Class 4 English Chapter 4 The Hidden Treasure

Join Telegram channel

Class 4 English Chapter 4 The Hidden Treasure Solution, SEBA Chapter 4 The Hidden Treasure Class 4 English Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters of Class 4 English Chapter 4 The Hidden Treasure Notes and select needs one. Assam Board Class 4 ইংৰাজী Question Answer can be of great value to excel in the examination.

THE HIDDEN TREASURE (দা হিদেন ট্ৰেজাৰ)

Chapter – 4

ইংৰাজী

ENGLISH

লুকাই থোৱা মূল্যবান সম্পত্তি

Do you like puzzles ? Help Pankaj find the way to the treasure box by drawing a line ? (দু ইউ লাইক পাজল্‌ছ ? হেল্প পংকজ ফাইন্দ দা ওৱে টু দা ট্ৰেজাৰ বক্স বাই দ্ৰইঙ এ লাইন)—তুমি জটিলতা সাঁথৰ ভাল পোৱানে ? এডাল ৰেখা টানি পংকজক গুপ্তধন পোৱাৰ পথটো বিচৰাত সহায় কৰা ।

Ans: Do yourself. (দু ইয়োৰচেল্‌ফ)—নিজে কৰা।

● Lines: Long, long ago………….in the field. 

Word notes (শব্দার্থ) :  long (লং)—দীঘল, বহুদিন ব্যাপী। ago (এগ’)—আগতে। farmer (ফাৰমাৰ) কৃষক, খেতিয়ক। sons ( চনচ্) – পুতেকবোৰ, পুত্ৰবোৰ। very (ভেৰি)—বহুত। lazy (লেজি)—এলেহুৱা। never (নেভাৰ)— কেতিয়াও নহয়। liked (লাইকড)—পচন্দ কৰা। work (ওৱাৰ্ক)—কাম কৰা। worried (ওৰিদ)—উদ্বিগ্ন হোৱা। help (হেল্প)—সহায় কৰা। field (ফিল্ড) —পথাৰ ৷

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

Long, long ago there was a farmer. (লং, লং এগ’ দিয়াৰ ওৱাজ এ ফাৰমাৰ।)—বহুতদিন আগতে এজন খেতিয়ক আছিল। His name was Madhab. (হিজ নেম ওৱাজ মাধৱ।)—তেওঁৰ নাম মাধৱ আছিল। He had two sons–Pankaj and Rajen. (হি হেদ টু চনচ পংকজ এন্ড ৰাজেন।) —তেওঁৰ দুজন পুতেক আছিল—পংকজ আৰু ৰাজেন। They were very lazy and never liked to work. (দে ওৱেৰ ভেৰী লেজী এন্ড নেভাৰ লাইকদ টু ওৱাৰ্ক।)—তেওঁ (লৰা) দুয়োজন এলেহুৱা আছিল আৰু কাম কৰিবলৈ ভাল পোৱা নাছিল। Madhab was worried because his sons didn’t help him in the field. (মাধৱ ওৱাজ ওৰিদ বিকজ হিজ চনচ্ দিদ নট হেল্প হিম ইন দা ফিলদ।) — মাধৱ চিন্তিত অছিল কাৰণ তেওঁৰ পুতেক দুয়োজনে তেওঁক খেতি কৰা কামত সহায় কৰা নাছিল।

● Line : One day, Maddhabi …………. they said .

Word notes (শব্দার্থ) : oneday (ওৱান দে) — এদিনাখন। took (টুক)—ল’লে। sons (চনচ)— লৰাবোৰ। field (ফিল্ড)—পথাৰ। pointing (পইন্টিং)—দেখুৱাই দিলে। said (চেইড)—কৈছিল। look (লুক)—চোৱা। treasure (ট্রেজাৰ)–সম্পত্তি। hidden (হিদেন)—লুকাই থোৱা| under (আভাৰ)—তলত। ground (গ্রাউন্ড)—মাটি। find (ফাইন্ড)—বিচৰা। exclaimed (একচ্‌ক্লেইমদ)—বিস্মিত হোৱা। first (ফাৰ্ষ্ট)—পোনপ্রথম। dig up (ডিগ আপ)—মাটি চহোৱা। smiled (স্মাইলড)—হাঁহিছিল। delighted (ডিলাইটেদ)—আনন্দিত হৈছিল। hear (হিয়াৰ)–শুনা। now (নাউ)—এতিয়া। rich (ৰিচ)—ধনী। without (উইদাউট)—বিহীন, অবিহনে। work (ওৱাৰ্ক)—কাম। at once (এট ওয়ানচ্)—এতিয়াই, এই মুহূর্তে।

 উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

One day, Madhab took his sons to the field. (ওৱান দে, মাধৱ টুক হিজ চনচ্ টু দা ফিল্ড।)—এদিনাখন মাধৱে তেওঁৰ পুতেক দুয়োজনক পথাৰলৈ লৈ গৈছিল।

Pointing to the field he said, “Look. There’s treasure hidden under the ground. (পয়েন্টিঙ টু দা ফিল্ড হি চেইদ, ‘লুক। দেয়াৰ ইজ ট্ৰেজাৰ হিদেন আন্দাৰ দা গ্রাউন্ড।)—পথাৰলৈ দেখাই তেওঁ কৈছিল “চোৱা। মাটিৰ তলত বহুত মূল্যৱান সম্পত্তি লুকাই থোৱা আছে। You must find it.” (ইউ মাষ্ট ফাইন্ড ইট।’)—তোমালোকে বিচাৰি উলিয়াব লাগে।”

“Treasure !” Pankaj and Rajen exclaimed. (‘ট্ৰেজাৰ!’ পংকজ এন্ড ৰাজেন একচ্‌ক্লেইমদ।)—‘লুকাই থোৱা সম্পদ !’ পংকজ আৰু ৰাজেনে বিস্মিত হ’ল।

“Yes, it will be all yours, if you can find it. (‘ইয়েছ, ইট উইল বি অল ইয়োৰ্ছ, ইফ ইউ কেন ফাইন্ড ইট।) — “হয়, এই সকলোবোৰ তোমালোকৰ হ’ব, যদি তোমালোকে বিচাৰি উলিয়াব পাৰা। But first you must dig the ground to get it,” Madhab said and smiled. (বাট ফার্স্ট ইউ মাষ্ট দিগ দা গ্রাউন্ড টু গেট ইট”, মাধৱ চেইদ এন্ড স্মাইল্‌দ।)—কিন্তু প্রথমতে তোমালোকেক মাটিবোৰ চহাব লাগিব এইবোৰ পাবলৈ” মাধৱে কৈছিল আৰু হাঁহিছিল।

Pankaj and Rajen were delighted to hear this. (পংকজ এন্ড ৰাজেন ওৱেৰ দিলাইটেদ টু হিয়াৰ দিচ।)—পংকজ আৰু ৰাজেন এইবোৰ শুনি বৰ আনন্দিত হৈছিল। “Now, we can be rich without doing much work. (“নাও, উই কেন বি ৰিচ উইদাউত দুইঙ মাচ ওৱাৰ্ক।)—“এতিয়া আমি বেছি কষ্ট নকৰাকৈ ধনী হ’ব পাৰিম। We must dig up the field at once,” they said. (উই মাষ্ট দিগ আপ দা ফিল্ড এট ওৱানচ,” দে চেইদ।)—আমি এতিয়াই পথাৰ খন খান্দিব লাগে” সিহঁতে কৈছিল।

● Lines: Early next morning,…………….treasure lay.

