Class 4 English Chapter 2 The Ant and the Grasshopper

Class 4 English Chapter 2 The Ant and the Grasshopper Solution, SEBA Chapter 2 The Ant and the Grasshopper Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 2 The Ant and the Grasshopper Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.

THE ANT AND THE GRASSHOPPER (দা এন্ট এন্ড দা গ্ৰাছহোপাৰ)

Chapter – 2

ইংৰাজী

ENGLISH

পৰুৱা আৰু ফৰিংটো

Discuss with your friend what the squirrel is doing. (দিছকাছ উইথ ইয়’ৰ ফ্ৰেন্ড হোৱাত দা স্কুইৰেল ইজ দুইঙ)—কেৰ্কেটুৱাটোৱে কি কৰি আছে তোমাৰ বন্ধুৰ লগত আলোচনা কৰা।

The squirrel got a nut lying on the ground. দা স্কুইৰেল গ’ট এ নাট লাইঙ অন দা গ্রাউন্ড।)— কেৰ্কেটুৱাটোৱে মাটিত পৰি থকা এটা বাদাম পাইছিল।

Then it climbed up the branch of a tree with the nut. (দেন ইট ক্লাইম্বড আপ দা ব্রাঞ্চ অফ এ ট্রি উইথ দা নাট।) তেতিয়া সি বাদামটো লৈ গছৰ এটা ডালত উঠি গ’ল।

Aftet that, the squirrel started to eat the nut sitting on the branch of the tree. (আফটাৰ দেট, দা স্কুইৰেল ষ্টাৰতেদ টু ইট দা নাট চিটিঙ অন দা ব্রাঞ্চ অৱ দা ত্ৰি।) তাৰ পিছত কেৰ্কেটুৱাটোৱে গছৰ ডালত বহি বাদামটো খাবলৈ আৰম্ভ কৰিলে।

Let’s read this story of two friends-the ant and the grasshopper: (লেটছ ৰিদ দিচ ষ্ট’ৰি অৱ টু ফ্রেইন্ডছ–দা এন্ট এন্ড দা গ্ৰাছহোপাৰ)—দুজন বন্ধু পৰুৱা আৰু ফড়িং-অৰ কাহিনীটো পঢ়ো আহা।

Page – 21 (পৃষ্ঠা – ২১)

Word notes (শব্দার্থ) : grasshopper (গ্ৰাছহোপাৰ)—ফড়িং। ant (এন্ট) পৰুৱা। friend (ফ্রেইন্ড)—বন্ধু। loves (লাভছ)—ভালপোৱা/পচন্দ কৰা। grass (গ্ৰাছ)—ঘাঁহ | spends (স্পেন্ডচ)—খৰচ কৰা, সময় কটোৱা। all (অল)—সকল। time (টাইম)—সময়। summer (চামাৰ)–জহকালি। singing (চিংগিং)—গান গোৱা। dancing (ডেঞ্চিং)—নৃত্য কৰা। nice (নাইচ)— ধুনীয়া, weather (ওৱেদাৰ)—বতৰ। work (ওৱাৰ্ক)—কাম কৰা। hard (হার্ড) কঠোৰ। all time (অল টাইম)—গোটেই সময়খিনি। winter (উইন্‌টাৰ)—জাৰকালি। morning (মর্নিং)—ৰাতিপুৱা gets up (গেটচ আপ)—সাৰপোৱা। late (লেট)—পলম। looking for (লুকিং ফৰ) — চাই থকা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ

Hop, the grasshopper, and Annie the ant are friends. (হোপ, দা গ্ৰাছহোপাৰ, এন্ড এনী, দা এন্ট আৰ ফ্রেন্ডচ।)–হোপ নামৰ ফৰিং, আৰু এনী নামৰ পৰুৱাটো বন্ধু আছিল)। Hop loves to hop around from grass to grass. (হোপ লাভছ টু হপ এৰাউন্ড ফ্রম গ্ৰাছ টু গ্ৰাছ।)—হোপে ঘাঁহে ঘাঁহে জপিয়াই ফুৰিবলৈ ভালপায়। He spends all his time in summer singing and dancing. (হি স্পেন্ডছ অল হিজ টাইম ইন চামাৰ চিংগিঙ এন্ড ডেঞ্চিঙ।)—জহকালিত সি তাৰ সকলো সময় নাচিফুৰি-গান গাই খৰচ কৰিছিল। 

Sa…… Re…… Ga….. Ma….. ! – (চা…… ৰে…… গা…… মা !) – চা…… ৰে…… গা…… মা !

La…… La……. La……. !! (লা…… লা…… লা…… !!) – লা…… লা…… লা…… !!

What a nice weather ! (হোৱাত এ নাইচ ওৱেৰ্দাৰ !)–কি ধুনীয়া বতৰ। 

La…… La……. La……. !! (লা…… লা…… লা…… !!) – লা…… লা…… লা…… !!

