Class 4 English Chapter 8 A Visit to Sivasagar Solution, SEBA Chapter 8 A Visit to Sivasagar Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 8 A Visit to Sivasagar Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.
A VISIT TO SIVASAGAR
Chapter – 8
ইংৰাজী
ENGLISH
শিৱসাগৰ ভ্ৰমণ
■ Let’s talk : (লেটছ টক্ 🙂 – কথা পাতোঁ আহা :
■ Ask your friend [ আ ইয়’ৰ ফ্ৰেন্দ : ] তোমাৰ বন্ধুক সোধা :

(a) Which of these places have you visited ? [ হুইচ অব দিজ প্লেচ হেড ইউ ভিজিদে ? ]—এই ঠাইবোৰৰ কোনবোৰলৈ তুমি ফুৰিবলৈ গৈছা ?
(b) What did you see there ? [ হোৱাট দিদ ইউ চি দিয়াৰ ? ]—তাত তুমি কি দেখিছা ?
(c) Should we visit such places ? [ চুদ উই ভিজিত চাচ্ প্লেচেছ ? ]—আমি তেনে ঠাইলৈ ফুৰিবলৈ যোৱাটো উচিত নে ?
Ans. Do it yourself. [ ডু ইট ইয়োৰচেল্ফ।]–নিজে কৰা।
Now, let’s read about Ramen and Rita’s trip to Sivasagar during their last summer vacation .[ নাও, লেটছ ৰিদ এবাউত ৰমেন এণ্ড ৰিতাচ ট্রিপ টু শিৱসাগৰ দিউৰিঙ দেয়াৰ লাষ্ট চামাৰ ভেকেশন।]—এতিয়া ৰিতা আৰু ৰমেনৰ গৰমৰ বন্ধত শিৱসাগৰলৈ ফুৰিবলৈ যোৱা ঘটনাটো পঢ়ো আহা।
■ Read A Visit to Sivasagar’ : [ ৰিদ ‘এ ভিজিত টু শিৱসাগৰ’ :] -‘শিৱসাগৰ ভ্ৰমণ’ পঢ়োঁ আহা :
Para –1: Ramen and his sister…………… bus from Guwahati.
■ Word Notes (শব্দ অর্থ) : sister (চিচটাৰ)—ভনী বা ভন্টি ; eagerly (ইগাৰলী)—আগ্ৰহেৰে; waiting (ওৱেটিং)— অপেক্ষা কৰা, ৰৈ থকা ; summer (চামাৰ)— গৰম; vacation (ভেকেচন)— বন্ধ, অৱকাশ ; parents (পেৰেন্টচ)— মাক-দেউতাক ; promised (প্রমিচ্ড)—কথা দিছিল, প্রতিজ্ঞা কৰিছিল; take them (টেক দেম) — সিহঁতক লৈ যোৱা ; trip (ট্রিপ)— ভ্রমণ, যাত্রা ; around, (এৰাউণ্ড)— চাৰিওফালে।
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি : Ramen and his sister Rita were eagerly waiting for their summer vacation. [ ৰমেন এণ্ড হিজ চিটাৰ ৰিতা ওৱেৰ এগাৰলী ওৱেইটিঙ ফৰ দিয়াৰ চামাৰ ভেকেচন। ] ৰমেন আৰু ৰিতাই বৰ আগ্ৰহেৰে তেওঁলোকৰ গৰমৰ বন্ধৰ বাবে অপেক্ষা কৰি আছে। Their parents had promised to take them to Sivasagar. [ দিয়াৰ পেৰেন্টচ্ হেড প্রমিচদ্ টু টেক দেম টু শিৱসাগৰ। ]—সিহঁতৰ মাক-দেউতাকে কথা দিছে যে তেওঁলোকক শিৱসাগৰলৈ ফুৰিবলৈ লৈ যাব। The trip would take around seven hours by bus from Guwahati. [দা টিপ উদ টেক এৰাউণ্ড চেভেন আৱাৰ্চ বাই বাছ ফ্রম গুৱাহাটী।]— বাছেৰে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যাঁওতে সাত ঘণ্টামান সময় লাগিব।
Para-2: At last, the day of………………………… and loved them.
■ Word-notes (শব্দ অর্থ): At last (এট লাষ্ট)—অৱশেষত ; journey (জার্ণী)—যাত্রা ; arrived (এৰাইভদ্)—উপনীত হোৱা, উপস্থিত হোৱা, গৈ পোৱা ; boarded (বোৰদেড)—বাছ-বেল আদিত উঠা ; beautiful (বিউটিফুল)—ধুনীয়া ; on the way (অন দি ওৱে)— যাত্রাপথত; crossed (ক্ৰছড)—পাৰ হোৱা ; towns (টাউনচ্)—চহৰবোৰ / নগৰবোৰ ; villages (ভিলেজেছ)— গাওঁবোৰ ; famous (ফেমাচ)—– বিখ্যাত vast (ভাষ্ট)— বিস্তীর্ণ, বহল; tea garden (টি গার্ডেন)—চাহ বাগিচা; paddy fields (পেদী ফিল্ডস্)—ধাননী পথাৰ; uncle-aunt (আংকল-আন্ট) —খুড়া-খুড়ী; holiday (হোলিদে)— বন্ধৰ দিন; loved (লাভদ) —ভাল পাইছিল।
■ উচ্চাৰণ আৰু অসমীয়া ভাঙনি : At last, the day of their journey arrived. [ এট লাষ্ট, দা দে অফ দিয়াৰ জাৰ্নী এৰাইভদ। ]—অৱশেষত সিহঁতৰ যাত্ৰাৰ দিনটো আহি পালে। They boarded a beautiful red ASTC bus. [দে বোৰদেণ্ড এ বিউটিফুল ৰেদ. এ.এছ.টি.চি. বাছ।]—সিহঁতে এখন ৰঙা এ.এছ.টি.চি বাছত উঠিলে। On the way, they crossed many towns and villages. [ অন দা ওৱে, দে ক্ৰছদ মেনি টাউনচ্ এন্ড ভিলেজে।]— যাত্রাপথত সিহঁতে বহুতো নগৰ আৰু গাওঁ পাৰ কৰিছিল। They also crossed the famous Kaziranga National Park. [ দে অলচ’ ক্ৰচদ্ দা ফেমাচ কাজিৰঙা নেচনেল পার্ক। ]— তেওঁলোকে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানও পাৰ কৰিলে। They saw vast and beautiful green tea gardens and paddy fields on the way and loved them. [দে চ’ ভাষ্ট এন্ড বিউতিফুল গ্রীণ টি গার্ডেনচ্ এন্ড পেদী ফিল্ড অন দা ওৱে এন্ড লাভদ দেম।] —তেওঁলোকে ডাঙৰ ধুনীয়া চাহ-বাগিচা আৰু ধাননী পথাৰ দেখিছিল আৰু বৰ ভাল পাইছিল।
Para-3: It was 4 o’clock………………… holiday had begun !
■ Word Notes (শব্দ-অর্থ) : arrived (এৰাইভ্দ) —গৈপোৱা, উপনীত হোৱা, উপস্থিত হোৱা; uncle (আংকল)— খুড়া, মোমায়েক ; aunt ( আন্ট) — খুড়ী, মামী ; were waiting (ওৱেৰ ওৱেটিং)—অপেক্ষা কৰিছিল; bus-station (বাস ষ্টেচন)—বাছ আস্থান; to receive (টু ৰিচিভ) — অভ্যর্থনা জনাবলৈ ; holiday (হলিদে)— বন্ধৰ দিন ; begun (বিগান)— আৰম্ভ হ’ল।
■ উচ্চাৰণ আৰু ভাঙনি : It was 4 o’clock when their bus arrived at Sivasagar. [ ইট ওৱাজ ফোৰ অ’ ক্লক হোৱেন দিয়াৰ বাছ এৰাইভদ এট শিৱসাগৰ। ] —বাছখন শিৱসাগৰ পাওঁতে ৪ বাজিছিল। Their uncle and aunt were waiting at the bus station to receive them. [ দিয়াৰ আংকল এন্ড আল্ট ওৱেৰ ওৱেইটিঙ এট দা বাছ ষ্টেচন টু ৰিচিভ দেম। ] বাছষ্টেচনত খুড়া খুড়ীয়েকে সিহঁতৰ লবলৈ ৰৈ আছিল। Their holiday had begun [ দিয়াৰ হোলিদে হেদ বিগান !] — সিহঁতৰ বন্ধৰ দিন আৰম্ভ হৈ গ’ল।
Para – 4 : They were very happy……………………… Sivasagar Bor Pukhuri.
