Class 12 History MCQ Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা)

Class 12 History MCQ Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা) Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা) and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্য খৃঃ ১৬-১৭শ শতিকা)

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 9

খ অংশ: মধ্য যুগৰ বুৰঞ্জী

১। ১৬-১৭শ শতিকাত ভাৰতৰ প্ৰায় কিমান শতাংশ লোক গাঁওত বাস কৰিছিল?

(ক) ৬৫%

(খ) ৭৫%

(গ) ৮৫%

(ঘ) ৯৫%

উত্তৰঃ (গ) ৮৫%

২। আইন-ই-আকবৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

(ক) বদায়ুনী।

(খ) আবুল ফজল।

(গ) আমিৰ খুঁজ্ৰু।

(ঘ) ফিৰদৌছী।

উত্তৰঃ (খ) আবুল ফজল।

৩। ১০ একৰ ভূমি থকা কৃষকসকলক কি আখ্যা দিয়া হৈছিল?

(ক) মধ্যবিত্ত।

(খ) ধনী।

(গ) গৰিব।

(ঘ) কিষাণ।

উত্তৰঃ (খ) ধনী।

৪। কম বৰষুণ হোৱা অঞ্চলত কি কি শস্যৰ খেতি কৰা হৈছিল?

(ক) ধান আৰু জেৰা।

(খ) ঘেঁহু আৰু মাহ।

(গ) সৰিয়হ আৰু তিল।

(ঘ) গোমধান আৰু জোণাকী।

উত্তৰঃ (খ) ঘেঁহু আৰু মাহ।

৫। ছাহ নাহাৰৰ দৈৰ্ঘ্য কিমান মাইল আছিল?

(ক) ৭০ মাইল।

(খ) ৭৫ মাইল।

(গ) ৭৮ মাইল।

(ঘ) ৮০ মাইল।

উত্তৰঃ (গ) ৭৮ মাইল।

৬। পাৰ্টীয়ান চকা কোন বস্তুৰে তৈয়াৰ কৰা হৈছিল?

(ক) কাঠ আৰু পাথৰ।

(খ) কাঠ, বচী আৰু মাটিৰ কলহ।

(গ) লোহা আৰু বাঁহ।

(ঘ) লোহা আৰু কাঠ।

উত্তৰঃ (খ) কাঠ, বচী আৰু মাটিৰ কলহ।

৭। পাৰ্টীয়ান চকাত পানী তোলাৰ বাবে কোন প্ৰাণীক ব্যৱহাৰ কৰা হৈছিল?

(ক) ঘোঁৰা।

(খ) গৰু।

(গ) ষাঁড়গৰু।

(ঘ) হাতী।

উত্তৰঃ (গ) ষাঁড়গৰু।

৮। শস্যক ঋতুৰ ভিত্তিত কেইটা ভাগত ভাগ কৰা হৈছিল?

(ক) এটা ভাগত।

(খ) দুটা ভাগত।

(গ) তিনিটা ভাগত।

(ঘ) চাৰিটা ভাগত।

উত্তৰঃ (খ) দুটা ভাগত।

৯। আইন-ই-আকবৰী মতে আগ্ৰাত কেইবিধ শস্য উৎপন্ন হৈছিল?

(ক) ২৫ বিধ।

(খ) ৩০ বিধ।

(গ) ৩৯ বিধ।

(ঘ) ৪৫ বিধ।

উত্তৰঃ (গ) ৩৯ বিধ।

১০। ভেলাসকলে বৰ্ষাকালত কি কৰিছিল?

(ক) মাছ ধৰিছিল।

(খ) খেতি কৰিছিল।

(গ) বাণিজ্য কৰিছিল।

(ঘ) শিকাৰ কৰিছিল।

উত্তৰঃ (খ) খেতি কৰিছিল।

১১। কিমান খ্ৰীষ্টাব্দত আইন-ই-আকবৰী গ্ৰন্থখন সম্পূর্ণ কৰা হৈছিল?

(ক) ১৫৯০ খ্ৰীঃ

(খ) ১৫৯৫ খ্ৰীঃ

(গ) ১৫৯৮ খ্ৰীঃ

(ঘ) ১৬০০ খ্ৰীঃ

উত্তৰঃ (গ) ১৫৯৮ খ্ৰীঃ

১২। আকবৰ নামা গ্ৰন্থখন মুঠ কেইটা খণ্ডত বিভক্ত?

(ক) দুটা খণ্ডত।

(খ) তিনিটা খণ্ডত।

(গ) চাৰিটা খণ্ডত।

(ঘ) পাঁচটা খণ্ডত।

উত্তৰঃ (খ) তিনিটা খণ্ডত।

১৩। আকবৰ নামাৰ তৃতীয় খণ্ডৰ নাম কি?

(ক) বাবৰ নামা।

(খ) আইন-ই-আকবৰী।

(গ) হুমায়ুন নামা।

(ঘ) মুল্ক আবাদী।

উত্তৰঃ (খ) আইন-ই-আকবৰী

১৪। ‘মুল্ক আবাদী’ত কেইখন প্ৰদেশৰ বিৱৰণ আছে?

(ক) ১০খন।

(খ) ১২খন।

(গ) ১৫খন।

(ঘ) ২০খন।

উত্তৰঃ (খ) ১২খন।

১৫। আইন-ই-আকবৰী গ্ৰন্থখন কেইবাৰ সংশোধন কৰা হৈছিল?

(ক) তিনিবাৰ।

(খ) চাৰিবাৰ।

(গ) পাঁচবাৰ।

(ঘ) ছয়বাৰ।

উত্তৰঃ (গ) পাঁচবাৰ।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top