Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান

Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান and select needs one.

Class 12 Anthropology MCQ Chapter 2 আনুবংশিক বিজ্ঞান

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 12 Anthropology MCQ Notes for All Subject, You can practice these here.

আনুবংশিক বিজ্ঞান

Chapter – 2

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। আনুবংশিক বিজ্ঞানৰ পিতৃ কোন—

(ক) হেনৰী টাৰ্নাৰ।

(খ) হেৰি ফিটছ ক্লাইনফেল্টাৰ।

(গ) গ্ৰেগৰ জোহান মেণ্ডেল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ডব্লিউ. এল.জহানছেন।

উত্তৰঃ (গ) গ্ৰেগৰ জোহান মেণ্ডেল।

২। সু-প্ৰজনন বিজ্ঞান কোনে আৰম্ভ কৰিছিল—

(ক) হেৰি ফিটছ ক্লাইনফেল্টাৰ।

(খ) চাৰ ফ্ৰান্সিচ গেল্টন।

(গ) হেনৰী টাৰ্নাৰ।

(ঘ) জন লনডম ডাউন।

উত্তৰঃ (খ) চাৰ ফ্ৰান্সিচ গেল্টন।

৩। সু-প্ৰজনন বিজ্ঞান কেই প্ৰকাৰৰ—

(ক) তিনি।

(খ) চাৰি।

(গ) এক।

(ঘ) দুই।

উত্তৰঃ (ঘ) দুই।

৪। সু-প্ৰজনন বিজ্ঞান কিমান চনত আৰম্ভ কৰিছিল—

(ক) ১৮৮৩

(খ) ১৮৭৪

(গ) ১৮৫৬

(ঘ) ১৮৫৫

উত্তৰঃ (ক) ১৮৮৩

৫। ক্লাইনফেল্টাৰ চিনড্ৰম প্ৰথমে কোনে উদ্ভাৱন কৰিছিল—

(ক) গ্ৰেগৰ জোহান মেণ্ডেল।

(খ) জন লনডম ডাউন।

(গ) হেৰি ফিটছ ক্লাইনিফেল্টাৰ।

(ঘ) ডব্লিউ. এল. জ’হানছেন।

উত্তৰঃ (গ) হেৰি ফিটছ ক্লাইনিফেল্টাৰ।

৬। টাৰ্নাৰছ চিনড্ৰম মহিলাৰ শৰীৰত থকা ক্ৰ’মজ’মৰ সংখ্যা কিমান—

(ক) ৪৬

(খ) ৩২

(গ) ২৩

(ঘ) ১২

উত্তৰঃ (ক) ৪৬

৭। এযোৰ এলিলিৰ দুয়োটা জিন যদি একে হয় তাক—

(ক) সমযুগ্ননজী।

(খ) স্বতন্ত্ৰ বিবিধকৰণ।

(গ) সু-প্ৰজনন বিজ্ঞান।

(ঘ) কোষ বিভাজন।

উত্তৰঃ (ক) সমযুগ্ননজী।

৮। কিমান চনত মেণ্ডেলৰ মৃত্যু হৈছিল—

(ক) ১৮৩৯

(খ) ১৯৭৮

(গ) ১৮৮৪

(ঘ) ১৮৫৫

উত্তৰঃ (গ) ১৮৮৪

৯। হেৰি ফিটছ ক্লাইনফেল্টাৰে কিমান চনত ৰোগ উদ্ভাৱন কৰিছিল—

(ক) ১৯২২

(খ) ১৯৪২

(গ) ১৮৪২

(ঘ) ১৯৮৮

উত্তৰঃ (খ) ১৯৪২

১০। ডাউনৰ ৰোগ প্ৰথমে কোন চিকিৎসাকে  উদ্ভাৱন কৰিছিল—

(ক) আফ্ৰিকা।

(খ) ইউৰোপ।

(গ) সাম্ৰাজ্য।

(ঘ) ব্ৰিটিছ।

উত্তৰঃ (ঘ) ব্ৰিটিছ।

১১। ডাউনৰ ৰোগ কিমান চনত উদ্ভাৱন কৰিছিল—

(ক) ১৮৬৬

(খ) ১৮৭৬

(গ) ১৯৬৫

(ঘ) ১৯৪৫

উত্তৰঃ (ক) ১৮৬৬

১২। ডাইনৰ ৰোগ উদ্ভাৱন কৰা চিকিৎসা জনৰ নাম কি–

(ক) গ্ৰেগৰ জোহান মেণ্ডেল।

(খ) হেনৰী টাৰ্নাৰ।

(গ) জন লনডম ডাউন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) জন লনডম ডাউন।

১৩। টাৰ্নাৰ ৰোগ কিমান চনত উদ্ভাৱন কৰে—

(ক) ১৯৯২

(খ) ১৯৩৮

(গ) ১৯৮৭

(ঘ) ১৮৮৭

উত্তৰঃ (খ)১৯৩৮

১৪। কোনো জীৱৰ জিনৰ সমষ্টিয়েই হৈছে—

(ক) এলিলি।

(খ) সমযুগ্ননজী।

(গ) প্ৰভাৱী সূত্ৰ।

(ঘ) জিন’টাইপ।

উত্তৰঃ (ঘ) জিন’টাইপ।

১৫। ক্ৰ’ম’জমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্ৰ পদাৰ্থক কি বোলে—

(ক) জিন।

(খ) ডাউনৰ ৰোগ।

(গ) সু-প্ৰজনন বিজ্ঞান।

(ঘ) নিউক্লিক এচিড।

উত্তৰঃ (ক) জিন।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top