Word notes (শব্দার্থ) : early (আর্লি) – সোনকালে। next (নেক্সট) —পিছত, পৰবৰ্তী। morning (মর্নিং)—ৰাতিপুৱা । went (ওৱেন্ট)—গৈছিল। field (ফিল্ড)—মাটি, খেতি। began (বিগান)—আৰম্ভ কৰিলে। dig (দিগ)— মাটি কোৱাইছিল, খান্দিছিল। whole (হ’ল)—সম্পূৰ্ণ। found (ফাউন্দ)—বিচাৰি পাইছিল। treasure (ট্ৰেজাৰ)—সম্পত্তি। wondered (ওৱান্দাৰ্ড)—আচৰিত হ’ল/বিস্মিত হ’ল। lay (লে)—পৰি থকা, পেলাই থোৱা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি : 

Early next morning, Pankaj and Rajen went to the field and began to dig it. (আর্লি নেক্সট মর্নিঙ, পংকজ এন্ড ৰাজেন ওৱেন্ট টু দা ফিল্ড এন্ড বিগান টু দিগ ইট।) — পিছদিনা ৰাতিপুৱাই সোনকালে ৰাজেন আৰু পংকজ পথাৰলৈ গৈছিল আৰু মাটি খান্দিবলৈ আৰম্ভ কৰিছিল। They dug up the whole field but found no treasure. (দে দাগ আপ দা হোল ফিল্ম বাট ফাইন্ড নো ট্ৰেজাৰ।)—সিহঁতে গোটেই পথাৰখন খান্দিছিল কিন্তু কোনো মূল্যবান সম্পত্তি পোৱা নাছিল। They wondered where the treasure lay. (দে ওৱান্দাৰদ হোৱেৰ দা ট্ৰেজাৰ লে।)—সিহঁতে অবাক হৈছিল যে মূল্যবান সম্পত্তিবোৰ ক’ত আছে।

● Lines: Now that we……………in the field. 

Word notes (শব্দার্থ) : now (নাও)—এতিয়া। dug up (ডাগ আপ)—খান্দিছিল। let’s (লেট আছ)—বলা/আহা। plant (প্ল্যান্ট)—সৰু গছ লগোৱা। something (চামথিং)—কোনোবা। sow (চ’)—গুটি সিঁচা, ধান ৰোৱা। paddy (পেডি)—ধান। suggested (চাজেচটেড)—প্ৰস্তাৱ দিছিল। informed (ইনফর্মড)—জনোৱা ৷

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

“Now that we have dug up the field, let’s plant something.” said Pankaj. (“নাও দেট উই হেভ দাগ আপ দা ফিল্ড, লেটছ প্লেন্ট চামথিঙ”, চেইড পংকজ।)—“এতিয়া আমি যিহেতু মাটিখিনি খান্দি পেলালো; তাত আমি গুটি সিঁচো আহা” পংকজে কলে। “Let’s sow paddy in it,” Rajen suggested. (‘লেটছ চে’ পেদী ইন ইট’, ৰাজেন চাজেষ্টেদ।)—“আহা, আমি ধান গুটি সিঁচো” ৰাজেনে প্রস্তাৱ দিছিল। They informed their father that they found no treasure in the field. (দে ইনফৰম্ দেয়াৰ ফাদাৰ দেট দে ফাউন্দ নো ট্ৰেজাৰ ইন দা ফিল্ড।) — সিহঁতে দেউতাকক পথাৰত কোনো সম্পদ নাপালে বুলি জনালে। They also told him that they would sow paddy in the field. (দে অলছ’ টোল্‌দ হিম দেট দে উদ চ’ পেদী ইন দা ফিল্ড।) —সিহঁতে তেওঁক (মাধৱক) আৰু কলে যে পথাৰত সিহঁতে ধান ৰুৱ।

● Lines: A few months……………..filled the field.

Word notes (শব্দার্থ) : few (ফিউ)—অলপমান। months (মান্থছ)—মাহবোৰ। visited (ভিজিতেদ)—দেখিবলৈ গ’ল/পৰিদৰ্শন কৰিবলৈ গ’ল। excited (এক্সচাইটেদ)—উত্তেজিত হৈছিল। see (চী)—চোৱা। beautiful (বিউতিফুল)—ধুনীয়া । crops (ক্ৰপছ)—শস্য, ফচল। filled (ফিল্ড)—পূৰ কৰা। field (ফিল্ড)—মাটি।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

A few months later, Pankaj and Rajen visited the field. (এ ফিউ মান্থছ লেটাৰ, পংকজ এন্ড ৰাজেন ভিজিটেদ দা ফিল্ড।)—কেইমাহমান পিছত পংকজ আৰু ৰাজেনে পথাৰখন চাবলৈ গ’ল। How excited they were to see the beautiful crops that filled the field. (হাও এক্সচাইটেদ দে ওৱেৰ টু চী দা বিউতীফুল ক্রপছ দেট ফিল্ড দা ফিল্ড।) — পথাৰত ধুনীয়া ফচলবোৰ দেখি সিহঁতে বৰ আনন্দিত হৈছিল।

● Lines: When the paddy………………always rewarded. 

Word notes (শব্দার্থ) : when ( হ’ৱেন)—যেতিয়া। paddy (পেদী)—ধান। ripe (ৰাইপ)—পকা। golden (গ’ল্ডেন)—সোণালী। took (টুক)—নিয়া। here (হিয়াৰ)— ইয়াতে। promised (প্রমিছড)—প্রতিশ্রুতি দিছিল৷ proud (প্রাউড)—গর্ব হোৱা। realised (ৰিয়েলাইজড) —বুজি পালে। hard (হাৰ্ড)—কঠোৰ/টান। work (ওৱাৰ্ক)— কাম। hard work (হার্ড ওৱাৰ্ক)—কঠোৰ পৰিশ্রম। always ( অল’ৱেজ) — সদায়। rewarded (ৰিৱাৰদেড)—পুৰস্কৃত হোৱা।

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

When the paddy was ripe and golden, Madhab took Pankaj and Rajen to the field. (হোৱেন দা পেদী ওৱাজ ৰাইপ এন্ড গ’ল্‌দেন, মাধৱ টুক পংকজ এন্ড ৰাজেন টু দা ফিল্ড।)—যেতিয়া ধানবোৰ পকিছিল আৰু হালধীয়া হৈছিল মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল।

