Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 3 মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology MCQ Notes for All Subject, You can practice these here.

মানৱৰ জৈৱিক বিভিন্নতা আৰু প্ৰজাতিৰ ধাৰণা

Chapter – 3

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। উলকেশী কোন প্ৰজাতিৰ লক্ষণ—

(ক) মংগোলীয়।

(খ) নিগ্ৰ।

(গ) ওপৰৰ দুয়োটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নিগ্ৰ।

২। চক্ৰত কেইটা ত্ৰিত্ৰিজ্যা থাকে—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৩। শংখৰ ভাগ কেইটা—

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৪। হস্তাংশুলি অনুৰেখাকৃতিৰ প্ৰধান ভাগ কেইটা—

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) তিনিটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) তিনিটা।

৫। অনুৰেখাকৃতিৰ আনুপাতিক সূচনা কেইটা—

(ক) দুটা।

(খ) তিনিটা।

(গ) সাতটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

৬। হস্তাংশুলি অনুৰেখাকৃতিবোৰ প্ৰথমে কোনে শ্ৰেণীকৰণ কৰিছিল—

(ক) ই. হুটনে।

(খ) জে. বি.এছ. হেলডেন।

(গ) ৰ’বাৰ্ট হুক।

(ঘ) গেল্টনে।

উত্তৰঃ (ঘ) গেল্টনে।

৭। ঋজুকেশী কোন প্ৰজাতিৰ মাজত দেখা যায়–

(ক) মংগোলীয়।

(খ) নিগ্ৰ।

(গ) তিৱা।

(ঘ) ওপৰত এটাও নহয়।

উত্তৰঃ (ক) মংগোলীয়।

৮। তিনিফালৰ অনুৰেখা আহি লগ লগা অংশক কি বোলে—

(ক) বৃত্তখণ্ডাকাৰ।

(খ) ত্ৰিত্ৰিজ্যা।

(গ) অনুৰেখাকৃতি।

(ঘ) তৰংগকেশী।

উত্তৰঃ (খ) ত্ৰিত্ৰিজ্যা।

৯। গেল্টনে হস্তাংলি অনুৰেখাকৃতিবোৰক কেইটা শ্ৰেণীকৰণ কৰিছে—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

১০। গেল্টনে হস্তাংগুলি অনুৰেখাকৃতিবোৰক কিমান চনত শ্ৰেণীকৰণ কৰিছে—

(ক) ১৮৯২

(খ) ১৯৮৮

(গ) ১৮৭৬

(ঘ) ১৮৮৮

উত্তৰঃ (ঘ) ১৮৮৮

১১। প্ৰজাতি শ্ৰেণীকৰণত বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ আৱয়বিক চৰিত্ৰ বা লক্ষণৰ ব্যৱহাৰ কৰা হয় তাক—

(ক) প্ৰজাতি।

(খ) কেশ।

(গ) প্ৰজাতীয় বিকষ বা লক্ষণ।

(ঘ) বক্ৰৰেখা।

উত্তৰঃ (গ) প্ৰজাতীয় বিকষ বা লক্ষণ।

১২। প্ৰজাতীয় নিকষ বা লক্ষণৰ কেইটা প্ৰকাৰ দেখা যায়—

(ক) তিনিটা।

(খ) ছয়টা।

(গ) আঠটা।

(ঘ) দুইটা।

উত্তৰঃ (ক) তিনিটা।

১৩। ঋজুকেশীৰ কেইটা ভাগ আছে—

(ক) দুটা।

(খ) তিনিটা।

(গ) পাঁচটা।

(ঘ) সাতটা।

উত্তৰঃ (খ) তিনিটা।

১৪। চুলিৰ আকৃতি প্ৰধানকৈ কেই প্ৰকাৰৰ—

(ক) চাৰি।

(খ) পাঁচ।

(গ) তিনি।

(ঘ) ছয়।

উত্তৰঃ (গ) তিনি।

১৫। তৰংগকেশীৰ ভাগ কেইটা আছে—

(ক) দুটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top