Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 6 উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology MCQ Notes for All Subject, You can practice these here.

উত্তৰ-পূৱ ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনলেখা

Chapter – 6

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। গাৰোসকলৰ প্ৰধান খাদ্য কি—

(ক) ভাত।

(খ) ৰুটি।

(গ) চিৰা।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ক) ভাত।

২। গাৰোসকলৰ প্ৰধান উৎসৱ কোনটো—

(ক) আগালমাকা।

(খ) ৰংচুগালা।

(গ) ৱানগালা।

(ঘ) আহায়া।

উত্তৰঃ (গ) ৱানগালা।

৩। বুলিয়াং কেইপ্ৰকাৰৰ—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (খ) তিনি।

৪। উত্তৰ-পূৱ ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম কি—

(ক) আপাটানি।

(খ) ছেৰ্ডুকপেন।

(গ) আও।

(ঘ) নগা।

উত্তৰঃ (খ) ছেৰ্ডুকপেন।

৫। মিচিংসকলৰ প্ৰধান কৃষি ভিত্তিক উৎসৱ কোনটো—

(ক) আলি আয়ে লৃগাং।

(খ) কাতি বিহু।

(গ) পো-ৰাগ।

(ঘ) ভোগালী বিহু।

উত্তৰঃ (ক) আলি আয়ে লৃগাং।

৬। আওঁ নগাসকলৰ ডেকা চাংৰ নাম কি—

(ক) মোৰাং।

(খ) আংগামী।

(গ) লোথা।

(ঘ) চেমা।

উত্তৰঃ (ক) মোৰাং।

৭। উত্তৰ-পূৱ ভাৰতৰ এটা বেদিকা কৃষক সম্প্ৰদায়ৰ নাম কি—

(ক) আপাটানি।

(খ) গাৰো।

(গ) নগা।

(ঘ) খামতি।

উত্তৰঃ (ক) আপাটানি।

৮। আও নগাসকলৰ প্ৰধান খাদ্য—

(ক) ৰুটি।

(খ) ভাত।

(গ) চিৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ভাত।

৯। তলৰ কোনটো আও নগাসকলৰ প্ৰধান পালিত জীৱ নহয়—

(ক) গাহৰি।

(খ) গৰু।

(গ) মেকুৰী।

(ঘ) কুকুৰ।

উত্তৰঃ (গ) মেকুৰী।

১০। আও নগাসকলৰ জীৱিকাৰ প্ৰধান উপায় হ’ল—

(ক) সৰিয়হ খেতি।

(খ) ধান খেতি।

(গ) কুঁহিয়াৰ খেতি।

(ঘ) ঝুম খেতি।

উত্তৰঃ (ঘ) ঝুম খেতি।

১১। আও নগাসকলৰ প্ৰধান খেল কেইটা—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

১২। আও সকলৰ মাজত আটাইতকৈ সৰু সামাজিক গোটটোৱে হ’ল—

(ক) সংস্কৃতি।

(খ) পৰিয়াল।

(গ) সংস্থা।

(ঘ) কৃষি।

উত্তৰঃ (খ) পৰিয়াল।

১৩। আও নগাসকলৰ প্রধান জনজাতি—

(ক) মাতৃ।

(খ) ভাতৃ।

(গ) পিতৃ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পিতৃ।

১৪। আও সমাজত পুৰুষে নিজ গোত্ৰৰ পুৰুষক—

(ক) ফিদং।

(খ) হলাচু।

(গ) ওপৰৰ দুয়োটায়ে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ফিদং।

১৫। চোংলি খেলৰ মাজত কেইটা গোত্ৰ আছে—

(ক) ৩৪

(খ) ৫৯

(গ) ২৭

(ঘ) ৩৮

উত্তৰঃ (ঘ) ৩৮

১৬। মোংচেন খেলত থকা কেইটা গোত্ৰৰ নিজা নাম নাথাকে—

(ক) ৩০

(খ) ২৬

(গ) ১২

(ঘ) ২৮

উত্তৰঃ (খ) ২৬

১৭। এগৰাকী নাৰীয়ে নিজ গোত্ৰৰ নাৰীক কি বুলি সম্বোধন কৰে—

(ক) ফিদং।

(খ) চামি।

(গ) হলাচু।

(ঘ) গোভেন।

উত্তৰঃ (গ) হলাচু।

১৮। মেঘালয় ৰাজ্যৰ গাৰো পাহাৰ অঞ্চলটো—

(ক) গাৰোসকলৰ প্ৰধান বাসভূমি।

(খ) ৰাভাসকলৰ প্ৰধান বাসভূমি।

(গ) আওসকলৰ প্ৰধান বাসভূমি।

(ঘ) তিৱাসকলৰ প্ৰধান বাসভূমি।

উত্তৰঃ (ক) গাৰোসকলৰ প্ৰধান বাসভূমি।

১৯। মোৰং ঘৰ এটাত কেইটাকৈ জুহাল থাকে—

(ক) এটাকৈ।

(খ) দুটাকৈ।

(গ) চাৰিটাকৈ।

(ঘ) ছয়টাকৈ।

উত্তৰঃ (খ) দুটাকৈ।

২০। এখন গাঁৱৰ ডেকাসকলৰ চামে চামে কিমান বছৰ বয়সত মোৰাঙত ভৰ্তি হয়—

(ক) ১৫-১৬

(খ) ১৪-১৫

(গ) ১৩-১৪

(ঘ) ১২-১৩

উত্তৰঃ (গ) ১৩-১৪

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top