“Look ! Here’s the treasure that I promised you. (“লুক হিয়াৰচ দা ট্ৰেজাৰ দেট আই প্ৰমিচদ ইউ) —“ইয়ালৈ চোৱা, এয়াই সম্পদ যিটো তোমালোকক দিম বুলি মই প্রতিশ্রুতি দিছিলো।

It’s yours now. (ইট ইয়’ৰচ নাও)— এইবোৰ এতিয়া তোমালোকৰ। 

I am proud of you.” (আই এম প্রাউদ অফ ইউ।’)—মই তোমালোকৰ বাবে গর্বিত।”

Pankaj and Rajen realized that hard work is always rewarded. (পংকজ এন্ড ৰাজেন ৰিয়েলাইজ দেট হার্দ ওৱার্ক ইজ অলৱেজ ৰিৱাৰদেড।) —পংকজ আক ৰাজেনে বুজি পালে যে কঠোৰ পৰিশ্রমে সদায় পুৰস্কৃত হয়।

Activities (এক্‌টিভিটিজ)—কার্যকলাপ

1. Say ‘Yes’ or ‘No’ (চে ইয়েচ’ অৰ ‘নো’)—হয়’ অথবা ‘নহয়’ লিখা : 

(a) Madhab had two sons. (মাধৱ হেদ টু চনচ) — মাধৱৰ দুটা লৰা আছিল।

Ans: ‘Yes’ (ইয়েছ)—হয়।

(b) Pankaj and Rajen were lazy. (পংকজ এন্ড ৰাজেন ওৱেৰ লেজী)—পংকজ আৰু ৰাজেন এলেহুৱা আছিল।

Ans: ‘Yes’ (ইয়েছ) — হয়।

(c) Madhab dug up the field. (মাধৱ দাগ আপ দা ফিল্ড)—মাধৱে পথাৰখনৰ মাটি খান্দিছিল।

Ans: ‘No’ (নো)—নহয়।

 (d) There was gold hidden in the field. (দেয়াৰ ওৱাজ গোল্ড হিদেন ইন দা ফিল্ড)—পথাৰত সোণা লুকাই থোৱা আছিল।

Ans: ‘No’ (নো)— নহয়।

(e) The ripe and golden paddy was the treasure. (দা ৰাইপ এন্ড গোল্ডেন পেদী ওৱাজ দা ট্ৰেজাৰ)—পকা আৰু সোণালী ধানবোৰ মহা মূল্যবান লুকাই যোৱা সম্পত্তি আছিল।

Ans: ‘Yes’ (ইয়েছ)—হয়।

2. Let’s see how much you have understood the story. Write the answers. (লেটছ চি হাও মাচ ইউ হেভ আন্দাৰষ্টুদ দা ষ্টৰী। ৰাইট দা এনচাৰ)—তোমালোকে গল্পটো কিমান বুজি পালে চাও আহা। উত্তৰবোৰ লিখা।

(a) Why was Madhab worried ? (হোৱাই ওৱাজ মাধৱ ওৰিদ ?)—মাধৱ কিয় চিন্তিত আছিল ?

Ans: Madhab was worried because his sons didnot help him in the field. (মাধৱ ওৱাজ ওৰিদ বিকজ হিজ চন্‌চ দিদ নট হেল্প হিম ইন দা ফিল্ড)—মাধৱ দুখিত আছিল কাৰণ তেওঁৰ লৰাবোৰে তেওঁক পথাৰৰ কামত সহায় কৰা নাছিল।

(b) Where did Madhab take Pankaj and Rajen one day ? (হোৱেৰ দি মাধৱ টেক পংকজ এন্ড ৰাজেন ওৱান দে ?) – পংকজ আৰু ৰাজেনক এদিন মাধৱে কলৈ লৈ গৈছিল ?

Ans: One day Madhab took Pankaj and Rajen to the field. (ওৱান দে মাধৱ টুক পংকজ এন্ড ৰাজেন টু দা ফিল্ড) – এদিনাখন মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল।

(c) What did Pankaj and Rajen sow in the field ? (হোৱাত দিদ্ পংকজ এন্ড ৰাজেন চো ইন দা ফিল্ড)—পংকজ আৰু ৰাজেনে পথাৰত কি সিঁচিছিল।

Ans: Pankaj and Rajen sowed paddy in the field. (পংকজ এন্ড ৰাজেন চো পেদী ইন দা ফিল্ড) —পংকজ আৰু ৰাজেনে পথাৰত ধান গুটি সিঁচিছিল।

(d) What did Pankaj and Rajen realize at last ? (হোৱাত দিন পংকজ এন্ড ৰাজেন ৰিয়েলাইজ এট লাষ্ট ?)—অৱশেষত পংকজ আৰু ৰাজেনে কি বুজি পাইছিল ?

Ans: At last, Pankaj and Rajen realized that hard work is always rewarded. (এট লাষ্ট, পংকজ এন্ড ৰাজেন ৰিয়েলাইজ দেট হার্দ ওৱার্ক ইজ অলৱেজ ৰিৱাৰ্দেদ)—অৱশেষত পংকজ আৰু ৰাজেনে বুজি পাইছিল যে কঠোৰ পৰিশ্ৰম সদায় পুৰস্কৃত হয়।

3. (a) Look at these sentences. See how they can be joined together (লুক্ এট দিজ চেন্টেনচেচ। চি হাও দে কেন বি জইন্দ টুগেদাৰ।)—এই বাক্যবোৰলৈ চোৱা। এইবোৰক কেনেকৈ একেলগ কৰা হয় চোৱা।

Ans: Ranjita (ৰঞ্জিতা) : I will go to Nalbari. (আই উইল গো টু নলবাৰী।)—মই নলবাৰীলৈ যাম।

Raju (ৰাজু) : I will go to Nalbari. (আই উইল গো টু নলবাৰী।)—মই নলবাৰী যাম।

Mother (মাদাৰ) মা : Ranjita and Raju will go to Nalbari (ৰঞ্জিতা এন্ড ৰাজু উইল গো টু নলবাৰী।)—ৰঞ্জিতা আৰু বাজুৱে নলবাৰী যাব।

3. (b) Read (ৰিদ)– পঢ়া :

Ans: Mother (মাদাৰ)– মাঃ I am unwell. (আই এম আনওৱেল।)–  মই ভালে নাই।

Father (ফাদাৰ)– দেউতা : I am worried. (আই এম ওৰিদ।) – মই চিন্তিত/উদ্বিগ্ন।

Daughter (ডটাৰ)–  জীৱৰ : Father is worried because mother is unwell. (ফাদাৰ ইজ্ ওৰিদ বিকজ মাদাৰ ইজ আনওয়েল।)–দেউতা চিন্তিত কাৰণ মাৰ গা ভাল নহয় (মা অসুস্থ )।

3. (c) Read (ৰিদ)– পঢ়া :

