Class 11 History MCQ Chapter 3 সাম্ৰাজ্য

Class 11 History MCQ Chapter 3 সাম্ৰাজ্য Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 3 সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Chapter 3 সাম্ৰাজ্য Notes and select needs one.

Class 11 History MCQ Chapter 3 সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 3 সাম্ৰাজ্য Notes for All Subject, You can practice these here.

Chapter – 3

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উটৰটো বাছি উলিওৱাঃ

প্রশ্ন ১। ৰোমান সাম্ৰাজ্যৰ প্ৰথম সম্রাটজন কোন আছিল?

(ক) ক’ম’ডাছ।

(খ) ছেপ্টিমাচ চেভেৰাছ।

(গ) আগাষ্টাছ।

(ঘ) কনষ্টেণ্টাইন।

উত্তৰঃ (গ) আগাষ্টাছ।

প্রশ্ন ২। ৰোমান সাম্ৰাজ্যৰ সম্ভ্ৰান্তবংশৰ লোকসকলে কি ভাষা ব্যৱহাৰ কৰিছিল?

(ক) গ্রীক ভাষা।

(খ) লেটিন ভাষা।

(গ) টাই ভাষা।

(ঘ) জাৰ্মান ভাষা।

উত্তৰঃ (ক) গ্রীক ভাষা।

প্রশ্ন ৩। ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনীয়ভাষা দুটা কি আছিল।

(ক) টাই আৰু গ্ৰীক।

(খ) লেটিন আৰু গ্ৰীক।

(গ) লেটিন আৰু টাই।

(ঘ) লেটিন আৰু জাৰ্মান।

উত্তৰঃ (খ) লেটিন আৰু গ্ৰীক।

প্রশ্ন ৪। কোন মৰুভূমিৰ মাজত ৰোমান সাম্ৰাজ্য গঢ়ি উঠিছিল?

(ক) চাহাৰা মৰুভূমি।

(খ) থৰ মৰুভূমি।

(গ) গোবি মৰুভূমি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চাহাৰা মৰুভূমি।

প্রশ্ন ৫। কোন দুটা নদীয়ে ৰোমান সাম্ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল?

(ক) কাবেৰী আৰু ডানিয়ুৱ।

(খ) ৰাইন আৰু গঙ্গা।

(গ) ৰাইন আৰু সিন্ধু।

(ঘ) ৰাইন আৰু ডানিয়ুৱ।

উত্তৰঃ (ঘ) ৰাইন আৰু ডানিয়ুৱ।

প্রশ্ন ৬। ইউৰোপ আৰু আফ্রিকা মহাদেশক ভাগ কৰা সাগৰটোৰ নাম লিখা।

(ক) ভাৰত সাগৰ।

(খ) কেৰিবীয়ান সাগৰ।

(গ) ভূ-মধ্য সাগৰ।

(ঘ) উত্তৰ সাগৰ।

উত্তৰঃ (গ) ভূ-মধ্য সাগৰ।

প্রশ্ন ৭। পাপিৰাছ বুলিলে কি বুজায়।

(ক) পাপিৰাছ হ’ল ইজিপ্তৰ কাবেৰী নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ গুল্ম জাতীয় উদ্ভিদ।

(খ) পাপিৰাছ হ’ল ইজিপ্তৰ গঙ্গা নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ কেকটাছ জাতীয় উদ্ভিদ।

(গ) পাপিৰাছ হ’ল ইজিপ্তৰ সিন্ধু নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ঘাঁহ জাতীয় উদ্ভিদ।

(ঘ) পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।

উত্তৰঃ (ঘ) পাপিৰাছ হ’ল ইজিপ্তৰ নীল নদীৰ উপত্যকাত উৎপন্ন হোৱা এবিধ ইকৰা জাতীয় উদ্ভিদ।

প্রশ্ন ৮। 630 খ্রীঃ লৈ উত্তৰ আফ্ৰিকা আৰু মধ্য প্রাচ্যৰ ভূ-খণ্ডত শাসন ব্যৱস্থা চলোৱা এখন সাম্রাজ্যৰ নাম লিখা।

(ক) ৰোমান সাম্ৰাজ্য।

(খ) মোগল সাম্ৰাজ্য।

(গ) আহোম সাম্ৰাজ্য।

(ঘ) মৌৰ্য সাম্ৰাজ্য।

উত্তৰঃ (ক) ৰোমান সাম্ৰাজ্য।

প্রশ্ন ৯। ৰোমান সাম্রাজ্যৰ অৰ্ধ যাযাবৰী জাতিসমূহে অস্থায়ীভাৱে নিৰ্মাণ কৰা বাসস্থানবোৰক কি বুলি কোৱা হৈছিল?