But Annie loves to work hard all the time. (বাট এনী লাভছ টু ওৱার্ক হার্ড অল দা টাইম।)—কিন্তু এনীয়ে সকলো সময়তে কঠোৰ কাম কৰিবলৈ ভাল পায়। She spends all her time in summer working and working. (চি স্পেন্দছ অল হাৰ টাইম ইন চামাৰ ওৱাৰ্কীঙ এন্ড ওৱাৰ্কীঙ।)—জহকালিৰ সকলো সময় তাই কাম কৰিয়েই কটায়।

It is winter now. (ইট ইজ্ উইন্টাৰ নাও।)—এতিয়া জাকালি। One morning Hop gets up late. (ওৱান মর্নিত হোপ গেটছ আপ লেট।)—এদিন হোপে ৰাতিপুৱা পলমকৈ শুৱাৰ পৰা উঠিলে। He is looking for Annie (হি ইজ লুকিঙ ফৰ এনী।)—সি এনীক বিচাৰিলে।

Page – 22 (পৃষ্ঠা – ২২)

Word notes—(শব্দার্থ): Hello (হেল্ল’)–সম্বোধনসূচক শব্দ, হেৰি। good morning (গুড মর্নিং)—সুপ্রভাত। matter (মেটাৰ)—বিষয়। hungry (হাংগ্ৰী)—ভোকাতুৰ, ক্ষুধার্ত। please (প্লিজ)—অনুগ্ৰহ কৰি। some (চাম্)—কিছুমান। good (গুড)—ভাল। store (ষ্ট’ৰ)—সাঁচি থোৱা। winter (উইন্‌ন্টাৰ)—জাৰকালি। spent (পেন্ট)— খৰচ কৰিছিল। singing (চিংগিং)—গান গোৱা। dancing (ডেঞ্চিং)—নৃত্য কৰা bad (বেদ)—বেয়া। think (থিঙ্ক)— চিন্তা কৰা। about (এবাউত) — বিষয়ে, সম্বন্ধে। future (ফিউচাৰ)—ভবিষ্যৎ কাল। anyway (এনিওয়ে)—যি কি নহওক। time (টাইম)—সময় । only (ওনলি)-মাথোন। learnt (লাৰ্নট)—শিকিলোঁ। lesson (লেছন)—পাঠ। now (নাউ)—এতিয়া। work (ওৱাৰ্ক)— কাম কৰা। hard (হাৰ্ড)—কঠোৰ। save (চেভ)—সঞ্চয় কৰা, সাঁচি থোৱা like you (লাইক ইউ)—তোমাৰ নিচিনা। 

উচ্চাৰণ আৰু অসমীয়া ভাঙনিঃ

Hop sees Annie. (হোপ চীজ এনী।)—হোপে এনীক দেখিলে। She is busy in the store-house. (চি ইজ বিজি ইন দা ষ্ট’ৰ-হাউজ।)—সঞ্চয় ঘৰত তাই ব্যস্ত হৈ আছে। Hello ! Good morning, Annie. (হেল্ল’! গুড মর্নিঙ, এনী।)—হেৰা, এনী সুপ্রভাত। Good morning, Hop. (গুড মর্নির্ভ, হোপ।)—সুপ্রভাত, হোপ।  What’s the matter ? (হোৱাটচ দা মেটাৰ ?)—বিষয়টো কি ?

I’m very hungry. (আই এম ভেৰী হাংগ্ৰী।)—মই বৰ ভোকাতুৰ ।  Will you please give me some food ? (উইল ইউ প্লিজ গিভ মি চাম ফুড ?) — অনুগ্ৰহ কৰি তুমি মোক অলপ খোৱাবস্তু দিবা নেকি ?

I have a good store of food. (আই হেভ এ গুড ষ্ট’ৰ অৱ ফুদ।) —মোৰ ভঁৰালত বহুত খোৱা বস্তু সঞ্চয় কৰা আছে।

Didn’t you store some food for winter ? (ডিড নট ইউ ষ্ট’ৰ চাম ফুদ ফৰ উইন্টাৰ ?)—তুমি কি জাৰকালিৰ বাবে খোৱা বস্তুৰ সঞ্চয় কৰি নাৰাখা নেকি ?

No. I didn’t (নো, আই দিদ নট।)—নাই মই সঞ্চয় কৰা নাই। I spent my days singing and dancing (আই স্পেন্ট মাই দেজ চিংগিঙ এন্ড ডেঞ্চিং।)—মই মোৰ জহকালিৰ সময়বোৰ গান গাই আৰু নাচিফুৰি কটাইছোঁ।

Very bad. Hop. (ভেৰী বেদ হোপ।) –বৰ বেয়া হোপ। We should think about our future. (উই চুদ ঠিংক এবাউড এবাউত আৱাৰ ফিউচাৰ।)—আমি আমাৰ ভবিষ্যতৰ বিষয়ে চিন্তা কৰা উচিত। We should save some food for winter. (উই চুদ চেভ চাম ফুদ ফৰ উইন্টাৰ।)—আমি জাৰকালিৰ বাবে কিছু খাদ্য সাঁচি ৰখা উচিত। Anyway, I’ll give you some food this time. (এনীওৱে, আই উইল গিভ ইউ চাম ফুদ দিজ টাইম।)—যি কি নহওক, মই তোমাক এতিয়া কিছু খাদ্য দিম এই বাৰৰ বাৰে। But only this time. (বাট অনলী দিচ টাইম।)—কিন্তু অকল এইবাৰৰ বাবেহে।

