Class 11 Geography Important Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা

Class 11 Geography Important Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography Important Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা Solutions in Assamese and select need one. Class 11 Elective Geography Additional Solutions Assamese Medium Download PDF. HS 1st Year Elective Geography Important Question Answer in Assamese.

Class 11 Geography Important Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Geography Important Solutions in Assamese for All Chapters, You can practice these here.

Chapter: 15

চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু
IMPORTANT QUESTION AND ANSWER

১। বায়ুমণ্ডল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত স্থল আৰু জলবায়ুৱে সৃষ্টি কৰা অৱয়বসমূহক আৱৰি ৰখা গেছীয় পদাৰ্থৰ মিশ্রণেৰে গঠিত গভীৰ আৱৰণটোক বায়ুমণ্ডল বোলা হয়।

২। জলবায়ুৰ মূল উপাদান কেইটা?

উত্তৰঃ জলবায়ুৰ মূল উপাদান হ’ল- তিনিটা।

৩। জলবায়ু বুলিলে কি বুজা?

উত্তৰঃ বিস্তীর্ণ এলেকাৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ কমপক্ষেও পঞ্চাছ বছৰ কাল জুৰি প্ৰকাশ পোৱা বায়ুমণ্ডলৰ উত্তাপ, আর্দ্রতা, অধঃক্ষেপণ, বতাহৰ গতি প্রভৃতি অৱস্থাৱলীৰ সামগ্রিক ৰেহ-ৰূপক এলেকাটোৰ জলবায়ু বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি?

উত্তৰঃ বায়ুমণ্ডলৰ স্তৰ চাৰিটা।

সেইকেইটা হ’ল-

(i) ট্রপক্ষিয়েৰ।

(ii) স্ট্রেট ক্রিয়েৰ।

(iii) মেছক্ষিয়েৰ। আৰু

(iv) থার্মম্ফিয়েৰ।

৫। বায়ুমণ্ডলত জলীয় বাষ্পৰ সঞ্চালন, মেঘ গঠন আৰু বৃষ্টিপাতৰ কাৰণ দুটা কি কি?

উত্তৰঃ বায়ুমণ্ডলত জলীয় বাষ্পৰ সঞ্চালন, মেঘ গঠন আৰু বৃষ্টিপাতৰ কাৰণ দুটা হ’ল- উত্তাপ আৰু ধূলিকণাৰ উপস্থিতি।

৬। সমগুণী স্তৰ কাক বোলে?

উত্তৰঃ সমুদ্রপৃষ্ঠৰ পৰা প্রায় ৭০ কি. মি. উচ্চতাৰ ভিতৰত বায়ুমণ্ডলীয় উপাদানবোৰ প্রায় একে অনুপাতত পোৱা যায়। সেয়েহে, বায়ুমণ্ডলৰ নিম্নভাগত থকা এই স্তৰটোক সমগুণী স্তৰ বোলে।

৭। সমুদ্রপৃষ্ঠ অৱস্থানৰ পৰা ৮-১০ কি. মি. উচ্চতাৰ পৰিসৰত বিস্তৃত হৈ থকা সমগুণী বায়ুক্তৰটোৰ নাম কি?

উত্তৰঃ সমুদ্রপৃষ্ঠ অৱস্থানৰ পৰা ৮-১০ কি. মি. উচ্চতাৰ পৰিসৰত বিস্তৃত হৈ থকা সমগুণী বায়ুক্তৰটোৰ নাম ট্রপ’স্ফিয়েৰ।

৮। বিভিন্ন উৎসৰ পৰা অহা পদার্থকণিকাৰ ভিতৰত কি কি পোৱা যায়?

