Class 11 History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Class 11 History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Solutions, HS 1st year Elective History Important Notes, Class 11 Elective History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন and select needs one.

Class 11 History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 2 লিখনি আৰু নগৰীয়া জীৱন Notes for All Subject, You can practice these here.

লিখনি আৰু নগৰীয়া জীৱন

Chapter – 2

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উটৰটো বাছি উলিওৱাঃ

প্রশ্ন ১। মেছোপটেমিয়া শব্দটো কি মূলৰ পৰা উদ্ভৱ হোৱা? 

(ক) লেটিন।

(খ) গ্ৰীক।

(গ) টাই।

(ঘ) জাৰ্মান।

উত্তৰঃ (খ) গ্ৰীক।

প্রশ্ন ২। মেছোপটেমিয়া সকলৰ প্ৰধান চন্দ্ৰ দেৱতা উপাস্য দেৱতা কোন আছিল?

(ক) শ্ৰীকৃষ্ণ।

(খ) বিষ্ণু।

(গ) শিৱ।

(ঘ) ‘উৰ’।

উত্তৰঃ (ঘ) ‘উৰ’।

প্রশ্ন ৩। মেছোপটেমিয়া সকলৰ প্ৰধান প্ৰেমৰ দেৱী উপাস্য দেৱতা কোন আছিল?

(ক) দুৰ্গা।

(খ) ইনান্না।

(গ) লক্ষ্মী।

(ঘ) সৰস্বতী।

উত্তৰঃ (খ) ইনান্না।

প্রশ্ন ৪। ব্ৰঞ্জৰ যুগ বুলি কাক কোৱা হয়?

(ক) মেছোপটমিয়াক।

(খ) হাডজা সকলক।

(গ) প্ৰাইমেট সকলক।

(ঘ) হমিনিদা বিলাকক।

উত্তৰঃ (ক) মেছোপটমিয়াক।

প্রশ্ন ৫। কেতিয়া মাটিৰ ফলিৰ ব্যৱহাৰ হৈছিল?

(ক) আনুমানিক 310 খ্ৰী. পূ. ৰ পৰা।

(খ) আনুমানিক 320 খ্ৰী. পূ. ৰ পৰা।

(গ) আনুমানিক 330 খ্ৰী. পূ. ৰ পৰা।

(ঘ) আনুমানিক 340 খ্ৰী. পূ. ৰ পৰা।

উত্তৰঃ (খ) আনুমানিক 320 খ্ৰী. পূ. ৰ পৰা।

প্রশ্ন ৬। চুমেৰীয়া ভাষাই কেতিয়াৰ পৰা সম্পূর্ণ বিকাশ লাভ কৰিছিল?

(ক) প্ৰায় 2400 খ্ৰীঃ পূঃৰ মানৰ পৰা।

(খ) প্ৰায় 2500 খ্ৰীঃ পূঃৰ মানৰ পৰা।

(গ) প্ৰায় 2600 খ্ৰীঃ পূঃৰ মানৰ পৰা।

(ঘ) প্ৰায় 2700 খ্ৰীঃ পূঃৰ মানৰ পৰা।

উত্তৰঃ (গ) প্ৰায় 2600 খ্ৰীঃ পূঃৰ মানৰ পৰা।

প্রশ্ন ৭। এছিৰীয়সকলৰ ভাষা কি আছিল?

(ক) ছুমেৰীয়া ভাষা।

(খ) টাই ভাষা।

(গ) জাৰ্মান ভাষা।

(ঘ) ব্ৰিটিছ ভাষা।

উত্তৰঃ (ক) ছুমেৰীয়া ভাষা।

প্রশ্ন ৮। চুমেৰুৰ অৰ্থ কি?

(ক) বাঁহেৰে নিৰ্মিত নগৰ।

(খ) কাঠেৰে নিৰ্মিত নগৰ।

(গ) বালিৰে নিৰ্মিত নগৰ।

(ঘ) ইটাৰে নিৰ্মিত নগৰ।

উত্তৰঃ (ঘ) ইটাৰে নিৰ্মিত নগৰ।

প্রশ্ন ৯। ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেছোপটেমিয়াক কি বুলি জ্ঞান কৰিছিল?

(ক) ভগৱানৰ ভূমি।

(খ) মানুহৰ ভূমি।

(গ) পূৰ্বপুৰুষৰ ভূমি।

(ঘ) প্ৰেতৰ ভূমি।

উত্তৰঃ (গ) পূৰ্বপুৰুষৰ ভূমি।

প্রশ্ন ১০। কিমান বছৰ আগতে মেছোপটেমিয়াৰ কৃষি কাৰ্য আৰম্ভ হৈছিল?

(ক) 4000-3000 খ্ৰীঃ পূঃ মানৰ পৰা।

(খ) 7000-6000 খ্ৰীঃ পূঃ মানৰ পৰা।

(গ) 5000-4000 খ্ৰীঃ পূঃ মানৰ পৰা।

(ঘ) 6000-5000 খ্ৰীঃ পূঃ মানৰ পৰা।

উত্তৰঃ (খ) 7000-6000 খ্ৰীঃ পূঃ মানৰ পৰা।

প্রশ্ন ১১। আক্কাডিয় আৰু কিউনিফৰ্ম লিপিৰ ব্যৱহাৰ কেতিয়াৰ পৰা আৰম্ভ হয়?

