ্ট) – সকলোতকৈ জ্ঞানী।
13. (a) Let’s read a few words with silent letters. (লেটছ ৰিদ এ ফিউ ওৱাৰ্দছ উইথ চাইলেন্ট লেটাচ্) – ব’লা অনুচ্চাৰিত আখৰ যুক্ত শব্দবোৰ পঢ়ো আহা,
Ans: (1) Do you know some letters are silent in some words ? (ডু ইউ ন’ চাম লেটাৰচ আৰ চাইলেন্ট ইন চাম ওৱাৰ্দছ) – তুমি জনানে কিছুমান শব্দৰ কিছুমান আখৰ অনুচ্চাৰিত হৈ আছে।
(2) That’s amazing ! (দেট ইজ্ এমেজিঙ) – এইবোৰ বিস্ময়কৰ।
(3) Let’s read some of these words without saying the underlined letter. (লেটছ ৰিদ চাম অফ দিজ ওৱাৰ্দছ উইদাউত চেইঙ দা আন্দাৰলাইন্দ লেটাৰ) – ব’লা তলত আঁচটনা আখৰ বোৰ উচ্চাৰণ নকৰাকৈ তলৰ শব্দবোৰ পঢ়ো আহা।
lamb (লেম্ব) – ভেড়াপোৱালী।
tomb (টম্ব) – সমাধি, স্মৃতিসৌধ।
plumber (পাম্বৰ) – পানীৰ পাইপ মেৰামতি কৰা মিস্ত্রী।
bomb (ব’শ্ব) – বোমা।
comb (ক’ম্ব) – ফনী।
crumb (ক্রাম্ব) – ৰুটি কেক আদিৰ টুকুৰা ।
13. (b) Tick the word you hear. (টিক দা ওৱার্দ ইউ হিয়েৰ) – তুমি শুনা শব্দবোৰত (√) চিন দিয়া।
Ans:
(i) lamp (লেম্প) – বন্তি। [√]
lamb (লেম্ব) – ভেড়াপোৱালী। [√ ]
(ii) dump (ডাম্প) – জাৱৰৰ ডম, স্তূপ। [√]
dumb (ডাম্ব) – বোবা। [√]
14. Read the words on the whiteboard. (ৰিদ দা ওৱাৰ্দছ অন দা হোৱাইট ব’ৰ্ড) – বগা ব’ৰ্ডত থকা শব্দবোৰ পঢ়া।
moon (মুন) – চন্দ্র, জোন। bone (বোন) – হাড়। lamb (লেম্ব) – ভেড়াপোৱালী। wolf (ওলফ্) – কুকুৰনেচীয়া বাঘ। forest (ফৰেষ্ট) – জংঘল। night (নাইট) –ৰাতি। sheep (শিপ) – ভেড়া। village (ভিলেজ) –polite (পোলাইট) – নম্ৰ। smaller (স্মলাৰ) – অপেক্ষই সৰু। |
Now, write them down in alphabetical order. (নাও ৰাইট দেম দাউন ইন এলফাবেটিকেল অৰ্দাৰ) — এতিয়া শব্দবোৰ বৰ্ণমালা অনুসৰি লিখা।
Ans:
bone (বোন) – হাড়। forest (ফৰেষ্ট) – জংঘল।
lamb (লেম্ব) – ভেড়াপোৱালী। moon (মুন) – চন্দ্র, জোন।
night (নাইট) –ৰাতি। polite (পোলাইট) – নম্ৰ।
sheep (শ্বিপ) – ভেড়া। smaller (স্মলাৰ) – অপেক্ষই সৰু।
village (ভিলেজ) – গাওঁ। wolf (ওলফ্) – কুকুৰনেচীয়া বাঘ।
15. Look at the pictures and read the sentences. (লুক এট দা পিকচাৰ্ছ এন্ড ৰিদ দা চেন্টেনছেচ্)—ছবিবোৰ চোৱা আৰু বাক্যবোৰ পঢ়া।
Juri is three feet fall. (জুৰী ইজ থ্রি ফিট টল) — জুৰী তিনি ফুট ওখ।
Mili is three feet and six inches tall. (মিলি ইজ থ্রি ফিট এন্ড চিক্স ইঞ্চেছ টল) — মিলি তিনি ফুট ছয় ইঞ্চি ওখ।
Rini is four feet tall. (ৰিণি ইজ ফোৰ ফিট টল) — ৰিণি চাৰি ফুট ওখ।
Now, fill in the blanks choosing the correct word from the help box. (নাও ফিল ইন দা ব্লেংকছ চুজিঙ দা কাৰেক্ট ওৱার্ড ফ্রম দা হেল্প বক্স) — এতিয়া বাকচৰ পৰা শুদ্ধ শব্দবোৰ বাচনি কৰি খালী ঠাইবোৰ পূৰ কৰা।
taller tall tallest |
Ans: Juri is a tall girl. (জুৰি ইজ এ টল গার্ল) — জুৰী এজনী ওখ ছোৱালী।
Mili is_taller than Juri. (মিলি ইজ টলাৰ দেন জুৰী) — মিলি জুৰীতকৈ
Rini is the tallest of the three . (ৰিণি ইজ দা টলেষ্ট অৱ দা থ্রি।)— ৰিণি এই তিনিওজনীৰ সকলোতকৈ ওখ ছোৱালী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.