Thank you very much Annie. (ঠেংক ইউ ভেৰী মাচ, এনী।)–বহুত ধন্যবাদ, এনী। I’ve learnt a lesson. (আই হেভ লার্নট এ লেছন।)—মই এটা পাঠ শিকিলোঁ। From now on I’ll work hard. (ফ্ৰম নাও অন আই উইল ওৱার্ক হাৰ্ড।)—এতিয়াৰ পৰা মই কঠোৰ পৰিশ্ৰম কৰিম) I’ll also save food like you. (আই উইল অলচ’ চেভ ফুদ লাইক ইউ।)—ময়ো এতিয়া তোমাৰ দৰে খাদ্য সঞ্চয় কৰিম।

ACTIVITIES (এক্টিভিটিজ) কার্যকলাপ

1. Read and write (ৰিড এন্ড ৰাইট)—পঢ়া আৰু লিখা। 

Annie wants to write a letter to Hop. (এনী ওৱান্টছ টু ৰাইট এ লেটাৰ টু হোপ।)—এনীয়ে হোপলৈ এখন চিঠি লিখিবলৈ বিচাৰিছে। Let’s help Annie to complete the letter. (লেটছ হেল্প এনী টু কমপ্লিত দা লেটাৰ।)—এনীক চিঠিখন সম্পূর্ণ কৰোতে সহায় কৰো আহা । Fill in the missing words in the letter. (ফিল ইন দা মিছি ওৱাৰ্ডচ ইন দা লেটাৰ)—চিঠিটোত হেৰুৱাই যোৱা শব্দবোৰেৰে চিঠিটো সম্পূৰ্ণ কৰা।

 Ans :

My dear Hop (মাই দিয়াৰ হোপ) – মৰমৰ হোপ, 

Hope you are fine. (হোপ ইউ আৰ ফাইন।)—আশা কৰোঁ তুমি ভালে আছা। What are you doing these days ? (হোৱাত আৰ ইউ দুইঙ দিজ্ দেজ ?)—এতিয়া তুমি কি কৰি আছা ?

Are you working hard ? (আৰ ইউ ওৱাৰ্কীঙ হাৰ্ড ?)—তুমি কঠোৰ পৰিশ্ৰম কৰি আছা নে। Or are you spending all your time, singing and dancing_ ? (অৰ আৰ ইউ স্পেন্দিত অল ইয়’ৰ টাইম, চিংগিভ এন্ড ডেঞ্চিঙ ?)—নাইবা তুমি নাচি বাগি গান গাই সময়বোৰ পাৰ কৰি আাছা নেকি ? Do you remember what I said ? (ডু ইউ ৰিমেম্বাৰ হোৱাত আই চেইদ ?)—মই কি কৈছিলো তোমাৰ মনত আছেনে ? I advised you to store food for the winter. (আই এডভাইচদ ইউ টু ষ্ট’ৰ ফুড ফৰ দা উইন্টাৰ।)—মই তোমাক শীতকালৰ বাবে খাদ্য বস্তু সাঁচি থবলৈ উপদেশ দিছিলো। Now I am very busy with my work. (নাও আই এম ভেৰী বিজি উইথ মাই ওৱাৰ্ক।)—মই এতিয়া মোৰ কামৰ সৈতে বহুত ব্যস্ত হৈ আছোঁ। Soon it will be the winter season. (চুন ইট উইল বি দা উইন্টাৰ চিজন।)–সোনকলে জাকালি আহি আছে I will meet you soon. (আই উইল মীত ইউ চুন।)—মই তোমাক সোনকালে লগ পাম। 

Lots of love, (লটছ অফ লাভ) – বহুত বহু মৰম

Annie (এনী) – এনী। 

2. The bees store honey in a honeycomb. Ants store food for winter. Here are some places where we keep money. Read them aloud: (দা বীজ ষ্ট’ৰ হানী ইন এ হানীকোম্ব। এণ্টছ ষ্ট’ৰ ফুড ফৰ উইন্টাৰ। হিয়াৰ আৰ চাম প্লেছেচ হোৱেৰ উই কীপ মানী। ৰীড দেম এলাউড।)—মৌমাখীয়ে মৌচাকত মৌ সঞ্চয় কৰে। পৰুৱাবোৰে জাকালিৰ বাবে খাদ্য সঞ্চয় কৰে। ইয়াত কিছুমান ঠাই আছে য’ত আমি মানুহে টকাবোৰ সঞ্চয় কৰি ৰাখো। সেইবোৰ ডাঙৰকৈ পঢ়া।

Ans: A piggy bank (এ পিগি বেংক)—সৰু ল’ৰা-ছোৱালীৰ বাবে গাহৰী আকৃতি টকা জমা কৰা সৰু পাত্র। 

a bamboo tube (এ বেম্ব’ টিউৱ)—এটা বাঁহৰ চুঙা। 

a post office (এ পষ্ট অফিচ) —এটা ডাকঘৰ। 

a bank (এ বেংক)—এটা বেংক। 

3. Let’s read : (লেটছ ৰীড) – পঢ়ো আহাঃ

This is how Annie’s letter goes to Hop. Follow the arrow marks and read. (দিচ ইজ হাও এনীজ লেটাৰ গোজ টু হোপ। ফল্ল’দা এৰ’ মাৰ্কছ এণ্ড ৰীড)—এনেদৰে এনীৰ চিঠি হোপৰ ওচৰলৈ গৈছে। কাঁঢ়চিন বোৰ অনুসৰণ কৰা আৰু পঢ়া।