■ Word Notes (শব্দ অর্থ) : They (দে) – তেওঁলোক, সিহঁত ; very (ভেৰী) – বৰ/বহুত happy (হেপী)— সুখী ; seen (চিন)—দেখিছিল; pictures (পিকচাৰচ্)–ছবিবোৰ; newspapers (নিউজপেপাৰচ্)–বাতৰি কাকত ; magazines (মেগাজিনচ্) – আলোচনী; different (দিফাৰেন্ট)–বেলেগ বেলেগ ; standing (ষ্টেণ্ডিং)– থিয় হৈ থকা, ৰৈ থকা ; in front (ইন ফ্রন্ট)– সমুখত ; busy (বিজি)–ব্যস্ত photographs (ফটোগ্রাফছ)– ছবি ; taking photographs (টেকিঙ ফটোগ্রাফছ) – ছবি উঠোৱা।
■ উচ্চাৰণ আৰু ভাঙনি : They were very happy. [দে ওৱেৰ ভেৰী হেপী।] —সিহঁত বৰ সুখী হৈছিল। They had seen pictures of the Shiva Dol and the Bor Pukhuri in newspapers and magazines. [দে হেদ চিন পিকচার্চ অফ দা শিৱদ’ল এন্ড দা বৰপুখুৰী ইন দা নিউজপেপাৰ এন্ড মেগাজিনচ্।]— সিহঁতে বাতৰি কাগজ আৰু আলোচনীত শিৱদ’ল আৰু বৰপুখুৰীৰ ছবি দেখিছে । But it was so different to be standing in front of them now. [ বাট ইট ওৱাজ চো ডিফাৰেন্ট টু বি ষ্টেণ্ডিং ইন ফ্রন্ট অফ দেম নাও।] —কিন্তু এতিয়া এইবোৰৰ সন্মুখত থিয় হৈ এইবোৰক দেখিবলৈ পোৱাটো বেলেগ আনন্দ যেন লাগিছে। They got busy taking photographs of the Shiva Dol, the Bishnu Dol and Devi Dol on the bank of Sivasagar Bor Pukhuri. [ দে গ’ট বিজী টেকিঙ ফটোগ্রাফছ অফ দা শিৱদ’ল, দা বিষ্ণুদ’ল এন্ড দেৱী দ’ল অন দা বেংক অফ শিৱসাগৰ বৰ -পুখুৰী।]— শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ঠিয় হৈ শিৱদ’ল, বিষ্ণুদ’ল, দেবীদ’ল আদিৰ ফটো উঠোৱাত তেওঁলোক ব্যস্ত হৈ পৰিছিল।
Para – 5 They were amazed……………..living in the past.
■ Word Notes (শব্দ-অর্থ) : Amazed (এমেজদ)— বিস্ময়াভিভূত ; beautiful (বিউটিফুল)— ধুনীয়া ; way (ওৱে)— পথ ; long ago (লং এগ’)— বহুত দিন আগতে ; kings (কিং)—ৰজাসকল ; courtiers (কর্টিৱাৰচ্)—সভাসদ, মন্ত্রীসকল ; watched (ৱাটচ্)—চোৱা, মনোযোগেৰে চাউছিল ; games (গেমচ)— খেল ; dances (দেঞ্চেচ) – নৃত্য, বেলেগ বেলেগ নৃত্য ; morniment ( মনুমেন্ট)—কীর্তিস্তম্ভ, স্মৃতিস্তজ্ঞ; spent (স্পেন্ট)— অতিবাহিত কৰিছিল ; some time (চাম টাইম)— অলপ কিছু সময় ; wonderful (ওৱান্দাৰফুল)—আশ্বর্যকৰ; banks (বেংকাছ) — নদীৰ পাৰ ; gazing (গেজিং)— তথা লাগি চাই থকা ; vastness (ভাষ্টনেছ) —বিস্তীর্ণতা, বিশাল; narrated (নেৰেটেদ)— বর্ণনা কৰিছিল; famous (ফেমাচ)— বিখ্যাত ; distant days (দিচটেন্ট ডেইজ)— তাহানিৰ, প্রাচীন অতীত; living (লিভিং)—বাস কৰা।
■ উচ্চাৰণ আৰু ভাঙনি : They were amazed to see the beautiful Rang Ghar on their way to Joysagar. [দে ওৱেৰ এমেজড টু চি দা বিউটিফুল ৰং ঘৰ অন দিয়াৰ ওৱে টু জয়সাগৰ।]— জয়সাগৰ যোৱাৰ পথত ধুনীয়া ৰংঘৰটো দেখি তেওঁলোক বিস্ময়াভিভূত হৈছিল। Long ago the kings and their courtiers had watched games and sports, dances and fights from this monument. I লং এগ’ দা কিচ এন্ড দিয়াৰ কর্টিৱাৰচ্ হেদ ওৱাচ্ গেমচ, এন্ড স্পোর্টছ ডেঞ্চেচ এন্ড ফাইটচ্ ফ্রম দিজ মনুমেন্ট।] — পুৰণি কালত ৰজা, মহাৰজা সকলে আৰু তেওঁলোকৰ সভাসদে এই সকল স্মৃতিস্তত্তৰ ওপৰত বহি নাচ-গান, খেল ধেমালী, মলযুক্ত আদি উপভোগ কৰিছিল। Ramen and Rita also spent some time at the wonderful Talatal Ghar [ ৰমেন এন্ড ৰীতা অলচ স্পেন্ট চাম টাইম এট দা ওৱানদাৰফুল তলাতল ঘৰ। ] — ৰমেন আৰু বীতাই কিছু সময় সুন্দর তলাতল ঘৰত অতিবাহিত কৰিছিল। They sar on the banks of the beautiful Joysagar Tank gazing at its vastness. [ চেট অন দা বেংক অফ দা বিউতিফুল জয়সাগৰ টেংক গেজিং এট ইটচ্ ভাষ্টনেছ।]— সিহঁতে ধুনীয়া বিস্তীর্ণ জয়সাগৰ পুখুৰীৰ পাৰত বহিছিল আৰু ইয়াৰ বহল আকৃতি উপভোগ কৰিছিল। Their uncle narrated to them the story of Joymoti and the famous kings of those distant days. [ দেয়াৰ আংকল নেৰেটেদ টু দেম দা ষ্ট’ৰী অফ জয়মতী এন্ড দা ফেনাচ কিংচ অফ দোজ দিচটেন্ট দেজ।]—সিহঁতৰ খুড়াকে জয়মতী আৰু পুৰণি দিনৰ বিখ্যাত ৰজা সকলৰ বিষয়ে বর্ণনা কৰিছিল। They felt that they were living in the past. [ দে ফেল্ট দেত দে ওৱেৰ লিভিঙ ইন দা পাষ্ট।] — সিহঁতে অনুভৱ কৰিছিল যেন সিহঁতে অতীত সময়ত ৰৈছে গৈ।
Para-6: The next day, ……………their uncle’s home.
■ Word Notes (শব্দ-অর্থ) : Next day ( নেক্সট দে) —পিছদিনা ; visited (ভিজিটেদ)— দৰ্শন কৰিছিল; stopped (স্টপড)—ৰৈছিল; royal (ৰ’য়ল)—ৰাজকীয়; Royal palace (পায়েল প্লেছ)—ৰাজকাৰেঙ; sacred (ছেইক্লিড) – পবিত্র laid (লেইড)—শুৱাই দিয়া ; rest (ৰেস্ট)— বিশ্রাম; next (নেক্সট)— পৰবৰ্তী ; away (এৱে)—দূৰণিত ; maidam (মৈদাম)— মৈদাম, স্মৃতিসৌধ।
■ উচ্চাৰণ আৰু ভাঙনি : The next day, they visited Charaideu. [ দা নেক্সট দে, দে ভিজিতেদ চৰাইদেউ।] — পিছদিনা তেওঁলোক চৰাইদেউ চাবলৈ গৈছিল। On the way they stopped at Gargaon to see the Kareng Ghar (Royal Palace) there. [ অন দা ওৱে দে স্তপদ এট গড়গাঁও টু চি দা কাৰেংঘৰ (ৰয়েল পেলেছ) দিয়াৰ।] —ৰাষ্ট্ৰীত গড়গাঁওত তেওঁলোক ৰাখিছিল (ৰাজকীয়) কাৰেংঘৰ চাবলৈ। Charaideu is a sacred place where the Ahom Royals were laid to rest in the Maidams . [ চৰাইদেউ ইজ এ চেইক্রিদ প্লেচ হোৱেৰ দা আহোম ৰ’ৱেলচ ওৱেৰ লেইদ টু ৰেষ্ট ইন দা মৈদামচ। ] – চৰাইদেউ এটা পবিত্র ঠাই য’ত মৈদামত আহোম ৰজাসকলক সমাধিস্থ কৰা হৈছিল। On the next day, they visited the Dargah of Ajan Peer. [ অন দি নেক্সট দে, দে ভিজিতেদ দা দৰগাহ অফ আজান পীৰ। ] —–পিছদিনা তেওঁলোকে আজান পীৰৰ দৰগাহ চাইছিল। It is at Dikhowmukh about 30 kilometres away from their uncle’s home. [ ইত ইজ এট দিখৌমুখ এবাউত থাৰটি কিলোমিটাৰচ এৱে ফ্ৰম দিয়াৰ আংকেলুচ হোম। ] ― এইটো তেওঁলোকৰ খুড়াকৰ ঘৰৰ পৰা প্ৰায় ৩০ কি.মি. দূৰত্বত দিখৌমুখত অৱস্থিত।
Para -7: When they returned……………….. visit to Sivasagar.
