Class 4 English Chapter 7 Frogs at School

Class 4 English Chapter 7 Frogs at School Solution, SEBA Chapter 7 Frogs at School Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 7 Frogs at School Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.

FROGS AT SCHOOL

Chapter – 7

ইংৰাজী

ENGLISH

বিদ্যালয়ৰ ভেকুলীবোৰ

These are some of the things that Aman and Ria like to do. Let’s read :[ দিজ আৰ চাম অৱ দ্য থিংচ দেট আমন এণ্ড ৰিয়া লাইক টু দু। লেটছ ৰিড :] —এইবোৰ কিছুমান বস্তু যিবোৰ আমন আৰু ৰিয়াই কৰি ভাল পায়। পঢ়ো আহা :

1. I like to draw pictures . [ আই লাইক টু’  দ্ৰ পিকচাৰ্ছ ।—মই ছবি আকিবলৈ ভাল পাওঁ ।

2. I like listening to stories . [আই লাইক লিচনিঙ টু’  ষ্টোৰীজ ।] —মই গল্প শুনিবলৈ ভাল পাওঁ ।

3. I like to do my home work after school . [ আই লাইক টু ডু মাই হোমওয়ার্ক আফটাৰ স্কুল। ]—মই বিদ্যালয়ৰ ছুটিৰ পিছত ঘৰত কৰা কাম কৰি ভালপাওঁ।

4. What about poems ? [ হোয়াট এবাউট পোৱেমস্।] — কবিতাৰ বিষয়ে কোৱা ?

5. I like to solve crossword puzzles. [ আই লাইক টু  চলভ’ ক্ৰছওৱার্ড পাযলছ । ] —মই শব্দৰ জটিলতা ভাঙি ভাল পাঁও ।

6. Flike to go to school an time [ আই লাইক গ’ টু স্কুল অন টাইম।] — মই সময়ত বিদ্যালয়ত যোৱাটো পচন্দ কৰোঁ।

7. like to study and play too . [ আই লাই টু ষ্টাদী এন্ড প্লে টু । ] — মই পঢ়াৰ লগতে খেলধেমালীও ভাল পাওঁ।

8. I like to recite them . Let’s recite this one… [ আই লাইক টু ৰিচাইত দেম। লেটছ বিচাইট নিম্ন ওয়ান ]—মই সেইবোৰ আবৃত্তি কৰি ভাল পাওঁ। এইটো আবৃত্তি কৰো অহা :

Word Notes (শব্দ): Draw ( ড্ৰ) অংকন কৰা ; pictures (পিকচাৰ্ছ)—ছবিবোৰ ; listening (লিচনিং)— শুনা ; stories (ষ্টোৰিছ)—সাধুবোৰ’ গল্পবোৰ; like to do (লাইক টু দু)—কৰিবলৈ ভাল পোৱা ; homework (হোমওৱাৰ্ক)— ঘৰৰ কাম ; school (স্কুল)— বিদ্যালয়; poems (পোয়েমছ—কবিতাবোৰ ; solve (সল্ভ)— সমাধান ; crossword puzzles (ক্ৰছওৱার্ড পাযলছব)— শব্দৰ জটিলতা ; study (স্টাদি)— লিখাপড়া কৰা  ; play (প্লে) — খেল-ধেমালী; recite ( ৰিচাইট)— আবৃত্তি কৰা।

Let’s recite the poem : [লেটছ ৰিচাইট দি প’য়েম :] — কবিতাটো আবৃত্তি কৰোঁ আহা :

Frogs at School [ফ্রগচ্ এট স্কুল ] —বিদ্যালয়ৰ ভেকুলীবোৰ

উচ্চাৰণ আৰু ভাঙনি

Twenty froggies went to school [ টুয়েন্টি ফ্রগিছ ওৱেন্ট টু স্কুল ] — বিছটা ভেকুলীয়ে বিদ্যালয়লৈ গৈছিল।

Down beside a rushy pool ; [ ডাউন বিচাইড এ ৰাশ্বী পুল ;] —খৰধৰকৈ বৈ যোৱা নিজৰা (পুখুৰী) এটাৰ ওচৰত ;

Twenty little coats of green [টুয়েন্টি লিটল কোটছ অৱ গ্ৰীণ] —বিছটা সেউজীয়া ৰঙৰ কোট পিন্ধি।

Twenty vests all white and clean. [ টুয়েন্টি ভেষ্টছ অল হোৱাইট এণ্ড ক্লীন।]— বিছুটা জহৰকোট গোটেই কেইটা চাফা আৰু বগা।

“We must be in time,” said they. [ “উই মাস্ট বি ইন টাইম,” চেইড দে।]—“আমি সদায় সময়ত বিদ্যালয়লৈ যাম, ” সিহঁতে কৈছিল।

“First we must study, then we play; [“ফার্ট উই মাষ্ট ষ্টাদী দেন উই প্লে ] — “প্ৰথমতে আমি পঢ়িব লাগিব তাৰ পিছত আমি খেলিম ;

That is how we keep the rule; [ সেট ইজ হাউ উই কিপ দি  ৰুল, ]—এনেকৈ আমি নীতি নিয়ম মানি চলিব লাগিব। 

When we froggies go to school.” [ হোৱেন উই ফ্রগিছ গো টু স্কুল।”] — যেতিয়া আমি ভেকুলীবোৰে বিদ্যালয়লৈ যাওঁ।”

 -George Cooper [ জৰ্জ কুপাৰ ]

Word Notes (শব্দ-অর্থ) : Twenty (টোয়েন্টি)— বিছ; froggies (ফ্রগিজ)— frog (ফ্রগ)—froggy (ফ্রগি)—ভেকুলী; Plural (বহুবচন) — froggies—ভেকুলীবোৰ (বহুতখিনি); went (ওৱেন্ট)— গৈছিল; down (ডাউন)—তলত; beside ( বিছাইড)— কাষত; rushy (ৰাশ্বি)— খৰধৰকৈ বৈ যোৱা; pool (পুল)—ডোবা, খুলি, পুখুৰী; coats, (কোটছ)—কোট, চোলা; green (গ্রিণ)— সেউজীয়া ; vests (ভেস্টস্)—বানিয়ন, জহৰকোট; white (হোয়াইট)— বগা; clean (ক্লিন)—চাফ-চিকুন; must (মাষ্ট)—অৱশ্যে; time (টাইম)— সময় first (ফার্স্ট)—প্রথমত; study(স্টাদি)—অধ্যয়ন, পঢ়া ; play (প্লে)— খেল-ধেমালী; keep (কিপ) ৰখা; rule (ৰুল)—নীতি-নিয়ম ; when (হোয়েন)—যেতিয়া; school (স্কুল)— বিদ্যালয়।

