Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 14 মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন: সমসাময়িক দৃষ্টিৰে

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 14

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। হো-চি-মিন কোন দেশৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব দিছিল?

(ক) ইটালী।

(খ) ভিয়েটনাম।

(গ) জাৰ্মানী।

(ঘ) আমেৰিকা।

উত্তৰঃ (খ) ভিয়েটনাম।

২। মোহনদাস কৰমচাঁদ গান্ধী কোনখন ৰাজ্যৰ আছিল?

(ক) গুজৰাট।

(খ) পাঞ্জাৱ।

(গ) মহাৰাষ্ট্ৰ।

(ঘ) বিহাৰ।

উত্তৰঃ (ক) গুজৰাট।

৩। মহম্মদ আলি জিন্না ক’ত উকীলৰ শিক্ষাগ্ৰহণ কৰিছিল?

(ক) দক্ষিণ আফ্ৰিকা।

(খ) দিল্লী।

(গ) পেৰিছ।

(ঘ) লণ্ডন।

উত্তৰঃ (ঘ) লণ্ডন।

৪। ‘লাল বাল পাল’ কোনটো আন্দোলনৰ সমর্থক আছিল?

(ক) অহিংস আন্দোলন।

(খ) ধৰ্মীয় আন্দোলন।

(গ) উগ্ৰপন্থী আন্দোলন।

(ঘ) গোপন বিপ্লবী সংগঠন।

উত্তৰঃ (গ) উগ্ৰপন্থী আন্দোলন।

৫। গান্ধীজীয়ে ১৯১৬ চনত ক’ত ৰাজহুৱা ভাষণ দিছিল?

(ক) মুম্বাই বিশ্ববিদ্যালয়।

(খ) বেনাৰস হিন্দু বিশ্ববিদ্যালয়।

(গ) কলকাতা কংগ্ৰেছ অধিবেশন।

(ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়।

উত্তৰঃ (খ) বেনাৰস হিন্দু বিশ্ববিদ্যালয়।

৬। চাম্পাৰণ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল?

(ক) মিল শ্ৰমিকৰ অধিকাৰ।

(খ) কৃষক সকলৰ খাজনা ৰেহাই।

(গ) নীল চাষ খেতিয়কৰ স্বাৰ্থ ৰক্ষা।

(ঘ) ৰাজনৈতিক বন্দীৰ মুক্তি।

উত্তৰঃ (গ) নীল চাষ খেতিয়কৰ স্বাৰ্থ ৰক্ষা।

৭। জালিয়ানৱালাবাগ হত্যাকাণ্ড ক’ত ঘটিছিল?

(ক) দিল্লী।

(খ) লাহোৰ।

(গ) বেংগালুৰু।

(ঘ) অমৃতচৰ।

উত্তৰঃ (ঘ) অমৃতচৰ।

৮। কোনে জালিয়ানৱালাবাগত গুলী চলাবলৈ আদেশ দিছিল?

(ক) লৰ্ড কার্জন।

(খ) জেনেৰেল ডায়াৰ।

(গ) চিদনী ৰাউলাট।

(ঘ) চাৰ ওৱাৰেন হেষ্টিংচ।

উত্তৰঃ (খ) জেনেৰেল ডায়াৰ।

৯। খিলাফট আন্দোলনৰ মূল উদ্দেশ্য কি আছিল?

(ক) ইংৰাজ শাসন সমৰ্থন।

(খ) খলিফাৰ স্বাৰ্থ ৰক্ষা।

(গ) হিন্দু-মুছলমান সম্প্ৰীতি ভংগ।

(ঘ) জাৰ্মানীক সমৰ্থন।

উত্তৰঃ (খ) খলিফাৰ স্বাৰ্থ ৰক্ষা।

১০। গান্ধীজীয়ে খিলাফট আন্দোলনক কোন আন্দোলনৰ সৈতে সংযুক্ত কৰিছিল?

(ক) চাম্পাৰণ আন্দোলন।

(খ) খেলাফি আন্দোলন।

(গ) ৰাউলাট আইন প্ৰতিবাদ।

(ঘ) অসহযোগ আন্দোলন।

উত্তৰঃ (ঘ) অসহযোগ আন্দোলন।

১১। অসহযোগ আন্দোলন কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল?

(ক) ৬ এপ্ৰিল, ১৯১৯ চনত।

(খ) ১৩ এপ্ৰিল, ১৯১৯ চনত।

(গ) ১ আগষ্ট, ১৯২০ চনত।

(ঘ) ৫ ফেব্ৰুৱাৰী, ১৯২২ চনত।

উত্তৰঃ (গ) ১ আগষ্ট, ১৯২০ চনত।

১২। গান্ধীজীয়ে অসহযোগ আন্দোলনত কি নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল?

(ক) সহিংসতা।

(খ) সামন্তবাদ।

(গ) অহিংসা।

(ঘ) বাণিজ্যিক লাভ।

উত্তৰঃ (গ) অহিংসা।

১৩। কিমান চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল।

(ক) ১৯৪২ চনত।

(খ) ১৯৩৫ চনত।

(গ) ১৯৩৯ চনত।

(ঘ) ১৯৪৫ চনত।

উত্তৰঃ (গ) ১৯৩৯ চনত।

১৪। দ্বিতীয় বিশ্বযুদ্ধৰ সময় ইংলণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) ক্লিমেণ্ট এটলী।

(খ) উইনষ্টন চার্চিল।

(গ) নেভিল চেম্বাৰলেন।

(ঘ) ষ্টেফৰ্ড ক্ৰিপচ।

উত্তৰঃ (খ) উইনষ্টন চার্চিল।

১৫। ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ হৈছিল—

(ক) ১৯৩৯ চনৰ জুনত।

(খ) ১৯৩৬ চনৰ এপ্ৰিলত।

(গ) ১৯৪২ চনৰ আগষ্টত।

(ঘ) ১৯৪০ চনৰ ডিচেম্বৰত।

উত্তৰঃ (ঘ) ১৯৪০ চনৰ ডিচেম্বৰত।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top