■ Word Notes (শব্দ-অর্থ): Returned (ৰিটাৰ্নদ)— ঘূৰি আহিছিল ; carried (কেৰিড)—লৈ আহিছিল; with them (উইথ দেম)— সিহঁতৰ লগতে; lots (লটছ)— বহুত/অনেক; precious (প্ৰেছিয়াছ)—মহামুল্যবান; memories (মেম’ৰিজ)— স্মৃতি।
■ উচ্চাৰণ আৰু ভাঙনি : When they returned to Guwahati, Ramen and Rita carried with them lots of precious memories of their visit to Sivasagar. [ হোৱেন দে ৰিটাৰ্নদ টু গুৱাহাটী, ৰমেন এন্ড সীতা কেৰিড উইথ দেম লটচ অফ প্রেচিয়াছ মেম’ৰিজ অফ দেয়াৰ ভিজিত টু শিৱসাগৰ। ]—যেতিয়া তেওঁলোক গুৱাহাটীলৈ ঘুৰি আহিছিল, ৰিতা আৰু ৰমেনে তেওঁলোকৰ লগত বহুতো মূল্যৱান অভিজ্ঞতা শিৱসাগৰৰ পৰা লৈ আহিছিল।
ACTIVITIES (একটিভিটিজ)— কার্যকলাপ |
1. Let’s find out how much we have understood :[ লেটচ ফাইন্দ আউট হাউ মাচ্চ উই হেড আন্দাৰষ্টুদ : ] — আমি কিমান বুজি পালো চাও আহা :
(a) What were Ramen and Rita waiting for ? [ হোৱাট ওৱেৰ ৰমেন এন্ড ৰিতা ওৱেটিঙ ফৰ ? ] — ৰমেন আৰু ৰিতাই কিহৰ বাবে ৰৈ আছিল ?
Ans. Ramen and his sister Rita were eagerly waiting for their summer vacation. [ ৰমেন এণ্ড হিজ চিটাৰ ৰীতা ওৱেৰ ইগাৰলি ওৱেটিং ফৰ দেয়াৰ চামাৰ ভেকেচন। ] — ৰমেন আৰু তাৰ ভনী ৰীতাই তেওঁলোকৰ গৰমৰ বন্ধৰ বাবে ৰৈ আছিল।
(b) How did they go to Sivasagar ? [ হাউ দিদ দে গ’টু শিৱসাগৰ ? ]— তেওঁলোক কেনেকৈ শিৱসাগৰলৈ গৈছিল ?
Ans. They boarded a beautiful Red ASTC bus and went to Sivasagar. [ দে বোৰদেদ এ বিউতীফুল ৰেদ এ.এছ.টি.চি. বাছ এন্ড ওৱেন্ট টু শিৱসাগৰ।] ―তেওঁলোক অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন ধুনীয়া ৰঙা বাছেৰে শিৱসাগৰলৈ গৈছিল।
(c) What did they see on their way to Sivasagar ? [ হোৱাট দিদ দে চি অন দেয়াৰ ওৱে টু শিৱসাগৰ ? ]— তেওঁলোক শিৱসাগৰ যোৱাৰ বাটত কি কি দেখিছিল ?
Ans. On the way they crossed many towns and villages and also the famous Kaziranga National Park. They saw vast and beautiful tea gardens and paddy fields on the way and loved them. [ অন দা ওৱে, দে ক্ৰছদ মেনী টাউনচ্ এন্ড ভিলেজেছ এন্ড অলছ’ দা ফেমাছ কাজিৰঙা নেচ্নেল পার্ক। দে স’ ভাষ্ট এন্ড বিউতীফুল টি গার্ডেনছ এন্ড পেদী ফিন্দছ অন দা ওৱে এন্ড লাভদ দেম।]—যাত্রাপথত তেওঁলোকে বহুত নগৰ- চহৰ আৰু গাঁও দেখিছিল। কাজিৰঙা জাতীয় উদ্যানো দেখিছিল। তেওঁলোক যাত্রাপথত বহুত বিস্তীর্ণ আৰু ধুনীয়া চাহ বাগিছা আৰু ধাননী পথাৰ দেখিছিল আৰু তেওঁলোক খুব ভাল পাইছিল।
(d) What did the kings and the courtiers do in Rang Ghar ? [ হোৱাট দিদ দা কিংস্ এন্ড দা কাটিয়াৰচ দু ইন দা ৰংঘৰ ? ] — ৰঙঘৰে ৰজা আৰু তেওঁৰ পৰিষদসকলে কি কৰিছিল ?
Ans. Long ago the kings and their courtiers watched games, sports, dances and fights from Rang Ghar. [ লং এগ’ দি কিংচ এন্ড দেয়াৰ কাৰ্টিয়াৰচ্ ওৱাচ্দ গেমচ্ স্পোর্টচ্, ডেঞ্চেচ এন্ড ফাইটচ ফ্রম ৰংঘৰ। ]—প্রাচীনকালত ৰজা সকলে আৰু পৰিষদ সকলে ৰংঘৰৰ পৰা খেল-ধেমালি, নাচ-গান, যুঁজ আদি উপভোগ কৰিছিল।
(e) Where were the Ahom kings laid to rest ? [ হোৱেৰ ওৱেৰ দা আহোম কিং লেইড টু ৰেষ্ট ? ]—আহোম ৰজা সলক ক’ত সমাধি দিয়া হৈছিল ?
Ans. Charaideu is a sacred place where the Ahom royals were laid to rest in the Maidams. [ চৰাইদেউ ইজ এ চেইক্রেড প্লেছ হোৱেৰ দি আহম ৰয়েল্চ ওৱেৰ লেইড টু ৰেষ্ট ইন দি মৈদামচ্।]—চৰাইদেউ এটা পবিত্ৰ ঠাই য’ত মৈদামত আহোম ৰজা সকলক সমাধি দিয়া হৈছিল।
2. Let’s read the text again and find out the monuments in Sivasagar. Put the names of the monuments in the ovals. One is done for you as an example [লেট্চ্ ৰিড দা টেক্সট এগেইন এন্ড ফাইন্ড আউট দি মনুমেন্টচ ইন শিৱসাগৰ। পুট দি নেম্ছ অফ দি মনুমেন্টচ ইন দা অভেলচ্।]—ওৱান ইজ দান ফৰ ইউ এজ এন এগজামপেল: ] — শিৱসাগৰত থকা বিস্ময়কৰ বস্তুবোৰ বিচাৰি উলিয়াবলৈ পাঠটো পুনৰ পঢ়া। বৃত্তৰ ভিতৰত বিস্ময়কৰ বস্তুবোৰৰ নাম লিখা। এটা উদাহৰণ তোমাৰ বাবে কৰি দিয়া হ’ল :
Ans.

3. Say ‘Yes’ or ‘No’ for the following statements [ চে ‘ইয়েছ’ অৰ ‘নো’ ফৰ দা ফল্লয়িঙ ষ্টেটমেন্টচ: ] — তলৰ উত্তিবোৰৰ উত্তৰ হয় বা নহয় কোৱা :
Ans.