ACTIVITIES (একটিভিটিজ) – কার্যকলাপ

1. (a) Put a tick ( √ ) on the correct answer : [ পুট এ টিক ( √ ) অন দি কাৰেক্ট এনচাৰ :] —সঠিক উত্তৰটোত ( √ ) শুদ্ধ চিন দিয়া :

 [i] Forty froggics went to school. [ ফৰটী ফ্রগিজ  ৱেন্ট টু স্কুল।] — চল্লিছটা ভেকুলী বিদ্যালয়লৈ গৈছিল।

Ans. (x) False [ফলচ্ ] – অসত্য। 

[ii] Twenty froggies went to school. [টুৱেন্টী ফ্র’গিজ ৱেন্ট টু স্কুল।] বিছটা ভেকুলী বিদ্যালয়লৈ গৈছিল।

Ans. (v) True [√ ] সত্য। 

[iii] Thirty froggies went to school. [ থার্টি ফ্র’গিজ ৱেন্ট টু স্কুল।]— ত্রিছটা ভেকুলী বিদ্যালয়লৈ গৈছিল।

Ans. (x) False [ফলচ] – অসত্য।

[iv]. The vests of twenty froggies were all green and clean. [দি ভেষ্টছ অৱ টুৱেন্টী ফ্রগিজ ওৱেৰ অল গ্রীন এণ্ড ক্লিন।]—বিছটা ভেকুলীৰ জহৰ কোটকেইটা সেউজীয়া আৰু চাফা আছিল।

Ans. (x) False [ ফল্‌চ ] – অসত্য।

[v] The vests of twenty froggies were all white and clean [ দি ভেষ্টছ অফ টুয়েন্টি ফ্রগিজ ওয়েৰ অল হোয়াইট এন্ড ক্লিন।]—বিছটা ভেকুলীৰ জহৰকোট কেইটা বগা আৰু চাফা আছিল।

Ans. (v) True [√ ] – সত্য।

[vi] The vests of twenty froggies were all red and clean. [ দি ভেষ্টছ অফ টুয়েন্টি ফ্রগিজ্‌ ওয়েৰ অল ৰেড এন্ড ক্লিন।]—বিছটা ভেকুলীৰ জহৰকোট কেইটা আছিল ৰঙা আৰু চাফা।

Ans. (x) False [ ফলচ ] – অসত্য।

1. (b) Fill in the blanks with the appropriate words from the brackets : [ ফিল ইন দি ব্লেংকছ উইথ দি এপ্র’প্রিয়েট ওৱাৰ্ডছ ফ্রম দি ব্ৰেকেট্‌ছ : ] —বন্ধনীৰ পৰা সঠিক শব্দটোলৈ খালী ঠাইবোৰ পূৰ কৰা :

[i] The school is down beside a —– (dirty / rushy) pool. [ স্কুল ইজ ডাউন বিচাইড এ —– (ডার্টি/ৰাশ্বি) পুল। ] – বিদ্যালয়খন আছিল, (লেতেৰা/খৰখেদাকৈ যোৱা) নিজৰা (পুখুৰী) এটাৰ কাষত।

Ans. The school is down beside a rushy pool [ দি স্কুল ইজ ডাউন বিচাইড এ ৰাশ্বি পুল।]—–বিদ্যালয়খন আছিল খেদাকৈ যোৱা নিজৰা (পুখুৰী) এটাৰ কাষত।

[ii] The froggies wear —– (white/ green) coats. [ দি ফ্রগিজ ওৱেৰ –(হোৱাইট/গ্রিণ) কোট্‌ছ।]—ভেকুলীবোৰ (বগা/সেউজীয়া) কোট পিন্ধিছিল।

Ans. The froggis wear green coats. [ দি ফ্রগিজ্‌ ওয়েৰ গ্রিন কোটছ।]— ভেকুলীবোৰে সেউজীয়া কোট পিন্ধিছিল।

[iii] Froggies —– (run / go) to school [ফ্রগিজ (ৰাণ/গো) টু স্কুল।] –ভেকূলীবোৰ (দৌৰিছিল/গৈছিল) বিদ্যালয়লৈ।

Ans. Froggies go to school [ ফ্রগিজ গো টু স্কুল।]—ভেকুলীবোৰ বিদ্যালয়লৈ গৈছিল।

[iv] The poem is written by —– (George Cooper/George Cowper). [ দি পোৱেম ইজ ৰিটেন বাই (জর্জ কুপাৰ/জর্জ কাউপাৰ)।]—কবিতাটো লিখিছে —–জৰ্জ কুপাৰ জৰ্জ কাউপাৰ)।

Ans. The poem is written by Gorge Cooper. [ দি পোৱেম ইজ ৰিটেন বাই জর্জ কুপাৰ।]—কবিতাটো জৰ্জ কুপাৰে লিখিছে।

2. (a) Draw lines to match the rhyming words : [ ড্র লাইনচ্ টু মেচ্ দি ৰাইমিং ওৱাৰ্ডচ্: ]—মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা :

rule cleangreen they play pool

Ans.

Rule (কল)—নীতি নিয়ম — Pool (পুল)—ডোবা, পুখুৰী

Green (গ্রিণ)— সেউজীয়া — Clean (ক্লিন)—চাফা

Play (প্লে) —খেল — They (দে)— সিহঁতে।

2. (b) Read the poem. Find another word which rhymes with the words ‘rule’ and ‘pool’. [ ৰিড দি প’ৱেম। ফাইণ্ড এনাদাৰ ওৱার্ড হুইচ  ৰাইমছ উইথ দি ওৱাৰ্ডছ ‘ৰুল’ এন্ড ‘পুল’। ]—কবিতাটো পঢ়া। ‘ৰুল’ আৰু ‘পুল’ ৰ লগত ছন্দ মিলা শব্দটো বিচৰা।

Ans. The another word is school .[ দি এনাদাৰ ওৱাৰ্ড ইজ স্কুল। ]— আন শব্দটো বিদ্যালয়। 

Frame a sentence with the new word .[ ফ্রেম এ চেনটেঞ্চ উইথ দি নিউ ওৱাৰ্ড: ] —নতুন শব্দেৰে এটা বাক্য ৰচনা কৰা :

 Ans. Twenty froggies went to school [ টুয়েন্টি ফ্রগিজ ওৱেন্ট টু স্কুল।] বিছটা ভেকুলীয়ে বিদ্যালয়লৈ গৈছিল।

3. Let’s learn some new words from the poem .[ লেটছ লার্ন চাম নিউ ওৱাৰ্ডছ ফ্রম দি প ‘য়েম ]—কবিতাটোৰপৰা কিছুমান নতুন শব্দ শিকো আহা :

Ans. rush [ ৰাছ ] — quick movement towards something. [ কুইক মুভমেন্ট টুওৱার্ডচ চামথিং।]—কোনোবা দিশত খৰখেদাকৈ গতি কৰা।

pool [পুল ] — a small area of still water. [ এ স্মল এৰিয়া অফ স্টিল ৱাটাৰ। ]—সৰু পুখুৰী।

4. Arrange the letters to make words : [এৰেঞ্জ দি লেটাৰ্চ টু মেক ওৱাৰ্ডছ :] শব্দ বনাবলৈ খেলিমেলিকৈ থকা বৰ্ণবোৰ সজোৱা :

Utsdy…………. wetynt…………. aelen…………..titlle…………. seiggfro…………. hoscol…………..

