Class 12 Anthropology MCQ Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Class 12 Anthropology MCQ Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Solutions, HS 2nd year Anthropology MCQ Notes, Class 12 Anthropology MCQ Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class XII Anthropology MCQ Solutions and select needs one.

Class 12 Anthropology MCQ Chapter 4 প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 12 Anthropology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS 2nd Year Anthropology MCQ Notes for All Subject, You can practice these here.

প্ৰাগৈতিহাসিক সংস্কৃতিৰ ভাগসমূহ

Chapter – 4

ANTHROPOLOGY

MULTIPLE CHOICE QUESTION ANSWER

১। প্ৰাক্ইতিহাসৰ সংস্কৃতিৰ ভাগ কেইটা–

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

২। প্ৰস্তৰ যুগক বস্তুগত সাংস্কৃতিক বিকাশৰ আধাৰত কেইটা ভাগত ভাগ কৰিছে—

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) তিনিটা।

(ঘ) আঠটা।

উত্তৰঃ (গ) তিনিটা।

৩। দুয়োটা যুগৰ মাজৰ এক মধ্যকালীন সংস্কৃতিৰ পৰিচায়ক—

(ক) নৱপ্ৰস্তৰ।

(খ) মধ্যপ্ৰস্তৰ যুগ।

(গ) ধাতুৰ যুগ।

(ঘ) প্ৰস্তৰ যুগ।

উত্তৰঃ (খ) মধ্যপ্ৰস্তৰ যুগ।

৪। ধাতুৰ যুগক কেইটা ভাগত ভাগ কৰিছে—

(ক) সাতটা।

(খ) ছয়টা।

(গ) দুটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

৫। প্ৰত্নতত্ত্ববিদসকলে প্ৰত্নপ্ৰস্তৰ যুগক কেইটা ভাগত বিভক্ত কৰিছে—-

(ক) তিনিটা।

(খ) পাঁচটা।

(গ) সাতটা।

(ঘ) আঠটা।

উত্তৰঃ (ক) তিনিটা।

৬। প্ৰকৃতি প্ৰদও সামগ্ৰীৰ পৰা সঁজুলি তৈয়াৰ কৰি বিভিন্ন প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা বৈশিষ্ট্যৰ কাৰণেই মানুহক কি বুলি অভিহিত কৰিছে—

(ক) সাংস্কৃতি।

(খ) সাংস্কৃতিক প্ৰাণী।

(গ) হাতিয়াৰ।

(ঘ) প্ৰস্তৰ সজুঁলি।

উত্তৰঃ (খ) সাংস্কৃতিক প্ৰাণী।

৭। “The Stone Age Tools” নামৰ কিতাপখন কোনে লিখিছিল—

(ক) গ্ৰেগৰ জোহান মেণ্ডেল।

(খ) ৰ’বাৰ্ট হুক।

(গ) কে.পি. অকলে’ৰ।

(ঘ) দিলিপ কুমাৰ ভট্টাচাৰ্য্যদেৱ।

উত্তৰঃ (ঘ) দিলিপ কুমাৰ ভট্টাচাৰ্য্যদেৱ।

৮। মানুহ সঁজুলি তৈয়াৰ কৰিব পৰা জীৱ কোনে কৈছিল—

(ক) কে.পি. অকলে’ৰ।

(খ) চাৰ ফ্ৰান্সিচ গেল্টন।

(গ) জে. বি.এছ. হেলডেন।

(ঘ) লয়ি আৰু চেইকেভিটজ।

উত্তৰঃ (ক) কে.পি. অকলে’ৰ।

৯। ক্লেকট’নিয়ান কৌশলটো কোন ঠাইত পোনপ্ৰথমে আৰম্ভ হয়—

(ক) ফৰাচী দেশৰ লেভালোৱা।

(খ) ইংলেণ্ডৰ ক্লাকটন-অন-ছি।

(গ) ওপৰৰ দুয়োটায়ে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ইংলেণ্ডৰ ক্লাকটন-অন-ছি।

১০। শিল কাটিবলৈ ব্যৱহাৰ কৰা নৱপ্ৰস্তৰ যুগৰ এক অভিনৱ কৌশল হৈছে—

 (ক) ছিদ্ৰন কৌশল।

(খ) ফলক কৌশল।

(গ) ছেদন কৌশল।

(ঘ) ঘৰ্ষণ কৌশল।

উত্তৰঃ (গ) ছেদন কৌশল।

১১। নিম্ন প্ৰত্নপ্ৰস্তৰ যুগৰ সঁজুলি উদ্যোগৰ মুলতঃ কেই ধৰণৰ—

(ক) তিনি।

(খ) চাৰি।

(গ) ছয়।

(ঘ) দুই।

উত্তৰঃ (ঘ) দুই।

১২। ক্ষুদ্ৰাস্ত্ৰ সমূহৰ মুখ্য প্ৰকাৰ কেইটা—

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

১৩। কাৰিকৰী নিপুনতাৰ ওপৰত ভিত্তি কৰি ছলুট্ৰিয়ান সংস্কৃতিক কেইটা ভাগত ভাগ কৰা হৈছে—

(ক) দুটা।

(খ) তিনিটা।

(গ) সাতটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

১৪। “The Stone Age Tools” নামৰ কিতাপখন কিমান চনত লিখিছিল—

(ক) ১৮৫৬

(খ) ১৮৯৩

(গ) ১৯৭৭

(ঘ) ১৯৮৫

উত্তৰঃ (গ) ১৯৭৭

১৫। কিমান চনত মধ্যপ্ৰস্তৰ যুগটো ‘চিকাৰিজীৱি মানুহৰ সংস্কৃতি’ ৰূপে চিনাক্তকৰণ হয়—

(ক) ১৮৯৫

(খ) ১৯৫৬

(গ) ১৮৩৮

(ঘ) ১৮৬৬

উত্তৰঃ (ঘ) ১৮৬৬

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top