adplus-dvertising

Class 12 History MCQ Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা

Class 12 History MCQ Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 11 উপনিৱেশবাদ আৰু গ্ৰাম্য সমাজ চৰকাৰী মহাফেজখানা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 11

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। কিমান শতিকাত ইংলণ্ডত শিল্প বিপ্লব আৰম্ভ হৈছিল?

(ক) পঞ্চম শতিকা।

(খ) ষষ্ঠ শতিকা।

(গ) অষ্টাদশ শতিকা।

(ঘ) একবিংশ শতিকা।

উত্তৰঃ (গ) অষ্টাদশ শতিকা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। উপনিবেশবাদৰ মূল উদ্দেশ্য হ’ল –

(ক) বিদ্যা বিস্তাৰ।

(খ) বৈজ্ঞানিক গৱেষণা।

(গ) সমাজ সংস্কাৰ।

(ঘ) পৰসম্পদ লুণ্ঠন।

উত্তৰঃ (ঘ) পৰসম্পদ লুণ্ঠন।

৩। কোনটো যুদ্ধই ভাৰতত বৃটিছ সাম্ৰাজ্য স্থাপনৰ পথ খুলিলে?

(ক) পলাশী যুদ্ধ।

(খ) হালদিঘাট যুদ্ধ।

(গ) পানিপত যুদ্ধ।

(ঘ) বক্সাৰ যুদ্ধ।

উত্তৰঃ (ক) পলাশী যুদ্ধ।

৪। ইংলণ্ডৰ শিল্প বিপ্লৱৰ প্ৰভাৱত বৃটিছ সাম্ৰাজ্যবাদৰ কি আৰম্ভ হয়?

(ক) পতন।

(খ) জয়যাত্রা।

(গ) বিৰোধিতা।

(ঘ) আত্মসমৰ্পণ।

উত্তৰঃ (খ) জয়যাত্রা।

৫। কিমান খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্য আৰম্ভ কৰিছিল?

(ক) ১৫৯৮ খ্ৰীষ্টাব্দত।

(খ) ১৬০০ খ্ৰীষ্টাব্দত।

(গ) ১৬১৪ খ্ৰীষ্টাব্দত।

(ঘ) ১৭৬৫ খ্ৰীষ্টাব্দত।

উত্তৰঃ (খ) ১৬০০ খ্ৰীষ্টাব্দত।

৬। কিমান খ্ৰীষ্টাব্দত পলাছীৰ যুদ্ধ কেতিয়া হৈছিল?

(ক) ১৬১২ খ্ৰীষ্টাব্দত।

(খ) ১৭০৭ খ্ৰীষ্টাব্দত।

(গ) ১৭৫৭ খ্ৰীষ্টাব্দত।

(ঘ) ১৮৫৭ খ্ৰীষ্টাব্দত।

উত্তৰঃ (গ) ১৭৫৭ খ্ৰীষ্টাব্দত।

৭। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম ৰাজনৈতিক সুবিধা ক’ত লাভ কৰিছিল?

(ক) বংগপ্ৰদেশত।

(খ) উত্তৰ ভাৰতত।

(গ) পাঞ্জাৱত।

(ঘ) দক্ষিণাট্যত।

উত্তৰঃ (ঘ) দক্ষিণাট্যত।

৮। চিৰস্থায়ী বন্দোবস্তৰ নীতি কাক গবৰ্ণৰ হিচাপে নিযুক্ত কৰি প্ৰবর্তন কৰা হৈছিল?

(ক) ৱাৰেন হেষ্টিংচ।

(খ) লৰ্ড ক্লাইভ।

(গ) লৰ্ড কর্ণৱালিচ।

(ঘ) লৰ্ড ডালহৌচি।

উত্তৰঃ (গ) লৰ্ড কর্ণৱালিচ।

৯। কোনখন আইন ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত বৃটিছ চৰকাৰৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰিছিল?

(ক) ৰেগুলেটিং আইন।

(খ) পীটছ ইণ্ডিয়া আইন।

(গ) চার্টাৰ আইন।

(ঘ) ভাৰত শাসন আইন।

উত্তৰঃ (খ) পীটছ ইণ্ডিয়া আইন।

১০। কোনজন শাসকৰ সময়ত কোম্পানীৰ শাসন অধিক কেন্দ্রীভূত হৈছিল?

(ক) ৱাৰেন হেষ্টিংচ।

(খ) লৰ্ড ৰিপন।

(গ) লৰ্ড ৱেলেছলি।

(ঘ) লৰ্ড কৰ্ণৱালিচ।

উত্তৰঃ (ক) ৱাৰেন হেষ্টিংচ।

১১। ফ্রেসিচ বুকানন কোনজন গবৰ্ণৰৰ ব্যক্তিগত চিকিৎসক আছিল?

(ক) লর্ড কার্নৱালিচ।

(খ) লর্ড হেষ্টিংচ।

(গ) লর্ড ডালহৌচি।

(ঘ) লর্ড ৱেলেছলি।

উত্তৰঃ (ঘ) লর্ড ৱেলেছলি।

১২। ফ্রেসিচ বুকাননে কোনখন জৰীপ অঞ্চল সম্পৰ্কে গুৰুত্বপূৰ্ণ দলিল ৰচনা কৰিছিল?

(ক) বিহাৰ।

(খ) কলকাতা।

(গ) অসম।

(ঘ) উৰিষ্যা।

উত্তৰঃ (গ) অসম।

১৩। ৰায়তৱাৰী ব্যৱস্থাৰ অধীনত চৰকাৰে ৰাজহ সংগ্ৰহ কৰিছিল –

(ক) জমিদাৰৰ জৰিয়তে।

(খ) জোটদাৰৰ হাতেদি।

(গ) বণিক সংঘৰ মাধ্যমে।

(ঘ) খেতিয়কৰ লগত প্রত্যক্ষ চুক্তিৰ মাধ্যমে।

উত্তৰঃ (ঘ) খেতিয়কৰ লগত প্রত্যক্ষ চুক্তিৰ মাধ্যমে।

১৪। কিমান চনৰ পৰা প্ৰায়বোৰ অঞ্চল সামৰি বৃটিছ চৰকাৰে ত্ৰিছ বছৰৰ বাবে ৰায়তৰ লগত প্রত্যক্ষ চুক্তি সম্পাদন কৰিছিল?

(ক) ১৮৫৭ চনৰ পৰা।

(খ) ১৭৯৩ চনৰ পৰা।

(গ) ১৮৬১ চনৰ পৰা।

(ঘ) ১৮৮৫ চনৰ পৰা।

উত্তৰঃ (গ) ১৮৬১ চনৰ পৰা।

১৫। ‘Principles of Economy’ গ্ৰন্থখন কোনে লিখিছিল?

(ক) অ্যাডাম স্মিথ।

(খ) ডেভিড ৰিকাৰ্ডো।

(গ) মাৰ্ক্স।

(ঘ) কীনেছ।

উত্তৰঃ (খ) ডেভিড ৰিকাৰ্ডো।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top