Ans: Ramen played well. (ৰমেন প্লেদ ওৱেল।)– ৰমেনে ভাল খেলিছিল।

He didn’t win the race. (হি দিদ নট উইন দা ৰেচ) – সি দৌৰ প্রতিযোগিতাত জিকা নাহিল।

Ramen played well but he didn’t win the race. (ৰমেন নে ওৱেল বাট হি দিদ নট উইন দা ৰেচ।)–ৰমেনে ভাল খেলিছিল, কিন্তু সি দৌৰ প্রতিযোগিতাত জিকা নাছিল।

4. Read the following sentences from the text once again and underline the joining words (ৰিদ দা ফল্ল’য়িঙ চেন্টেণচেছ ফ্রম দা টেক্সত ওৱানচ এগেইন এন্ড আন্দাৰলান দা জইনিঙ ওৱলৰ্দছ)–তলত দিয়া পাঠটোৰ বাক্যবোৰ পুনৰ পঢ়া আৰু সংযোকাৰী শব্দবোৰৰ তলত আঁচ টনা।

Ans : Pankaj and Rajen were very lazy and never liked to work. (পংকজ এন্ড ৰাজেন ওৱেৰ ভেৰি লেজি এন্ড নেভাৰ লাইকদ টু ওৱার্ক।)—পংকজ আৰু ৰাজেনে বৰ এলেহুৱা আছিল আৰু কাম কৰিবলৈ ভাল নাপাইছিল।

Madhab was worried because his sons were lazy. (মাধৱ ওৱাজ ওৰিদ বিকজ হিজ চন্‌চ ওয়েৰ লেজী।)—মাধৱ চিন্তিত আছিল কাৰণ তেওঁৰ পুতেক সকল এলেহুৱা অছিল।

One day, he told his sons that there was a hidden treasure in the field. (ওৱান দেহি টোলুদ হিজ চন্‌চ দেট দেয়াৰ ওৱাজ এ হিদেন ট্ৰেজাৰ ইন দা ফিল্ড।)—এদিনাখন তেওঁ তেওঁৰ দুয়োজনা লৰাক কৈছিল যে পথাৰত লুকাই থোৱা সম্পত্তি আছে।

They dug up the whole field but found no treasure. (দে দাগ আপ দা হোল ফিল্ড বাট ফাউন্ড নো ট্রেজাৰ।)—সিহঁতে গোটেই পথাৰখন খান্দিছিল কিন্তু কোনো লুকাই থোৱা সম্পত্তি পোৱা নাছিল।

Now, rewrite the following sentences using ‘and’, ‘ but and ‘because’: (নাও ৰিৰাইট ফল্ল’য়িং চেন্টেনচেছ ইউজিঙ ‘এন্ড’ ‘বাট’, এন্ড ‘বিকজ’)—এতিয়া তলৰ বাক্যবোৰত ‘আৰু’, ‘কিন্তু’ ‘কাৰণ’ আদি লগাই পুনৰ লিখা।

(a) Pankaj was a lazy boy. Rajen was a lazy boy. (পংকজ ওৱাজ এ লেজী বয়। ৰাজেন ওয়াজ এ লেজী বয়।) পংকজ এলেহুৱা লৰা আছিল। ৰাজেন এলেহুৱা লৰা আছিল। and (এন্ড) আৰু ।

Ans: Pankaj and Rajen were lazy boys. (পংকজ এন্ড ৰাজেন ওৱেৰ লেজী বয়।)—পংকজ আৰু ৰাজেন  এলেহুৱা লৰা আছিল।

(b) Pankaj never liked to work. He was lazy. (because) (পংকজ নেভাৰ লাইকদ টু ওৱার্ক। হি ওয়াজ লেজী। (বিকজ) পংকজ কেতিয়াও কাম কৰি ভালপোৱা নাছিল। সি আছিল এলেহুৱা (কাৰণ)।

Ans : Pankaj never liked to work because he was lazy .(পংকজ নেভাৰ লাইকদ টু ওৱার্ক বিকজ হি ওয়াজ লেজী)—পংকজ কেতিয়াও কাম কৰি ভাল পোৱা নাছিল কাৰণ সি এলেহুৱা আছিল।

(c) They dug up the field. They did not find treasure. (but) (দে দাগ আপ দা ফিল্ড। দে দিদ নট ফাইন্দ ট্ৰেজাৰ। (বাট)— সিহঁতে পথাৰখন খান্দি পেলাইছিল। সিহঁতে কোনো মূল্যবান সম্পত্তি পোৱা নাছিল। (কিন্তু)।

Ans: They dug up the field but did not find treasure. (দে দাগ আপ দা ফিল্ড বাট দিদ নট ফাইন্ড ট্রেজাৰ)—সিহঁতে পথাৰখন খান্দি পেলাইছিল কিন্তু কোনো মূল্যবান সম্পত্তি পোৱা নাছিল।

5. Use ‘and’ or ‘but’ to join the sentences and write them (ইউজ ‘এল্ড’ অৰ ‘বাট’ টু জইন দা চেন্টেনচেছ এণ্ড ৰাইট দেম)—’আৰু’ নাইবা ‘কিন্তু’ ব্যৱহাৰ কৰি বাক্যবোৰ যুক্ত কৰা আৰু সেইবোৰ লিখা।

(a) She went to the shop. She bought two apples. (চি ওৱেন্ট টু দা চপ্। চি বট টু এপেলছ)—তাই দোকানলৈ গৈছিল। তাই দুটা আপেল কিনিছিল।

Ans: She went to the shop and bought two apples (চি ওৱেন্ট টু দা চপ্ এন্ড বট টু এপেলছ)—তাই দোকানলৈ গৈছিল আৰু দুটা আপেল কিনিছিল। 

(b) We played well. We lost the match. (উই প্লেদ ওৱেল। উই লচট্ দা মেছ)—আমি ভাল খেলিছিলো। আমি খেলত পৰাজিত হৈছিলো।

Ans : We payed well but we lost the match. (উই প্লেদ ওৱেল বাট উই লষ্ট দা মেছ) —আমি ভাল খেলিছিলো কিন্তু আমি খেল খনত পৰাজিত হৈছিলো।

(c) I liked the dress . Rita did not like it. (আই লাইক দা ড্রেছ। ৰিতা দিদ নত লাইক ইট।)—মই কাপোৰটো পচন্দ কৰিছিলো। ৰিতাই পছন্দ কৰা নাছিল।

Ans: I liked the dress but Rita did not like it. (আই লাইকদ দা ড্ৰেছ বাট ৰিতা দিদ নত লাইকদ ইট।)—মই কাপোৰটো পছন্দ কৰিছিলো কিন্তু ৰিতাই কৰা নাছিল।

(d) She came home. She watched television. (চি কেম হোম। চি ওৱাচড টেলিভিশ্বন)—তাই ঘৰলৈ আহিছিল। তাই টিভি চাইছিল।

