adplus-dvertising

Class 12 History MCQ Chapter 15 ভাৰত বিভাজন: মৌখিক সমল

Class 12 History MCQ Chapter 15 ভাৰত বিভাজন: মৌখিক সমল Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 15 ভাৰত বিভাজন: মৌখিক সমল and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 15 ভাৰত বিভাজন: মৌখিক সমল

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 15

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। বৃটিছে ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত কোনখন সম্প্রদায়ক অধিক সহায়ৰ হাত আগবঢ়াইছিল?

(ক) হিন্দু।

(খ) মুছলমান।

(গ) শিখ।

(ঘ) খ্ৰীষ্টান।

উত্তৰঃ (খ) মুছলমান।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। “Divide et impera” নীতিৰ অৰ্থ কি?

(ক) সংযুক্ত কৰি শাসন কৰা।

(খ) একতা আৰু বিকাশ।

(গ) বিভাজন আৰু শাসন।

(ঘ) ধৰ্ম নিৰপেক্ষতা।

উত্তৰঃ (গ) বিভাজন আৰু শাসন।

৩। পাকিস্তানৰ আঁচনি প্ৰথমে কোনে প্ৰস্তুত কৰিছিল?

(ক) ৰহমৎ আলী।

(খ) মৌলানা আজাদ।

(গ) মহম্মদ আলি জিন্না।

(ঘ) লিয়াকত আলি খান।

উত্তৰঃ (ক) ৰহমৎ আলী।

৪। কিমান চনত মুছলীম লীগ কেতিয়া গঠন হৈছিল?

(ক) ১৮৯০ চনত।

(খ) ১৯১৫ চনত।

(গ) ১৯০৬ চনত।

(ঘ) ১৯৪০ চনত।

উত্তৰঃ (গ) ১৯০৬ চনত।

৫। ১৯৩৭-ৰ নিৰ্বাচনত ভোটাধিকাৰ শতকৰা কিমান শতাংশ লোকৰ হাতত আছিল?

(ক) ২০-২৫ শতাংশ।

(খ) ১৫-১৮ শতাংশ।

(গ) ৫-৭ শতাংশ।

(ঘ) ১০-১২ শতাংশ।

উত্তৰঃ (ঘ) ১০-১২ শতাংশ।

৬। পঞ্জাৱত ৮৪খন সংৰক্ষিত আসনৰ ভিতৰত মুছলীম লীগ কেইখন আসন লাভ কৰিছিল?

(ক) পাঁচখন।

(খ) দুখন।

(গ) চাৰিখন।

(ঘ) সাতখন।

উত্তৰঃ (খ) দুখন।

৭। হিন্দু মহাসভা কেতিয়া গঠন হৈছিল?

(ক) ১৯১৫ চনত।

(খ) ১৯০৫ চনত।

(গ) ১৯২০ চনত।

(ঘ) ১৯৩০ চনত।

উত্তৰঃ (ক) ১৯১৫ চনত।

৮। কংগ্ৰেছে ১৯৪৭-ৰ মাৰ্চত পঞ্জাৱ বিভাজনৰ সিদ্ধান্ত কিয় লৈছিল?

(ক) প্রশাসনিক সুবিধাৰ বাবে।

(খ) মুছলিম আৰু হিন্দু-শিখৰ মাজত পৃথক অঞ্চল নিৰ্ধাৰণৰ বাবে।

(গ) ইংৰাজৰ নিৰ্দেশত।

(ঘ) ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচেষ্টাত।

উত্তৰঃ (খ) মুছলিম আৰু হিন্দু-শিখৰ মাজত পৃথক অঞ্চল নিৰ্ধাৰণৰ বাবে।

৯। সাম্প্রদায়িক উত্তেজনা বৃদ্ধি পোৱাৰ মূখ্য কাৰণ কি আছিল?

(ক) শিক্ষা নীতি।

(খ) আঞ্চলিক উন্নয়ন।

(গ) ভাৰতীয় সেনাৰ বৃদ্ধি।

(ঘ) ৰাজনৈতিক সমীকৰণ আৰু প্রশাসনিক দুৰ্বলতা।

উত্তৰঃ (ঘ) ৰাজনৈতিক সমীকৰণ আৰু প্রশাসনিক দুৰ্বলতা।

১০। ১৯৪৭-ৰ বিভাজনক লৈ কিমান মুছলিম আৰু হিন্দু তিৰোতা জোৰপূৰ্বক পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰা হৈছিল?

(ক) ১০,০০০ মুছলিম আৰু ৫,০০০ হিন্দু।

(খ) ২২,০০০ মুছলিম আৰু ৮,০০০ হিন্দু।

(গ) ১৫,০০০ মুছলিম আৰু ১২,০০০ হিন্দু।

(ঘ) ৩০,০০০ মুছলিম আৰু ১০,০০০ হিন্দু।

উত্তৰঃ (খ) ২২,০০০ মুছলিম আৰু ৮,০০০ হিন্দু।

১১। “Train to Pakistan” উপন্যাসখন কোনে লিখিছিল?

(ক) খুচৱন্ত সিঙে।

(খ) আটিয়া হুছেইনে।

(গ) হোমেন বুঢ়াগোঁহাঞিই।

(ঘ) আব্দুল মালিকে।

উত্তৰঃ (ক) খুচৱন্ত সিঙে।

১২। আটিয়া হুছেইনৰ কোন উপন্যাসখন ভাৰত বিভাজনৰ বেদনা লৈ লিখা হৈছিল?

(ক) Train to Pakistan.

(খ) Sunlight on Broken Column.

(গ) ইছমাইল ছেখৰ সন্ধানত।

(ঘ) বিভৎস বেদনা।

উত্তৰঃ (খ) Sunlight on Broken Column.

১৩। ৰাৱালপিণ্ডিৰ এখন গাঁৱৰ ৯০ গৰাকী তিৰোতাই ভাৰত বিভাজনৰ সময়ত কি কৰিছিল?

(ক) ভাৰতলৈ প্ৰব্ৰজন কৰিলে।

(খ) পাকিস্তানলৈ প্ৰব্ৰজন কৰিলে।

(গ) নিজৰ সন্মান বচাবৰ বাবে কোঁৱাত পৰি আত্মহত্যা কৰিছিল।

(ঘ) ইংৰাজ চৰকাৰৰ সহায় বিচাৰিছিল।

উত্তৰঃ (গ) নিজৰ সন্মান বচাবৰ বাবে কোঁৱাত পৰি আত্মহত্যা কৰিছিল।

১৪। পশ্চিম পঞ্জাৱৰ পৰা হিন্দু আৰু শিখসকল কিমান বছৰৰ ভিতৰত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল?

(ক) ৬ বছৰৰ।

(খ) ১ বছৰৰ।

(গ) ২ বছৰৰ।

(ঘ) ৫ বছৰ।

উত্তৰঃ (গ) ২ বছৰৰ।

১৫। কিমান চনত বঙ্গত হিন্দু-মুছলমানৰ প্ৰব্ৰজন কিমান চনলৈকে চলিছিল?

(ক) ১৯৬০ চনত।

(খ) ১৯৫০ চনত।

(গ) ১৯৪৭ চনত।

(ঘ) ১৯৭১ চনত।

উত্তৰঃ (ক) ১৯৬০ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top