adplus-dvertising

Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ

Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 12 ১৮৫৭-ৰ বিদ্ৰোহ, ইয়াৰ স্বৰূপ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 12

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। বৃটিছ সামৰিক বাহিনীত কোনটো নতুন ৰাইফল ব্যৱহাৰ কৰা হৈছিল?

(ক) বোম্বে ৰাইফল।

(খ) লংগৰ ৰাইফল।

(গ) এনফিল্ড ৰাইফল।

(ঘ) দিল্লী ৰাইফল।

উত্তৰঃ (গ) এনফিল্ড ৰাইফল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কাৰ্টিজত থকা চৰ্বি কোনখন জনজাতিৰ ধৰ্মীয় বিশ্বাস ভংগ কৰিছিল?

(ক) শিখ আৰু বৌদ্ধ।

(খ) হিন্দু আৰু মুছলমান।

(গ) খ্ৰীষ্টান আৰু মুছলমান।

(ঘ) হিন্দু আৰু জৈন।

উত্তৰঃ (খ) হিন্দু আৰু মুছলমান।

৩। কোনজন চিপাহীক মন্দিৰ বিকৃতিৰ সন্দেহত এজন বিষয়া গুলীয়াইছিল?

(ক) ৰাম সিং।

(খ) মংগল পাণ্ডে।

(গ) কনকলতা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মংগল পাণ্ডে।

৪। ১৮৫৭ চনৰ ১০ মে’ত বিদ্রোহ ক’ত আৰম্ভ হৈছিল?

(ক) দিল্লী।

(খ) কানপুৰ।

(গ) মীৰাট।

(ঘ) লক্ষ্ণৌ।

উত্তৰঃ (গ) মীৰাট।

৫। কিমান চনত কোঁৱৰ সিঙৰ জন্ম হৈছিল?

(ক) ১৮৫৭ চনত।

(খ) ১৮২২ চনত।

(গ) ১৭৭৫ চনত।

(ঘ) ১৭৮২ চনত।

উত্তৰঃ (ঘ) ১৭৮২ চনত।

৬। তন্তীয়া টোপিৰ মূল নাম কি আছিল?

(ক) ৰামচন্দ্ৰ পাণ্ডুৰাং।

(খ) মান সিং।

(গ) বিৰজীচ কাদিৰ।

(ঘ) অমৰ সিং।

উত্তৰঃ (ক) ৰামচন্দ্ৰ পাণ্ডুৰাং।

৭। বানাৰসীৰ বিদ্ৰোহ কোনে দমন কৰিছিল?

(ক) মান সিং।

(খ) নাৰুৱাৰৰ ৰজা।

(গ) কৰ্ণেল নীল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কৰ্ণেল নীল।

৮। কিমান চনত বৃটিছসকলে অৱধ ৰাজ্যটো সিংহাসনচ্যুত কৰিছিল?

(ক) ১৮৫৭ চনত।

(খ) ১৮৫৬ চনত।

(গ) ১৮০১ চনত।

(ঘ) ১৭৯৮ চনত।

উত্তৰঃ (খ) ১৮৫৬ চনত।

৯। চুবসিডীয়াৰী এলায়েঞ্চ ব্যৱস্থা কোনে প্ৰবর্তন কৰিছিল?

(ক) লর্ড ডালহৌচী।

(খ) লর্ড ৱেলেচলি।

(গ) লর্ড ক্যানিং।

(ঘ) লর্ড কার্জন।

উত্তৰঃ (খ) লর্ড ৱেলেচলি।

১০। ১৮৫৬-ৰ ৰাজহ ব্যৱস্থাৰ দলত, আগতে ৬৭% গাঁও নিয়ন্ত্ৰণত ৰখা তালুকদাৰসকলৰ হাতত পিছত কিমান ভাগহে থাকিল?

(ক) ৫০%

(খ) ৪৫%

(গ) ৩৮% 

(ঘ) ৬০%

উত্তৰঃ (গ) ৩৮%

১১। “Peasants in Uniform” শব্দবন্ধটোৱে কাক বুজায়?

(ক) তালুকদাৰ।

(খ) বৃটিছ সৈন্য।

(গ) কৃষকৰ ফৌজ।

(ঘ) চিপাহীসকলক।

উত্তৰঃ (ঘ) চিপাহীসকলক।

১২। ১৮৫৮ চনত কোন আইনৰ দ্বাৰা ইংলেণ্ডে ভাৰতৰ শাসনভাৰ নিজৰ হাতত লৈছিল?

(ক) ভাৰত চৰকাৰ আইন।

(খ) স্বাধীনতা আইন।

(গ) আয়কৰ আইন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ভাৰত চৰকাৰ আইন।

১৩। ১৮৫৮ চনৰ আইনৰ অধীনত কাক ভাৰত সচিব (Secretary of State for India) নিযুক্ত কৰা হৈছিল?

(ক) ভাইচৰয়।

(খ) গৱৰ্ণৰ জেনেৰেল।

(গ) লণ্ডনত থকা এক মন্ত্ৰী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) লণ্ডনত থকা এক মন্ত্ৰী।0

১৪। গৱৰ্ণৰ জেনেৰেলৰ নতুন উপাধি কি হৈছিল?

(ক) চীফ মিনিষ্টাৰ।

(খ) ভাইচৰয়।

(গ) কমাণ্ডাৰ ইন চীফ।

(ঘ) লর্ড কার্জন।

উত্তৰঃ (খ) ভাইচৰয়।

১৫। কিমান চনত Queen’s Proclamation কেতিয়া প্ৰকাশ পোৱা হৈছিল?

(ক) ১৮৫৭ চনত।

(খ) ১৮৫৯ চনত।

(গ) ১৮৫৮ চনত।

(ঘ) ১৮৫৮ চনত।

উত্তৰঃ (গ) ১৮৫৮ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top