Ans. utsdy— study (ষ্টাদী)— পঢ়া। 

Wetynt— twenty (টুৱেন্টী)— বিছ ।

aelon— clean (ক্লিন)— চাফা। 

title — little (লিটল)— সৰু।

sciggfro —froggies (ফ্রগিছ)—ভেকুলীবোৰ 

hoscol — school (স্কুল)— বিদ্যালয়।

5. Write two other words which mean the same as ‘little’. [ ৰাইট টু আদাৰ ওৱাৰ্ডছ হুইচ মিন দি চেম এজ ‘লিট্ল’।]—’লিটল’ শব্দৰ লগত মিল থকা দুটা আন শব্দ লিখা।

Ans. small ( স্মল) — সৰু । few (ফিউ)— অলপমান/ কম সংখ্যক।

• Now, frame sentences with each of the words :[ নাও, ক্রেম চেন্টেনচেছ উইথ ইচ্ অফ দি ওৱাৰ্ডছ :]—এতিয়া শব্দ দুটাৰে দুটা বাক্য ৰচনা কৰা :

Ans. (i) Small: Ram is a small boy . [ ৰাম ইজ এ স্মল বয়।]— ৰাম এজন সৰু লৰা।

(ii) Few : I have a few books. [ আই হেভ এ ফিউ বুকছ।] — মোৰ অলপ সংখ্যক কিতাপ আছে।

6. Rewrite the words given in the table using ‘ies’. One is done for you: [ ৰিৰাইট দি ওৱাৰ্ডছ গিভেন ইন দি টেব্‌ল ইউজিং ‘আই-ই-এচ’ (ies)। ওৱান ইজ ডান ফৰ ইউ : ] –‘ies’ ব্যৱহাৰ কৰি টেবিলত দিয়া শব্দবোৰ পুনৰ লিখা :

Ans. 

One (ওৱান) —এটাMore than one (মোৰ দেন ওৱান) — (এটাতকৈ বেছি)
baby (বেবী)—এটি শিশু।babies (বেবিছ)— শিশুবোৰ।
story (ষ্টৰী)—এটা গল্প কাহিনী, এটি সাধুকথা।stories (ষ্ট’ৰিজ)—সাধুকথাবোৰ, গল্পবোৰ, কাহিনীবোৰ।
fairy (ফেয়াৰী)—এটা পৰী।fairies (ফেয়াৰিজ) —পৰীবোৰ
berry (বেৰি)—এটা বেৰি ফল (কলা আঙুৰ)।berries (বেৰিজ)— বহুতখিনি বেৰিফল (কলা আঙুৰ)।
cherry (চেৰী)—এটা চেৰিcherries (চেৰিজ)—বহুতখিনি চেৰি ফল।

7. Read the two conversations between Ria and her mother : [ ৰিড দি টু কনভাৰচেচন বিটুইন ৰিয়া এন্ড হাৰ মাদাৰ ] — ৰিয়া আৰু তাইৰ মাকৰ কাথোপকথন দুটা পঢ়া :

(a)

6p.m. (চিক্স পি.এম)— সন্ধিয়া 6 বজাত

1. Have you finished your homework ? [ হেভ ইউ ফিল্ডি ইয়োৰ হোমওৱাৰ্ক ? ] — তুমি তোমাৰ ঘৰত কৰা কামবোৰ শেষ কৰিলানে ?
2. No ma. Let me sleep a little. [ নো, মা, লেট মি শ্লীপ এ লিটল। ]—নাই হোৱা মা, মোক অলপ শুৱলৈ দিয়া।

7.30 pm. (চেভেন থাৰটি পি.এম)— সন্ধিয়া সাত বাজি ত্রিছ মিনিটত

3. Have you finished it ? It is late. [ হেভ ইউ ফিনিচড্ ইট ? ইট ইজ লেট।]— তুমি তোমাৰ কামটো শেষ কৰিলানে ? পলম হৈছে।
4. Why do it today ? I’ll do it tomorrow. [ হোৱাই ডু ইট টুডে ? আই উইল ডু ইট টুমৰ’।] —আজিয়েই কিয় ? মই অহাকালি কৰিম।
5. Ria, you should do your work on time: [ ৰিয়া ইউ শ্বুড ডু ইয়’ৰ ৱাৰ্ক অন টাইম। ] —ৰিয়া, তোমাক সময়ৰ কাম সময়ত কৰিব লাগে।

(b)

6p.m. (চিক্স পি.এম)—  সন্ধিয়া 6 বজাত

1. Have you finished your homework ? [ হেভ ইউ ফিনিচড ইয়োৰ হ’মওৱাৰ্ক ? ] — তুমি তোমাৰ ঘৰৰ কাম (হ’মওৱাৰ্ক) শেষ কৰিলানে ?
2. Almost ma. [ অ’লম’ষ্ট মা। ] —প্রায় শেষেই মা।

7.30p.m. (চেভেন থাৰটি পি.এম)—সন্ধিয়া সাত বাজি ত্রিছ মিনিটত

3. I’ve finished it ma. [ আই হেভ ফিনিচড ইট মা।] —মই ই শেষ কৰিলো মা।
4. Very good Ria. Now you can do anything you like. [ ভেৰি গুড ৰিয়া। নাও ইউ কেন ডু এনিথিং ইউ লাইক।]— বৰ ভাল ৰিয়া। এতিয়া তুমি যি মন কৰা তাকে কৰিব পাৰিবা।

Word Notes (শব্দ-অর্থ) : Finish (ফিনিছ)— শেষ হোৱা ; homework (হ’মওৱাৰ্ক)—ঘৰত কৰা কাম ; sleep (চলিপ)— টোপনি দিয়া ; a little (এ লিটল)— অলপমান ; late (লেট)— পলম হোৱা ; today (টুডে)— আজি; tomorrow (টুমৰ)— অহাকালি ; work (ওৱার্ক)— কাম ; on time (অন টাইম) — সঠিক সময়তে; almost (অলম’ষ্ট)—প্ৰায়েই ; anything (এনিথিং) — যিকোনো।