(a) Ramen and Rita saw vast and beautiful green tea gardens and paddy fields on the way. [ ৰমেন এন্ড ৰীতা চ’ ভাষ্ট এন্ড বিউতিফুল গ্রীন টি গার্ডেনচ এন্ড পেডী ফিল্ডচ অন দা ওৱে। ] — ৰমেন আৰু ৰীতাই যোৱাৰ বাটত ডাঙৰ আৰু ধুনীয়া চাহ বাগিচা আৰু ধাননী পথাৰ দেখিছিল।
[ Yes—হয় ]
(b) They reached Sivasagar around 9p.m. at night. [ দে ৰিচড শিৱসাগৰ এৰাউন্ড নাইন পি.এম. এট নাইট।]—সিঁহতে ৰাতি ৯ বজাত শিৱসাগৰ পাইছিল।
[ No— নহয় ]
(c) Shiva Dol, Bishnu Dol and Devi Dol are on the banks of Joysagar. [ শিৱ দ’ল, বিষ্ণু দ’ল এণ্ড দেৱী দ’ল আৰ অন দি বেংক অব জয়সাগৰ। ]—শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত।
[ No — নহয় ]
(d) Ahom kings and their courtiers used to enjoy watching games and sports, dances and fights from the Rang Ghar. [ আহোম কিংচ এণ্ড দেয়াৰ কাৰটিয়াৰ্চ ইউজড টু এনজয় ওৱাচিং গেম্চ্ এন্ড স্পোর্টচ, ডেঞ্চেচ এন্ড ফাইটচ ফ্রম দি ৰং ঘৰ। ]—আহোম ৰজা সকলে আৰু পাৰিষদ সকলে ৰংঘৰৰ পৰা খেল-ধেমালি, নাচ-গান আৰু যুঁজ আদি উপভোগ কৰিছিল।
[ Yes— হয় ]
(e) Charaideu is famous for the maidams of the Royals. [ চৰাইদেউ ইজ্ ফেমাচ ফৰ দি মৈডামচ্ অফ ৰয়েলচ্।] ৰজাসকলৰ সমাধিস্থলৰ কাৰণে চৰাইদেউ বিখ্যাত।
[ Yes — হয় ]
4. Rita narrated her experience of the Sivasagar tour in class after the school reopened. Let’s read what she said : [ ৰীতা নেৰেটেদ হাৰ এক্সপেৰিয়েন্চ অফ দা শিৱসাগৰ টুৰ ইন ক্লাছ আফতাৰ দা স্কুল ৰি-অপেনদ। লেটচ্ ৰিদ হোৱাত চি চেইদ: ] — ৰিতাই শিৱসাগৰৰ পৰা ঘূৰি আহি বিদ্যালয় খোলাৰ পিছত শ্ৰেণীত তাইৰ ভ্ৰমণ কাহিনী বর্ণনা কৰিছিল। তাই কি কৈছিল পঢ়ো আহা :
Ans. Our journey to Sivasagar was a wonderful one. [ আৱাৰ জাৰ্ণী টু শিৱসাগৰ ওৱাজ এ ওয়ান্ডাৰফুল ওৱান। ] —আমাৰ শিৱসাগৰ ভ্ৰমণটো এটা বৰ মনকৰিবলগা যাত্ৰা আছিল। We enjoyed ourselves a lot there. [ উই এনজইদ আওয়াৰচেলভচ্ এ লট দেয়াৰ। ]—আমি তাত বহুতো আনন্দ উপভোগ কৰিছোঁ। The roadside scenery was very beautiful. [ দা ৰ’ডচাইড চিনেৰী ওৱাজ ভেৰী বিউতীফুল। ]—ৰাষ্টাৰ কাষৰ দৃশ্যবোৰ বৰ ধুনীয়া আছিল। I still remember the pleasant atmosphere of Sivasagar Borpukhuri. [ আই ষ্টিল ৰিমেম্বাৰ দা প্লিজেন্ট এটমট্ফিয়েৰ অফ শিৱসাগৰ বৰপুখুৰী।] —শিৱসাগৰৰ বৰপুখুৰীৰ মনোহৰ স্বাস্থ্যকৰ পৰিৱেশ এতিয়াও মোৰ মনত আছে। Shiva Dol, Bishnu Dol and Devi Dol are situated on the banks of this tank. [ শিৱদ’ল, বিষ্ণুদ’ল, এন্ড দেৱীদ’ল আৰ চিচুৱেটেদ অন দা বেংকচ অফ দিছ টেংক।] —শিৱদ’ল, বিষ্ণুদ’ল, দেবীদ’ল এই পুখুৰীৰ পাৰতে অৱস্থিত। We were very happy to visit Rang Ghar, Talatal Ghar, Kareng Ghar and Joysagar too. [ উই ওৱেৰ ভেৰী হেপী টু ভিজিত ৰং ঘৰ, তলাতল ঘৰ, কাৰেংঘৰ এন্ড জয়সাগৰ টু। ]—আমি ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ আৰু জয়সাগৰ পুখুৰী দৰ্শন কৰি বহুত আনন্দ লাভ কৰিছোঁ। We got a glimpse of our rich history in those wonderful monuments. [ উই গট এ গ্লিম্পচ অফ আৱাৰ ৰিচ হিষ্টৰী ইন দোজ ওয়ানদাৰফুল মনুমেন্টচ।। —আমি আমাৰ ইতিহাসৰ বিষয়ে বহুতখিনি মূল্ৱান তথ্য এই ভ্ৰমণৰ পৰা জানিব পাৰিলোঁ। It was a really pleasant experience to learn about our history at all these places of historical interest. [ ইট ওয়াজ এ ৰিয়েলী প্লিজেন্ট এক্সপেৰিয়েনচ্ টু লার্ণ এবাউত আৱাৰ হিষ্ট’ৰী এট অল দিজ প্লেচেচ অফ হিষ্ট’ৰিকেল ইনটাৰেষ্ট। ] ― বুৰঞ্জী প্রসিদ্ধ ঠাইৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ এইটো এটা বৰ সুখলগা অভিজ্ঞতা আছিল।
■ Word Notes (শব্দ-অর্থ) : journey (জার্নি)—যাত্রা; wonderful (ওয়ান্দাৰফুল)— আশ্চর্যজনক, বিস্ময়কৰ; enjoyed (এনজয়দ)—উপভোগ কৰিছিল; ourselves (আবাৰছেলভছ)—আমাৰ; a lot (এ লট) — বহুত; roadside (ৰোডচাইদ)— পথৰ কাষত; scenery (চিনেৰী)—দৃশ্যপট; beautiful (বিউটিফুল)— ধুনীয়া; remember (ৰিমেম্বাৰ)— মনত ৰখা ; pleasant (প্লিজেন্ট)—আনন্দদায়ক/ মনোৰম ; atmosphere (এটমোছফিয়াৰ)— পৰিবেশ; situated (চিটুৱেটেদ)—অৱস্থিত; banks (বেংক্ছ)— পাৰত ; glimpse (গ্লিমপছ)—চকুত পৰা, চকামকাকৈ দেখন। monument ( মনুমেন্ট) —কীর্তিস্তম্ভ, স্মৃতিসৌধ; experience (এক্সপেৰিয়েঞ্চ) — অভিজ্ঞতা ; historical (হিষ্টৰিকেল)—ঐতিহাসিক। interest (ইন্টাৰেষ্ট)— গুৰুত্ব, আগ্রহ।
5. Let’s learn some new words and their meanings :[ লেটচ লাৰ্ণ চাম নিউ ওৱাদৰ্চ এণ্ড দেয়াৰ মিনিঙচ : ] — কেইটামান নতুন শব্দ আৰু ইয়াৰ অৰ্থ শিকো আহা :

[i] Monument (মনুমেন্ট) : a building, structure or site that is of historical interest [ এ বিল্ডিঙ ষ্ট্ৰাকচাৰ অৰ চাইট দেট ইজ অফ হিষ্টৰিকেল ইন্টাৰেষ্ট ]—ঐতিহাসিক গুৰুত্ব থকা কীর্তিস্তম্ভ, স্মৃতিস্তম্ভ।
[ii] Amazed (এমেজড) : greatly surprised [ গ্রেটলি চাৰপ্ৰাইজ্ড্] —বিস্ময়াভিভূত।
[iii] Artistry (আৰটিষ্ট্ৰি) : creative skill or ability [ ক্রিয়েটিভ স্কিল অৰ এবিলিটি।]—সৃষ্টিশীল ক্ষমতা।
[iv] Journey (জার্ণী) : an act of travelling from one place to another [ এন এক্ট অফ ট্ৰেভেলিঙ ফ্রম ওৱান প্লেছ টু এনাদাৰ ]—ভ্ৰমণ। এটা ঠাইৰ পৰা আন ঠাইলৈ যোৱা।
[v] Vast (ভাই) : of very great extent of quantity, immense ( অফ ভেৰী গ্রেট এক্সটেন্ট অফ কোৱান্টিতি, ইমেন্স ] — বহল/ডাঙৰ।