Word notes (শব্দার্থ) : puts (পুটচ) ৰখা। envelope (এনভেলফ) —খাম, লেফাফা। seal (চিল) –বন্ধ কৰা। paste (পেষ্ট)—লগোৱা। postal stamp (প’ষ্টেল-ষ্টেম্প)—ডাকটিকট। write (ৰাইট) – লিখা। address (এড্রেচ)—ঠিকনা। drops (ড্রপচ)—পেলাই দিয়া। post box (পষ্ট বকচ্‌)—ডাক বাকচ, post man (পষ্টমেন)—পত্রবাহক, ডাক পিওন। take (টেক)–লোৱা। post office (প’ষ্ট অফিচ)—ডাকঘৰ। send (চেল্ড) – পঠোৱা place (প্লেচ) –ঠাই, স্থান। delivery (ডেলিভাৰি) – সৰবৰাহ কৰা।

Ans: Annie puts the letter in an envelope. (এনী পুট্‌ছ দা লেটাৰ ইন্‌ এন এনভেলপ।)—এনীয়ে এটা খামত চিঠিখন ভৰালে। She seals it and pastes a postal stamp on it. (চি চিলছ ইট এন্ড পেষ্টচ্ এ প’ষ্টেল ষ্টেম্প অন ইট।)—তাই এইটোৰ মুখ বন্ধ কৰিলে আৰু তাৰ (খামটোৰ) ওপৰত এটা ডাক টিকট লগালে। She also writes the address on it. (চি অলছ’ ৰাইচ দা এড্ৰেছ অন ইট।)—তাই এইটোৰ ওপৰত ঠিকনাও লিখিলে।

Annie drops the letter in a postbox. (এনী ড্ৰপছ দা লেটাৰ ইন এ প’ষ্ট বক্স।)—এনীয়ে ডাক বাকচত চিঠিখন সোমাই দিলে।

A postman collects the letter from the postbox. (  এ পষ্টমেন কালেক্টছ দা লেটাৰ ফ্ৰম দা পষ্টবক্স।)—এজন পিওনে চিঠিখন ডাকবাকচৰ পৰা সংগ্ৰহ কৰিলে। He takes it to the post office (হি টেকস ইট টু দা পষ্ট অফিছ।) —তেওঁ এইখন ডাকঘৰলৈ লৈ গৈছিল।

The post office sends the letter to Hop’s place. (দা পষ্ট অফিচ চেন্ডছ দা লেটাৰ টু হ’পছ প্লেছ)—ডাকঘৰে চিঠিখন হপৰ ঠিকনাত পঠায় দিলে।

A postman delivers the letter to Hop. (এ পষ্টমেন ডেলিভাৰছ দা লেটাৰ টু হপ।)—এজন ডাকোৱাল/পিয়নে চিঠিখন হপক দি গ’ল।

4. Here is a song that you can play a game with. Your teacher will show you how to play it. Sing and enjoy the game. (হিয়াৰ ইজ এ চং দেট ইউ কেন প্লে এ গেম উইথ । ইয়’ৰ টিচাৰ উইল চো ইউ হাও টু প্লে ইট। চিং এন্ড এনজয় দা গেম)- ইয়াত এটা গান দিয়া আছে যিটোৰ লগত তোমালোকে খেলিব পাৰা। তোমালোকৰ মহোদয় দেখুৱাই দিব কেনেকৈ এইটোৰ লগত খেলিব পাৰি। গানটো গোৱা আৰু আনন্দ কৰা।

Word notes (শব্দার্থ) : wrote (ৰোট)—লিখিছিল। my (মই)— মোৰ । mother (মাদাৰ)—মা। way (ওৱে) বাট , পথ । dropped (ড্ৰপদ)—পেলাই দিছিল। postman (পষ্টমেন)—ডাকোৱাল /পিওন ।  came (কেম)—আহিছিল। picked (পিকদ)—লৈছিল । pocket (পকেট) —জেপচ ।

 Ans : I wrote a letter to my mother, (আই ৰ’ট এ লেটাৰ টু মাই মাদাৰ) —মই মোৰ মাকৰ বাবে এখন চিঠি লিখিছিলো।

On the way I dropped it, (অন দা ওৱে আই ড্রপড ইট,)—পথত (চিঠিখন) (বাকচত) পেলাই/সোমাই দিছিলোঁ।

A postman came and picked it up (এ প’ষ্টমেন কেম এন্ড পিকদ্ ইট আপ)—এজন ডাকোৱালে এইখন সংগ্ৰহ কৰিছিল।

And put it in his pocket. (এন্ড পুট ইট ইন হিজ পেকেট।)—আৰু এই খন (চিঠিখন) তেওঁৰ জেপত সুমুৱাই ৰাখিছিল।