(ক) 1830 দশকৰ পৰা।

(খ) 1840 দশকৰ পৰা।

(গ) 1850 দশকৰ পৰা।

(ঘ) 1860 দশকৰ পৰা।

উত্তৰঃ (গ) 1850 দশকৰ পৰা।

প্রশ্ন ১২। কেতিয়া এছিৰীয়া সাম্ৰাজ্য প্রতিষ্ঠা হৈছিল?

(ক) 620-600 খ্ৰীঃ পূৰ্বত।

(খ) 720-610 খ্ৰীঃ পূৰ্বত।

(গ) 820-620 খ্ৰীঃ পূৰ্বত।

(ঘ) 920-630 খ্ৰীঃ পূৰ্বত।

উত্তৰঃ (খ) 720-610 খ্ৰীঃ পূৰ্বত।

প্রশ্ন ১৩। ধাতুৰ ব্যৱহাৰ কেতিয়াৰ পৰা হৈছিল?

(ক) 1000 খ্ৰীঃ পূঃৰ পৰা।

(খ) 2000 খ্ৰীঃ পূঃৰ পৰা।

(গ) 3000 খ্ৰীঃ পূঃৰ পৰা।

(ঘ) 4000 খ্ৰীঃ পূঃৰ পৰা।

উত্তৰঃ (ক) 1000 খ্ৰীঃ পূঃৰ পৰা।

প্রশ্ন ১৪। কেতিয়া আলেকজেণ্ডাৰে বেবিলন জয় কৰিছিল?

(ক) 329 খ্ৰীঃ পূঃত।

(খ) 330 খ্ৰীঃ পূঃত।

(গ) 331 খ্ৰীঃ পূঃত।

(ঘ) 332 খ্ৰীঃ পূঃত।

উত্তৰঃ (গ) 331 খ্ৰীঃ পূঃত।

প্রশ্ন ১৫৷ কেতিয়াৰ পৰা উৰকত ব্ৰঞ্জৰ আহিলা পাতিৰ ব্যৱহাৰ হোৱাৰ প্ৰমাণ পোৱা যায়?

(ক) প্রায় 2000 খ্ৰীঃপূৰ্ব মানৰ পৰা।

(খ) প্রায় 3000 খ্ৰীঃপূৰ্ব মানৰ পৰা।

(গ) প্রায় 4000 খ্ৰীঃপূৰ্ব মানৰ পৰা।

(ঘ) প্রায় 5000 খ্ৰীঃপূৰ্ব মানৰ পৰা।

উত্তৰঃ (খ) প্রায় 3000 খ্ৰীঃপূৰ্ব মানৰ পৰা।

প্রশ্ন ১৬। দক্ষিণ মেছোপটেমিয়াৰ প্ৰাচীনতম মন্দিৰবোৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

(ক) 2000 খ্ৰীঃ পূঃত।

(খ) 3000 খ্ৰীঃ পূঃত।

(গ) 4000 খ্ৰীঃ পূঃত।

(ঘ) 5000 খ্ৰীঃ পূঃত।

উত্তৰঃ (ঘ) 5000 খ্ৰীঃ পূঃত।

প্রশ্ন ১৭। কিউনিফর্ম লিপিৰ ব্যৱহাৰ কেতিয়া হৈছিল বুলি জনা যায়।

(ক) প্ৰায় 2400 খ্ৰীঃ পূঃ মানত।

(খ) প্ৰায় 2500 খ্ৰীঃ পূঃ মানত।

(গ) প্ৰায় 2600 খ্ৰীঃ পূঃ মানত।

(ঘ) প্ৰায় 2700 খ্ৰীঃ পূঃ মানত।

উত্তৰঃ (গ) প্ৰায় 2600 খ্ৰীঃ পূঃ মানত।

প্রশ্ন ১৮। মেছোপটেমিয়া শব্দৰ অৰ্থ কি?

(ক) নদীৰ মাজৰ ঠাই।

(খ) নদীৰ তলৰ ঠাই।

(গ) নদীৰ কাষৰ ঠাই।

(ঘ) নদীৰ বাহিৰৰ ঠাই।

উত্তৰঃ (ক) নদীৰ মাজৰ ঠাই।

প্রশ্ন ১৯। নেবনিদাস কোন আছিল?

(ক) পুৰণি বেবিলনীয় সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল।

(খ) নতুন বেবিলনীয় সাম্ৰাজ্যৰ প্ৰথমজন ৰজা আছিল।

(গ) নতুন বেবিলনীয় সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল।

(ঘ) নতুন বেবিলনীয় সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল।

উত্তৰঃ (ঘ) নতুন বেবিলনীয় সাম্ৰাজ্যৰ শেষৰজন ৰজা আছিল।

প্রশ্ন ২০। ইনান্না কোন আছিল?

(ক) প্ৰেমৰ দেৱী।

(খ) প্ৰেমৰ দেৱতা।

(গ) জ্ঞানৰ দেৱী।

(ঘ) জ্ঞানৰ দেৱতা।

উত্তৰঃ (ক) প্ৰেমৰ দেৱী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top