Ans: She came home and watched television. (চি কেম হোম এন্ড ওবাচড্ দা টেলিভিশ্বন)—তাই ঘৰলৈ আহিছিল আৰু টিভি চাইছিল।

(e) We went to the park. We waited for Rahul. (উই ওৱেন্ট টু দা পার্ক। উই ওৱেদে ফৰ বাহুল)—আমি উদ্যানলৈ গৈছিলো। আমি ৰাহুলৰ বাবে অপেক্ষা কৰি আছিলো।

Ans: We went to the park and waited for Rahul, (ডই ওৱে টু দা পার্ক এন্ড ওৱেটেদ ফৰ ৰাহুল)—আমি উদ্যনলৈ গৈছিলো আৰু ৰাহুল বাবে অপেক্ষা কৰিছিলো।

6. (a) Let’s read the sentences. They all end with an exclamation mark because they show delight or surprise. (লেটছ ৰিদ দা চেন্টেনছেচ। দে অল এন্ড উইথ এন এক্সক্লেমেছন মার্ক বিকজ দে চো দিলাইটেদ অৰ চাৰপ্ৰাইজ।)—বাক্যবোৰ পঢ়া। বাক্যবোৰৰ শেষত বিস্ময়বোধক চিন দিয়াৰ কাৰণ হল বাক্যবোৰে আনন্দ অথবা বিস্ময় প্রকাশ কৰে।

Ans : (i) How tasty the meal is ! (হাউ টেষ্টী দা মিল ইজ !) খাদ্যবোৰ কিমান সুস্বাদু !

(ii) What an obedient child ! (হোৱাত এন অবিদেণ্ট চাইল্‌দ !)—কি বাধ্য শিশুটো !

(iii) What an interesting story ! (হোয়াট এন ইন্টাৰ্চেটিং ষ্ট’ৰি !)—কি আকর্ষণীয় গল্প এটা !

(iv) How wonderful the weather is ! (হাও ওয়ান্ডাৰফুল দা ওয়েদাৰ ইজ !)—বতৰটো কি মনোমুগ্ধকৰ !

(v) What a beautiful dress ! (হোৱাট এ বিউতিফুল দ্ৰেছ !)—কি সুন্দৰ পোছাক।

6. (b) Pankaj and Rajen are delighted because they would be rich one day. (পংকজ এন্ড ৰাজেন আৰ দিলাইটেদ বিকজ দে উদ বি ৰিছ ওৱান দে।)—পংকজ আৰু ৰাজেনে বৰ আনন্দিত হৈছিল কাৰণ সিহঁতে এদিন ধনী হ’ব)।

Rearrange the words in the sentences below. (ৰিএৰেঞ্জ দা ওৱাদৰ্ছ ইন দা চেন্টেনচেছ বিল’।)–তলৰ বাক্যবোৰে সজাই লিখা।

Remember to use exclamation marks at the end and capital letters at the beginning. (ৰিমেম্বাৰ টু ইউজ এক্সক্লেমেছন মার্কছ এটা দা ইন্ড এন্ড কেপিটাল লেটাৰচ এট দা বিগিনিঙ।)—আৰম্ভনিতে ডাঙৰ ফলাৰ আখৰ আৰু শেষত বিস্ময়বোধক চিন দিবলৈ মনত ৰাখিবা।

(i) here treasure look is the (হিয়াৰ ট্ৰেজাৰ লুক ইজ দি) 

Ans: Look the treasure is here ! (লুক দা ট্রেজাৰ ইজ হিয়াৰ) – চোৱা সম্পত্তিখিনি ইয়াতে আছে।

(ii) will be ours treasure all the (উইল বি আৱাৰ্চ ট্রেজাৰ অল দা) 

Ans: All the treasure will be ours ! (অল দা ট্ৰেজাৰ উইল বি আৱাৰ্চ।)—সকলো সম্পত্তিই আমাৰ !

(iii) yours now it’s look (ইয়’ৰচ নাও ইটচ লুক)

 Ans: Look it’s yours now ! (লুক, ইটছ ইয়’ৰচ নাও)—চোৱা, এতিয়া এই সকলোবোৰ তোমালোকৰ।

(iv) how Pankaj Rajen excited and were (হাও পংকজ ৰাজেন এক্সাইটেদ এন্ড ওৱেৰ)

Ans: How Pankaj and Rajen were excited. (হাও পংকজ এন্ড ৰাজেন ওৱেৰ এক্সাইটেদ ! )— পংকজ আৰু ৰাজেনে কি উত্তেজিত হৈছিল !

7. Let’s have fun with words by adding ‘ly’, ‘ness’ and ‘er (লেটছ হেভ ফান উইথ ওৱাৰ্দছ বাই এদিঙ ‘ly’, ‘ness’ এন্ড ‘er’) – এতিয়া শব্দবোৰৰ লগত ‘ly’, ‘ness’ আৰু ‘er’ যোগ কৰি খেলোঁ আহা।

Ans : happily (হেপিলি)

happy (হেপি)— সুখী happier (হেপিৱাৰ)

happiness (হেপিনেছ)

greatly (গ্রেটলী) 

great (গ্রেট)—মহৎ greatness (গ্রেটনেছ) 

greater (গ্রেটাৰ)

You can also make your own words by adding ‘ly’, ‘ness’ and ‘er’ to the words given below (ইউ কেন অলছ’ মেক ইয়’ৰ অউন ওৱাদৰ্ছ বাই এদিঙ ‘ly’, ‘ness’ এন্ড ‘er’ টু দা ওৱাৰ্দ গিভেন বিল’)—তলৰ শব্দবোৰৰ লগত ‘ly’, ‘ness’ ‘er’ যোগ কৰি তোমাৰ নিজৰ শব্দ বনাব পাৰা।

sweet (সুইট) – মিঠাই।                 
kind (কাইন্ড)—দয়ালু
love (লাভ)–মৰম / ভালপোৱা।    
angry (এংগ্রী)—খঙাল

Ans : sweetly (চুইটলী)

sweet (চুইট)— মিঠাই sweetness (চুইটনেছ)

sweeter (চুইটাৰ)

kindly (কাইন্দলী)

kind (কাইন্ড)—দয়ালু kindness (কাইন্দনেছ)

kinder (কাইন্দাৰ)

lovely ( লাভলী)

love (লাভ)—মৰম loveliness (লাভনীনেছ)

lovelier (লাভলিয়াৰ)

angrily (এংগ্রীলি)

angry (এংগ্রী)—খঙাল angriness (এংগ্ৰীনেছ)

angrier (এংগ্ৰীয়াৰ)

8. These are some new words from the text (দিজ আৰ চাম নিউ ওৱাৰ্দছ ফ্রম দা টেক্সট)—এইবোৰ পাঠৰ পৰা নতুন শব্দ। 

paddy (পেদী)— ধান। treasure ( ট্ৰেজাৰ)—সাঁচি থোৱা সম্পত্তি। dig (দিগ)—মাটি খান্দা।

Look up the dictionary for their meaning. (লুক আপ দা দিকচ্‌নাৰী ফৰ দিয়াৰ মিনিঙ)—অভিধান চাই এইবোৰ শব্দৰ অৰ্থ লিখা : 

Ans:

paddy /paedi/ noun (pl.-ies) 1 (also ‘paddy field) a field in which rice is grown: a rice paddy) 2 [usually sing](BrE, informal) a state of being angry or in a bad mood SYN TEMPER: The news put him in a bit of a paddy.