(ক) চিনেট।

(খ) মাপালিয়া।

(গ) প্ৰিঞ্চেপছ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মাপালিয়া।

প্রশ্ন ১০। স্পেইনত অলিভ তেল ব্যৱহাৰ কৰা পাত্ৰটোৰ নাম লিখা।

(ক) ড্ৰেজেল ১০

(খ) ড্ৰেজেল ২০

(গ) ড্ৰেজেল ৩০

(ঘ) ড্ৰেজেল ৪০

উত্তৰঃ (খ) ড্ৰেজেল ২০

প্রশ্ন ১১। ৰোমানসকলে জুলীয়া পদাৰ্থ যেনে মদ আৰু অলিভ তেল ব্যৱহাৰৰ কাৰণে কি পাত্ৰ ব্যৱহাৰ কৰিছিল?

(ক) ঘটি।

(খ) এম্ফোৰাই।

(গ) কলহ।

(ঘ) বাতি।

উত্তৰঃ (খ) এম্ফোৰাই।

প্রশ্ন ১২। ইজিপ্তৰ মানুহে ব্যৱহাৰ কৰা ভাষাটো কি আছিল?

(ক) টাই।

(খ) লেটিন।

(গ) গ্ৰীক।

(ঘ) কোপতিক।

উত্তৰঃ (ঘ) কোপতিক।

প্রশ্ন ১৩। ৰোমানসকলে কাক ‘বৰ্বৰ’ বুলি আখ্যা দিছিল?

(ক) দেশী বন্ধু সকলক।

(খ) বিদেশী বন্ধু সকলক।

(গ) দেশী আক্ৰমণকাৰী সকলক।

(ঘ) বিদেশী আক্ৰমণকাৰী সকলক।

উত্তৰঃ (ঘ) বিদেশী আক্ৰমণকাৰী সকলক।

প্রশ্ন ১৪। কেতিয়াৰ পৰা ৰোমান সাম্ৰাজ্যৰ পতন আহি পৰিছিল?

(ক) প্ৰথম শতিকাৰ পৰা।

(খ) দ্বিতীয় শতিকাৰ পৰা।

(গ) তৃতীয় শতিকাৰ পৰা।

(ঘ) চতুৰ্থ শতিকাৰ পৰা।

উত্তৰঃ (গ) তৃতীয় শতিকাৰ পৰা।

প্রশ্ন ১৫। ৰোমান সাম্ৰাজ্যত বছৰটোৰ কিমান দিন ৰাজহুৱা উৎসৱ-পাৰ্বণৰ দিন হিচাপে নিৰ্ধাৰণ কৰিছিল?

(ক) বছৰটোৰ 146 দিন।

(খ) বছৰটোৰ 156 দিন।

(গ) বছৰটোৰ 166 দিন।

(ঘ) বছৰটোৰ 176 দিন।

উত্তৰঃ (ঘ) বছৰটোৰ 176 দিন।

প্রশ্ন ১৬। ৰোমান সাম্ৰাজ্যৰ বেছিভাগ কাল শাসন কৰা ৰজাজন কোন আছিল?

(ক) আগাষ্টাছ।

(খ) টাইবেৰিয়াচ।

(গ) কলুমেল্লা।

(ঘ) অশোক।

উত্তৰঃ (খ) টাইবেৰিয়াচ।

প্রশ্ন ১৭। ৰোমান সাম্ৰাজ্যৰ সমাজ ব্যৱস্থা কেইটা শ্ৰেণীত বিভক্ত আছিল?

(ক) এটা।

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (গ) তিনিটা।

প্রশ্ন ১৮। ৰোমান সাম্ৰাজ্যৰ সেনাসকলে দেশৰ কাৰণে কিমান বছৰ সেৱা আগবঢ়াব লাগিছিল।

(ক) প্রায় পাঁচশ বছৰ।

(খ) প্রায় পঁচিশ বছৰ।

(গ) প্রায় বাৰশ বছৰ।

(ঘ) প্রায় চৈধশ বছৰ।

উত্তৰঃ (খ) প্রায় পঁচিশ বছৰ।

প্রশ্ন ১৯। ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল?

(ক) চিনেট।

(খ) মাপালিয়া।

(গ) প্ৰিঞ্চেপছ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) চিনেট।

প্রশ্ন ২০। ৰোমান সাম্ৰাজ্যৰ সংসদৰ নাম কি আছিল?

(ক) চিনেট।

(খ) মাপালিয়া।

(গ) প্ৰিঞ্চেপছ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) প্ৰিঞ্চেপছ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top