🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 History MCQ Chapter 6 পৰিৱৰ্তিত ঐতিহ্য

Class 11 History MCQ Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Notes and select needs one.

Class 11 History MCQ Chapter 6 পৰিৱৰ্তিত ঐতিহ্য

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 6 পৰিৱৰ্তিত ঐতিহ্য Notes for All Subject, You can practice these here.

Chapter – 6

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। পশ্চিম ৰোমান সাম্ৰাজ্য বিভক্ত হৈছিল-

(ক) পঞ্চম শতিকালৈ।

(খ) প্ৰথম শতিকালৈ।

(গ) তৃতীয় শতিকালৈ।

(ঘ) ষষ্ঠ শতিকালৈ।

উত্তৰঃ (ক) পঞ্চম শতিকালৈ।

২। মধ্যযুগৰ সমাজ ব্যৱস্থা প্ৰধানকৈ কেইটা শ্ৰেণীত বিভক্ত আছিল-

(ক) পাঁচটা শ্ৰেণীত।

(খ) সাতটা শ্ৰেণীত।

(গ) তিনিটা শ্ৰেণীত।

(ঘ) দুটা শ্ৰেণীত।

উত্তৰঃ (গ) তিনিটা শ্ৰেণীত।

৩। এবে শব্দৰ অৰ্থ হ’ল-

(ক) পিতৃ।

(খ) মাতৃ।

(গ) মাঁ।

(ঘ) পিতা।

উত্তৰঃ (ঘ) পিতা।

৪। ইংলেণ্ড নামটো আহিছে-

(ক) এংগললেণ্ডৰ পৰা।

(খ) জাৰ্মানীৰ পৰা।

(গ) লেটিনৰ পৰা।

(ঘ) গ্ৰীকৰ পৰা।

উত্তৰঃ (ক) এংগললেণ্ডৰ পৰা।

৫। টেইল নামৰ কৰবিধ কাৰ ওপৰত আৰোপ কৰা হৈছিল?

(ক) চৰকাৰী কৰ্মচাৰীৰ ওপৰত।

(খ) কৃষকৰ ওপৰত।

(গ) ব্যৱসায়ীৰ ওপৰত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কৃষকৰ ওপৰত।

৬। ধৰ্মসমূহত পালন কৰিবলগীয়া নিয়ম আছিল-

(ক) প্ৰায় ৫৬ টা।

(খ) প্ৰায় ৪৮ টা।

(গ) প্ৰায় ৭৩ টা।

(ঘ) প্ৰায় ৩৭ টা।

উত্তৰঃ (গ) প্ৰায় ৭৩ টা।

৭। মনাচটাৰী শব্দটো ক’ৰ পৰা আহিছে?

(ক) জাৰ্মানীৰ পৰা।

(খ) লেটিনৰ পৰা।

(গ) গ্ৰীকৰ পৰা।

(ঘ) ফ্ৰান্সৰ পৰা।

উত্তৰঃ (গ) গ্ৰীকৰ পৰা।

৮। চীনত কেতিয়া সামন্তবাদৰ জন্ম হৈছিল?

(ক) পৃ:পূ: ১১০০ চনত।

(খ) পৃ:পূ: ১২০০ চনত।

(গ) পৃ:পূ: ১৪০০ চনত।

(ঘ) পৃ:পূ: ১৯০০ চনত।

উত্তৰঃ (ক) পৃ:পূ: ১১০০ চনত।

৯। কোন সময়ৰ পৰা ইউৰোপত সামন্তবাদৰ জনপ্রিয়তা বাঢ়ে।

(ক) পোন্ধৰ শ শতিকাৰ পৰা।

(খ) চৈধ্য শ শতিকাৰ পৰা।

(গ) ওঠৰশ শতিকাৰ পৰা।

(ঘ) ষোল্লশ শতিকাৰ পৰা।

উত্তৰঃ (খ) চৈধ্য শ শতিকাৰ পৰা।

১০। কোন চনত ফ্ৰান্সত ধৰ্মীয় যুদ্ধ সংঘটিত হৈছিল?

(ক) ষষ্ঠদশ শতিকাত।

(খ) অষ্ঠদশ শতিকাত।

(গ) নৱমদশ শতিকাত।

(ঘ) ওঠৰদশ শতিকাত।

উত্তৰঃ (ক) ষষ্ঠদশ শতিকাত।

১১। ফ্ৰান্সত কেতিয়াৰ পৰা সামন্তবাদৰ অৱসান ঘটে?

(ক) ১৬৪৫ চনৰ পৰা।

(খ) ১৭৯৮ চনৰ পৰা।

(গ) ১৩৫৪ চনৰ পৰা।

(ঘ) ১৭৮৯ চনৰ পৰা।

উত্তৰঃ (ঘ) ১৭৮৯ চনৰ পৰা।

১২। কোন চনত ইংলেণ্ডৰ পৰা সামন্তবাদৰ অৱসান ঘটিল?

(ক) ১০৮৮ খৃ:ৰ পৰা।

(খ) ১০৩৪ খৃ:ৰ পৰা।

(গ) ১০৬৬ খৃ:ৰ পৰা।

(ঘ) ১০৮৫ খৃ:ৰ পৰা।

উত্তৰঃ (গ) ১০৬৬ খৃ:ৰ পৰা।

১৩। কোন চনত ৰাছিয়াত সামন্তবাদৰ অৱসান ঘটে?

(ক) ১৯১৮ চনৰ।

(খ) ১৯১৬ চনৰ।

(গ) ১৭৫৬ চনৰ।

(ঘ) ১৯১৭ চনৰ।

উত্তৰঃ (ঘ) ১৯১৭ চনৰ।

১৪। ইষ্টেট জেনেৰেল কোন দেশৰ লগত জড়িত?

(ক) ফ্ৰান্সৰ।

(খ) চীনৰ।

(গ) ইংলেণ্ডৰ।

(ঘ) এছিয়াৰ।

উত্তৰঃ (ক) ফ্ৰান্সৰ।

১৫। কোনটো তাৰিখত যীশুখৃষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়?

(ক) ১৩ মাৰ্চ।

(খ) ৮ এপ্ৰিল।

(গ) ৪ ডিচেম্বৰ।

(ঘ) ২৫ ডিচেম্বৰ।

উত্তৰঃ (ঘ) ২৫ ডিচেম্বৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top