[vi] Precious (প্রেচিয়াছ) : of great value [ অফ গ্রেট ভেলু ]—মূল্যৱান।
Now, complete the following sentences with the help of the words you have learnt : [ নাও, কমপ্লিত দা ফল্ল’য়িঙ চেন্টেনচেচ উইথ দা হেল্প অফ দা ওৱার্ড ইউ হেভ লাৰ্ণট : ]—তুমি শিকা শব্দেৰে তলৰ বাক্যবোৰৰ খালী ঠাইবোৰ পূৰ কৰা :
(a) We had a wonderful —– to Sivasagar. | উই হেন এ ওয়ানদাৰফুল,—– টু শিৱসাগৰ। ] – শিৱসাগৰলৈ —– আমাৰ আশ্চৰ্যকৰ অভিজ্ঞভাৰে পূর্ণ আছিল।
Ans. Journey [ জাৰ্ণী ]– ভ্রমণটো।
(b) We did not realise that the Joysagar Tank was so —– . [ উই দিদ নট ৰিয়েলাইজ দেট দা জয়সাগৰ টেংক ওৱাজ চো —– । ] – আমি অনুমান কৰা নাছিলো যে জয়সাগৰ পুখুৰীটো ইমান —–।
Ans. vast [ ভাষ্ট ] – বিশাল।
(c) Ramen and Rita were —– to see the beautiful Rang Ghar. [ ৰমেন এন্ড ৰীতা ওৱেৰ —– টু চি দা বিউতীফুল ৰংঘৰ। ] – ৰমেন আৰু ৰীতাই ধুনীয়া ৰংঘৰটো চাই —– হৈছিল।
Ans. amazed [ এমেজ্ড ]—বিস্মিত/বিস্ময়াভিভূত।
(d) The monuments reflect the —– of Ahom kingdom. [দা মনুমেন্টচ ৰিফলেক্ট দা —– অফ আহোম কিংদম। ] – সৌধবোৰে আহোম ৰাজত্বৰৰ সোণালী বুৰঞ্জী প্রতিফলিত কৰে।
Ans. artistry [ আৰটিস্ট্ৰি ] —সৃষ্টিশীল ক্ষমতা।
(e) The Rang Ghar is a wonderful —– . [ দি ৰঙ ঘৰ ইজ এ ওৱান্দাৰফুল ।]—ৰংঘৰো এটা আশ্বর্যকৰ —–
Ans. monument [ মনুমেন্ট ] — স্মৃতিস্তম্ভ।
(f) We have created —– memories for ourselves in Sivasagar. [ উই হেড ক্রিয়েটেড —– মেমোৰিজ ফৰ আৱাৰচেলভ ইন শিৱসাগৰ। ] শিৱসাগৰ ভ্রমণ আমাৰ জীৱনত —– অভিজ্ঞতা হৈ ৰ’ল।
Ans. precious [ প্রেচিয়াছ ]—বহুমূল্য।
6. Work in pairs : [ ওয়ার্ক ইন পেয়ার্ড ]—যোৰ হৈ কাম কৰা :
Paste pictures or draw some monuments and write about them. [ পেস্ট পিকচাৰ্চ অৰ দ্ৰ চাম মনুমেন্ট এন্ড ৰাইট এবাউত দেম। ]–আশ্বৰ্যকৰ বস্তুৰ ছবি লগোৱা নাইবা আঁকা আৰু সেইবোৰৰ বিষয়ে লিখা।
Ans. Do it yourself. [ ডু ইট ইয়োৰচেল্ফ ] – নিজে কৰা।
7. (a) Have you visited any historical place ? Do you want to visit one ? Let’s talk about visiting such a place. [ হেড ইউ ভিজিটেড এনী হিষ্ট’ৰীকেল প্লেচ ? দু ইউ ওৱান্ট টু ভিজিত ওৱান ? লেটছ টক এবাউত ভিজিটিঙ চাম এ প্লেচ।]—তুমি কোনোবা বুৰঞ্জীমূলক ঠাইলৈ ফুৰিবলৈ গৈছানে ? তুমি এবাৰ যাব বিচৰানে ? আমি তেনেকুৱা ঠাইলৈ ফুৰিবলৈ যোৱাৰ কথা পাতো আহা।
Ans. Yes I have visited some historical places. Yes, I like to go over there again. I went to the Taj Mahal. It is a beautiful monument made of white marble. It is in Agra. It is built by Shah Jahan . [ ইয়েচ আই হেভ ভিজিটেদ চাম হিষ্টৰীকেল প্লেছেচ। ইয়েচ আই লাইক টু গ’ অভাৰ দিয়াৰ এগেইন। আই ওৱেন্ট টু দা তাজমহল। ইট ইজ এ বিউটিফুল মনুমেন্ট মেদ অফ হোৱাইট মার্কল। ইট ইজ ইন আগ্রা। ইট ইজ বিল্ট বাই চাহজাহান। ] —হয় মই কিছুমান ঐতিহাসিক গুৰুত্ব থকা ঠাই দৰ্শন কৰিছো। হয় মই আৰু এবাৰ তাত যাবলৈ বিচাৰোঁ। মই তাজমহললৈ গৈছিলো। এইটো বগা মাৰ্বলেৰে বনোৱা বৰ ধুনীয়া স্মৃতিসৌধ বা স্থাপত্য। এইটো আগ্রাত অৱস্থিত। এইটো চাহজাহানে নিৰ্মাণ কৰিছিল।
7. (b) Listen to the teacher read out the following passage and write it in your notebook : [ লিচেন টু দা টিচাৰ ৰিদ আউত দা ফল্লয়িঙ পেচেজ এণ্ড ৰাইত ইট ইন ইয়’ৰ নোটবুক : ] – তলৰ অনুচ্ছেদটো শিক্ষকে কোৱামতে শুনা আৰু নিজৰ টোকা বহীত লিখা :
Ans. We visit places for many reasons. [ উই ভিজিত প্লেচেচ ফৰ মেনী ৰিজনচ। ]—আমি বিভিন্ন কাৰণত বিভিন্ন ঠাইবোৰলৈ ফুৰিবলৈ যাওঁ। A visit to an important place teaches us many things. [ এ ভিজিত টু এন ইমপ’ৰটেন্ট প্লেচ টিচেচ আছ মেনী থিংছ। ] —এখন গুৰুত্বপূৰ্ণ ঠাই ভ্রমণে আমাক বহুতো কথা শিকায়। If we visit a place, we learn about its history, culture and the lifestyle of people. [ ইফ উই ভিজিট এ প্লেচ উই লার্ণ এবাউত ইটচ হিষ্টৰী, কালচাৰ এন্ড দা লাইফষ্টাইল অফ পিপল। ]—যদি আমি এখন ঠাই পৰিভ্ৰমণ কৰো, আমি তাৰ বুৰঞ্জী, কলা, আৰু মানুহৰ জীবিকাৰ বিষয়ে শিকিব পাৰো। It helps us to know ourselves better. [ ইট হেল্পচ আছ টু নো আওৱাৰচেলভ বেটাৰ। ]—এইবোৰে আমাক ভালকৈ নিজৰ বিষয়ে জনাত সহায় কৰে। Visiting places gives us immense happiness. [ ভিজিতিং প্লেচেচ গিভচ আচ ইমেনচ হেপিনেচ্।]—বিভিন্ন ঠাই ফুৰিলে সেই অভিজ্ঞতা আমাক বহুত সুখী কৰে। We get to see new things. [ উই গেট টু চি নিউ থিংছ। ] —আমি নতুন বস্তু দেখা পাওঁ । In addition, we meet new people and learn new things. [ ইন এডিচন উই মীত নিউ পিপল এন্ড লার্ণ নিউ থিংচ।]—যোগাত্মকভাবে আমি নতুন মানুহৰ লগ পাওঁ আৰু নতুন কথা শিকিব পাৰোঁ।
8. Let’s read the following passage from the text and find out the describing words and underline them : [ লেটচ্ ৰিদ দা ফল্ল’য়িঙ পেচেজ ফ্রম দা টেকচত এন্ড ফাইণ্ড আউত দা ডেচক্রাইবিঙ ওৱাৰ্ডচ্ এন্ড আন্দালাইন দেম : ] — তলৰ দফাটোৰ কথাখিনি পঢ়ো আহা আৰু বৰ্ণনাসূচক শব্দবোৰ বিচাৰি উলিয়াই সেইবোৰৰ তলত আচটনা :
