Class 12 Anthropology MCQ Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Class 12 Anthropology MCQ Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 5 অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology MCQ Notes for All Subject, You can practice these here.

অৰ্থনৈতিক নৃতত্ত্বৰ ধাৰণা

Chapter – 5

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। জীৱিকা প্ৰৱৰ্তনৰ প্ৰণালীক কেইটা ভাগত ভগাব পাৰি—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) সাতটা।

উত্তৰঃ (ক) দুটা।

২। অন্বেষণ জীৱিকাক কেইটা ভাগত ভাগ কৰিছে—

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) আঠটা।

উত্তৰঃ (গ) তিনিটা।

৩। উৎপাদন জীৱিকাক কেইটা ভাগত ভাগ কৰিব পাৰি—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) ছয়টা।

(ঘ) দুটা।

উত্তৰঃ (ঘ) দুটা।

৪। ফান্দ কেই প্ৰকাৰৰ—

(ক) ছয়।

(খ) দুই।

(গ) চাৰি।

(ঘ) আঠ।

উত্তৰঃ (খ) দুই।

৫। উৎপাদন জীৱিকাৰ এটা অংশ—

(ক) মৎস্য জীৱিকা।

(খ) চিকাৰ জীৱিকা।

(গ) পশুপালন জীৱিকা।

(ঘ) অন্বেষণ জীৱিকা।

উত্তৰঃ (গ) পশুপালন জীৱিকা।

৬। অসমৰ কৃষকে কিহে হাল বায়—

(ক) গৰু।

(খ) ম’হে।

(গ) ট্ৰেক্টৰ।

(ঘ) গৰু বা ম’হে।

উত্তৰঃ (ঘ) গৰু বা ম’হে।

৭। স্থানান্তৰিত খেতিৰ সলনি কোনে ঝুম শব্দটো ব্যৱহাৰ কৰিছিল—

(ক) নগাবিলাকে।

(খ) তিৱাবিলাকে।

(গ) গাৰোবিলাকে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নগাবিলাকে।

৮। চহোৱা মাটিৰ চপৰা ভঙা আৰু সমান কৰিবলৈ ব্যৱহাৰ কৰা হয়—

(ক) দলিমাৰী।

(খ) মৈ।

(গ) দা।

(ঘ) ওখনি।

উত্তৰঃ (খ) মৈ।

৯। মৰণা মৰা কামত কি ব্যৱহাৰ কৰা হয়—

(ক) কান্ধমাৰি।

(খ) কোৰ।

(গ) ওখনি।

(ঘ) সিঁচনি।

উত্তৰঃ (গ) ওখনি।

১০। হাবি-বন চাফা কৰিবলৈ কি ব্যৱহাৰ কৰে—

(ক) বিন্ধ। 

(খ) খাবনি।

(গ) নাঙল।

(ঘ) দা।

উত্তৰঃ (ঘ) দা।

১১। শস্য কঢ়িয়াই আনিবলৈ কি ব্যৱহাৰ কৰা হয়—

(ক) কান্ধমাৰি।

(খ) নাঙল যুঁৱলি।

(গ) কোৰ।

(ঘ) সঁচনি।

উত্তৰঃ (ক) কান্ধমাৰি।

১২। মাটি চহাবৰ বাবে কি ব্যৱহাৰ কৰা হয়—

(ক) মৈ।

(খ) দলিমাৰি।

(গ) খাবনি।

(ঘ) নাঙল যুঁৱলি।

উত্তৰঃ (ঘ) নাঙল যুঁৱলি।

১৩। ঠাই সলাই সলাই খেতি কৰাক কি বোলে—

(ক) কৃষিজীৱিকা।

(খ) স্থানীন্তৰিত বা ঝুম খেতি।

(গ) নাঙৰ কৃষি।

(ঘ) পশুপালন জীৱিকা।

উত্তৰঃ (খ) স্থানীন্তৰিত বা ঝুম খেতি।

১৪। ক’ত পোহনীয়া চেঁৰা চৰাই আৰু উদ্ ব্যৱহাৰ কৰি মাছ ধৰা দেখা যায়—

(ক) ইণ্ডোনেছিয়াত।

(খ) চীনত।

(গ) ইণ্ডোনেছিয়া আৰু চীনত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ইণ্ডোনেছিয়া আৰু চীনত।

১৫। সকলো জীৱৰে জীৱন ধাৰণ কৰাৰ মূল উৎস কি—

(ক) আহাৰ।

(খ) আবাস।

(গ) সাজ-পোছাক।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ক) আহাৰ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top