adplus-dvertising

Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা

Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.

Class 12 History MCQ Chapter 16 ভাৰতীয় সংবিধানৰ ৰচনা: এক নতুন যুগৰ সূচনা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 16

গ- অংশ আধুনিক যুগৰ ভাৰতৰ বুৰঞ্জী

১। ১৮৫৭ চনৰ বিদ্রোহৰ ফলত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন –

(ক) অধিক শক্তিশালী হ’ল।

(খ) শাসন জাৰি ৰাখিল।

(গ) শাসনৰ অৱসান ঘটিল।

(ঘ) নতুন কোম্পানী গঠন কৰিলে।

উত্তৰঃ (গ) শাসনৰ অৱসান ঘটিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিমান চনত ‘Divide and Rule’ নীতি অৱলম্বন কৰা হৈছিল?

(ক) ১৮৩৭ চনত।

(খ) ১৮৪৭ চনত।

(গ) ১৮৬৭ চনত।

(ঘ) ১৮৫৭ চনত।

উত্তৰঃ (ঘ) ১৮৫৭ চনত।

৩। ভাৰতীয় জাতীয় কংগ্রেছ গঠন হৈছিল –

(ক) ১৮৭৫ চনত।

(খ) ১৮৮৫ চনত।

(গ) ১৮৯০ চনত।

(ঘ) ১৯০৫ চনত।

উত্তৰঃ (খ) ১৮৮৫ চনত।

৪। কাৰ শাসনত ভাৰতৰ জাতীয় চেতনাত পশ্চিমা চিন্তাধাৰাৰ প্ৰভাৱ বহন কৰিছিল?

(ক) মুঘল শাসন।

(খ) বৃটিছ শাসন।

(গ) চীন শাসন।

(ঘ) তুৰ্কী অভিযান।

উত্তৰঃ (খ) বৃটিছ শাসন।

৫। কিমান চনত ‘Morley-Minto Reform’ কার্যকৰী কৰা হয়?

(ক) ১৯০৯ চনত।

(খ) ১৯০৫ চনত।

(গ) ১৮৯২ চনত।

(ঘ) ১৯১৯ চনত।

উত্তৰঃ (ক) ১৯০৯ চনত। 

৬। ১৯২৯ চনত কংগ্রেছ কোনটো অধিবেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰে?

(ক) মুম্বাই।

(খ) কলকাতা।

(গ) লাহোৰ।

(ঘ) মদ্ৰাজ।

উত্তৰঃ (গ) লাহোৰ।

৭। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি কি গঠন কৰা হৈছিল?

(ক) সৰ্বাত্মক স্বাধীন ভাৰত।

(খ) ভাৰত যুক্তৰাষ্ট্ৰ।

(গ) পৃথক হিন্দু-মুছলমান ৰাজ্য।

(ঘ) গোপন চৰকাৰ।

উত্তৰঃ (খ) ভাৰত যুক্তৰাষ্ট্ৰ।

৮। কিমান চনত ক্রিপছৰ মিছন ভাৰতলৈ আহিছিল?

(ক) ১৯৩৫ চনত।

(খ) ১৯৪৭ চনত।

(গ) ১৯৪৫ চনত।

(ঘ) ১৯৪২ চনত।

উত্তৰঃ (ঘ) ১৯৪২ চনত।

৯। কিমান চনত ‘ভাৰত ত্যাগ আন্দোলন’ আৰম্ভ হয়?

(ক) ১৯২০ চনত।

(খ) ১৯৩০ চনত।

(গ) ১৯৪২ চনত।

(ঘ) ১৯৪৭ চনত।

উত্তৰঃ (গ) ১৯৪২ চনত।

১০। কাক ভাৰত স্বাধীনতাৰ বাবে ভাৰতলৈ পঠোৱা হৈছিল?

(ক) লর্ড লিটন।

(খ) লর্ড ডালহৌচি।

(গ) লর্ড কার্জন।

(ঘ) লর্ড মাউন্টবেটেন।

উত্তৰঃ (ঘ) লর্ড মাউন্টবেটেন।

১১। সংবিধানত ক্ষমতা বিভাজনৰ বাবে কেইটা তালিকা প্ৰস্তুত কৰা হৈছিল?

(ক) দুইটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) তিনিটা।

১২। নিচিনযুক্ত তালিকাবোৰৰ নাম কি কি?

(ক) কেন্দ্ৰীয়, ৰাজ্যিক, শাসন।

(খ) কেন্দ্ৰীয়, ৰাজ্যিক, সমবর্তী।

(গ) সমবায়, ৰাজহ, আয়।

(ঘ) আইনী, ৰাজনৈতিক, ৰাজহ।

উত্তৰঃ (খ) কেন্দ্ৰীয়, ৰাজ্যিক, সমবর্তী।

১৩। খচৰা সংবিধানৰ ৩৬৫ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰই কি কৰিব পাৰে?

(ক) নিজৰ ৰাজ্য গঠন কৰিব পাৰে।

(খ) নিৰ্বাচনৰ ফলাফল বাতিল কৰিব পাৰে।

(গ) সংবিধান বাতিল কৰিব পাৰে।

(ঘ) গৱৰ্ণৰৰ পৰামৰ্শত ৰাজ্যৰ শাসন লৈ ল’ব পাৰে।

উত্তৰঃ (ঘ) গৱৰ্ণৰৰ পৰামৰ্শত ৰাজ্যৰ শাসন লৈ ল’ব পাৰে। 

১৪। ভীমৰাও আম্বেদকাৰে কেন্দ্ৰ শক্তিশালী হোৱাটো কিয় প্ৰয়োজন বুলি কৈছিল?

(ক) বিত্তীয় সমতা ৰক্ষা কৰিবৰ বাবে।

(খ) আন্তঃৰাজ্য বাণিজ্য ৰক্ষা কৰিবলৈ।

(গ) বিদ্রোহ আৰু হিংসা নিয়ন্ত্ৰণ কৰিবলৈ।

(ঘ) চৰকাৰৰ আয় বৃদ্ধি কৰিবলৈ।

উত্তৰঃ (গ) বিদ্রোহ আৰু হিংসা নিয়ন্ত্ৰণ কৰিবলৈ।

১৫। হিন্দুস্তানী ভাষাটো কিহৰ সংমিশ্ৰণ আছিল?

(ক) হিন্দী আৰু ইংৰাজী।

(খ) উর্দু আৰু ইংৰাজী।

(গ) হিন্দী আৰু উর্দু।

(ঘ) সংস্কৃত আৰু পাৰ্টী।

উত্তৰঃ (গ) হিন্দী আৰু উর্দু।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top