They were amazed to see the beautiful Rang Ghar on their way t to Joysagar. [দে ওৱেৰ এমেজ টু চী দা বিউতীফুল ৰংঘৰ অন দেয়াৰ ওৱে টু জয়সাগৰ। ] —তেওঁলোকে জয়সাগৰ যোৱাৰ পথত ধুনীয়া ৰংঘৰটো দেখি আশ্চর্য প্রকাশ কৰিছিল। Long ago the kings and their courtiers watched games and sports, dances and fights from this monument. [ লং এগ’ দা কিংচ এন্ড দেয়াৰ কাৰ্টিয়াৰৰ্চ ওৱাচদ্ গেমচ এন্ড স্পোর্টচ্, ডেন্সেচ্ এন্ড ফাইতচ্ ফ্রম দিজ মনুমেন্ট। ] —তাৰ পৰা পুৰণি কালত ৰজা আৰু পৰিষদ সকলে খেল-ধেমালি, নৃত্য-গান, যুঁজ আদি উপভোগ কৰিছিল। Rita and Ramen also spent some time at the wonderful Talatal Ghar . [ ৰিতা এন্ড ৰমেন অলচ’ স্পেন্ট চাম টাইম এটা দি ওৱান্দাৰফুল তলাতল ঘৰ।]—ৰীতা আৰু ৰমেনে বিখ্যাত তলাতল ঘৰত কিছু সময় অতিবাহিত কৰিছিল। They admired the vast Joysagar Tank. [দে এডমিয়াৰদ দা ভাষ্ট জয়সাগৰ টেংক।]—সিহঁতে জয়সাগৰ পুখুৰী উপভোগ কৰিছিল। Their uncle narrated to them the story of Joymoti and the famous kings of those distant days. [ দেয়াৰ আংকল নোৰেটেদ টু দেম দা ষ্ট’ৰী অফ জয়মতী এন্ড দা ফেমাচ কিংচ অফ দোজ দিচটেন্ট দেজ। ] —সিহঁতৰ খুড়াকে সিহঁতক জয়মতী আৰু পুৰণি কালৰ বিখ্যাত ৰজা সকলৰ সেই সময়ৰ কাহিনীবোৰ কৈছিল।
Ans. Describing words [ ডেচক্রাইবিঙ ওৱাৰ্ডছ ] — বর্ণনাসূচক শব্দ : Beautiful (বিউতিফুল)— ধুনীয়া । wondefiul (ওৱান্দাৰফুল)—–বিস্ময়কৰ। vast ( ভাষ্ট ) —বিস্তীর্ণ/সুবিশাল । distant (দিচটেন্ট)—দূৰৱৰ্তী।
Now since that you have identified the describing words, make sentences with some of them. One is done for you. [ নাও চিনচ্ দেট ইউ হেভ আইদেন্টিফাইদ দা ডেচক্রাইবিঙ ওৱাৰ্ডচ, মেক চেন্টেনচেচ উইথ চাম অফ দেম। ওৱান ইজ দান ফৰ ইউ।]—এতিয়া তুমি যিবোৰ বৰ্ণনাসূচক শব্দ বাছনি কৰিলা, সেইকেইটাৰ লগত বাক্য বনোৱা। এটা তোমাৰ বাবে কৰি দিয়া হ’ল।
Ans. (a) Distant (দিচটেন্ট)–দূৰবৰ্তী–He is my distant relative. [ হি ইজ মাই দিচটেন্ট ৰিলেটিভ।] –তেওঁ মোৰ দুৰ সম্পৰ্কীয় আত্মীয়।
(b) Beautiful (বিউতিফুল)–ধুনীয়া– Rose is a beautiful flower. [ ৰোজ ইজ এ বিউতিফুল ফ্লাৱাৰ। ] –গোলাপ এটা মনোমুগ্ধকৰ ফুল।
(c) Wonderful (ওয়ান্দাৰফুল)– বিস্ময়কৰ– Talatal Ghar is a wonderful place. [ তলাতল ঘৰ ইজ এ ওৱান্দাৰফুল প্লেছ।]—তলাতল ঘৰ এটা বিস্ময়কৰ ঠাই।
(d) Vast (ভাষ্ট) – বিস্তীর্ণ – Joysagar Tank is very vast. [ জয়সাগৰ টেংক ইজ ভেৰী ভাষ্ট।] – জয়সাগৰ পুখুৰী বৰ বিস্তীর্ণ।
9. Let’s read a phone conversation between Rita and Tanya : [ লেট্চ ৰিদ এ ফ’ন কনভাৰশ্বেচন বিটুইন ৰিতা এন্ড তানিয়া :] —ৰিতা আৰু তানিয়াৰ ফোনৰ কথোপকথনখিনি পঢ়ো আহা :
Tanya (তানিয়া)— তানিয়া : Hello ! Rita are you back from Sivasagar ? [ হেল্লো ! ৰিতা আৰ ইউ বেক ফ্লম শিৱসাগৰ ? ] — হেলো ! ৰীতা তুমি শিৱসাগৰৰ পৰা আহিলানে ?
Rita (ৰিতা)— ৰিতা : Yes dear, we came back last Friday. [ ইয়েছ দিয়াৰ, উই কেম বেক লাষ্ট ফ্লাইদে। ]—হয়, ৰীতা, যোৱা শুক্রবাৰত ঘুৰি আহিলো।
Tanya (তানিয়া)— তানিয়া : I feel I have missed a great chance. [ আই ফিল আই হেভ মিচদ এ গ্রেট চানচ। ] —মই অনুভৱ কৰিছো যে মই এটা বৰ ভাল সুযোগ হেৰুৱালো।
Rita (ৰীতা)—ৰীতা : Very true, Tanya . [ ভেৰি ট্ৰো, তানিয়া। ]—সঁচাকৈ ভানিয়া। I asked you to go with us but you couldn’t . [ আই আচকড ইউ টু গো উইথ আছ বাট ইউ কুড নট। ] —মই তোমাক আমাৰ লগত যাবলৈ কৈছিলো কিন্তু তুমি নগলা। So I went alone with my parents. [ চো আই ওৱেন্ট এলোন উইথ মাই পেৰেন্টচ।] — গতিকে মই অকলে মোৰ মা-দেউতাকৰ লগত গলোঁ।
Tanya (তানিয়া)—তানিয়া : I really feel bad about it. [ আই ৰিয়েলি ফীল বেদ এবাউত ইট। ]—এইটো বিষয়ে মই বৰ দুখিত। My mother suddenly fell sick. [ মাই মাদাৰ চাদেনলী ফীল চিক্। ]—মোৰ মাকে হঠাৎ গা বেয়া অনুভৱ কৰিলে । I decided to stay with her, and hence I couldn’t go. [ আই দিচাইদেদ টু ষ্টে উইথ হাৰ এণ্ড হেনচ আই কুড নট গো। ] — গতিকে মই মাকৰ লগত থকাটো ঠিক কৰিলো আৰু মই যাব নোৱাৰিলো।
Rita (ৰীতা)—ৰীতা : No problem ! [ নো প্রবলেম ] — কোনো কথা নাই ! We will plan another visit soon. [ উই উইল প্লেন এনাদাৰ ভিজিত চুন।]—অতি সোনকালে আমি বেলেগ এটা ঠাইলৈ যোৱাৰ প্ৰস্তুতি চলাম। Anyway, how is your mother now ? [ এনিৱে, হাউ ইজ ইয়োৰ মাদাৰ নাও ? ]—তথাপি, তোমাৰ মাক এতিয়া কেনে আছে ?
Tanya (তানিয়া)—তানিয়া : She is better now and so I’m happy. [ চি ইজ বেটাৰ নাও এন্ড চো আই এম হেপী।] — তেওঁ এতিয়া ভাল পাইছে আৰু মই সেইকাৰণে সুখী। Next time I won’t miss a chance to go on such a journey with you. [ নেক্সট টাইম আই ওন্ট মিছ এ চান্স টু গো অন চাচ্ এ জাৰ্নী উইথ ইউ। ]—অহাবাৰ মই তোমালোকৰ লগত ভ্রমণলৈ যোৱাৰ সুযোগ নেহেৰুৱাওঁ।
Underline the words ‘so’, ‘and’, ‘but’, and ‘hence’ in the above conversation. They are all linkers of sentences and explain why something happened or did not happen. They always show a cause and effect relationship. [ আন্দালাইন দা ওৱাৰ্ড ‘চো’, ‘এন্ড’, ‘বাট’ এন্ড ‘হেনচ’ ইন দা এবোভ কনভাৰশ্বেচন। দে আৰ অল লিংকাচ অফ চেন্টেনচেচ্ এন্ড এক্সপ্লেইন হোৱাই চামথিঙ হেপেন্দ অৰ দিদ নত হেপেন। দে অলৱেজ চো এ কজ এন্ড ইফেক্ট ৰিলেশ্বনচিপ।]—ওপৰৰ কথোপকথনখিনিত থকা ‘so’, ‘and’, ‘but’, আৰু ‘hence’ ৰ তলত আচটনা। সেইবোৰে সংযুক্ত বাক্য গঠন কৰে আৰু বর্ণনা কৰে। সেইবোৰে সদায় এটা কাৰণ দেখুয়ায়।
Ans.
