Class 12 Swadesh Adhyayan Important Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Class 12 Swadesh Adhyayan Important Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Swadesh Adhyayan Important Solutions Assamese Medium and select need one. Class 12 Swadesh Adhyayan Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Swadesh Adhyayan.

Class 12 Swadesh Adhyayan Important Chapter 10 ভাৰতৰ পাৰিপার্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Swadesh Adhyayan Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Swadesh Adhyayan Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 10

দ্বিতীয় ভাগঃ বুৰঞ্জী
IMPORTANT QUESTION AND ANSWER

১। অসমৰ ইতিহাসত কেতিয়া দুটা প্ৰলয়ংকাৰী ভূমিকম্প ঘটিছিল?

উত্তৰঃ ১৮৯৭ আৰু ১৯৫০ চনত অসমত দুটা প্ৰলয়ংকাৰী ভূমিকম্প ঘটিছিল।

২। ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্পৰ প্রাবল্য কিমান আছিল?

উত্তৰঃ ১৮৯৭ চনৰ ভূমিকম্পৰ প্রাবল্য ৮.৭ আৰু ১৯৫০ চনৰ ভূমিকম্পৰ প্রাবল্য ৮.৬ ৰিখটাৰ স্কেল আছিল।

৩। বানপানীৰ ফলত অসমৰ কোন দিশবোৰ ক্ষতিগ্রস্ত হয়?

উত্তৰঃ বানপানীৰ ফলত অসমৰ ভূ-প্রাকৃতিক অৱয়ব, পৰিৱেশ আৰু আৰ্থ-সামাজিক দিশ ক্ষতিগ্রস্ত হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ব্ৰহ্মপুত্ৰ নদীৰ পৃষ্ঠভূমি কিয় ওপৰলৈ উঠি আহিছে?

উত্তৰঃ ১৯৫০ চনৰ ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পৃষ্ঠভূমি ওপৰলৈ উঠি আহিছে।

৫। স্বাধীনতাৰ পিছত কোন তিনিটা বছৰত অসমত প্ৰধান ভূমিকম্প হৈছিল?

উত্তৰঃ স্বাধীনতাৰ পিছত ১৯৪৭, ১৯৫০ আৰু ১৯৮৮ চনত অসমত প্ৰধান ভূমিকম্প হৈছিল।

৬। অসম কোন কাৰণবশতঃ বিপদসংকুল ৰাজ্য হিচাপে গণ্য হয়?

উত্তৰঃ ভৌগোলিক অৱস্থান, দুর্বল আৰ্থ-সামাজিক পৰিৱেশ, পৰিৱেশ আৰু জলবায়ুৰ সঘন পৰিৱর্তনৰ কাৰণে বিপদসংকুল ৰাজ্য হিচাপে গণ্য হয়।

৭। অসমত তাপমাত্ৰাৰ বাৰ্ষিক গড় কিমান ছেলছিয়াছ বৃদ্ধি হৈছে?

উত্তৰঃ অসমত তাপমাত্ৰাৰ বাৰ্ষিক গড় ০.৫৯° ছেলছিয়াছ (১৯৫১-২০১০) পর্যন্ত বৃদ্ধি হৈছে।

৮। ২০৫০ চনত অসমৰ তাপমাত্ৰা কিমান বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে?

উত্তৰঃ ২০৫০ চনত অসমৰ তাপমাত্ৰা ১.৭-২.২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

৯। অসমে ভাৰতৰ সৰ্বমুঠ ভৌগোলিক এলেকাৰ কিমান শতাংশ সামৰি ৰাখিছে?

উত্তৰঃ অসমে ভাৰতৰ সৰ্বমুঠ ভৌগোলিক এলেকাৰ ২.৩৯ শতাংশ সামৰি ৰাখিছে।

১০। ১৯৬৯ চনত অসমৰ ভৌগোলিক এলেকা কিমান শতাংশ আছিল?

উত্তৰঃ ১৯৬৯ চনত অসমৰ ভৌগোলিক এলেকা ২৬.৫০ শতাংশ আছিল।

১১। অসমত প্ৰাকৃতিক দুর্যোগৰ প্ৰধান দুইটা কাৰণ কি?

উত্তৰঃ অসমত প্ৰাকৃতিক দুর্যোগৰ প্ৰধান দুইটা কাৰণ হ’ল- বানপানী আৰু গৰাখহনীয়া।

১২। এপিক’ শব্দৰ অৰ্থ কি?

উত্তৰঃ এপিক’ শব্দৰ অৰ্থ হ’ল- এজন ব্যক্তিয়ে এজোপা গছক মৰমেৰে সাৱটি ধৰা হেঁপাহ বা প্রেম।

১৩। এপিক’ আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ এপিক’ আন্দোলন ১৯৮৩ চনত আৰম্ভ হৈছিল।

১৪। এপিক’ আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰঃ এপিক’ আন্দোলন পাণ্ডুৰাজ গেড়ে আৰম্ভ কৰিছিল।

১৫। নীবৰ উপত্যকা আন্দোলনৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ নীৰব উপত্যকাৰ চিৰসেউজ বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা কৰাই আছিল মূল উদ্দেশ্যে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top