Class 11 Logic and Philosophy MCQ Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব

Class 11 Logic and Philosophy MCQ Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব Question Answer, HS 1st Year Logic and Philosophy MCQ Solutions, Class 11 Logic and Philosophy MCQ Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব Solutions to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Logic and Philosophy Objective Type Question Answer and select needs one.

Class 11 Logic and Philosophy MCQ Chapter 7 জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Logic and Philosophy Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Logic and Philosophy Objective Type Solutions for All Subject, You can practice these here.

জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব

Chapter – 7

MULTIPLE CHOICE QUESTION ANSWER

১। বুদ্ধিবাদৰ মতে, যথার্থ জ্ঞানৰ উৎস কি?

(ক) বুদ্ধি।

(খ) ইন্দ্রিয়।

(গ) অভিজ্ঞতা।

(ঘ) শ্বাস-প্রশ্বাস।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (ক) বুদ্ধি।

২। দর্শনৰ যিটো শাখাই জ্ঞানৰ উৎপত্তি, স্বৰূপ, চর্ত, সীমা প্রভৃতি আলোচনা কৰে তাক কি বোলে?

(ক) নৈতিকতা।

(খ) জ্ঞানবিদ্যা।

(গ) মেটাফিজিক্স।

(ঘ) যুক্তিবিজ্ঞান।

উত্তৰঃ (খ) জ্ঞানবিদ্যা।

৩। বুদ্ধিবাদী দাৰ্শনিকসকলৰ মতে, বুদ্ধিয়ে আমাক কি দিয়ে?

(ক) বোধ।

(খ) বিশ্লেষণ।

(গ) ধাৰণা।

(ঘ) অভিজ্ঞতা।

উত্তৰঃ (গ) ধাৰণা।

৪। জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ কেইটা?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

৫। ডেকাৰ্টৰ মতে আমাৰ মনত কেই প্ৰকাৰৰ ধাৰণা থাকে?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

৬। আধুনিক পাশ্চাত্য দৰ্শন জনক কোন?

(ক) প্লেটো।

(খ) এৰিষ্টটল।

(গ) হেগেল।

(ঘ) ডেকার্ট।

উত্তৰঃ (ঘ) ডেকার্ট।

৭। অভিজ্ঞতা কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (ক) দুই প্ৰকাৰৰ।

৮। স্পিনোজাৰ মতে, ধাৰণাৰ প্রধান তিনিটা কি কি?

(ক) দ্ৰব্য, গুণ, বিকাৰ।

(খ) আত্মা, দেহ, ঈশ্বৰ।

(গ) জীৱন, মৃত্যু, পুণৰ্জীৱন।

(ঘ) অভিজ্ঞতা, চেতনা, চেতনাশূন্য।

উত্তৰঃ (ক) দ্ৰব্য, গুণ, বিকাৰ।

৯। লাইবনিজে মন বা আত্মাক কি বুলি অভিহিত কৰিছে?

(ক) বস্তু।

(খ) মনাড।

(গ) ইন্দ্রিয়।

(ঘ) শান্তি।

উত্তৰঃ (খ) মনাড।

১০। লাইবনিজৰ মতে, যথার্থ জ্ঞান ক’ৰ পৰা উৎপত্তি হয়?

(ক) বস্তু।

(খ) সমাজ।

(গ) বুদ্ধি।

(ঘ) অভিজ্ঞতা।

উত্তৰঃ (গ) বুদ্ধি।

১১। গণিতশাস্ত্ৰবিদ কোন?

(ক) নিউটন।

(খ) এৰিষ্টটল।

(গ) গ্যালিলো।

(ঘ) ৰেনে ডেকার্ট।

উত্তৰঃ (ঘ) ৰেনে ডেকার্ট।

১২। ডেকার্টৰ মতে গণিতৰ ভিত্তি কি?

(ক) অভিজ্ঞতা।

(খ) স্বতঃসিদ্ধ সূত্ৰ।

(গ) প্ৰকৃতি।

(ঘ) সমাজ।

উত্তৰঃ (খ) স্বতঃসিদ্ধ সূত্ৰ।

১৩। হিউমে কিহৰ ভিত্তিত জ্ঞানৰ কথা উল্লেখ কৰিছে?

(ক) আবেগ।

(খ) অভিজ্ঞতা।

(গ) বিচ্ছিন্ন সংবেদন।

(ঘ) অন্তৰ্জাত ধাৰণা।

উত্তৰঃ (গ) বিচ্ছিন্ন সংবেদন।

১৪। অভিজ্ঞতাবাদৰ মতে, মনৰ আচৰণ কি?

(ক) নিষ্ক্রিয়।

(খ) আচৰিত।

(গ) উত্তেজিত।

(ঘ) সচেতন।

উত্তৰঃ (ক) নিষ্ক্রিয়।

১৫। “Idea”ৰ কি অৰ্থ কি?

(ক) পৰিৱর্তন।

(খ) ধাৰণা।

(গ) অনুভৱ।

(ঘ) অভিজ্ঞতা।

উত্তৰঃ (খ) ধাৰণা।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top