Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 7 বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology MCQ Notes for All Subject, You can practice these here.

বাস্তৱবিদ্যা বা পৰিস্থিতিবিদ্যা

Chapter – 7

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক কেইটা ভাগত ভাগ কৰিছে—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) চাৰিটা।

২। পৰিৱেশৰ প্ৰধান উপাদান কেইটা—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (ক) তিনিটা।

৩। বায়ুমণ্ডলক মূলতঃ কেইটা ভাগত ভাগ কৰিব পাৰি–

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) চাৰিটা।

৪। বায়ুমণ্ডলৰ একেবাৰে তলত স্তৰটোক—

(ক) ষ্ট্ৰেট’স্ফিয়েৰ।

(খ) মেছ’স্ফিয়েৰ।

(গ) থাৰ্ম’স্ফিয়েৰ।

(ঘ) ট্ৰপ’স্ফিয়েৰ।

উত্তৰঃ (ঘ) ট্ৰপ’স্ফিয়েৰ।

৫। ট্ৰপ’স্ফিয়েৰ ভূ-পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ মান বিস্তৃত হৈ থাকে—

(ক) প্ৰায় ১১ কিলোমিটাৰ।

(খ) প্ৰায় ১২ কিলোমিটাৰ।

(গ) প্ৰায় ১৩ কিলোমিটাৰ।

(ঘ) প্ৰায় ১৭ কিলোমিটাৰ।

উত্তৰঃ (ক) প্ৰায় ১১ কিলোমিটাৰ।

৬। প্ৰকৃতিৰ এক অতি মূল্যবান নবীকৰণ যোগ্য সম্পদ কি—

(ক) কয়লা।

(খ) খনিজ তেল।

(গ) পানী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পানী।

৭। পানীক জীৱৰ কি বোলে—

(ক) আহাৰ।

(খ) প্ৰাণ।

(গ) শক্তি

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) প্ৰাণ।

৮। জীৱৰ কোষ গঠন আৰু ক্ৰিয়াৰ প্ৰধান উপাদান কি—

(ক) বাসস্থান।

(খ) পৰিৱেশ।

(গ) আহাৰ।

(ঘ) পানী।

উত্তৰঃ (ঘ) পানী।

৯। আমি সদায় দেখি থকা পানীৰ কিমান ভাগেই পোনপটীয়াকৈ ব্যৱহাৰৰ অনুপযোগী—

(ক) ৯৯.৯৯৭ শতাংশ।

(খ) ৮৯.৮৮৯ শতাংশ।

(গ) ৭৬.৬৬৭ শতাংশ।

(ঘ) ৫৮.৮৮৯ শতাংশ।

উত্তৰঃ (ক) ৯৯.৯৯৭ শতাংশ।

১০। কিহৰ অবিহনে জীৱ জগতত জীয়াই থকাৰ কথা ভাবিব নোৱাৰি—

(ক) সাজ-পাৰ।

(খ) বাসস্থান।

(গ) পানী।

(ঘ) মাটি।

উত্তৰঃ (গ) পানী।

১১। আমাৰ পৃথিৱীৰখন কিমান পানীৰে আগুৰি আছে—

(ক) দুই চতুৰ্থাংশ।

(খ) তিনি চতুৰ্থাংশ।

(গ) এক চতুৰ্থাংশ।

(ঘ) ছয় চতুৰ্থাংশ।

উত্তৰঃ (খ) তিনি চতুৰ্থাংশ।

১২। মহাসাগৰৰ পানী—

(ক) তিতা।

(খ) মিঠা।

(গ) লুণীয়া।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) লুণীয়া।

১২। সাগৰৰ পানীত কিমান শতাংশ ছডিয়াম ক্লৰাইড থাকে—

(ক) ৭৮ শতাংশ।

(খ) ৪৫ শতাংশ।

(গ) ৮৪ শতাংশ।

(ঘ) ৬৮ শতাংশ।

উত্তৰঃ (ক) ৭৮ শতাংশ।

১৩। আমাৰ দেহত কিমান পানীৰে ভৰি আছে—

(ক) ৫০ ৰ পৰা ৯৫ শতাংশ।

(খ) ৬০ ৰ পৰা ৯৫ শতাংশ।

(গ) ৪৫ ৰ পৰা ৮৫ শতাংশ।

(ঘ) ৩০ ৰ পৰা ৯৭ শতাংশ।

উত্তৰঃ (খ) ৬০ ৰ পৰা ৯৫ শতাংশ।

১৪। পৃথিৱীৰ চাৰিভাগৰ কেই ভাগ পানীৰে আবৰা—

(ক) এক ভাগ।

(খ) দুই ভাগ।

(গ) তিনি ভাগ।

(ঘ) চাৰি ভাগ।

উত্তৰঃ (গ) তিনি ভাগ।

১৫। ভূ-পৃষ্ঠৰ উপৰিভাগক কি বুলি কোৱা হয়—

(ক) জীৱমণ্ডল।

(খ) ভূ-মণ্ডল।

(গ) জলমণ্ডল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ভূ-মণ্ডল।

১৬। মাটি হ’ল প্ৰকৃতিৰ মূল—

(ক) সংস্থা।

(খ) আহিলা

(গ) উপাদান।

(ঘ) সম্পদ।

উত্তৰঃ (ঘ) সম্পদ।

১৭। পৃথিৱীৰ এক তৃতীয়াংশ হ’ল—-

(ক) জলমণ্ডৰ।

(খ) স্থলমণ্ডল।

(গ) জীৱমণ্ডল।

(ঘ) বাস্তৱ বিদ্যা।

উত্তৰঃ (খ) স্থলমণ্ডল।

১৮। ভূ-পৃষ্ঠৰ পৰা কিমান কিঃমিঃ গভীৰলৈ মাটিৰ স্তৰবোৰ থাকে—

(ক) ৬০-৭০

(খ) ৫০-৬০

(গ) ৪০-৩০

(ঘ) ৭০-৮০

উত্তৰঃ (ক) ৬০-৭০

১৯। পৰিস্থিতি বিজ্ঞানক ইংৰাজীত কি বুলি জনা যায়—

(ক) Ecosystem.

(খ) Bio-sphere.

(গ) Ecology.

(ঘ) Syno ecology.

উত্তৰঃ (গ) Ecology.

২০। কোনে ইক’লজী শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল—

(ক) জহানচেন।

(খ) লয়ি আৰু চেইকেভিটজ।

(গ) ৰ’বাৰ্ট হুক।

(ঘ) আৰ্নষ্ট হেকেল।

উত্তৰঃ (ঘ) আৰ্নষ্ট হেকেল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top