⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 12 History MCQ Chapter 10 সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ, ১৬শ-১৭শ শতিকা

Class 12 History MCQ Chapter 10 সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ, ১৬শ-১৭শ শতিকা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 10 সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ, ১৬শ-১৭শ শতিকা and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 10 সম্রাট আৰু ইতিহাস, মোগল দৰবাৰ, ১৬শ-১৭শ শতিকা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 10

খ অংশ: মধ্য যুগৰ বুৰঞ্জী

১। “মোগল” শব্দটো ক’ৰ পৰা আহিছে?

(ক) মংগোল শব্দৰ পৰা।

(খ) মুঘল শব্দৰ পৰা।

(গ) তুৰ্কী শব্দৰ পৰা।

(ঘ) ফাৰ্চী শব্দৰ পৰা।

উত্তৰঃ (ক) মংগোল শব্দৰ পৰা।

২। মোগল শাসকসকলে নিজকে কি বুলি কৈছিল?

(ক) মোগল।

(খ) টাইমৰী।

(গ) মুমল।

(ঘ) মংগোল।

উত্তৰঃ (খ) টাইমৰী।

৩। মোগল সাম্রাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

(ক) হুমায়ুন।

(খ) আকবৰ।

(গ) বাবৰ।

(ঘ) ঔৰংগজেৱ।

উত্তৰঃ (গ) বাবৰ।

৪। কিমান খ্ৰীঃত পাণিপথৰ প্ৰথম যুদ্ধ হৈছিল?

(ক) ১৫২৫ খ্ৰীঃত।

(খ) ১৫৩৯ খ্ৰীঃত।

(গ) ১৫৩০ খ্ৰীঃত।

(ঘ) ১৫২৬ খ্ৰীঃত।

উত্তৰঃ (ঘ) ১৫২৬ খ্ৰীঃত।

৫। হুমায়ুন কেতিয়া দিল্লী পুনৰ অধিকাৰ কৰিছিল?

(ক) ১৫৩৯ খ্ৰীঃত।

(খ) ১৫৫০ খ্ৰীঃত।

(গ) ১৫৫৫ খ্ৰীঃত।

(ঘ) ১৫৫৬ খ্ৰীঃত।

উত্তৰঃ (গ) ১৫৫৫ খ্ৰীঃত।

৬। ঔৰংগজেৱৰ মৃত্যুৰ পিছত মোগল সাম্রাজ্যৰ শক্তি –

(ক) হ্ৰাস পায়।

(খ) অটুট থাকে।

(গ) বৃদ্ধি পায়।

(ঘ) পুনৰ বিস্তাৰ পায়।

উত্তৰঃ (ক) হ্ৰাস পায়।

৭। মোগল ইতিহাসবিদসকলে ৰচিত ইতিহাসক আধুনিক ইংৰাজী ভাষাৰ ইতিহাসবিদসকলে কি বুলি ক’লে?

(ক) ইতিহাস।

(খ) প্ৰাচীন দলিল।

(গ) ত্রুণিকল।

(ঘ) দস্তাবেজ।

উত্তৰঃ (গ) ত্রুণিকল।

৮। আকবৰ নামা গ্ৰন্থখনত প্ৰায় কেইখন সম্পূর্ণ বা দুই পৃষ্ঠাজোৰা চিত্র আছে?

(ক) ৫০০খন।

(খ) ৮০০খন।

(গ) ১০০০খন।

(ঘ) ১৫০০খন।

উত্তৰঃ (ঘ) ১৫০০খন।

৯। আকবৰ নামাৰ লিখক কোন আছিল?

(ক) আবুল ফজল।

(খ) বাদশাহ নামা।

(গ) বীৰ সিং বুন্দেলা।

(ঘ) সম্রাট আকবৰ।

উত্তৰঃ (ক) আবুল ফজল।

১০। আবুল ফজল কি কি বিষয়ে বিস্তৃত অধ্যয়ন কৰিছিল?

(ক) আৰবী, ফাৰচী, গ্রীক দর্শন আৰু চুফীবাদ।

(খ) আৰবী, লাতিন, হিন্দী আৰু গ্ৰীক ভাষা।

(গ) ফাৰচী, গণিত, জ্যোতিষ আৰু ইতিহাস।

(ঘ) তুৰ্কী, চীনা, গ্ৰীক আৰু ধৰ্মীয় শাস্ত্ৰ।

উত্তৰঃ (ক) আৰবী, ফাৰচী, গ্রীক দর্শন আৰু চুফীবাদ।

১১। আবুল ফজল আকবৰ নামা লিখিবলৈ কিমান বছৰ সময় লৈছিল?

(ক) ৭ বছৰ।

(খ) ১০ বছৰ।

(গ) ১৩ বছৰ।

(ঘ) ১৫ বছৰ।

উত্তৰঃ (গ) ১৩ বছৰ।

১২। আবুল ফজলক কোনে ষড়যন্ত্র কৰি হত্যা কৰিছিল?

(ক) আকবৰ।

(খ) বীৰ সিং বুন্দেলা।

(গ) জাহাংগীৰ।

(ঘ) বাদশাহ জফৰ।

উত্তৰঃ (খ) বীৰ সিং বুন্দেলা।

১৩। মোগল সাম্রাজ্যৰ প্ৰাণকেন্দ্র কি আছিল?

(ক) ৰাজসভা।

(খ) ৰাজধানী নগৰ।

(গ) ৰাজস্ব বিভাগ।

(ঘ) দৰবাৰৰ সভাসদ।

উত্তৰঃ (খ) ৰাজধানী নগৰ।

১৪। মোগল ৰাজধানী সঘনাই পৰিৱৰ্তন কৰা আৰম্ভ হৈছিল কোন যুগত?

(ক) ১৫শ শতিকাত।

(খ) ১৬-১৭শ শতিকাত।

(গ) ১৮শ শতিকাত।

(ঘ) ১৯শ শতিকাত।

উত্তৰঃ (খ) ১৬-১৭শ শতিকাত।

১৫। বাবৰে কেতিয়া আগ্ৰা অধিকাৰ কৰিছিল?

(ক) ১৫১৬ খ্ৰীঃত।

(খ) ১৫২০ খ্ৰীঃত।

(গ) ১৫২৬ খ্ৰীঃত।

(ঘ) ১৫৩০ খ্ৰীঃত।

উত্তৰঃ (গ) ১৫২৬ খ্ৰীঃত।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top