উচ্চাৰণ আৰু অসমীয়া ভাঙনি :

paddy /noun (pl. -ies) 1 (also ‘paddy field) a field in which rice is grown : a rice paddy. (পেডী/নাউন (প্লুৰেল-আইইএচ) (অলচো পেদী ফিল্ড) এ ফিল্ড ইন হুইচ ৰাইচ ইজ গ্লোন : এ ৰাইচ পেদী।) – ধানগাছ

1. (ধাননী পথাৰ) –এখন পথাৰ য’ত ধান উৎপন্ন হয়। 

2 [usually sing.] (BrE, informal] a state of being angry or in a bad mood (ইউজুয়েলী চিংগুলাৰ) (ইনফ’ৰমেল)—এ ষ্টেত অফ বিং এংগ্রী অৰ ইন এ বেদ মুদ) 2. [সাধাৰণত একবচন ] (আনুষ্ঠানিক) ক্রুদ্ধ অৱস্থা বা মন বেয়া বুজায়।

SYN TEMPER: The news put him in a bit of a paddy. (চিনোনিম : টেম্পাৰ : দা নিউজ পুট হিম ইন এ বিট অফ পেদী)—সমার্থক : মনবেয়া (খং) : খবৰটোৱে তাৰ মন বেয়া কৰি তুলিছিল।

treasure / treza(r) /noun, verb 

noun 1 [u] a collection of valuable things such as gold, silver and jewellery: buried treasure a pirate’s treasure chest 2 [C, usually pl.] a highly valued object: the priceless art treasures of the Uffizi gallery 3 [sing.] a person who is much loved or valued

Treasure /noun, verb (ট্রেজাৰ/নাউন, ভাৰ্ব) – সম্পদ/বিশেষ্য, ক্রিয়া। 

noun 1 [U] a collection of valuable things such as gold silver and jewellery : buried treasure. a pirate’s treasure chest (নাউন ১. (ইউজুয়েলী) এ কালেকচন্ অফ ভেলুএৱল ঠিংছ চাচ্ এজ গোল্‌দ, চিলভাৰ এন্ড জুৱেলাৰী : বাৰিদ ট্ৰেজাৰ। এ পাইৰেটছ ট্রেজাৰ চেষ্ট।)—

বিশেষ্য,৩ [সাধাৰণভাৱে] সোণ, ৰূপ আৰু অলংকাৰৰ নিচিনা দামী বস্তু সংগ্রহ। গুপ্তধন, লুকাইথোৱা সম্পদ : এটা জলদস্যুৰ সম্পদৰ চিন্দুক।

2. [C, usally pl.] a highly valued object; the priceless art treasures of the Uffizi gallery [২. (সি, কেজুৱেলী প্লৰেল) এ হাইলী ভ্যালুদ অৱজেক্ট : দা প্রাইসলেছ আর্ট ট্রেজার্চ অফ দা উফিজি গেলাৰী।) ২। সাধাৰণতে : বহুবচন] বহুত দামী/মূল্যবান বস্তু : তাৰোপৰি প্ৰদৰ্শনীশালৰ অমূল্য চিত্রকলা।

3 [sing.] a person who is much loved or valued (৩. (চিংগুলাৰ) এ পাৰচন হু ইজ্‌ মাচ লাভদ অৰ ভেলুদ।] — [একবচন] এজন ব্যক্তি যি বহুত মৰমৰ বা বহুত শ্ৰদ্ধাৰ।

dig O / dig/ verb, noun 

verb (dig ging, dug, dug / dag/) 1 ~ (for sth) to make a hole in the ground or to move soil from one place to an other using your hands, a tool or a machine: [v] to dig for coal/ gold/Roman remains   They dug deeper and deeper but still found nothing,    I think I’ll do some digging in the garden.  [VN] to dig a ditch/grave/hole/tunnel   (BrE) I’ve been digging the garden. 2 [VN] to remove sth from the ground with a tool: I’ll dig some potatoes for lunch. 3 [V, usually + adv/prep.] to search in sth in order to find an object in sth: I dug around in my bag for a pen.

dig/dig/verb, noun (দিগ ভার্ব/নাউন।)–খন্দা, খনন কৰা—ক্রিয়া বিশেষ্য: verb (dig.ging, dug, dug) 1 ~’ (for sth) to make a hole in the ground or to move soil fcoin one place to another using your hands, a tool or a machine: [v] to dig for coal/gold/Roman remains: They dug deeper and deeper but still found nothing. I think I’ll do some digging in the garden. [VN] to dig a ditch/ grave/hole/tunnel. (BrE) I’ve been digging the garden. (ভার্ব (দিগ গিং, দাগ, দাগ) ১। (ফৰ চামথিং) টু মেক এ হোল ইন দা গ্রাউন্দ অৰ টু মুভ চয়েল ফ্রম ওৱান প্লেছ টু এনাদাৰ ইউজিঙ ইয়’ৰ হেল্ডছ; এ টুল অৰ এ মেচিন : [ভাৰ্ব] টু দিগ ফৰ কোল/গোল্‌দ/ৰোমান ৰিমেইনচ। দে দাগ দিপাৰ এন্ড দিপাৰ বাট ষ্টিল ফাউন্ড নাথিং। আই থিংক আই উইল দু চাম দিগিং ইন দা গার্ডেন। টু দিগ ডিচ/গ্রেভ/হ’ল/টানেল আই হেভ বীন দিগিং দা গার্ডেন।)—ক্রিয়া : (কাৰোবাৰ বাবে) হাতত অস্ত্র নাইবা যন্ত্ৰেৰে মাটিত গাঁত খন্দা অথবা মাটি ইফালৰ পৰা সিফাললৈ নিয়া [ক্রিয়া] কয়লা/সোণ/ৰূপ আদিৰ অৱশিষ্ট খান্দি তুলা : গভীৰৰ পৰা গভীৰলৈ মাটি, খন্দা আৰু একো নোপোৱা। আৰু মই ভাবিছো মই বাগান খন খান্দিব। [ক্রিয়া-বিশেষ্য] ন’ল কৰা/গাঁত খন্দা/সুৰংগ (Bre) মই বাগানখন খান্দিছিলো।

