Class 12 History MCQ Chapter 13 উপনিৱেশিক কালৰ ভাৰতীয় নগৰ

Class 12 History MCQ Chapter 13 উপনিৱেশিক কালৰ ভাৰতীয় নগৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 13 উপনিৱেশিক কালৰ ভাৰতীয় নগৰ and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 13 উপনিৱেশিক কালৰ ভাৰতীয় নগৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 13

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। নগৰ আৰু গাঁৱৰ প্ৰধান পাৰ্থক্য কি আছিল?

(ক) ভাষা।

(খ) ধৰ্ম।

(গ) সামাজিক স্তৰ।

(ঘ) জীৱিকাৰ ধৰণ।

উত্তৰঃ (ঘ) জীৱিকাৰ ধৰণ।

২। গাঁওবাসীয়ে সাধাৰণতে কি কৰি জীৱন নির্বাহ কৰিছিল?

(ক) শিল্পকাৰ্য।

(খ) ব্যৱসায়।

(গ) কৃষি আৰু পশুপালন।

(ঘ) ৰাজকৰ্ম।

উত্তৰঃ (গ) কৃষি আৰু পশুপালন।

৩। নগৰবাসীসকলে প্ৰধানকৈ কি কাম কৰিছিল?

(ক) কৃষি।

(খ) অনাথসেৱা।

(গ) বনজ জীৱন।

(ঘ) ব্যৱসায় আৰু শিল্পকাৰ্য।

উত্তৰঃ (ঘ) ব্যৱসায় আৰু শিল্পকাৰ্য।

৪। ইংলিছ ইষ্ট ইন্ডিয়া কোম্পানীয়ে কোনখন যুদ্ধত জয় লাভ কৰি ৰাজনৈতিক ক্ষমতা অধিগ্ৰহণ কৰিছিল?

(ক) বক্সাৰ যুদ্ধ।

(খ) পানিপত যুদ্ধ।

(গ) পলাশী যুদ্ধ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পলাশী যুদ্ধ।

৫। বৃটিছ শাসনত কেইটা নগৰ মহানগৰ ৰূপত গঢ়ি উঠিছিল?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৬। বৃটিছ সময়ত গঢ়ি উঠা তিনিখন বন্দৰ নগৰ আছিল –

(ক) কলিকতা, মাদ্রাজ, বম্বে।

(খ) চেন্নাই, বেনারাছ, হায়দৰাবাদ।

(গ) দিল্লী, আগ্ৰা, লাহোৰ।

(ঘ) বম্বে, হায়দৰাবাদ, পুনা।

উত্তৰঃ (ক) কলকতা, মাদ্রাজ, বম্বে।

৭। ১৮ শতিকাৰ শেষত ইউৰোপীয় সাম্ৰাজ্য কিহৰ ভিত্তিত গঢ়ি উঠিছিল?

(ক) জলপথ ভিত্তিত।

(খ) স্থলপথ ভিত্তিত।

(গ) ৰাজপথ ভিত্তিত।

(ঘ) বনৰ পথ ভিত্তিত।

উত্তৰঃ (ক) জলপথ ভিত্তিত।

৮। ১৮৮১ ৰ পৰা কিমান বছৰৰ ব্যৱধানত পিয়ল হোৱা নিয়ম আৰম্ভ হয়?

(ক) ৫ বছৰৰ।

(খ) ১০ বছৰৰ।

(গ) ৭ বছৰৰ।

(ঘ) ১৫ বছৰৰ।

উত্তৰঃ (খ) ১০ বছৰৰ।

৯। মাদ্রাজত থকা বিখ্যাত বৃটিছ দুৰ্গৰ নাম কি?

(ক) ফৰ্ট উইলিয়াম।

(খ) ফৰ্ট চেইণ্ট জর্জ।

(গ) ফৰ্ট বম্বে।

(ঘ) ফৰ্ট আগ্ৰা।

উত্তৰঃ (খ) ফৰ্ট ছেন্ট জর্জ।

১০।  বৃটিছৰ বসতি অঞ্চলক কি বুলি কোৱা হৈছিল?

(ক) কালাপাহাৰ।

(খ) কৃষ্ণনগৰ।

(গ) শ্বেত নগৰ।

(ঘ) ৰাজপথ।

উত্তৰঃ (গ) শ্বেত নগৰ।

১১। ভাৰতীয় শিল্পী, বণিক, শ্রমিকে ক’ত বাস কৰিছিল?

(ক) কৃষ্ণ নগৰত।

(খ) শ্বেত নগৰত।

(গ) দুৰ্গৰ ভিতৰত।

(ঘ) ৰাজ মহলত।

উত্তৰঃ (ক) কৃষ্ণ নগৰত।

১২। শ্বেত নগৰ আৰু কৃষ্ণ নগৰ শব্দদ্বয়ৰ সৃষ্টি হোৱাৰ মূল কাৰণ আছিল –

(ক) ধৰ্মীয় বিৰোধ।

(খ) ভাষাগত সমস্যা।

(গ) জাতিগত বৈষম্য।

(ঘ) ভূ-সম্পত্তিৰ বিতৰ্ক।

উত্তৰঃ (গ) জাতিগত বৈষম্য।

১৩। বৃটিছৰ ৰাজনৈতিক ক্ষমতা লাভৰ পিছত কিহত বর্ণ বৈষম্য অধিক স্পষ্ট হ’ল?

(ক) শিক্ষাক্ষেত্ৰত।

(খ) বাসস্থলত।

(গ) ধৰ্মীয় আচাৰত।

(ঘ) ৰাজনীতিৰ বাবে।

উত্তৰঃ (খ) বাসস্থলত।

১৪। কোনবোৰ নগৰ ৰেলপথে অন্যান্য অঞ্চলৰ সৈতে সংযুক্ত হৈছিল?

(ক) দিল্লী, আগ্ৰা, লক্ষ্ণৌ।

(খ) অসম, কটক।

(গ) পুনা, হায়দৰাবাদ, তামিলনাডু।

(ঘ) মাদ্রাজ, বম্বে, কলিকতা।

উত্তৰঃ (ঘ) মাদ্রাজ, বম্বে, কলিকতা।

১৫। বৃটিছসকলে যিসকল স্থানত বসতি বিস্তাৰ কৰিছিল, সেইবোৰক কি নাম দিছিল?

(ক) গ্ৰীষ্মকালীণ অঞ্চল।

(খ) কৃষ্ণ নগৰ।

(গ) চিভিল লাইন।

(ঘ) সৰু চহৰ।

উত্তৰঃ (গ) চিভিল লাইন।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top