Class 12 History MCQ Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 12 History MCQ Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ and select need one. AHSEC Class 12 History Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC History MCQ Class 12.
Class 12 History MCQ Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 12 History Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 12 History MCQ in Assamese for All Chapters, You can practice these here.
এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয় নগৰ খৃঃ ১৪শ – ১৬শ
Chapter: 8
| খ অংশ: মধ্য যুগৰ বুৰঞ্জী |
১। বিজয়নগৰ সাম্ৰাজ্য কেতিয়া স্থাপন কৰা হৈছিল?
(ক) ১২৯৬ খৃঃ
(খ) ১৩৩৬ খৃঃ
(গ) ১৩৫০ খৃঃ
(ঘ) ১৪০২ খৃঃ
উত্তৰঃ (খ) ১৩৩৬ খৃঃ
২। স্থানীয় লোকে বিজয়নগৰ সাম্ৰাজ্যক কি বুলি উল্লেখ কৰিছিল?
(ক) কৰ্ণাটক সাম্ৰাজ্যমু।
(খ) মাদ্ৰাজ সাম্ৰাজ্য।
(গ) ডেক্কান সাম্ৰাজ্য।
(ঘ) তেলুগু সাম্ৰাজ্য।
উত্তৰঃ (ক) কৰ্ণাটক সাম্ৰাজ্যমু।
৩। কৃষ্ণদেৱৰায়ৰ ৰাজত্বকাল কিমানৰ পৰা কিমান পৰ্যন্ত আছিল?
(ক) ১৪৯৮-১৫১০ খৃঃ।
(খ) ১৪৮০-১৫০০ খৃঃ।
(গ) ১৫০৩-১৫২৯ খৃঃ।
(ঘ) ১৫৩০-১৫৫০ খৃঃ।
উত্তৰঃ (গ) ১৫০৩-১৫২৯ খৃঃ।
৪। বেলোৰৰ চন্নকেশৱ মন্দিৰ কোন ৰাজ্যৰ অন্তৰ্গত আছিল?
(ক) মাদ্ৰাজ।
(খ) উৰিষ্যা।
(গ) গুজৰাট।
(ঘ) কৰ্ণাটক।
উত্তৰঃ (ঘ) কৰ্ণাটক।
৫। বিজয়নগৰৰ শক্তিশালী সামৰিক বাহিনী মূলত কোন বাহিনীৰ ওপৰত নিৰ্ভৰশীল আছিল?
(ক) পদাতিক সেনা।
(খ) নৌবাহিনী।
(গ) অশ্বাৰোহী সৈনিক।
(ঘ) হাতীৰ বাহিনী।
উত্তৰঃ (গ) অশ্বাৰোহী সৈনিক।
৬। স্থানীয় ঘোঁৰাৰ ব্যৱসায়ীসকলক কি নামেৰে জনা গৈছিল?
(ক) শৈঠ।
(খ) কুদ্দিৰাই চেট্টী।
(গ) শ্ৰেষ্ঠী।
(ঘ) মহাজন।
উত্তৰঃ (খ) কুদ্দিৰাই চেট্টী।
৭। কিমান খৃঃ পৰ্তুগীজসকলে ভাৰতৰ পশ্চিমত ব্যৱসায়িক আৰু সামাজিক কেন্দ্র স্থাপন কৰিবলৈ আৰম্ভ কৰিছিল?
(ক) ১৪৭০ খৃঃ
(খ) ১৫২৬ খৃঃ
(গ) ১৫০৫ খৃঃ
(ঘ) ১৪৯৮ খৃঃ
উত্তৰঃ (ঘ) ১৪৯৮ খৃঃ
৮। বেপাৰৰ পৰা লাভ হোৱা ৰাজহে ৰাজ্যখনত কি কঢ়িয়াই আনিছিল?
(ক) অসন্তোষ।
(খ) দৰিদ্ৰতা।
(গ) সমৃদ্ধি।
(ঘ) বিদ্ৰোহ।
উত্তৰঃ (গ) সমৃদ্ধি।
৯। কিমান খৃঃত কৃষ্ণদেৱ ৰায় বিজয়নগৰ সাম্রাজ্য শাসন কৰিছিল?
(ক) ১৪৯৮-১৫২০ খৃঃত
(খ) ১৫০৩-১৫২৯ খৃঃত
(গ) ১৫১০-১৫৩০ খৃঃত
(ঘ) ১৫০০-১৫২৫ খৃঃত
উত্তৰঃ (খ) ১৫০৩-১৫২৯ খৃঃত
১০। ১৫১৪ খৃঃত কৃষ্ণদেৱ ৰায়ে কোনখন ৰাজ্যক পৰাজিত কৰিছিল?
(ক) উৰিষ্যা।
(খ) অসম।
(গ) কলকাতা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) উৰিষ্যা।
১১। কৃষ্ণদেৱ ৰায়ৰ মৃত্যুৰ পিছত কোন ৰাজবংশে ১৫৪২ খৃঃত ক্ষমতা গ্ৰহণ কৰিছিল?
(ক) চোল বংশ।
(খ) আৰাবিদু বংশ।
(গ) হায়ছালা বংশ।
(ঘ) গোলকুণ্ডা বংশ।
উত্তৰঃ (খ) আৰাবিদু বংশ।
১২। কমল মহল ভৱনটো কি উদ্দেশ্যেৰে নিৰ্মাণ কৰা হৈছিল বুলি কলিন মেকেঞ্জীৰ মানচিত্ৰৰ পৰা অনুমান কৰা হয়?
(ক) ৰাজকীয় অতিথিশালা।
(খ) ৰাজকীয় অস্ত্ৰাগাৰ।
(গ) ৰজাৰ পাৰিষদ-ভৱন।
(ঘ) বাণিজ্যিক কক্ষ।
উত্তৰঃ (গ) ৰজাৰ পাৰিষদ-ভৱন।
১৩। বিজয়নগৰৰ বিষয়ে তথ্য উদ্ধাৰৰ প্ৰাৰম্ভিক জৰীপ কাৰ দ্বাৰা সম্পন্ন কৰা হৈছিল?
(ক) আলবাৰুণী।
(খ) কলিন মেকেঞ্জী।
(গ) হেনৰী সেন্ট ক্লেয়াৰ।
(ঘ) মাৰ্কো প’লো।
উত্তৰঃ (খ) কলিন মেকেঞ্জী।
১৪। কিমান খৃঃত বিজয়নগৰ অঞ্চলটো হাস্পীক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়?
(ক) ১৯৭০ খৃঃত।
(খ) ১৯৯৫ খৃঃত।
(গ) ১৯৮০ খৃঃত।
(ঘ) ১৯৭৬ খৃঃত।
উত্তৰঃ (ঘ) ১৯৭৬ খৃঃত।
১৫। দলিলকৰণ প্ৰকল্পত প্ৰায় কিমান বছৰ ধৰি গৱেষণা চলিছিল?
(ক) ৫ বছৰ।
(খ) ১০ বছৰ।
(গ) ২০ বছৰ।
(ঘ) ৫০ বছৰ।
উত্তৰঃ (ঘ) ৫০ বছৰ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