2 [VN] to remove sth from the ground with a tool: I’ll dig some potatoes for lunch. (2। (ভিএন) টু ৰিমোভ (চামথিঙ) ফ্রম দা গ্রাউন্ড উইথ এ টুল : আই উইল দিগ চাম পটে’জ ফৰ লাঞ্চ।)—২। যন্ত্ৰেৰে মাটিৰ পৰা কিবা গুচাবলৈ মই মধ্যাহ্নভোজনৰ বাবে আলু তুলিম।

3 [v, usually + adv./prep.] to search in sth in order to find an object in sth: I dug around in my bag for a pen. [৩। (ভাৰ্ব, ইউজুয়েলী + এদভার্ব/প্রিপোজিচন) টু চার্চ ইন চামথিঙ ইন অৰ্দাৰ টু ফাইন্দ এন অৱজেক্ট ইন চামথিঙ : আই দাগ এৰাউন্ড ইন মাই বেগ ফৰ এ পেন।)—৩। (ক্রিয়া। সাধাৰণত—বিশেষণৰ বিশেষ্য/অব্যয়) কিছুচামৰ পৰা কোনো এটা বস্তু বিচৰা : মই মোৰ বেগৰ ভিতৰত কলমটো বিচাৰিছিলো।

Now, write the meanings here: (নাও ৰাইট দা মিনিঙছ হিয়াৰ) – এতিয়া ইয়াৰ অর্থবোৰ লিখা :

Ans:

Word (ওৱাৰ্ড) শব্দMeaning (মিনিং) অর্থ
paddy (পেদী)ধান
Treasure (ট্রেজাৰ)সাঁচি থোৱা 
dig (দিগ)খনন কৰা/খান্দাদ

9. (a) Read the words and their meanings: (ৰিদ দা ওৱাৰ্দছ এণ্ড দেয়াৰ মিনিঙছ)— শব্দবোৰ আৰু সেইবোৰৰ অৰ্থবোৰ পঢ়া :

Ans: (i) Treasure (ট্রেজাৰ)—সম্পদ— a collection of gold, silver and other valuable things. (এ কালেকচন অৰ গ’লুদ, চিলভাৰ এন্ড আদাৰ ভেলুৱেবল থিংচ)—সোণ, ৰূপ আৰু আনকিছুমান বস্তুৰ সংগ্রহ।

(ii) Wonder (ওৱান্দাৰ)— অবাক বিস্ময়—think about (থিংক এবাউত) —কোনোবা বিষয়ত চিন্তা কৰা।

(iii) Delighted (দিলাইটেদ)—আনন্দিত/উৎফুল্লিত—happy(হেপী)—সুখী।

(iv) Excited (এক্‌চাইটেদ)—উত্তেজিত—feeling or showing happiness (ফিলিঙ অৰ চোয়িঙ হেপীনেছ)—সুখী অনুভব কৰা বা প্রকাশ কৰা। 

(v) Suggest ( চাজেষ্ট) – প্ৰস্তাৱ কৰা— put forward an idea (পুট ফৰৱার্দ এন আইদিয়া)—এটা চিন্তা বা ধাৰণাৰ প্ৰস্তাৱ কৰা।

(vi) Promise ( প্রমিছ)—প্রতিশ্রুতি— to say that something will be done (টু চে দেত চামথিঙ উইল বি দান)—কিবা কৰা হব বুলি কোৱা ।

(vii) Ripe (ৰাইপ)—পূৰব— fully grown and ready to be eaten. ফুল্লী গ্লোউন এন্ড ৰেদী টু বি ইটেন)—পূর্ণপ্রাপ্ত হোৱা আৰু খাবলৈ তৈয়াৰ হোৱা ।

9. (b) Now, read the following sentences. Replace the underlined words by choosing one from the box to write each sentence. (নাও,ৰিদ দা ফল্ল’য়িঙ চেন্টেনচেছ। ৰিপ্লেছ দা আন্দাৰলাইনদ ওৱাৰ্দছ বাই চুজিঙ ওৱান ফ্রম দা বক্স টু ৰাইট ইচ চেন্টেনচ)—–এতিয়া তলৰ বাক্যবোৰ পঢ়া। শুদ্ধবাক্য লিখিবলৈ তলৰ আঁচটনা শব্দবোৰৰ পৰিবৰ্তে বাকচত থকা শুদ্ধ শব্দবোৰ লিখা।

wondered (ওবান্দাদ) delighted (দিলাইটেদ) ripe (ৰাইপ) treasure (ট্রেজাৰ) 

(i) There is gold and silver under the ground. (দেয়াৰ ইজ গ’ল্‌দ,  এণ্ড চিলভাৰ আন্দাৰ দা গ্রাউন্ড)—মাটিৰ তলত সোণ আৰু ৰূপ আছে। 

Ans: There is treasure under the ground. (দেয়াৰ ইজ ট্রেজাৰ আন্দাৰ দা গ্রাউন্ড)—মাটিৰ তলত সম্পত্তি আছে।

(ii) Pankaj and Rajen thought about where the treasure lay. (পংকজ এন্ড ৰাজেন থট এবাউট হোয়েব দা ট্রেজাৰ লে)—পংকজ আৰু ৰাজেনে ভাবিছিল মূল্যবান সম্পত্তি ক’ত আছে।

Ans: Pankaj and Rajen wondered where the treasure lay. (পংকজ এন্ড ৰাজেন ওৱান্দার্ড হোৱেৰ দা ট্রেজাৰ লে।)—পংকজ আৰু ৰাজেনে অবাক হৈ ভাবিলে সম্পত্তি ক’ত আছে।

(iii) Pankaj and Rajen were happy to hear about the treasure. (পংকজ এন্ড ৰাজেন ওৱেৰ হেপী টু হিয়াৰ এবাউত দা ট্রেজাৰ)—পংকজ আৰু ৰাজেন সম্পত্তিৰ বিষয়ে শুনি সুখী হৈছিল।

Ans: Pankaj and Rajen were delighted to hear about the treasure. (পংকজ এন্ড ৰাজেন ওৱেৰ দিলাইটেদ টু হিয়াৰ এবাউত দা ট্রেজাৰ)— পংকজ আৰু ৰাজেন সম্পত্তিৰ কথা শুনি বৰ আনন্দিত হৈছিল। 

(iv) Madhab saw that the paddy was fully grown and golden. (মাধৱ চ’ দেট দা পেদি ওৱাজ ফুললী গ্রৌন এন্ড গ’ল্‌দেন)—মাধৱেদ দেখিছিল যে পথাৰখনৰ ধান পূৰঠ আৰু সোণালী হৈছিল।

Ans: Madhab saw that the paddy was ripe and golden. (মাধৱ চ দেত দা পেদী ওৱাজ ৰাইপ এন্ড গ’ল্‌দেন)—মাধৱে দেখিছিল যে ধানবোৰ পকিছে আৰু সোণালী হৈ গৈছে।