So [চ’l —গতিকে —Tanya could not go. [ তানিয়া কুড নট গো।] —তানিয়া যাব নোৱাৰিলে।
So [চ’l —গতিকে — Rita went alone with her parents. [ ৰীতা ওৱেন্ট এল’ন উইথ হাৰ পেৰেন্টছ ] —ৰীতা অকলে তাইৰ অভিভাৱকৰ সৈতে গৈছিল।
Tanya could not go. so Rita went alone with her parents.[ তানিয়া কুড নট [ গ’চো ৰীতা ওৱেন্ট এলোন উইথ হাৰ পেৰেন্টছ।]—তানিয়া যোৱা নাছিল গতিকে ৰিতাই অকালে তাইৰ অভিভাৱকৰ সৈতে গৈছিল।
Hence [ হেচ ] —এই কাৰণৰ পৰা —My mother suddenly felt sick. [ মাই মাদাৰ চাডেনলি ফেল্ট চিক।] —মোৰ মাৰ হঠাত অসুখ হৈছিল।
Hence [ হেচ ] —এই কাৰণৰ পৰা — I decided to stay with her. [ আই দিচাইদেদ টু ষ্টে উইথ হাৰ। ] —মই মাৰ লগত থকাটো স্থিৰ কৰিলো।
My mother suddenly felt sick, hence I decided to stay with her . [মাই মাদাৰ চাদেনলী ফেল্ট চিক, হেন্স আই দিচাইদেদ টু ষ্টে উইথ হৰ। ] — মোৰ মাৰ হঠাৎ অসুখ হোৱা বাবে মই মাৰ লগত থকাটো স্থিৰ কৰিলো।
Now, make a sentence using each of the following. Remember to use capital letters, commas and full stops in the appropriate places. [ নাও মেক এ চেন্টেনচ ইউজিঙ ইচ অফ ফল্ল’য়িং। ৰিমেম্বাৰ টু ইউজ কেপিতেল লেটাৰচ, কোমাজ এন্ড ফুল ষ্ট’পচ ইন দা এপ্রোপ্রিয়েড প্লেচেচ।]— এতিয়া তলৰ শব্দবোৰেৰে বাক্য ৰচনা কৰা। উপযুক্ত ঠাইবোৰত কোমা, ফুলষ্টপ আৰু প্রথম আখৰটো বৰফলাত লিখিব নাপাহৰিবা।
Ans. (a) and (এন্ড)— আৰু → I love both apple and mango. [ আই লাভ বোথ এপল এন্ড মেংগ’। ]—মই আপেল আৰু আম দুয়োটা ভাল পাওঁ।
(b) but (বাট)— কিন্তু → She goes there often but never stays .[ চি গ’জ দিয়াৰ অফেন, বাট নেভাৰ স্টেজ।] —তাই তালৈ প্রায় যায় কিন্তু নাথাকে।
(c) hence (হেনচ্)—এই কাৰণৰ পৰা → The road is covered with ice, hence it is dangerous to drive. [ দি ৰোদ ইজ কভাৰদ উইথ আইচ, হেমচ ইট ইজ দেঞ্জাৰাছ টু ড্রাইভ। ] — ৰাষ্টাটো বৰফেৰে আবৃত হৈ আছিল এই কাৰণে গাড়ী চলোৱাটো বিপদজনক।
(d) so (চ’) — গতিকে → I am sick so I will not go . [ আই এম চিক চ’ আই উইল নট গ’।] — মই অসুস্থ গতিকে মই নাযাও।
(e) therefore (দিয়াৰফ’ৰ)— এতেকে → We don’t have money, therefore donation is needed. [ উই ডোন্ট হেভ মানি, দেয়াৰফোৰ ডোনেচন ইজ নীদেদ। ] —আমাৰ টকা নাই এতেকে আমাক অনুদান লাগিব।
10. Let’s practise punctuation once again. Write the following passage in your notebook. Use capital letters, commas and full stops correctly :[ লেটছ প্রেক্টিছ পানচুৱেচন ওৱানচ্ এগেইন। ৰাইত দা ফল্ল’য়িও পেছেজ ইন ইয়’ৰ নোট বুক। ইউজ কেপিতেল লেটাৰচ, কোমাচ এন্ড ফুলষ্টপচ্ কাৰেক্টলী :] —আমি পুনৰ যতি চিহ্নৰ প্ৰয়োগ অভ্যাস কৰোঁ আহা। বৰফলা, কোমা আৰু ফুলষ্টপৰ শুদ্ধ ব্যৱহাৰ কৰা :
Ans. Guwahati is a famous city. [ গুৱাহাটি ইজ এ ফেমাচ চিটি।] — গুৱাহাটী এখন বিখ্যাত চহৰ। It is the gateway of north-east. [ ইট ইজ দি গেটওৱে অফ নর্থ-ইষ্ট।] —এইটো উত্তৰ পূৰ্বাঞ্চলৰ প্রবেশ পথ। The city situated on the bank of the mighty Brahmaputra. [ দি চিটি ইজ চিচুৱেটেদ অন দা বেংক অফ দা মাইটি ব্ৰহ্মপুত্ৰ।]—এই চহৰখন শক্তিশালী ডাঙৰ ব্ৰহ্মপুত্র নদৰ পাৰত অৱস্থিত। Guwahati is famous for Saraighat Bridge, Kamakhya Temple, Gauhati University, Science Museum, Guwahati Planetarium etc. [গুৱাহাটী ইজ ফেমাচ ফৰ শৰাইঘাট ব্রিজ, কামাখ্যা টেম্পল, গুৱাহাটী ইউনিভাৰচিটি, চাইন্স মিউজিয়াম, গুৱাহাটী প্লেনেটৰীয়াম এটচেট্রা। ] — গুৱাহাটী চহৰ শৰাইঘাট দলং, কামাখ্যা মন্দিৰ গুৱাহাটী বিশ্ববিদ্যালয়, বিজ্ঞান প্রদর্শনালয় আৰু গুৱাহাটী তাৰামণ্ডলৰ বাবে বিখ্যাত। Guwahati is a place of historic importance .[ গুৱাহাটি ইজ এ প্লেচ অফ হিষ্ট’ৰীক ইম্পৰটেনট্।] — গুৱাহাটী এখন ঐতিহাসিক গুৰুত্বপূর্ণ চহৰ। It is the capital city of our state. [ ইট ইজ দি কেপিতেল চিটি অফ আৱাৰ ষ্টেত।]—এইখন আমাৰ ৰাজ্যৰ ৰাজধানী চহৰ। We all love this wonderful city. [ উই অল লাভ দিচ ওয়ান্ডাৰফুল চিটি।]—আমি সকলোৱে এই চহৰখনক বৰ ভাল পাওঁ।
11. Look at the picture below : [ লুক এট দি পিকচাৰ বিল’ ] —তলৰ ছবিটো চোৱা :

Work in pairs and ask each other the following questions to get answers : [ ওৱার্ক ইন পেয়াৰছ এন্ড আস্ক ইচ আদাৰ দি ফল্ল’য়িঙ কুৱেশ্বচন টু গেট এনচাৰ ] –তলৰ প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ যোৰ হিচাপে এজনে আনজনক প্রশ্ন সোধা :
(a) Where do you see such a scene ? [ হোৱেৰ দু ইউ চি চাচ এ চিন ? ] তুমি এনেকুৱা দৃশ্য ক’ত দেখিছা ?
Ans. l can see such a scene in a fair . [ আই কেন চি চাচ এ চিন ইন এ ফেয়াৰ। ] – মই মেলাত এনেকুৱা দৃশ্য দেখিছোঁ।
(b) Will you enjoy going to such places ? [ উইল ইউ এজয় গয়িঙ টু চাচ প্লেচেচ ? ]— তুমি এনেকুৱা ঠাইলৈ যাবলৈ আনন্দ পাবানে ?
Ans. Yes, I enjoy to go to such places. [ ইয়েছ, আই এনজয় টু গ’টু চাচ প্লেচেচ।]—হয়, মই এনেকুৱা ঠাইলৈ গ’লে বৰ আনন্দিত হম।
(c) Why do people visit such a place ? [ হোৱাই দু পিপল ভিজিত চাচ এ প্লেছ ? ]—মানুহে এনেকুৱা ঠাইলৈ কিয় যায় ?
Ans. People visit such places for fun and enjoyment. [ পিপল ভিজিট চাচ প্লেচেচ ফৰ ফান এন্ড এনজয়মেন্ট।]—মানুহে আনন্দ লাভ কৰিবলৈ এনেকুৱা ঠাইলৈ যায়।
(d) Name the things you see in the picture. [ নেম দি থিংচ ইউ চি ইন দি পিকচাৰ।] — ছবিত দেখা বস্তুবোৰৰ নাম লিখা।
Ans. I can see a balloon-seller, stalls, a florist resturants, a big spinwheel and people are enjoying. [ আই কেন চি এ বেলু’ন চেলাৰ, ষ্টলছ, এ ফুৰিষ্ট, ৰেষ্টুৰেণ্টছ, এ পিগ স্পিন হুইল এন্ড পিপল আৰ এনজইঙ।]—মই ছবিত এজন বেলুন বিক্রেতা, কিছুমান দোকান, ফুল বিক্রেতা, ৰেষ্টুৰেন্ট, ঘূৰণীয়া চক্ৰৰী আৰু বহুত মানুহে আনন্দ কৰি থকা দেখা পাইছো।
(e) What are the girls doing in front of the shop ? [ হোৱাত আৰ দা গার্লচ দুইড ইন ফ্রন্ট অৱ দা চ’প ? ] – ছোৱালী বিলাকে দোকানৰ সন্মুখত কি কৰি আছে ?
Ans. The girls are buying toys. [ দি গার্লচ আৰ বাইং টয়জ।] – ছোৱালী বিলাকে দোকানৰ সন্মুখত পুতলা কিনি আছে।
(f) A family is sitting together : can you say where they are sitting and what they are doing ? [ এ ফেমিলি ইজ চিটিঙ টুগেদাৰ : কেন ইউচে হোৱেৰ দে আৰ চিটিড এন্ড হোৱাট দে আৰ দুইড ? ]—এটা পৰিয়ালে একেলগে বহি আছে। তোমালোকে কব পাৰিবানে তেওঁলোকে কত বহি আছে আৰু কি কৰি আছে ?
