Class 12 Anthropology MCQ Chapter 1 কোষ জীৱতত্ত্ব

Class 12 Anthropology MCQ Chapter 1 কোষ জীৱতত্ত্ব Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 1 কোষ জীৱতত্ত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 1 কোষ জীৱতত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Anthropology MCQ Notes for All Subject, You can practice these here.

কোষ জীৱতত্ত্ব

Chapter – 1

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। কোষবোৰ পোন প্ৰথমে কোনে লক্ষ্য কৰিছিল—

(ক) ৰ’বাৰ্ট হুক।

(খ) ডব্লিউ. এল. জ’হানচেন।

(গ) ই. হুটন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) জে. বি.এছ. হেলডেন।

উত্তৰঃ (ক) ৰ’বাৰ্ট হুক।

২। মানৱ কোষৰ প্ৰকাৰ কেইটা—

(ক) চাৰিটা।

(খ) তিনিটা।

(গ) দুটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) দুটা।

৩। কোষৰ প্ৰধান অংশ কেইটা—

(ক) সাতটা।

(খ) দুটা।

(গ) আঠটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) দুটা।

৪। কোষ বিভাজনৰ ধাৰণা কোনে প্ৰথমে দাঙি ধৰিছে–

(ক) জে. বি. ফাৰমাৰ।

(খ) হ’ফমেষ্টাৰ।

(গ) হিউগ’ভন মল।

(ঘ) ডব্লিউ. ফ্লেমিং।

উত্তৰঃ (খ) হ’ফমেষ্টাৰ।

৫। মাইট’ছিছ কোষ বিভাজনৰ স্তৰ কেইটা—

(ক) পাঁচটা।

(খ) ছয়টা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৬। ক্ৰ’মজ’ন শব্দটো প্ৰথমতে কোনে বৰ্ণনা কৰিছিল—

(ক) ষ্টেউচবাৰজাৰ।

(খ) জেইমছ ওৱাৰ্টচন।

(গ) ফ্ৰান্সিছ ক্ৰিক।

(ঘ) ফ্ৰিডৰিখ উইথেলম কুহন।

উত্তৰঃ (ক) ষ্টেউচবাৰজাৰ

৭। জিন শব্দটো কি শব্দৰ পৰা আহিছে—

(ক) ফৰাচী।

(খ) আৰৱী।

(গ) ল’গ’ছ।

(ঘ) জিনম।

উত্তৰঃ (ঘ) জিনম।

৮। নিউক্লিক এচিড কেই প্ৰকাৰৰ—

(ক) দুই।

(খ) তিনি।

(গ) চাৰি।

(ঘ) পাঁচ।

উত্তৰঃ (ক) দুই।

৯। মানৱ শৰীৰত থকা ক্ৰ’মজ’নৰ সংখ্যা কিমান—

(ক) ২৩

(খ) ৪৬

(গ) ৩৬

(ঘ) ২৮

উত্তৰঃ (খ) ৪৬

১০। উৎসেচক শব্দটো কোনে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল—

(ক) জে. বি. ফাৰমাৰ।

(খ) হ’ফমেষ্টাৰ।

(গ) ফ্ৰিডৰিখ উইথেলম কুহনে।

(ঘ) জেইমছ ওৱাৰ্টচন।

উত্তৰঃ (গ) ফ্ৰিডৰিখ উইথেলম কুহনে

১১। মাইট’ছিছ শব্দ প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল—

(ক) ফ্লেমিং।

(খ) জে. বি.ফাৰমাৰ।

(গ) ম’ৰ।

(ঘ) ৰ’বাৰ্ট হুক।

উত্তৰঃ (ক) ফ্লেমিং।

১২। কোষবোৰ পোন প্ৰথমে ৰ’বাৰ্ট হুকে কিমান চনত লক্ষ্য কৰিছিল—

(ক) ১৬৬৫

(খ) ১৬৮৯

(গ) ১৯৯৩

(ঘ) ১৮৪৫

উত্তৰঃ (ক) ১৬৬৫

১৩। কোষ বিভাজনৰ ধাৰণা হ’ফমেষ্টাৰ প্ৰথমে কিমান চনত দাঙি ধৰিছিল–

(ক) ১৮৮৮

(খ) ১৮৪৫

(গ) ১৮৪০

(ঘ) ১৮৪৪

উত্তৰঃ (গ) ১৮৪০

১৪। ক্ৰ’মজ’ন শব্দটো প্ৰথমতে ষ্টেউচবাৰজাৰে কিমান চনত বৰ্ণনা কৰিছিল—

(ক) ১৮৯২

(খ) ১৮৭৫

(গ) ১৮৩২

(ঘ) ১৯২৩

উত্তৰঃ (খ) ১৮৭৫

১৫। হিউগ’ভন মলে কোষ বিভাজনৰ বিষয়ে বৰ্ণনা কৰিছে—

(ক) ১৮৯৫

(খ) ১৭২৯

(গ) ১৮৫৬

(ঘ) ১৮৪৪

উত্তৰঃ (ঘ) ১৮৪৪

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top