Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ

Join Telegram channel

Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ and select needs one.

Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ Solutions for All Subject, You can practice these here…

ভাৰতৰ বৈদেশিক সম্বন্ধ

পাঠ: ৪

দ্বিতীয় খণ্ড

অতি চমু প্রশ্নোত্তৰ ( মূল্যাংক ১ ) 

প্রশ্ন ১। আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ কেপ্তেইন সােহান সিং । 

প্রশ্ন ২। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে ? 

উত্তৰঃ ৫১ নং অনুচ্ছেদত । 

প্রশ্ন ৩। ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন ? 

উত্তৰঃ জৱাহৰলাল নেহৰু । 

প্রশ্ন ৪। গােলকীয় স্তৰত দুটা ৰাষ্ট্ৰ গােট বা নেতৃত্ব দিয়া মহাশক্তিধৰ দুই দেশৰ নাম লখা । 

উত্তৰঃ আমেৰিকা আৰু ছােভিয়েট ৰাছিয়া । 

প্রশ্ন ৫। কোন বছৰত চীনে তিব্বতক চামিল কৰি লয় ? 

উত্তৰঃ ১৯৫০ চনত । 

প্রশ্ন ৬। NEFA ই কি সূচায় ? 

উত্তৰঃ North East Frontier Agency . 

প্রশ্ন ৭। চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১৯৬২ চনত । 

প্রশ্ন ৮ঃ নেহৰুৰ পিছত চীন ভ্রমণ কৰা প্রথমগৰাকী প্রধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ ৰাজীৱ গান্ধী । 

প্রশ্ন ৯। ১৯৬৬ চনত লাল বাহাদুৰ শাস্ত্রী আৰু জেনেৰেল আয়ুব খানৰদ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি ? 

উত্তৰঃ টাচকেণ্ট চুক্তি । 

প্রশ্ন ১০। কোন চনত বাংলাদেশ যুদ্ধ আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৯৭১ চনত ।

প্রশ্ন ১১। ছিমলা চুক্তি কেতিয়া হৈছিল ? 

উত্তৰঃ ১৯৭২ চনত । 

প্রশ্ন ১২। চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন চনত মেক মােহন ৰেখা নির্ধাৰণ কৰা হৈছিল ? 

উত্তৰঃ ১৯১৪ চনত । 

প্রশ্ন ১৩। কাশ্মীৰ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল ? 

উত্তৰঃ পাকিস্তানে । 

প্রশ্ন ১৪। প্ৰথমখন গােষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ বেলগ্রেড়ত । 

প্রশ্ন ১৫। বৈদেশিক নীতি বুলিলে কি বুজা ? 

উত্তৰঃ বৈদেশিক নীতি হ’ল স্বাধীন ৰাষ্ট্ৰসমূহৰ মাজত সম্পর্ক পৰিচালনা কৰা নীতি । 

প্রশ্ন ১৬। ভাৰতৰ বৈদেশিক নীতিৰ মূলনীতি এটা লিখা । 

উত্তৰঃ শান্তি । 

প্রশ্ন ১৭। শুদ্ধ শব্দটো কোৱা 

( ক ) গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন শীর্ষ সন্মিলন ( NAM ) ১৯৬০/১৯৬১/১৯৬২ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল । 

উত্তৰঃ ১৯৬১ চনত । 

( খ ) পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ( পাকিস্তান / চীন / মার্কিন যুক্তৰাষ্ট্ৰৰ ) 

উত্তৰঃ চীন ।

( গ ) কার্গিল বিবাদ সৃষ্টি হৈছিল ( ১৯৯৮/১৯৯৯/২০০০ ) চনৰ মে আৰু জুন মাহৰ  ভিতৰত ।

উত্তৰঃ ১৯৯৯ চনত । 

( ঘ ) জনতা পাৰ্টীৰ চৰকাৰ ক্ষমতালৈ আহিছিল ( ১৯৭৬/১৯৭৭/১৯৭৮ ) চনত । 

উত্তৰঃ ১৯৭৭ চনত । 

( ঙ ) ছিমলা চুক্তিত কোনে স্বাক্ষৰ কৰিছিল ?

( ক ) ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো । 

( খ ) দালাইলামা আৰু ইন্দিৰা গান্ধী । 

( গ ) জৱাহৰলাল নেহৰু আৰু মিঃ ভূট্টো । 

উত্তৰঃ ( ক ) ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো । 

প্রশ্ন ১৮। বৈদেশিক নীতিৰ উপাদানসমূহ কি কি ? উত্তৰঃৰাষ্ট্রীয় স্বার্থ আৰু নিৰাপত্তা ।

প্রশ্ন ১৯। ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ এটা প্রধান বিষয় কি ? 

উত্তৰঃ কাশ্মীৰ বিষয় । 

প্রশ্ন ২০। ছিমলা চুক্তিত কোনে স্বাক্ষৰ কৰিছিল ? 

উত্তৰঃ ইন্দিৰা গান্ধী আৰু মিঃ ভূট্টো । 

প্রশ্ন ২১। ভাৰতীয় জাতীয় সৈন্যবাহিনীৰ প্রতিষ্ঠাতা কোন আছিল ? 

উত্তৰঃ নেতাজী সুভাষ চন্দ্র বসু । 

প্রশ্ন ২২। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতিসমূহ আছে ? 

উত্তৰঃ ৫১ নং অনুচ্ছেদত । 

প্রশ্ন ২৩। NEDA- ৰ সম্পূর্ণ নামটো লিখা । 

উত্তৰঃ North – East Democratic Allience .

প্রশ্ন ২৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

( ক ) গােষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন বেলগ্রেডত ১৯৬০ / ১৯৬১ / ১৯৬২ চনত হৈছিল । 

উত্তৰঃ ১৯৬১ চনত । 

( খ ) ১৯৯৮/১৯৯৯/২০০০ চনৰ ভিতৰত কার্গিল যুদ্ধ হৈছিল ? 

উত্তৰঃ ১৯৯৯ চনত । 

( গ ) জনতা পাৰ্টীৰ চৰকাৰ ১৯৭৬/১৯৭৭/১৯৭৮ চনত ক্ষমতালৈ আহিছিল । 

উত্তৰঃ ১৯৭৭ চনত । 

প্রশ্ন ২৫। ভাৰতে কেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল ? 

উত্তৰঃ ১৯৭৪ চনত । 

প্রশ্ন ২৬। খালী ঠাই পূৰণ কৰা :

( ক ) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু ………..ৰ মাজত । 

উত্তৰঃ পাকিস্তানৰ মাজত । 

( খ ) ভাৰতে প্রথম পাৰমাণবিক বিস্ফোরণ ঘটায় ………চনত । 

উত্তৰঃ ১৯৭৪ চনৰ মে ‘ মাহত । 

( গ ) কার্গিল বিবাদ সংঘটিত হৈছিল …………ৰ মে’আৰু ………..ৰ মাজত । 

উত্তৰঃ ১৯৯৯ চনৰ মে আৰু জুনৰ মাজত । 

( ঘ ) বাংলাদেশে এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে মূৰ দাঙি উঠে ………..ত । 

উত্তৰঃ ১৯৭১ চনত । 

( ঙ ) ……….. ত চীনে আকস্মিকভাবে ভাৰতৰ ওপৰত আক্রমণ কৰে । 

উত্তৰঃ ১৯৬২ চনত ।

See Next Page…

1 thought on “Class 12 Political Science Chapter – 13 ভাৰতৰ বৈদেশিক সম্বন্ধ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top