5. Anjan is a good boy. He likes to do all his work on time. Read what Anjan does during the day: (অঞ্জন ইজ এ গুড বয়। হি লাইকছ টু ডু অল হিজ ওৱাৰ্ক অন টাইম। ৰীড হোৱাত অঞ্জন দাজ দিউৰিঙ দা দে) অঞ্জন এজন ভাল লৰা। সি তাৰ সকলো কাম সময়ত কৰিবলৈ ভাল পায়। অঞ্জনে দিনত কি কৰে পঢ়ো আহা।

Word notes (শব্দার্থ) : wake up (ওৱেক আপ)—সাৰ পাইছিল। brush (ব্রাচ)—দাঁত বুৰুজ কৰা। teeth (টিথ)—দাঁতবোৰ। bath (বাথ)—গা ধুৱা। eat (ইট)—খোৱা। breakfast (ব্রেকফাষ্ট)— ৰাতিপুৱাই খোৱা আহাৰ। ago (গ’)—যোৱা। school (স্কুল)—বিদ্যালয়। return (ৰিটান)—উভতি অহা play (প্লে)— খেল। with (উইথ)—লগতে। friends (ফ্ৰেন্ডচ)—বন্ধু বোৰ। study (ষ্টাদি)—পঢ়া লিখা। go to bed (গ’টু বেদ) — টোপনিত যোৱা। 

Ans:

6a.m. (চিক্স এ.এম) — ৰাতি পুৱা ৬ টাত। I wake up. (আই ওৱেক আপ)— মই শুৱাৰ পৰা উঠিলো।

6:15 am, (চিক্স ফিফটিন এ.এম)— ৰাতিপুৱা ছয় বাজি পোন্ধৰ।

I brush my teeth. (আই ব্ৰাছ মাই টিথ)—মই মোৰ দাঁত বুৰুজ কৰিলোঁ (মাজিলো)।

6:30 a.m. (চিক্স থার্টি এ.এম)—ৰাতিপুৱ৷ ছয় বাজি ত্রিছ মিনিট।

I have a bath. (আই হেভ এ বাথ)— মই গা ধুলোঁ।

7a.m. (চেভেন এ.এম)— ৰাতিপুৱা ৭ বজাত।

I eat breakfast ( আই ইট ব্রেকফাষ্ট) —মই ৰাতিপুৱাৰ আহাৰ খাওঁ।

8a.m. (এইট এ.এম)—ৰাতিপুৱা ৮ বজাত।

I go to school (আই গ’ টু স্কুল)— মই বিদ্যালয়লৈ যাওঁ।

3p.m (থ্রি পি.এম)—আবেলি ৩টাত।

I  Treturn from school. (আই ৰিটার্ন ফ্রম স্কুল) মই বিদ্যালয়ৰ পৰা ঘৰত উভতি আহোঁ।

4 p.m.(ফ’ৰ পি.এম)—আবেলি ৪ বজাত।

I play with my friends. (আই প্লে উইথ মাই ফ্রেন্ডচ)—মই মোৰ বন্ধুৰ লগত খেলো।

7 p.m. (চেভেন পি.এম) — সন্ধিয়া ৭ বজাত।

I study. (আই ষ্টাদি) —মই লিখা পঢ়া কৰো।

9 p.m. (নাইন পি.এম)—ৰাতি ৯ বজাত।

I go to bed. (আই গ’ টু বেড)— মই বিচনালৈ (শুৱলৈ) যাও।

Now, write what Anjan does every day. (নাও ৰাইত হো’ৱাট অঞ্জন ডাজ এভৰীডে)—এতিয়া অঞ্জনে প্রতিদিনে কি কৰে লিখো আহা। 

Ans : 

At 6a.m. I wake up from bed. (এট চিক্স এ.এম আই ওৱেক আপ ফ্রম দা বেড)—ৰাতিপুৱা ৬ বজাত মই শুৱা পাটীৰ পৰা উঠো।

At 7 am. I eat breakfast. (এট চেভেন এ.এম আই ইট ব্রেকফাষ্ট) —ৰাতিপুৱা ৭ বজাত মই ৰাতিপুৱাৰ আহাৰ খাওঁ।

At 4 pm. I play football with my friends. (এট ফোৰ পি.এম আই প্লে ফুটবল উইথ মাই ফ্রেন্ডচ) — আবেলি ৪ বজাত মই মোৰ বন্ধুসকলৰ লগত ফুটবল খেলোঁ।

At 9 p.m. I go to bed. (এট নাইন পি.এম আই গ’ টু বেড)—ৰাতি ৯ বজাত মই শুবলৈ যাওঁ।

Sit in pairs and ask your partner what he/she does every day. You and your partner can use these words to begin each sentence. (চিত ইন পেয়াৰচ এন্ড আচক ইয়’ৰ পাৰ্টনাৰ হোৱাত হি/চি ডাজ এভৰীদে। ইউ এন্ড ইয়াৰ পার্টনাৰ কেন ইউজ দিজ ওৱাৰ্ডছ টু বিগিন ইচ চেন্টেনছ।) —যোৰ হিচাপে বহা আৰু তোমাৰ সংগীক সোধা প্ৰতিদিনে সিহঁতে কি কৰে। প্ৰত্যেকটো বাক্য আৰম্ভ কৰোঁতে তুমি বা তোমাৰ সংগীয়ে এই শব্দবোৰ ব্যৱহাৰ কৰিব পাৰা।