(c) How do you like to do your work ? Later or right away Talk to your friend and write the way you like to do your work. [ হাউ ডু ইউ লাইক টু ডু ইয়’ৰ ওৱাৰ্ক ? লেটাৰ অৰ ৰাইট এৱে ? টক্ টু ইয়োৰ ফ্ৰেইও এণ্ড ৰাইট দি ওৱে ইউ লাইক টু ডু ইয়োৰ ওৱাৰ্ক।] – তুমি তোমাৰ কামবোৰ কেনেকৈ কৰি ভাল পোৱা ? পিছত কৰি নে লগে লগে ? তুমি তোমাৰ বন্ধুক কোৱা আৰু তোমাৰ কামবোৰ কেনেকৈ কৰিবলৈ ভাল পোৱা লিখা।

Ans. I like to do my work right away. So that later I get more time to do something else. [ আই লাইক টু ডু মাই ওৱাৰ্ক ৰাইট এৱে। চ’ দেট লেটাৰ আই গেট ম’ৰ টাইম টু ডু চামথিং এলছ।]—মই মোৰ কামবোৰ সঠিক সময়ত কৰিবলৈ ভাল পাওঁ। তেনেহলে পিচত মই আন কামবোৰ কৰিব পাৰোঁ।

8. Read (ৰিড)— পঢ়া :

It is a quarter to six in the morning. [ ইট ইজ এ কুৱাৰ্তাৰ টু চিক্স ইন দি মৰনিঙ।]—এতিয়া ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট বাকী। Aman and Ria are busy. [ আমন এণ্ড ৰিয়া আৰ বিজি।] আমন আৰু ৰিয়া ব্যস্ত হৈ আছে। They are going to Dibrugarh with their mother to attenda wedding. [দে আৰ গ’য়িং টু ডিব্ৰুগড় উইথ দেয়াৰ মাদাৰ টু এটেন্ড এ ৱেডিং।]—সিহঁতে মাকৰ লগত ডিব্ৰুগড়লৈ যাব এখন বিয়াত উপস্থিত হ’বলৈ। Their father can’t go with them. [ দেয়াৰ ফাদাৰ কান্ট গ’ উইথ দেম। ] – সিহতৰ দেউতাক তেওঁলোকৰ লগত নাযায়। Aman, Ria and their mother arrive at the bus station at half past seven . [ আমন, ৰিয়া এণ্ড দেয়াৰ মাদাৰ এৰাইভ এট দি বাছ ষ্টেচন এট হাফ পাষ্ট চেভেন। ] আমন, ৰিয়া আৰু মাকে সাত বাজি ত্রিছ মিনিটত বাছষ্টেচন পালেগৈ। The whole place is full of people. [ দি হোল প্লেচ ইজ ফুল অব পিপল।]—গোটেই ঠাইখিনি মানুহেৰে ভৰি আছিল । Crowds of people are rushing to catch their buses. [ ক্রাউড্‌ছ অৱ পিপল আৰ ৰাচিং টু কেচ দেয়াৰ বাচেছ। ]—মানুহবোৰে সিহঁতৰ বাছবোৰ ধৰিবলৈ ইফালে সিফালে ঘূৰা ফুৰা কৰিছিল। Aman, Ria and their mother are waiting for their bus, [ আমন, ৰিয়া এন্ড দিয়াৰ মাদাৰ আৰ ওৱেটিং ফৰ দেয়াৰ বাছ।] আমন, ৰিয়া আৰু তেওঁৰ মাকে নিজা বাছৰ কাৰণে অপেক্ষাত ৰৈছিল।

The bus arrives at a quarter to eight .[ দি বাছ এৰাইভছ এট এ কুৱাৰ্তাৰ টু এইট।]— বাছখনে আঠ বাজিবলৈ পোন্ধৰ মিনিট থাকোতে আহিল। Aman Ria and their mother get into the bus. [ আমন, ৰিয়া এন্ড দেয়াৰ মাদাৰ গেট ইনটু দি বাছ।]—আমন, ৰিয়া আৰু মাকে বাছৰ ভিতৰত প্ৰবেশ কৰিলে। Ria takes the window seat. [ৰিয়া টেক্‌ছ দি উইন্দ’ চিট।]—ৰিয়াই খিৰিকী কাষৰ স্থানটো ল’লে। They wait for the bus to leave [ দে ওৱেট ফ’ৰ দি বাছ টু লিভ।]—সিহঁতে বাছখন গতি কৰালৈ ৰৈ আছে। Their bus starts to move exactly at nine [ দেয়াৰ বাছ ষ্টাৰ্টছ টু মুভ একজেক্টলী এট নাইন।] —সিহঁতৰ বাছখনে ঠিক ন’বজাত যাত্ৰা আৰম্ভ কৰিলে।

Word Notes (শব্দ-অর্থ) : Quarter (কুৱাৰ্তাৰ)—চাৰি ভাগৰ এভাগ; morning (মর্নিং)—ৰাতিপুৱা ; busy (বিজি)—ব্যস্ত ; going (গায়িং)—গৈ আছে; attend (এতেন্দ)— উপস্থিত হোৱা; wedding (ওৱেদিং)— বিয়া অনুষ্ঠান; arrive (এৰাইভ)—আহিপালে, উপস্থিত হোৱা; bus station (বাচ ষ্টেচন)—বাস ষ্টেচন; quarter To Six (কুয়াৰ্তাৰ টু চিক্স)—ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে; quartar to eight (কুয়াৰ্তাৰ টু এইট) — আঠ বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে ; at nine (এট নাইন)—ন’বজাত। half past seven (হাফ পাষ্ট চেভেন)—সাত বাজি ত্রিছ মিনিট; whole place (হ’ল প্লেছ) —গোটেই স্থানটো ; people (পিপল)— মানুহবোৰ ; rushing (ৰাশিং)— খৰখেদাকৈ গৈ আছে ; catch (কেচ)— ধৰিবলৈ; waiting (ওৱেটিং)—ৰৈ আছে; exactly (এগজেক্টলি)—সঠিক।

9. Look at the clocks given below. Choose and write the correct option from the box. One is done for you. [ লুক এট দি ক্লক্‌ছ গিভেন বি’ল। চুজ এণ্ড ৰাইট দি কাৰেক্ট অপচন ফ্রম দি বক্স। ওৱান ইজ ডান ফৰ ইউ।]–তলত দিয়া ঘড়ীবোৰ চোৱা। বন্ধনীৰ পৰা শুদ্ধ উত্তৰটো বিচৰা আৰু লিখা। এটা উদাহৰণ তোমাৰ কাৰণে কৰি দিয়া হ’ল।