উত্তৰঃ বিভিন্ন উৎসৰ পৰা অহা পদার্থকণিকাৰ ভিতৰত সামুদ্রিক লৱণ, মাটি অথবা বালিৰ কণিকা, ধোঁৱা, ছাই, জৈৱ-ৰেণু অর্থাৎ জীৱদেহৰ পৰা উৎপত্তি হোৱা ক্ষুদ্র কণিকা আৰু ধাতৱ-কণা পোৱা যায়।

৯। কোনটো উপাদানৰ উপৰিও বায়ুমণ্ডলৰ নিম্নস্তৰসমূহৰ ভৌতিক অৱস্থা ঘাইকৈ ইয়াত নিহিত ধূলিকণা আৰু জলকণাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।

উত্তৰঃ শুষ্ক গেচীয় উপাদানৰ উপৰিও বায়ুমণ্ডলৰ নিম্নস্তৰসমূহৰ ভৌতিক অৱস্থা ঘাইকৈ ইয়াত নিহিত ধূলিকণা আৰু জলকণাৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে।

১০। নাইট্রাচ-অক্সাইডৰ সংকেত লিখা।

উত্তৰঃ নাইট্রাচ-অক্সাইডৰ সংকেত হ’ল- N₂O।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। বায়ুমণ্ডলৰ গুৰুত্বসমূহ বৰ্ণনা কৰা।

উত্তৰঃ বায়ু আৰু বায়ুমণ্ডল পৃথিৱীৰ শ্বাস-প্রশ্বাসৰ বাবে অপৰিহার্য। বায়ু আমাৰ দৈনিক জীৱনৰ অতি মৌলিক উপাদান। আমি যেতিয়া আহাৰ বা পানী গ্ৰহণ কৰোঁ, তেতিয়া বায়ু প্ৰতি মিনিটত একাধিকবাৰ শ্বাস-প্রশ্বাসৰ মাধ্যমে আমাৰ শৰীৰত প্ৰৱেশ কৰে। বায়ু বা অক্সিজেনৰ অভাৱত মানৱদেহ জীৱিত থাকিব নোৱাৰে, আৰু এক বা দুদিনৰ ভিতৰত নিশ্চিত মৃত্যু ঘটিব পাৰে। বায়ুমণ্ডল হ’ল পৃথিৱীৰ চাৰিওপাশে এক সুৰক্ষিত আৱৰণ, যি পৃথিৱীৰ সৌৰ কিৰণৰ ক্ষতিকাৰক প্রভাৱৰ পৰা ৰক্ষা কৰে আৰু তাপমাত্রা নিয়ন্ত্রণে সহায়ক হয়।

পৃথিৱীৰ বায়ুমণ্ডল গেছীয় উপাদানসমূহৰ মিশ্ৰণৰ পৰা গঠিত, বিশেষত নাইট্র’জেন (৭৮.০৮৭%) আৰু অক্সিজেন (২০.৯৪৯%) গেছ। এই গেছসমূহ পৃথিৱীত জীৱিত থাকিবলৈ প্রয়োজনীয়। বায়ুমণ্ডল অতিৰিক্ত তাপকে শোষণ কৰে আৰু পৃথিৱীৰ পৰা অতিৰিক্ত তাপ নির্গমনকে বাধাগ্রস্ত কৰে, এই প্রক্রিয়া “সেউজগৃহ প্রভাৱ” (Greenhouse Effect) নামে পৰিচিত। বায়ুমণ্ডল জলবায়ু নিয়ন্ত্রণে সহায়ক আৰু বৃষ্টিপাত, তুষাৰপাত, বজ্রপাত, মেঘৰ গঠন ইত্যাদিৰ মাধ্যমে পৃথিৱীৰ জলবায়ু শৃংখলাবদ্ধভাৱে ৰাখে।

বায়ুমণ্ডল সকলো পৃথিৱীতে কোনো জীৱনৰ অস্তিত্ব থাকিব নোৱাৰে। বায়ুমণ্ডল আৰু জলবায়ুৰ শৃঙ্খলা পৃথিৱীক উপযুক্ত তাপমাত্রা ৰাখে, যি জীৱৰ সৃষ্টিৰ কাৰণে প্রয়োজনীয়। যদি বায়ুমণ্ডল নাথাকে, পৃথিৱী অতি ঠাণ্ডা বা অতি গৰম হয় য’ত, যি জীৱনৰ পক্ষে অযোগ্য হয় উঠে গতিকে, বায়ুমণ্ডল পৃথিৱীৰ এক অমূল্য সম্পদ, যি জীৱনধাৰণৰ বাবে অপৰিহার্য।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top