Ans:

First, I wake up at 6.30am. in the morning. (ফার্স্ট, আই ওৱেক আপ এট ছিক্স থাৰটি এ.এম. ইন দা মর্নিঙ।)—প্রথমে মই ৰাতিপুৱা ৬.৩০ বজাত শুৱা পাটিৰ পৰা উঠো।

Next, I brush my teeth and have a bath at 7.00 a.m. in the morning. (নেক্সট আই ব্ৰাছ মাই টীথ এন্ড হেভ এ বাথ এট চেভেন এ.এম ইন দা মনিঙ।)—তাৰ পিছত মই ৰাতিপুৱা ৭ বজাত দাঁত বুৰুজ কৰোঁ আৰু গা-ধোওঁ।

Then, I eat my breakfast at 7.30 a.m. and go to school at 8 am. in the moming .(দেন, আই ইট মাই ব্রেকফাষ্ট এট চেভেন থাৰটি এ.এম.এন্ড এ ‘স্কুল এট এইট এ.এম.ইন দা মৰ্নিঙ।)–ইয়াৰ পিছত ৭.৩০ বজাত মই মোৰ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰো আৰু ৰাতিপুৱা ৮ বজাত বিদ্যালয়লৈ যাওঁ।

After that I return from school at 2 p.m. (আফটাৰ দেত, আই ৰিটার্ন ফ্রম স্কুল এট টু পি.এম. ।) – তাৰ পিছত দুপৰীয়া ২ বজাত মই বিদ্যালয়ৰ পৰা উভতি আহো ।

6. Read the announcements on the school noticeboard. (ৰিড দা এনাউনছমেন্টচ অন দা স্কুল ন’টিছবার্ড) – বিদ্যালয়ৰ জাননী ফলকৰ ঘোষণাবোৰ পঢ়া।

Word notes (শব্দার্থ) : flood (ফ্লাদ)— বানপানী। relief (ৰিলিফ)— ত্ৰাণ camp (কেম্প)— শিবিৰ। bring (ব্ৰিং)—লৈ অহ্য। old (অ’ল্ড)—পুৰণি। clothes (ক্লোথছ) কাপোৰ। books (বুকচ)—কিতাপ বোৰ। captain (ক্যাপটেন)—অধিনায়ক। starting (ষ্টার্টিং)—আৰম্ভ কৰি আছে। small (স্মল)—সৰু । savings (সেভিংচ)— সঞ্চয়। scheme (স্কিম)—প্রকল্প। miss (মিচ)—হোৰোৱা। golden (গ’ল্ডেন) — সুবর্ণ | opportunity (অপৰচুনিটি)— সুযোগ। pocket money (পকেটমানি)—সাধাৰণ খৰচৰ টকা। grow (গ্ৰ’) — বৃদ্ধি পোৱা । tomorrow (টুমৰো)—অহাকালি।

Ans: A. The students of Class III and Class IV will visit a flood relief camp next Sunday . (দা ষ্টুডেন্টছ অফ ক্লাছ থ্রি এন্ড ক্লাছ ফোৰ উইল ভিজিট এ ফ্লাড ৰিলিফ কেম্প নেক্সট চানডে।)— তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ ছাত্রছাত্রী সকলে দেওবাৰে বানপানীৰ সহায় শিবিৰ পৰিদৰ্শন কৰিবলৈ যাব। Please bring old clothes and old books . (প্লিজ ব্রিং অল্ড ক্লোথছ এন্ড অ’ল্ড বুকচ।) অনুগ্ৰহ কৰি পুৰণা কাপোৰ কানি আৰু পুৰণি কিতাপ লগত আনিবা। Contact the class captain for bus timings, (কনটাক্ট দা ক্লাছ কেপ্তেইন ফৰ বাছ টাইমিঙ)—বাছৰ সময় জানিবলৈ শ্রেণী অধিনায়কৰ লগছ যোগাযোগ কৰা।

B. Come One Come All ! (কাম ওয়ান, কাম অল)—এজন আহ সকলোয়ে আহা।

Here’s an announcement for you. (হিয়াৰ ইজ এন এনাউনছমেণ্ট ফৰ ইউ।)—ইয়াত তোমালোকৰ বাবে এটা ঘোষণা কৰা হৈছে। Our school is starting ‘Sanchayika — a small savings scheme. (আৱাৰ স্কুল ইজ ষ্টাটিঙ ‘সঞ্চয়িকা’ — এ স্মল চেভিঙ স্কিম।) আমাৰ বিদ্যালয়ে ‘সঞ্চয়িকা’ নামেৰে এটা ক্ষুদ্র সঞ্চয় প্রকল্প আৰম্ভ কৰিছে। Don’t miss this golden opportunity. (ডোন্ট মিছ দিচ্ গ’ল্ডেন অপৰচুনিটি।)—এই সোণালী সুযোগ নেহেৰুৱাবা। Save your pocket money. (চেভ ইয়’ৰ প’কেটমানী) —তোমাৰ সাধাৰণ খৰচৰ টকা জমা কৰা। It will grow tomorrow. (ইট উইল গ্ৰ’ টুমৰো)—এইবোৰ অহাদিনত বৃদ্ধি পাব।