Ans. (a) half past eleven (হাফ পাষ্ট ইলেভেন)—এঘাৰ বাজি ত্ৰিছ মিনিট।

(b) quarter past three (কুৱাৰ্তাৰ পাষ্ট থ্রি)— তিনি বাজি পোন্ধৰ মিনিট।

(c) quarter to six ( কুৱাৰ্তাৰ টু চিক্স)—ছয় বাজিবলৈ পোন্ধৰ মিনিট।

10. Write short answers : [ ৰাইট চট এনচাৰ্ছ :] — চমু উত্তৰ লিখা : 

(a) Where are Aman, Ria and their mother going ? [ হোৱেৰ আৰ আমন, ৰিয়া এণ্ড দেয়াৰ মাদাৰ গ’য়িং ? ] — আমন, বিয়া আৰু সিহঁতৰ মাকে কলৈ গৈছিল ?

Ans. Aman, Ria and their mother are going to Dibrugarh. [ আমন, ৰিয়া এন্ড দেয়াৰ মাদাৰ আৰ গ’য়িং টু ডিব্ৰুগড়।]—আমন, ৰিয়া আৰু সিহঁতৰ নাকে ডিব্ৰুগড়লৈ গৈছিল।

(b) Why are they going to Dibrugarh ? [ হোৱাই আৰ দে গ’য়িং টু ডিব্ৰুগড় ? ] — তেওঁলোকে ডিব্ৰুগড়লৈ কিয় গৈছিল ? 

Ans. They are going to Dibrugarh to attend a wedding [ দে আৰ গ’য়িং টু ডিব্ৰুগড় টু এটেন্দ এ ৱেদিং।]— সিহঁতে ডিব্ৰুগড়লৈ এখন বিয়া অনুষ্ঠানৰ বাবে গৈছিল।

(c) What time do they arrive at the bus station ?[ হোৱাট টাইম ডু সে এৰাইভ এট দি বাছ ষ্টেচন ? ] —সিহঁতে বাছ ষ্টেচন কিমান সময়ত পাইছিল ? 

Ans. They arrived at the bus station at half past seven. [ দে এৰাইভড এট দা বাছ ষ্টেচন এট হাফ পাষ্ট চেভেন।] — সিহঁতে সাত বাজি ত্রিশ মিনিটত বাছ ষ্টেচন পাইছিল। 

(d) At what time does the bus arrive ? [ এট হোৱাট টাইম ডাজ দি বাছ এৰাইড ? ] —বাছখন কোন সময়ত আহি পাইছিল ?

Ans. The bus arrived at a quarter to eight. [ দি বাছ এৰাইভড এট এ কুৱাৰ্তাৰ টু এইট। ]—বাছখনে আট বাজিবলৈ পোন্ধৰ মিনিট থাকোতে আহিছিল।

(e) When does the bus start to move ? [ হোৱেন ডাজ দি বাছ ষ্টাৰ্ট টু মুভ ? ] —বাছখন কেতিয়া গতি কৰিছিল ?

Ans. The bus started to move exactly at 9 o’clock. [ দি বাছ ষ্টার্টেড টু মুভ একজেক্টলী এট নাইন অ’ক্লক। ] —সিহঁতৰ বাছখনে ন’বজাত গতি কৰিছিল।

11. Aman and Ria’s father couldn’t go to Dibrugarh. So, he wrote a letter to uncle. Let’s read his letter : [ আমন এন্ড ৰিয়াজ ফাদাৰ কুডনট গ’ টু ডিব্ৰুগড়। চ’, হি ৰ’ট এ লেটাৰ টু হিজ আংকল লেটচ্ ৰিড হিজ লেটাৰ :] আমন আৰু ৰিয়াৰ দেউতাকে ডিব্ৰুগড়লৈ যোৱা নাছিল। সেই কাৰণে সি আমনৰ খুড়াকলৈ এখন চিঠি লিখিছিল। চিঠিখন পঢ়ো আহা :

Rupnagar

[ ৰূপনগৰ ]

10.9.2019

Dear Dada [ দিয়াৰ দাদা ] – মৰমৰ দাদা,

How are you? [ হাউ আৰ ইউ ] —তোমালোকে ভালনে ? I am sorry I had to miss Robin’s wedding. [ আই এম চৰী আই হেড টু মিছ ৰ’বিনচ ওৱেদিঙ ]— মই বৰ  দুখিত যে মই ৰবিনৰ বিয়াত যাব পৰা নাই। There is just too much work at the office . [ দেয়াৰ ইজ যাষ্ট  টু মাচ ওৱার্ক এট দা অফিচ।]—মোৰ অঙ্ক্ষিত বহুত কাম আছিল। I hope the wedding goes off well. [ আই হ’প দা ওৱেদিঙ গ’জ অফ ওৱেল। ] —আশাকৰো বিয়াখন ভালে কুশলে যাব। My blessings to Robin and his bride .[ মাই  ব্লেছিঙচ  টু ৰবিন এণ্ড হিজ  ব্ৰাইড। ]— ৰবিন আৰু কইনালৈ মোৰ আন্তৰিক শুভ কামনা জানালোঁ। Please convey my best wishes to the newly weds and my regards to  Bou. [ প্লিজ কনভে মাই বেষ্ট উইচেচ টুনা নিউলী ওৱেদছ এণ্ড মাই ৰিগাৰ্ডছ টু বৌ। ]—মোৰ শুভকামনা জানালোঁ নতুন বিবাহীলৈ আৰু মোৰ বাইড’ক শ্রদ্ধা জানালোঁ। 

With love, [ উইথ লাভ ] – মৰমেৰে…… 

Diganta [ দিগন্ত ] – দিগন্ত

12. After Ria came back, she wrote a letter to her friend. But some of the words in her letter are missing. Choose the words from the box and complete the letter. Remember to begin each sentence with a capital letter: [ আফটাৰ ৰিয়া কেম বেক, চি ৰ’ট এ লেটাৰ টু হাৰ ফ্রেইণ্ড। বাট চাম অফ দা ওৱাৰ্ডচ ইন হাৰ লেটাৰ আৰ মিচিঙ। চুজ দা ওৱাৰ্ডচ ফ্রম দা বকচ্ এণ্ড কমপ্লিত দা লেটাৰ। ৰিমেম্বাৰ টু বিগিন ইচ চেন্টেন্ট উইথ এ কেপিটেল লেটাৰ : ]—ঘৰলৈ অহাৰ পিছত ৰিয়া তাইৰ বান্ধবীলৈ এখন চিঠি লিখিছিল। কিন্তু তাৰে কেইটামান শব্দ লিখা নাই। তলৰ বাকচৰ পৰা শব্দ কেইটা বিচৰা আৰু চিঠিটো সম্পূৰ্ণ কৰা। বাক্যৰ প্ৰথম শব্দটো ডাঙৰ ফলাত লিখিব নাপাহৰিব :

convey (কনভে) – জ্ঞাত কৰা / বহন কৰা।
how (হাউ) – কেনে।
with love (উইথ লাভ) – মৰমেৰে।
dear (দিয়াৰ) – মৰমৰ ।

Ans.