Ans. The family is sitting in a resturant and they are taking food. [ দি ফেমিলি ইজ চিটিঙ ইন এ ৰেষ্টুৰেন্ট এণ্ড দে আৰ টেকিঙ ফুড।] — পৰিয়ালটোৱে এখন ভোজনালয়ত বহি আছে আৰু খাদ্য খাই আছে।
Now, complete the sentences with some describing words : [ নাও কমপ্লিড দা চেন্টেন্চ্ উইথ চাম ডেক্রাইবিড ওৱাৰ্ডচ ] — এতিয়া তলৰ বাক্যবোৰ বর্ণনাসূচক শব্দেৰে পূৰ্ণ কৰা :
(a) The family is having — food. [ দি ফেমেলি ইজ হেভিঙ — ফুদ। ] – পৰিয়ালটোৱে — খাদ্য খাই আছে।
Ans. fresh (ফ্ৰেচ)—তাজা।
(b) The Spin wheel is really very — . [ দি স্পিন হুইল ইজ ৰিয়েলি ভেৰী — .] – ঘূৰণীয়া চক্ৰীটো সঁচাকৈ বৰ — ।
Ans. big (বিগ)– ডাঙৰ।
(c) The florist is selling — flowers .[ দি ফ্লৰিষ্ট ইজ চেলিঙ্ — ফ্লাৱাৰচ্।]–ফুলবেপাৰীয়ে — ফুল বিক্রি কৰি আছে।
Ans. beautiful. (বিউটিফুল)–ধুনীয়া।
(d) The children are playing happily with the — balloons. [দি চিলড্রেন আৰ প্লেইড হেপিলী উইথ দা — বেলুনচ্। ]—শিশুসকলে — বেলুনেৰে খেলি আছে।
Ans. colourful. [ কালাৰফুল ] – ভিন্ন ৰঙী।
12. Draw a fair that you have visited : [ ড্র এ ফেয়াৰ দেট ইউ হেভ ডিজিটেড : ] —তুমি যোৱা এখন মেলাৰ ছবি আঁকা
Ans. Draw yourself (নিজে অংকন কৰা)।
13. You are preparing for a story telling competition. Read the names of some books: [ ইউ আৰু প্রিপেয়াৰিং ফৰ এ ষ্ট’ৰী কম্পিটিচন। ৰিড দা নেমছ অফ চাম বুকছ : ] — তুমি এটা গল্প প্রতিযোগিতাৰ কাৰণে প্রস্তুতি চলাই আছা। কেইখনমান কিতাপৰ বিষয়ে পঢ়া :
Ans. Sports Star (স্পোৰ্টচ ষ্টাৰ)—স্পোৰ্টচ ষ্টাৰ । Stories of Panchatantra. (ষ্ট’ৰীজ অফ পঞ্চতন্ত্র) – পঞ্চতন্ত্ৰৰ সাধু। Discovery of India (ডিচকভাৰি অফ ইন্ডিয়া) – ডিচকভাৰি অফ ইন্ডিয়া। My Experiments with Truth’ (মাই এক্সপেৰিমেন্টচ উইথ ট্রুথ)—মাই এক্সপেৰিমেন্টচ উইথ ট্রুথ।
Which book will you read and why ? Select the answer from the options given below and rewrite it : [ হুইচ বুক উইল ইউ ৰিদ এন্ড হোৱাই ? চিলেক্ট দা এনচাৰ ফ্ৰম দা অপচন গিভেন, বিল’ এণ্ড ৰিৰাইত ইট : ]—কোনখন কিতাপ তুমি পঢ়িবা আৰু কিয় ? তলৰবোৰৰ পৰা নিৰ্বাচন কৰি পুনৰ লিখা :
I will read ‘Stories of Panchatantra’ because it is a story book.. [ আই উইল ৰিদ ‘ষ্ট’ৰীজ অফ পঞ্চতন্ত্র’ বিকজ ইট ইজ এ ষ্টৰী বুক। ]—মই পঞ্চতন্ত্ৰৰ সাধু পঢ়িম কাৰণ এইখন সাধুকথাৰ কিতাপ।
I will read Sports Star’ because it is a sports magazine. [ আই উইল ৰিদ ‘স্পোর্টচ ষ্টাৰ’ বিকজ ইট ইজ এ স্পোর্টচ মেগাজিন।]—মই স্পোৰ্টচষ্টাৰ পঢ়িম কাৰণ এইখন এখন খেলৰ আলোচনী।
I will read Discovery of India’ because I want to know about India. [ আই উইল ৰিদ ‘দিচকভাৰী অফ ইণ্ডিয়া’ বিকজ আই ওয়ান্ট টু নো এবাউত ইণ্ডিয়া। ]—মই ‘দিচকভাৰী অফ ইণ্ডিয়া’ খন পঢ়িম কাৰণ মই ভাৰতৰ বিষয়ে জানিব বিচাৰো।
I will read ‘My Experiments with Truth’ because it is an autobiography. [ আই উইল ৰিদ ‘মাই এক্সপেৰিমেন্টচ উইথ ট্রুথ’ বিকজ ইট ইজ এন অটোবায়োগ্রাফি।]—মই ‘মাই এক্সপেৰিমেন্টচ উইথ ট্রুথ’ পঢ়িম কাৰণ এইখন এখন জীৱনীগ্রন্থ।
Ans. I will read ‘Sports Star’ because it is a sports magazine. [ আই উইল ৰিদ‘স্পোৰ্টচ ষ্টাৰ’ বিকজ ইট ইজ এ স্পোর্টচ মেগাজিন’। ] —মই স্পোৰ্টচ ষ্টাৰ পঢ়িম কাৰণ এইখন এখন খেলৰ আলোচনী।
14. (a) Today is 5th of June. It’s World Environment Day . [ টু ডে ইজ ফিফথ অফ জুন। ইট ইজ ওৱার্ল্ড এনভায়ৰণমেন্ট দে।] — আজি ৫ জুন। বিশ্ব পৰিবেশ দিৱস।
Work in pairs. Look at the pictures above and say what is happening in these pictures. After completing the discussion, make a slogan on how to save the environment . [ ওৱাৰ্ক ইন পেয়াৰৰ্চ। লুক এট দা পিকচাৰ্চ এব’ভ এন্ড চে হোৱাত ইজ হেপেনিঙ ইন দিজ পিকচাচ। আফটাৰ কমপ্লিটিং দি দিচকাচন, মেক এ চ’গান অন হাও টু চেভ দা এনভায়ৰণমেন্ট।। —যোৰপাতি কাম কৰা। ওপৰৰ ছবিখনলৈ চোৱা আৰু ছবিবোৰত কি হৈ আছে কোৱা। আলোচনাৰ পিছত পৰিৱেশ কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ ওপৰত এটা চু’গান বনোৱা।
Ans. Picture –1: A boy and a girl is watering a sapling. [ এ বয় এন্ড এ গাৰ্ল ইজ ওৱাটাৰিঙ এ চ্যাপলিং।] – লৰা আৰু ছোৱালীয়ে গছ পুলিত পানী দি আছে।
Picture – 2: Students are planting new trees. [ স্টুডেন্টচ্ আৰু প্লেন্টিং নিউ ট্রিজ। ]—ছাত্ৰ-ছাত্ৰীবোৰে গছ ৰোপণ কৰি আছে।
Picture – 3: Students are playing by a tree. [ স্টুডেন্টচ আৰু প্লেয়িং বাই এ ট্রি। ] —ছাত্র-ছাত্রীবোৰে গছৰ কাষত খেলিছে।
Picture – 4 : Teachers are saying on World Environment Day. [ টিচার্চ আৰ চেইং অন ওয়ার্ল্ড এনভায়ৰণমেন্ট ডে।] – শিক্ষকজনে বিশ্বপৰিৱেশ দিৱসৰ ওপৰত ভাষণ দি আছে।
Slogan : Environment is a gift to us, please save our Environment. [ এনভায়ৰণমেন্ট ইজ এ গিফ্ট টু আচ, প্লিজ চেভ আওৱাৰ এনভায়ৰণমেন্ট ] – পৰিৱেশ আমাৰ সম্পদ, আমাৰ পৰিৱেশক ৰক্ষা কৰা।
14. (b) Now, read the slogans. You can write one on your own in the last box : [ নাও ৰিড দা চ’গানছ। ইউ কেন ৰাইত ওৱান অন ইয়’ৰ ওউন ইন দা লাষ্ট বক্স : ]—এতিয়া চ’গান কেইটা পঢ়া। শেষৰ বাকচত তোমাৰ নিজৰ চ’গানটো লিখা :
Plant trees and save the world. [ প্লেন্ট ট্রিজ এন্ড ছেভ দি ওয়ার্ল্ড।]—গাছ ৰোৱা আৰু পৃথিৱীক বচোৱা।
Green earth Clean earth. [ গ্রিন আর্থ ক্লিন আর্থ।] —সেউজীয়া পৃথিৱী চাফা পৃথিৱী।
Trees are our life. Do not destroy them. [ ট্রিজ আৰ আৱাৰ লাইফ। দোন্ট দেট্ৰয় দেম। ] —গছবোৰ আমাৰ জীৱন। সেইবোৰ ধ্বংস নকৰিবা।
Ans. Save Environment now, for a better life in future. [ চেভ এনভায়ৰণমেন্ট নাও, ফৰ এ বেটাৰ লাইফ ইন ফিউচাৰ। ] — ভৱিষ্যতত ভাল পৃথিৱী এটা পাবলৈ আজিৰ পৰিৱেশৰ ৰক্ষা কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.