Now, answer the following in one word. (নাও এনচাৰ দা ফল্লয়িঙ ইন ওৱান ওৱাৰ্ড)— এতিয়া নিম্নলিখিত বোৰ এটা শব্দত উত্তৰ দিয়া।

Ans: (i) Day of visit to the relief camp Sunday. (ডে অফ ভিজিট টু দা ৰিলিফ কেম্প চানডে)—সহায় শিবিৰ পৰিদৰ্শনৰ দিনটো দেওবাৰ। 

(ii) The name of the small savings scheme Sanchayika. (দা নেম অফ দা স্মল চেভিঙছ স্কিম সঞ্চয়িকা)—ক্ষুদ্র সঞ্চয় প্রকল্পটোৰ নাম অৱ ‘সঞ্চয়িকা।

7. Listen to your teacher’s instructions and draw . (লিছেন টু ইয়’ৰ টিচাৰছ ইনষ্ট্ৰাকছনছ এন্ড ড্র)—তোমাৰ শিক্ষকৰ নিৰ্দেশ শুনা আৰু অংকন কৰা।

(1) First open your notebook and find a blank page. ফাৰ্ষ্ট ওপেন ইয়’ৰ নোট বুক এন্ড ফাইন্ড এ ব্লেংক পেজ) – প্রথমে তোমাৰ টোকা বহীটো খুলা আৰু এটা উকা পৃষ্ঠা লোৱা। 

(2) Then take your pencil. (দেন টেক ইয়’ৰ পেঞ্চিল) – তাৰ পিছত তোমাৰ পেঞ্চিলডাল লোৱা।

(3) Now draw a house on the blank page. (নাও ড্র এ হাউজ অন দা ব্রেংক পেজ) – উকা পৃষ্ঠাটোত এটা ঘৰৰ ছবি অংকন কৰা। 

( 4 ) Then draw a tree to the left of the house. (দেন ড্র এ ট্ৰি টু দা লেফ্ট অফ দা হাউচ)–তাৰ পিছত ঘৰটোৰ বাওঁফালে এডাল গছৰ ছবি আঁকা। 

(5) After thal draw a bucket to the right of the house. (আফটাৰ দেট ড্র এ বাকেট টু দা ৰাইট অফ দা হাউচ)—তাৰ পিছত ঘৰটোৰ সোঁফালে এটা বাল্টি আঁকা।

(6) Also draw a bird on the roof of the house. (অলছ ড্র এ বার্ড অন দা কফ অফ দা হাউজ)—ঘৰটোৰ চালত এটা চৰাইৰ ছবিও আঁকা।

 (7) Finally, colour the picture. (ফাইনেলি কালাৰ দা পিকচাৰ)—শেষত ছবিটোত ৰং কৰা।

Ans: Draw and colour yourself. (নিজে অংকন কৰা আৰু ৰং কৰা।) 

8. Read the words on the block. Some of them are in full forms, others in contracted forms. Circle the words in contracted forms: (ৰীড দা ওৱাৰ্ডছ অন দা ব্লক। চাম অফ দেম আৰু ইন ফুল ফৰমছ, আদাৰ্চ ইন কনট্রাকটেদ ফৰমছ। ছাৰ্কল দা ওৱাৰ্ডছ ইন কন্ট্রাকটেদ ফৰমছ) — বাকচত থকা শব্দবোৰ পঢ়া। কিছুমান ইয়াৰ সম্পূৰ্ণ আকাৰত, আছে আন কিছুমান সংকুচিত আকাৰত আছে। সংকুচিত আকাৰত থকা শব্দবোৰ বৃত্তায়ন কৰা।

I’mI am(আই এম)I’llI will(আই উইল)can’t.can not(কেন নট)couldn’t could not (কুড নট)
it’sit is(ইট ইজ)isn’tis not(ইজ নট)let’slet us(লেট আচ)that’sthat is(দেট ইজ)
don’tdo not (ডু নট)doesn’tdoes not (ডাজ নট)didn’t did not (ডিড নট)won’t will not(উইল নট)

Now, write the contracted forms of the underlined words: (নাও ৰাইট দা কনট্রাকটেদ ফৰমছ অফ দা আন্দাৰলাইন্দ ওয়ার্ডচ)—তলত আঁচটনা শব্দবোৰ সংকুচিত আকাৰত লিখা।

(i) Today I am going to the market. (টু ডে আই এম গ’য়িঙ টু দা মার্কেট)–আজি মই বজাবলৈ গৈ আছো।

Ans: Today I’m going to the market. 

(ii) I will buy a cricket bat. (আই উইল বাই এ ক্রিকেট বেট) — মই এখন ক্রিকেট বেট কিনিম।

Ans : I’ll buy a cricket bat .

(ii) I cannot play with my old bat because it is broken. (আই কেন নট প্লে উইথ মাই অ’ল্ড বেট বিকজ ইট ইজ ব্রোকেন)—মই মোৰ পুৰণা বেটেৰে খেলিব নোৱাৰো কাৰণ এইখন ভাঙিল।

Ans: I can’t play with my old bat because it is broken. 

(iv) My sister does not like to play cricket. (মাই ছিষ্টাৰ ডাজ নট লাইক টু প্লে ক্রিকেট)– মোৰ ভনীয়ে ক্রিকেত খেলিবলৈ ভাল নাপায়।

Ans. My sister doesn’t like to play cricket. 