Mohanbari 

[ মোহনবাৰী ]

24.9.2019

Dear Barnali. ( দিয়াৰ বৰ্ণালী।] – মৰমৰ বৰ্ণালী।

How are you ? [ হাওঁ আৰ ইউ ?]—তুমি কেনে আছা ? Hope you are fine. [ হোপ ইউ আৰ ফাইন। ] আশা কৰোঁ তোমাৰ ভাল। There will be an art competition in M.G. L.P. School on the tenth of next month at 10 am. [ দেয়াৰ উইল বি এন আর্ট কম্পিটিচন ইন এম.জি.এল.পি. স্কুল অন দা টেনথ্ অফ নেকচট মান্থ এট টেন এ. এম.। ] — অহা মাহৰ ১০ তাৰিখে ৰাতিপুৱা দহ বজাত এম.জি.এল.পি বিদ্যালয়ত এখন ছবি অংকন প্রতিযোগিতা হ’ব। Let us take part in the competition . [লেট আচ্ টেক পার্ট ইন দি কমপিটিছন।]—এই প্রতিযোগিতাত মোৰ অংশগ্ৰহণ কৰিব লাগে। We should reach there by 9 am. [ উই শ্বুড ৰিচ দেয়াৰ বাই 9 এ.এম.। ] — আমি ৰাতিপুৱা ৯ বজাত তাত গৈ পাবই লাগিব। Please be on time. [ প্লিজ বি অন টাইম। ]—সময়ৰ প্ৰতি লক্ষ্য ৰাখিবা।

Do_convey my regards to Uncle and Aunty . [ দু কনভে মাই ৰেগাৰ্ডছ টু আংকেল এণ্ড আন্টি। ]—খুড়া আৰু খুড়ীক মোৰ শ্রদ্ধা জনাবা।

 With love [ উইথ লাভ ] — মৰমেৰে

Ria [ ৰিয়া ] — ৰিয়া।

13. Think and say :[ থিংক এণ্ড চে ] —ভাৱা আৰু কোৱা : 

 I am usually made of paper. [ আই এম ইউজুৱেলি মেদ অৱ পেপাৰ। ]—মই সাধাৰণতে কাকতেৰে বনোৱা।

I carry your words day and night. [ আই কেৰি ইওৰ ওৱাৰ্দচ দে এণ্ড নাইট। ] —মই দিনে আৰু ৰাতিত তোমালোকৰ শব্দবোৰ কঢ়িয়াওঁ।

You close me up with glue. [ ইউ ক্লোজ মি আপ উইথ গ্লু। ]—তোমালোকে মোক আঠাৰে বন্ধ কৰা।

You put a stamp on me too ! | ইউ পুট এ ষ্টেম্প অন মি টু ! ] —তোমালোকে মোৰ ওপৰত টিকতও লগোৱা।

Ans. I am an envelope [ আই এম এন এনভেলাপ।] – মই এটা লেফাফা ।

14. Read what Aman and Ria did after getting down from the bus : [ দি হোৱাট আমন এন্ড ৰিয়া দিড আফটাৰ গেটিং ডাউন ফ্ৰম দি বাছ :] – বাছৰ পৰা নমাৰ পিছত ৰিয়া আৰু আমনে কি কৰিছিল পঢ়া :

And finally they reached their uncle’s home. [ এন্ড ফাইনেলী দে ৰিচড্ দেয়াৰ আংকলচ্ হোম। ] –আৰু শেষত খুড়াৰ ঘৰ পালে।

Word Notes (শব্দ-অর্থ) : First (ফার্স্ট)—– পোনপ্ৰথম; got down (গট ডাউন)—তলত নামিছিল ; next (নেক্সট)—তাৰ পাছত; collected (কালেকটেড)—সংগ্ৰহ কৰিছিল। luggage (লাগেজ)—বস্তুবাহানি। booked (বুকড)—ভাড়া কৰিছিল; outorickshaw (অট’ৰিকশ’)— অট’ৰিকশ”; finally (ফাইনেলী)— অৱশেষেত; reached (ৰিচড্)—পাইছিল গৈ।

15. Make new words. Write the new word. [ মেক নিউ ওৱাৰ্ডচ। ৰাইট দি নিউ ওয়ার্ড।]— নতুন শব্দ সাজা। নতুন শব্দ লিখা।

office

card

man

Ans. Post office (প’ষ্ট অফিচ) – ডাকঘৰ। 

Post card (পষ্ট কার্ড)—প’ষ্ট কার্ড, চিঠি। 

Post man (প’ষ্টমেন)—ডাক পিঅন 

16. Read these sentences: [ৰিড দিজ চেনটেনছেচ : ] —এই বাক্যবোৰ পঢ়া :

 Aman and Ria were busy. [ আমন এণ্ড ৰিয়া ওৱেৰ বিজি।]—আমন আৰু ৰিয়া ব্যস্ত আছিল।

It was half past seven when they reached the station. [ ইট ওৱাজ হাফ পাষ্ট চেভেন হোৱেন দে ৰিছদ দি ষ্টেচন।] —তেতিয়া 7:30 বাজিছিল যেতিয়া সিহঁতে ষ্টেচন পাইছিল।

My mother was not well, so I could not go with you. [ মাই মাদাৰ ওৱাজ ন’ট ওৱেল, চো আই কুড নট গ’ উইথ ইউ।]—মোৰ মাৰ গা ভাল নহয়, গতিকে মই তোমাৰ লগত যাব নোৱাৰিলোঁ।

Now, fill in the letters in the word below to know what these underlined words are called. [ নাউ ফিল ইন দি লেটার্ট ইন দি এৱাৰ্ড বিল’ টু নো হোৱাত দিজ আনদাৰলাইড ওৱাৰ্ডচ কলদ।] —এভিয়া তলত আঁচটনা শব্দবোৰেৰ শব্দকেইটাৰ খালী ঠাইবোৰ পূৰ কৰা।

