Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Important Notes and select needs one.

Class 11 History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 7 পৰিৱৰ্তিত সাংস্কৃতিক ঐতিহ্য Notes for All Subject, You can practice these here.

Chapter – 7

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। “The Civilization of the renaissance in Italy” নামৰ গ্ৰন্থখন স্থাপন কৰা হৈছিল?

(ক) ১৪৫০ চনত।

(খ) ১৮২৬ চনত।

(গ) ১৮৩৪ চনত।

(ঘ) ১৮৬০ চনত।

উত্তৰঃ (ঘ) ১৮৬০ চনত।

২। ‘The Prince’ নামৰ পুথিখন কোনে লিখিছিল?

(ক) মেকীয়াভেলিয়ে।

(খ) কলম্বাচে।

(গ) মাৰ্কব্লকে।

(ঘ) স্পেইনে।

উত্তৰঃ (ক) মেকীয়াভেলিয়ে।

৩। পণ্ডিতসকলৰ মতে আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হয়?

(ক) ষোল্ল শতিকাৰ পৰা।

(খ) পোন্ধৰ শতিকাৰ পৰা।

(গ) প্ৰথম শতিকাৰ পৰা।

(ঘ) তৃতীয় শতিকাৰ পৰা।

উত্তৰঃ (খ) পোন্ধৰ শতিকাৰ পৰা।

৪। তুৰ্কীসকলে কেতিয়া কনষ্টান্টিনোপল অধিকাৰ কৰিছিল?

(ক) ১৫৬৪ চনত।

(খ) ১৫১৩ চনত।

(গ) ১৪৫৩ চনত।

(ঘ) ১৪১২ চনত।

উত্তৰঃ (গ) ১৪৫৩ চনত।

৫। ৰোমত সমতাৰ অধিকাৰী আছিল-

(ক) গিয়ভানিপিকোড।

(খ) মেকীয়ভেলিয়ে।

(গ) মাৰ্টিন।

(ঘ) পোপ।

উত্তৰঃ (ঘ) পোপ।

৬। ‘অল দা ডিগনিটি অৱ মেন’ নামৰ পুথিখনৰ ৰচক আছিল-

(ক) জোহান্স শুটেনবাৰ্গ।

(খ) গিয়ভানিপিকোড।

(গ) ইবনচিনা।

(ঘ) এলৰাজ।

উত্তৰঃ (খ) গিয়ভানিপিকোড।ক

৭। আৰৱ ভাষাত এৰিষ্টটলক কি বুলি কোৱা হৈছিল?

(ক) আৰিষ্টু।

(খ) অৰিষ্টু।

(গ) আষ্টুৰ।

(ঘ) ৰিষ্টু।

উত্তৰঃ (ক) আৰিষ্টু।

৮। গিঅ’ট আছিল-

(ক) এগৰাকী সফল শিল্পী।

(খ) এগৰাকী সফল নাট্যকাৰ।

(গ) এগৰাকী সফল কবি।

(ঘ) এগৰাকী সফল চিত্ৰশিল্পী।

উত্তৰঃ (ক) এগৰাকী সফল শিল্পী।

৯। মধ্যযুগ বুলি কোনখিনি সময়ক কোৱা হয়?