10. Below are some words from the lesson, but the letters are jumbled. Spell them correctly and make sentences of your own with them (বিল’ আৰ চাম ওৱাৰ্দছ ফ্রম দা লেচন, বাট দা লেটাৰছ আৰু জাম্বলদ। স্পেল দেম কাৰেক্টলী এন্ড মেক চেন্টেনচেছ অফ ইয়’ৰ অউন উইথ দেম) — তলত তোমাৰ পাঠৰ কিছুমান শব্দ দিয়া হৈছে কিন্তু আখৰ বোৰ খেলিমেলিকৈ দিয়া আছে। সঠিক ভাৱে সেইবোৰ সজোৱা। আৰু নিজৰ ভাষাৰে বাক্য বনোৱা।

Ans: (a) Ghdleteid—Delighted (ডিলাইটেদ)—আনন্দিত। 

→ I am delighted to see a beautiful bird. (আই এম দিলাইটেদ্ টু চি এ বিউটিফুল বাদ) —মই সুন্দৰ চৰাইটো দেখি বৰ আনন্দিত হলোঁ। 

(b) Srtauere —Treasure (ট্রেজাৰ)—সম্পত্তি।

→ They have some treasure in the chest. (দে হেভ চাম ট্ৰেজাৰ ইন দা চেছট্)— সিহঁতৰ চিন্দুকত কিছুমান সম্পত্তি সঞ্চিত হৈ আছে। 

(c) Rpomsei —Promise (প্রমিছ)— প্রতিশ্রুতি।

 → He kept his promise. (হি কেপ্ট হিজ প্ৰমিছ) — সি তাৰ প্ৰতিশ্ৰুতি ৰাখিছিল।

(d) Nwored—Wonder (ওৱান্দাৰ)—অবাক/বিস্ময় !

→ ‘What a marvellous goal scored by Ronaldo’, they wondered. (‘হোৱাত এ মাৰভেলাছ গোল স্ক’ৰদ বাই ৰোনাল্‌দ’ দে ওৱান্দাৰ্দ)—’ৰোনাল্‌দ’ কি সুন্দৰ গোল কৰিছিল’, সিহঁতে বিস্ময় প্রকাশ কৰিছিল। 

11. Fill in the gaps with letters to make words from the story: (ফিল ইন দা গেপছ উইথ লেটাৰৰ্ছ টু মেক ওৱাদছ ফ্রম দা ষ্ট’ৰী)—গল্পত থকা শব্দবোৰৰ আখৰবোৰকলৈ খালী ঠাই বোৰ পূৰণ কৰা।

Ans: 

paddy (পেদী) –ধানগছ 

field (ফিল্ড) – পথাৰ 

dig (দিগ) – খান্দা 

plant (প্লেন্ট)–গছপুলি 

ground (গ্রাউন্দ)–মাটি 

proud (প্রাউদ)–গর্বিত 

lazy (লেজী)–এলেহুৱা

L
AF
ZPI
PADDYRE
LIOL
AGROUND
ND
T 

12. Fill in the blanks with these words and complete the sentences. You may use a word more than once. (ফিল ইন দা ব্লেংকছ উইথ দিজ ওৱার্দছ এন্ড কমপ্লিত দা চেন্টেনছেছ। ইউ মে ইউজ এ ওৱার্দ মোৰ দেন ওৱানচ)—এই শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাইবোৰ পূৰ কৰা আৰু বাক্যবোৰ সম্পূৰ্ণ কৰা। তুমি এটা শব্দ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰা।

Now therefore and next so    but

Ans: (a) Summers are hot but winters are cold. (চামাৰ্চ আৰ হট বাট উইন্টাৰেছ আৰু কোল্‌দ) – জহকালি গৰম কিন্তু জাকালি ঠান্ডা।

(b) We couldn’t find treasure in the field, so we planted seeds. (উই কুদ নট ফাইন্দ দা ট্রেজাৰ ইন দা ফিল্‌দ, চো উই প্লেন্টেদ চিদ) —আমি সম্পত্তি বিচাৰি নাপালো, গতিকে আমি বীজ ৰোপণ কৰিলো।

(c) The paddy was ripe and golden. Therefore, Madhab took Pankaj and Rajen to the field. (দা পেদী ওৱাজ ৰাইপ এন্ড গ’ল্‌দেন। দিয়াৰফৰ, মাধব টুক পংকজ এন্ড ৰাজেন টু দা ফিল্‌দ) —শস্যবোৰ পকিছে আৰু সোণালী হৈছে। সেই কাৰণে মাধৱে, পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল।

 (d) Pankaj and Rajen worked hard, so they became rich. (পংকজ এন্ড ৰাজেন ওৱাৰ্ক হার্দ চো দে বিকেম ৰিচ)—পংকজ আৰু ৰাজেনে কঠোৰ পৰিশ্ৰম কৰিছিল সেইকাৰণে সিহঁত ধনী হৈছিল।

(e) At first the farmer dug the field. Next he sowed the seeds. (এট ফার্স্ট দা ফাৰ্মাৰ দাগ দা ফিল্‌দ। নেক্সট হি চোদ দা চীদচ্) – প্রথমে খেতিয়ক জনে পথাৰ খন খান্দিছিল। তাৰ পিছত বীজ ৰোপণ কৰিছিল।)

(f) Pankaj was lazy earlier but now he is hardworking. (পংকজ ওৱাজ লেজী আর্নিয়াৰ বাট নাও হি ইজ হার্দ ওৱাৰ্কীঙ) — পংকজ প্রথমে এলেহূৱা আছিল কিন্তু এতিয়া সি কঠোৰ পৰিশ্ৰমী।

13. Rewrite the sentences correctly (ৰিৰাইট দা চেন্টেনছেছ কাৰেক্টলী)—বাক্যবোৰ সঠিকভাবে পুনৰ লিখা।

(a) We must dig down the field at once. (উই মাষ্ট দিগ ডাউন দা ফিল্ড এট ওৱাঞ্চ)।

Ans: We must dig up the field at once. (উই মাষ্ট দিগ আপ দা ফিল্ড এট ওৱাঞ্চ)—আমি এতিয়াই পথাৰৰ মাটিখন খান্দিব লাগিব।

(b) There’s treasure hidden above the ground. (দেয়াৰ ইজ ট্রেজাৰ হিদেন এবভ দা গ্রাউন্ড)।

Ans: There’s treasure hidden under the ground. (দেয়াৰ ইজ ট্রেজাৰ হিদেন আন্দাৰ দা গ্রাউন্ড)—মাটিৰ তলত সম্পত্তি লুকাই থোৱা আছে।

(c) I am proud in you. (আই এম প্রাউদ ইন ইউ)

Ans: I am proud of you. (আই এম প্রাউদ অফ্ ইউ)—মই তোমাৰ কাৰণে গর্বিত।

(d) How are the beautiful crops ! (হাউ আৰ দা বিউতীফুল ক্ৰপছ)। 

Ans: How beautiful the crops are ! (হাউ বিউতীফুল দি ক্রপছ আৰ !)—ফচলবোৰ কি ধুনীয়া !

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top