Ans. Words that join two sentences are called c o n j u n c t i o ns. [ওৱাৰ্ডছ  দেট জয়েন টু চেনটেনচেজ আৰু কষ্ট কনযাঙচন।।—দুটা বাক্য এক লগ কৰাৰ বাবে ব্যবহৃত হোৱা শব্দবোৰক কনযাঙচন বোলে।

17. Join the sentences using the words from the box. One is done for you : [ জইন দি চেন্টেন্‌চেজ ইউজিঙ দি ওৱাৰ্ড ফ্রম দি বক্স । ওৱান ইজ্ দান ফৰ ইউ :] — বাকচত থকা শব্দ বোৰেৰে বাক্যবোৰ এক লগ কৰা :

And but yet either or(এন্ড) (বাট) (ইয়েট) (আইদাৰ) (অৰ)আৰু কিন্তু তথাপি প্রত্যেক অথবা

(a) (i) Aman went to Dibrugarh. [ আমন ৱেন্ট টু ডিব্ৰুগড়।]—আমন ডিব্ৰুগড়লৈ গৈছিল।

(ii) Ria went to Dibrugarh. [ ৰিয়া ৱেন্ট টু ডিব্ৰুগড়।]—ৰিয়া ডিব্ৰুগড়লৈ গৈছিল।

Ans. Aman and Ria went to Dibrugarh. [ আমন এন্ড ৰিয়া বেন্ট টু ডিব্ৰুগড়।]— আমন আৰু ৰিয়া ডিব্ৰুগড় লৈ গৈছিল।

(b) (i) Ria can’t sing. [ ৰিয়া কান্ট চিং।]—ৰিয়াই গান গাব নোৱাৰে।

(ii) Ria loves singing. [ ৰিয়া লাভছ চিংগিঙ। ]— ৰিয়া গান গাবলৈ ভাল পায়।

Ans. Ria can’t sing, yet she loves singing. [ ৰিয়া কান্ট চিং ইয়েট চি লাভচ চিংগিও। । —ৰিয়াই গান গাব নোৱাৰে তথাপি গান গাবলৈ ভাল পায়।

(c) (i) Ria worked hard. [ ৰিয়া ওৱাৰ্ক হার্ড।]—ৰিয়া কঠোৰ পৰিশ্ৰম কৰে ৷ 

(ii) Ria did not get a prize. [ ৰিয়া দিদ নট গেট এ প্রাইজ।]—তাই কোনো পুৰস্কাৰ পোৱা নাই।

Ans. Ria worked hard but she did not get a prize. [ ৰিয়া ওৱাৰ্কড হার্ড বাট চি দিদ নট গেট এ প্ৰাইজ। ] —ৰিয়াই কঠোৰ পৰিশ্ৰম কৰিছিল কিন্তু কোনো পুৰস্কাৰ পোৱা নাই।

(d) (i) Aman may go to Dibrugarh. [ আমন মে গ’ টু ডিব্ৰুগড়।]— আমনে ডিব্ৰুগড়লৈ যাব পাৰে।

(ii) Aman may go to Jorhat. [ আমন মে গ’ টু যোৰহাট।] — আমন যোৰহাটলৈ যাব পাৰে।

Ans. Aman may go to either Dibrugarh or Jorhat. [ আমন মে গ’ টু আইদাৰ ডিব্ৰুগড় অৰ যোৰহাট। ] —আমন ডিব্ৰুগড়লৈ যাব পাৰে, যোৰহাটলৈ যাব পাৰে।

18. Answer the following to complete the diary entry of Ria. One is done for you: [ এন্‌ছাৰ দা ফলোইড টু কমপ্লিট দা দায়েৰী এন্ট্ৰী অৱ ৰিয়া। ওয়ান ইজ দান ফৰ ইউ: ] — ৰিয়াৰ টোকাবহীত টুকিবলৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল :

Ans.

(a) When did Ria go to Dibrugarh and with whom ?[ হোয়েন দিদ ৰিয়া গ’ টু ডিব্ৰুগড় এন্ড উইথ হুম ? ]—ৰিয়াই কেতিয়া আৰু কাৰ লগত ডিব্ৰুগড়লৈ গৈছিল ?I went to Dibrugarh with my brother and mother.[ আই ৱেন্ট টু ডিব্ৰুগড় উইথ মাই ব্রাদাৰ এন্ড মাদাৰ।] —মই মা আৰু ভায়েকৰ লগত ডিব্ৰুগড়লৈ গৈছিল।
(b) Why did she go there ?[ হোয়াই দিড চিগ’ দেয়াৰ ? ]—তাই তালৈ কিয় গৈছিল ?I went there to attend a wedding [ আই ৱেন্ট দেয়াৰ টু এটেন্দ এ ৱেডিঙ। ]—মই তালৈ এখন বিয়াৰ কাৰণে গৈছিলোঁ।
(c) What was she waiting for and with whom ?[ হোয়াট ওৱাজ চি ওয়েটিঙ ফ’ৰ এণ্ড উইথ হয় ?—তাই কিহৰ বাবে আৰু কাৰ সৈতে ৰৈ আছিল ?I was waiting for the bus with my mother and brother. [ আই ওরাজ ওৱেটিও ফৰ দি বাছ উইথ মাই মাদাৰ এন্ড ব্রাদাৰ। ] —মই মোৰ মা আৰু ভায়েকৰ সৈতে বাছৰ বাবে। ৰৈ আছিলো।
(d) Which seat did she take ?[ হূইচ চিট দিন চি টেক ? ]—তাই কোনটো চিট লৈছিল ?I sat by the window seat. [ আই চেট বাই দি উইন্দ’ চিত। ] —মই খিৰিকীৰ কাষৰ চিটটো লৈছিলো।