(v) So she will not come with me. (সো চি উইল নট কাম উইথ মি)—সেই কাৰণে তাই মোৰ লগত নাহিব।

Ans: So she won’t come with me.

9. Read the sentence (ৰীড দা চেন্টেনছ)—বাক্যটো পঢ়া। 

Ans: The grasshopper was singing and dancing. Therefore, he could not store food. (দা গ্রাছহোপাৰ ওৱাজ চিংগিঙ এন্ড ডেঞ্চিঙ। দিয়াৰফ’ৰ, হি কুদ নট ষ্ট’ৰ ফুড) — ফড়িংটোৱে গান গাইছিল আৰু নাচছিল সেই কাৰণে সি খোৱা বস্তু সঞ্চয় কৰিব পৰা নাছিল।

Now, join the two matching parts from each of the sentences given below. Write them together, beginning the second sentence with ‘Therefore’. (নাও জইন দা টু মেছিঙ পাৰ্টছ ফ্রম ইচ অফ দা চেন্টেনছেছ গিভেন বিল’। ৰাইট দেম টুগেদাৰ, বিগিনিঙ দা ছেকেণ্ড চেন্টেনছেচ উইথ ‘দিয়াৰফ’ৰ)—এতিয়া, তলত দিয়া বাক্যবোৰৰ দুটা মিল থকা অংশ যুক্ত কৰা। সিহঁতক একেলগে লিখা আৰু দ্বিতীয় বাক্যটো ‘সুতৰাং’ শব্দৰ যোগেদি আৰম্ভ কৰা।

Ans : It is summer, therefore, we must store food for winter. (ইট ইজ চামৰ, দিয়াৰফৰ, উই মাষ্ট ষ্ট’ৰ ফুড ফৰ দা উইন্টাৰ) — এতিয়া জহকালি গতিকে জাকালিৰ বাবে খাদ্য সঞ্চয় কৰিবই লাগে।

Annie was busy, therefore, hop did not meet her. (এনী ওৱাজ বিজি, দেয়াৰফ’ৰ, হোপ ডিডনট মীট হাৰ)—এনী ব্যস্ত আছিল গতিকে হোপে তাইক লগ পোৱা নাছিল।

Annie and Hop are friends, therefore, Annie helped Hop. (এনী এন্ড হোপ আৰ ফ্ৰেন্ডছ, দিয়াৰফ’ৰ, এনী হেল্পড্, হোপ)—এনী আৰু হোপ দুই বন্ধু, সেইকাৰণে এনী হোপক সহায় দিছিল।

10. Do you know that ants are always busy and hard working ? They work together and move in a line. (ডু ইউ ন’ দেট এন্টছ আৰ অলওৱেজ বিজি এন্ড হাৰ্ড ওৱৰ্কীঙ ? দে ওৱাৰ্ক টুগেদাৰ এন্ড মুভ ইন এ লাইন)—তুমি জানানে যে পৰুৱাবোৰ সদায় ব্যস্ত আৰু কঠোৰ পৰিশ্ৰমী। সিহঁতে একেলগে কাম কৰে আৰু শাৰীপাতি চলা-ফুৰা কৰে।

Choose words from the box and complete the sentences below (চুজ ওৱাৰ্ডছ ফ্রম দা বক্স এন্ড কমপ্লিত দা চেন্টেনছেছ বিল)—বাকচৰ ভিতৰত থাকা শব্দবোৰেৰে তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

busy tiny hard-working     together line

Ans : (a) The ant is a tiny insect, smaller than a bee. (দা এন্ট ইজ এ টিনী ইনচেষ্ট, স্মলাৰ দেন এ বী)—পৰুৱা এটা ক্ষুদ্র পোক, মৌ-মাখিতকৈও সৰু।

(b) Ants are always hard-working . They hardly take a rest. “(এন্টজ আৰ অলৱেজ হার্ড-ওৱাকীঙ । দে হার্ডলি টেক এ ৰেস্ট)– পৰুৱাবোৰ সদায়ে কঠোৰ পৰিশ্ৰমী। সেইবোৰ কাচিৎহে জিৰণী লয়।

(c) They are very busy insects. They are not lazy. (দে আৰ ভেৰী বিজি ইনচেক্টছ। দে আৰ নট্ লেজী)—সিহঁত বৰ ব্যস্ত পোক। সেইবোৰ এলেহুৱা নহয়।

(d) Ants always move in a line just like soldiers. (এন্টছ অলৱেজ মুভ ইন এ লাইন জাষ্ট লাইক চোলজাৰ)—পৰুৱাবোৰ সদায়ে এটা শাৰীত চলাফুৰা কৰে, ঠিক যেনে সৈনিকৰ দৰে।

(e) Ants like to work together. They do not usually work alone. (এন্টছ লাইক টু ওৱাৰ্ক টুগেদাৰ। দে ডু নট ইউজুৱেলি ওৱাৰ্ক এল’ন)—পৰুৱাবোৰে একেলগে কাম কৰি ভাল পায়। সেইবোৰ সাধাৰণতে অকলশৰে কাম নকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top