Class 11 Logic and Philosophy MCQ Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ

Class 11 Logic and Philosophy MCQ Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ Question Answer, HS 1st Year Logic and Philosophy MCQ Solutions, Class 11 Logic and Philosophy MCQ Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Logic and Philosophy Objective Type Question Answer and select needs one.

Class 11 Logic and Philosophy MCQ Chapter 8 বাস্তৱবাদ আৰু ভাৱবাদ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Logic and Philosophy Objective Type Solutions for All Subject, You can practice these here.

বাস্তৱবাদ আৰু ভাৱবাদ

Chapter – 8

MULTIPLE CHOICE QUESTION ANSWER

১। কি সম্পৰ্কৰ ফলশ্ৰুতিত জ্ঞানৰ উৎপত্তি হয় ?

(ক) জ্ঞাতা আৰু জ্ঞেয়।

(খ) জ্ঞান আৰু তথ্য।

(গ) চিন্তা আৰু বিশ্লেষণ।

(ঘ) গবেষণা আৰু মন।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) জ্ঞাতা আৰু জ্ঞেয়।

২। জ্ঞানৰ বিষয়বস্তুৰ প্রকৃতিৰ বিষয়ে কেইটা মতবাদ উল্লেখ কৰা হৈছে?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

৩। জ্ঞান আহৰণ কৰাৰ প্ৰক্ৰিয়াৰ নাম কি?

(ক) বোধ।

(খ) গৱেষণা।

(গ) চেতনা।

(ঘ) অধ্যয়ন।

উত্তৰঃ (ঘ) অধ্যয়ন।

৪। জ্ঞাতাৰ মনৰ ওপৰত কি নিৰ্ভৰশীল?

(ক) জ্ঞান।

(খ) সিদ্ধান্ত।

(গ) বিষয়বস্তু।

(ঘ) মতবাদ।

উত্তৰঃ (গ) বিষয়বস্তু।

৫। কাক বাস্তৱবাদৰ সমর্থক বুলি চিহ্নিত কৰা হৈছে?

(ক) হোল্ট।

(খ) যুক্তিবাদী।

(গ) আধ্যাত্মবাদী।

(ঘ) সংস্কৃতিক।

উত্তৰঃ (ক) হোল্ট।

৬। বাস্তৱবাদৰ বৈশিষ্ট্য কেইটা?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (গ) পাঁচটা।

৭। বাস্তৱবাদৰ মতে, জ্ঞান আৰু আন বিষয়বস্তুৰ মাজত কি ধৰণৰ সম্পর্ক আছে?

(ক) অজ্ঞাত।

(খ) বাহ্যিক।

(গ) অন্তর্নিহিত।

(ঘ) সাংস্কৃতিক।

উত্তৰঃ (খ) বাহ্যিক।

৮। বাস্তৱবাদীসকলৰ মতে, জ্ঞান আৰু বস্তুৰ মাজত কি সম্পর্ক দেখা নাযায়?

(ক) বাহ্যিক সম্পর্ক।

(খ) প্রগতিশীল সম্পর্ক।

(গ) সমষ্টিগত সম্পর্ক।

(ঘ) অন্তর্নিহিত সম্পর্ক।

উত্তৰঃ (ঘ) অন্তর্নিহিত সম্পর্ক।

৯। বাস্তৱবাদ কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) ছয় প্ৰকাৰৰ।

উত্তৰঃ (খ) চাৰি প্ৰকাৰৰ।

১০। তলত কোনটো বাস্তৱবাদী দাৰ্শনিকৰ নাম?

(ক) প্লেটো।

(খ) কান্ট।

(গ) ডেকাৰ্ট।

(ঘ) জন লক।

উত্তৰঃ (ঘ) জন লক।

১১। যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্যস্ত কৰা হয় তাক কি বোলে?

(ক) বাস্তৱবাদ।

(খ) ভাৱবাদ।

(গ) যুক্তিবাদ।

(ঘ) আধ্যাত্মবাদ।

উত্তৰঃ (ক) বাস্তৱবাদ।

১৩। বাস্তৱবাদীসকলৰ মতে, জ্ঞানৰ বিষয়বস্তু সদায় মনৰ বাহিৰত কেনেকৈ থাকে?

(ক) বাস্তৱবাদ।

(খ) ভাৱবাদ।

(গ) স্বতন্ত্ৰভাৱে।

(ঘ) আধ্যাত্মবাদ।

উত্তৰঃ (গ) স্বতন্ত্ৰভাৱে।

১৪। জ্ঞান উৎপত্তি হখলৈ হ’লে আমাক কেইটা বস্তুৰ প্রয়োজন হয়?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (খ) দুটা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top