19. Let’s read this passage : [ লেট্‌ছ ৰিদ দি পেছেজ :] —পাঠটো পঢ়া : 

It is 8:30 in the evening. [ ইট ইজ্ ৮.৩০ ইন দি ইভনিং। ]—এতিয়া সন্ধিয়া ৮.৩0 । The large crowd of wedding guests is still there. [ দি লার্জ ক্রাউন্ অৱ ওৱেদিঙ গেষ্টছ ইজ ষ্টিল দেয়াৰ ] — বিয়াখন এতিয়াও আলহীৰে ভৰি আছে। Aman’s cousin is wearing a light green shirt. [ আমনচ কাজিন ইজ ওৱেৰিঙ এ লাইট গ্রীণ চার্ট। ] —আমনৰ সম্পৰ্কীয় ভাই এটা পাতল সেউজীয়া চোলা পিন্ধিছে। Ria is wearing a very nice dress. [ ৰিয়া ইজ ওৱেৰিঙ এ ভেৰী নাইচ ড্ৰেচ। ]— ৰিয়াই বৰ ধুনীয়া চোলা এটা পিন্ধিছে। She is wearing a red frock. [ চি ইজ ৱেৰিঙ এ ৰেড ফ্ৰক। ]—তাই এটা ৰঙা ফ্রক পিন্ধিছে। Aman and Ria’s mother is very happy. [ আমন এণ্ড ৰিয়াজ মাদাৰ ইজ ভেৰি হেপী।]—আমন আৰু বিয়াৰ মাক বৰ সুখী। She meets many of her old friends. [ চি মিট্‌ছ মেনি। অৱ হাৰ ওল্ড ফ্ৰেইণ্ডচ।]—তাই তাইৰ বহুত পুৰণি বন্ধু-বান্ধবীক লগ পাইছে। She sings beautiful marriage songs with her friends. [ সি চিংচ বিউতীফুল মেৰেজ চঙ উইথ হাৰ ফ্ৰেণ্ডচ।]—তাই তাইৰ বন্ধু বান্ধবীৰ লগত বৰ ধুনীয়া বিয়া গান গাইছে।

  Word Notes (শব্দ-অর্থ) : Evening (ইভনিং)—সন্ধিয়া; large (লাৰ্জ)—ডাঙৰ; crowd (ক্রাউদ)—মানুহবোৰ; wedding (ওৱেদিং)— বিয়া ; guests (গেষ্টছ)— আলহীবোৰ; cousin (কালিন)—সম্পৰ্কীয় ভাই/ভনী; wearing (ওয়েৰিং)—পিন্ধিছে; light-green (লাইট-গ্রীণ)—পাতল সেউজীয়া ; nice (নাইচ)— ধুনীয়া ;dress (ড্রেছ)— পোছাক ; beautiful (বিউটিফুল)— ধুনীয়া; marriage (মেৰেজ) — বিয়া।

Now, underline the describing words in the passage. Count the words and write the number : [ নাও, আন্দাৰলাইন দি দেচক্রাইবিঙ ওৱাৰ্ডছ ইন দি পেছেজ। কাউন্ট দা ওৱাৰ্ডচ এণ্ড ৰাইট দা নাম্বাৰ।]— এতিয়া তলত বর্ণনা সূচক শব্দবোৰত আচটনা। শব্দবোৰ গণনা কৰা আৰু নম্বৰ লিখা।

Ans. There are six describing words in the passage. [ দেয়াৰ আৰ চিক্স ডেছক্রাইবিং ওৱাৰ্ডচ ইন দি পেছেজ।]—গল্পটোত ছয়খন বর্ণনাসূচক শব্দ আছে। 

Describing words [ ডেচক্রাইবিং ওৱাৰ্ডছ ] — বর্ণনাসূচক শব্দ: large (লার্জ)—ডাঙৰ। light-green (লাইট-গ্রীণ)—পাতল সেউজীয়া। very (ভেৰি)— বৰ। red (ৰেড)—ৰঙা। old (অল্ড)—পুৰণি। beautiful (বিউটিফুল)— ধুনীয়া।

** [ Describing words are generally known as Adjective (ডেচক্রাইবিং ওৱাৰ্ডছ আৰ জেনেৰেলি নন এজ এড্‌জেকটিভ।] — ডেচক্রাইবিং ওয়ার্ড বুলিলে সাধাৰণত ‘এডজেকটিভ’ অর্থাৎ বিশেষণ পদক বুজায়।

20. Read the following instructions and complete the task [ৰিদ দি ফল্লয়িং ইনস্ট্রাকচনচ্ এন্ড কমপ্লিট দি টাচ্‌ক ] —  তলত দিয়াবোৰ পঢ়া আৰু কোৱামতে সম্পূৰ্ণ কৰা :

Ans. Take a pencil. [ টেক এ পেঞ্চিল।]—এদাল পেঞ্চিল লোৱা। 

Start from the box where Runima is sitting. [ স্টার্ট ফ্রম দি বকচ্ হোৱেৰ ৰুনিমা ইজ চিতিঙ। ] —বাকচৰ পৰা আৰম্ভ কৰা য’ত ৰুণিমা বহি আছে।

Draw a flower to her left and a tree to her right. [ দ্র’ এ ফ্লাৱাৰ টু হাৰ লেফ্ট এণ্ড এ ট্ৰি টু হাৰ ৰাইট।] ―তাইৰ সোঁফালে এদাল গছ আৰু বাওঁফালে এটা ফুল আঁকা।

Go back to Runima. [ গ’ বেক টু ৰণীয়া। ] ― ৰুণীমালৈ ঘূৰি যোৱা। Draw a pen in the box above her and a fruit in the box below her. [ দ্র’ এ পেন ইন দি বকচ্ এবভ হাৰ এণ্ড এ ফ্রুট ইন দি বকচ্ বিল’ হাৰ। ]—তাইৰ ওপৰত এটা কলম আঁকা আৰু তলত এটা ফল আঁকা।

Go to the box with a tree. [ গ’ টু দি বচ্ উইথ এ ত্রি ।]—গছ দাল থকা বাকচুলৈ যোৱা। Draw a pencil in the box below it. [ এ পেঞ্চিল ইন দি বকচ্ বিল’ ইট।]—তাৰ তলৰ বাকছত এডাল পেঞ্চিল আঁকা।

Go to the box with the tree and draw a book in the box above it. [গ’ টু দা বকচ্ উইথ দি ত্ৰি এণ্ড দ্র’ এ বুক ইন দা বক্চ এবভ ইট। ]—গছদাল থকা বাকচত যোৱা আৰু তাইৰ ওপৰত এখন কিতাপ আঁকা।

Go to the box with the flower and draw a sharpener in the box above it. [গ’ টু দি বকচ্ উইথ দি ফ্লাৱাৰ এণ্ড দ্র’ এ চার্পনাৰ ইন দি বকচ এবভ ইট। ] —বাকচত থকা ফুলটোলৈ যোৱা আৰু তাৰ উপৰৰ বাকছত এটা পেঞ্চিল চোকা কৰা সঁজুলি আঁকা।

Now, go to the box with the fruit and draw a bottle in the box beside it.[ নাও, গ’টু দি বকচ্ উইথ দি ফ্রুট এণ্ড দ্র’ এ বটল ইন দি বকচ্ বিচাইড ইট।]—এতিয়া ফল থকা বাকচলৈ যোৱা আৰু ফলৰ বাকচৰ কাষত এটা বটল আঁকা।

Ans: 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top