(ক) পঞ্চমৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ।

(খ) ষষ্ঠৰ পৰা ঊনৈশ শতিকাৰ মাজৰ।

(গ) বাৰৰ পৰা ওঠৰশ শতিকাৰ মাজৰ।

(ঘ) চৈধ্যৰ পৰা তৃতীয়শ শতিকাৰ মাজৰ।

উত্তৰঃ (ক) পঞ্চমৰ পৰা চতুৰ্দ্দশ শতিকাৰ মাজৰ।

১০। ইবনচিনা আছিল-

(ক) এগৰাকী চিকিৎসক।

(খ) এগৰাকী চিত্ৰশিল্পী।

(গ) এগৰাকী শিক্ষক।

(ঘ) এগৰাকী কবি।

উত্তৰঃ (ক) এগৰাকী চিকিৎসক।

১১। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰথমে কোনে প্ৰমাণ কৰিছিল-

(ক) বিখ্যাত গেলিলিঅ’ই।

(খ) বিখ্যাত আইজাক নিউটন।

(গ) বিখ্যাত গ্ৰামবেল।

(ঘ) বিখ্যাত ইবনচিনা।

উত্তৰঃ (ক) বিখ্যাত গেলিলিঅ’ই।

১২। ছপাযন্ত্ৰৰ সহায়ত প্ৰকাশ কৰা পুথিখনৰ নাম হ’ল-

(ক) কোৰাণ।

(খ) বাইবেল।

(গ) পুৰাণ।         

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (খ) বাইবেল।

১৩। এজন বুদ্ধিজীৱীৰ নাম লিখা- যিজনে দেখুৱাইছিল যে জ্ঞান বিশ্বাসৰ পৰা পৃথক-

(ক) গেলিলিও।

(খ) ইচাবেলা।

(গ) প্লেটো।

(ঘ) পেট্ৰাৰ্ক।

উত্তৰঃ (গ) প্লেটো।

১৪। ফ্ল’ৰেন্সত বিশ্ববিদ্যালয় স্থাপন হৈছিল-

(ক) ১৩৯০ চনত।

(খ) ১৪৯২ চনত।

(গ) ১৩৪৯ চনত।

(ঘ) ১৫১২ চনত।

উত্তৰঃ (গ) ১৩৪৯ চনত।

১৫। কলম্বাচে কিমান চনত আমেৰিকাত ভৰি দিয়ে-

(ক) ১৪৯৫ চনত।

(খ) ১৫১২ চনত।

(গ) ১৪৯২ চনত।

(ঘ) ১৩০০ চনত।

উত্তৰঃ (গ) ১৪৯২ চনত।

১৬। জিওফ্ৰে চচাৰৰ Canterbury Tales প্ৰকাশ কৰিছিল-

(ক) ১৬১৮ চনত।

(খ) ১৫১৩ চনত।

(গ) ১৩৯০ চনত।

(ঘ) ১৩৪১ চনত।

উত্তৰঃ (গ) ১৩৯০ চনত।

১৭। পাদুৱা আৰু বলগ্নাত বিশ্ব বিদ্যালয়ত আইন কেন্দ্ৰ কেতিয়া স্থাপিত হৈছিল?

(ক) একাদশ শতিকাৰ।

(খ) দ্বাদশ শতিকাৰ।

(গ) ষষ্ঠ শতিকাৰ।

(ঘ) সাতাৱন শতিকাৰ।

উত্তৰঃ (ক) একাদশ শতিকাৰ।

১৮। আধুনিক যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়?

(ক) ১৮ শতিকাত।

(খ) ১৬ শতিকাত।

(গ) ১৫ শতিকাত।

(ঘ) ১৯ শতিকাত।

উত্তৰঃ (গ) ১৫ শতিকাত।

১৯। মধ্যযুগ বুলিলে কোনটো যুগক বুজোৱা হয়?

(ক) পঞ্চমৰ পৰা ১৪ শতিকালৈ।

(খ) পঞ্চমৰ পৰা ১২ শতিকালৈ।

(গ) নৱমৰ পৰা ১৯ শতিকালৈ।

(ঘ) একাদশৰ পৰা ১৫ শতিকালৈ।

উত্তৰঃ (ক) পঞ্চমৰ পৰা ১৪ শতিকালৈ।

২০। প্ৰাৰম্ভিক মধ্য যুগ আৰম্ভ হৈছিল-

(ক) নৱমৰ পৰা একাদশ শতিকালৈ।

(খ) পঞ্চমৰ পৰা নৱম শতিকালৈ।

(গ) একাদশ পৰা দ্বাদশ শতিকালৈ।

(ঘ) ত্রিয়োদশ পৰা পঞ্চমৰ শতিকালৈ।

উত্তৰঃ (ক) নৱমৰ পৰা একাদশ শতিকালৈ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top