Class 11 History MCQ Chapter 5 অঘৰী সাম্ৰাজ্য

Class 11 History MCQ Chapter 5 অঘৰী সাম্ৰাজ্য Solutions, HS 1st year Elective History Objective Type Question Answer, Class 11 Elective History MCQ Chapter 5 অঘৰী সাম্ৰাজ্য Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History MCQ Notes and select needs one.

Class 11 History MCQ Chapter 5 অঘৰী সাম্ৰাজ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History MCQ Chapter 5 অঘৰী সাম্ৰাজ্য Notes for All Subject, You can practice these here.

Chapter – 5

ELECTIVE HISTORY

MULTIPLE CHOICE QUESTION ANSWER

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

১। জেংগিছ খাঁৰ জন্ম কেতিয়া হৈছিল?

(ক) ১২৩৫ খ্ৰী:ত।

(খ) ১১৫২ খ্ৰী:ত।

(গ) ১২৫৯ খ্ৰী:ত।

(ঘ) ১২২৭ খ্ৰী:ত।

উত্তৰঃ (খ) ১১৫২ খ্ৰী:ত।

২। অঘৰীসকল আছিল-

(ক) পাৰ্চীয়াৰ।

(খ) মংগোলীয়ৰ।

(গ) মধ্য এছিয়াৰ।

(ঘ) আৰৱৰ।

উত্তৰঃ (গ) মধ্য এছিয়াৰ।

৩। ষ্টেলিন আছিল-

(ক) ৰাছিয়াৰ ৰাষ্ট্ৰপতি।

(খ) ৰাছিয়াৰ প্ৰধানমন্ত্ৰী।

(গ) ৰাছিয়াৰ মুখ্যমন্ত্ৰী।

(ঘ) ৰাছিয়াৰ উপ-ৰাষ্ট্ৰপতি।

উত্তৰঃ (ক) ৰাছিয়াৰ ৰাষ্ট্ৰপতি।

৪। কোন চনত কুবলাইখানে চীনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিছিল?

(ক) ১২০৬ খ্ৰী:ত।

(খ) ১২৫৯ খ্ৰী:ত।

(গ) ১২৬০ খ্ৰী:ত।

(ঘ) ১৯২১ খ্ৰী:ত।

উত্তৰঃ (খ) ১২৫৯ খ্ৰী:ত।

৫। চীনৰ বৃহৎ প্ৰাচীৰ কেতিয়া নিৰ্মাণ হৈছিল-

(ক) খ্ৰী: পূ: ২০১৪ ত।

(খ) খ্ৰী: পূ: ২০১৬ ত।

(গ) খ্ৰী: পূ: ২০১৯ ত।

(ঘ) খ্ৰী: পূ: ২০১২ ত।

উত্তৰঃ (ক) খ্ৰী: পূ: ২০১৪ ত।

৬। মংগোলসকলৰ প্ৰধান অস্ত্ৰ আছিল-

(ক) ধনু।

(খ) তৰোৱাল।

(গ) কাঁড়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ধনু।

৭। জেংগিছ খাঁৰ মৃত্যু হৈছিল-

(ক) ১২৬৭ খ্ৰী:ত।

(খ) ১২২৬ খ্ৰী:ত।

(গ) ১৮২৬ খ্ৰী:ত।

(ঘ) ১২২৭ খ্ৰী:ত।

উত্তৰঃ (ঘ) ১২২৭ খ্ৰী:ত।

৮। কোবলাই খানে মংগোল সাম্ৰাজ্যৰ ক্ষমতা লাভ কৰিছিল-

(ক) ১২০৬ খ্ৰী:ত।

(খ) ১২৫৯ খ্ৰী:ত।

(গ) ১২২৭ খ্ৰী:ত।

(ঘ) ১২৩৪ খ্ৰী:ত।

উত্তৰঃ (ক) ১২০৬ খ্ৰী:ত।

৯। জেংগিছ খাঁৰ আন এটা নাম আছিল-

(ক) টেমুজিন।

(খ) ষ্টেলিন।

(গ) মংগীখান।

(ঘ) মহম্মদ।

উত্তৰঃ (ক) টেমুজিন।

১০। টেমুজিনৰ জন্ম হৈছিল-

(ক) ১১৬০ চনত।

(খ) ১১৬৭ চনত।

(গ) ১২০৩ চনত।

(ঘ) ১২৫৩ চনত।

উত্তৰঃ (খ) ১১৬৭ চনত।

১১। মংগোল সাম্ৰাজ্য ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল-

(ক) জেংগিচনে।

(খ) ষ্টেলিনে।

(গ) মহম্মদে।

(ঘ) টেমুজিনে।

উত্তৰঃ (ক) জেংগিচনে।

১২। Natural History ৰ লেখক আছিল-

(ক) প্লিনিয়ে।

(খ) টেমুজিনে।

(গ) মহম্মদে।

(ঘ) মংগীখানে।

উত্তৰঃ (ক) প্লিনিয়ে।

১৩। ‘জেংগিছখাই ক্ষমতা লাভ কৰিছিল-

(ক) ১২০৬ খ্ৰী:ত।

(খ) ১২০৩ খ্ৰী:ত।

(গ) ১৫৪৬ খ্ৰী:ত।

(ঘ) ১২০৮ খ্ৰী:ত।

উত্তৰঃ (ক) ১২০৬ খ্ৰী:ত।

১৪। টাইমূৰৰ শাসন কাল চলিছিল-

(ক) ১৩৭০-১৪০৫ খ্ৰী:ত।

(খ) ১৪৯৫-১৫৩০ খ্ৰী:ত।

(গ) ১২৩৬-৪২ খ্ৰী:ত।

(ঘ) ১২৫৩-৫৫ খ্ৰী:ত।

উত্তৰঃ (ক) ১৩৭০-১৪০৫ খ্ৰী:ত।

১৫। মংগোলীয়সকলৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল-

(ক) ১২৬০ চনত।

(খ) ১৯২১ চনত।

(গ) ১২৫৩ চনত।

(ঘ) ১২৬০ চনত।

উত্তৰঃ (খ) ১৯২১ চনত।

১৬। ভাৰতত মংগোল ৰাজবংশৰ পাতনিৰ ঘটনাৰাজি হৈছিল-

(ক) ১২৩৬-৪২ খ্ৰী:ত।

(খ) ১৪৯৫-১৫৩০ খ্ৰী:ত।

(গ) ১২৫৩-৫৫ খ্ৰী:ত।

(ঘ) ১২৫৮ খ্ৰী:ত।

উত্তৰঃ (খ) ১৪৯৫-১৫৩০ খ্ৰী:ত।

১৭। ১২২০-ত নিচাপুৰ জয় কৰোঁতে কিমান জনক হত্যা কৰিছিল?

(ক) ১,৭৪৭,০০০ জনক।

(খ) ১,৬০০,০০ জনক।

(গ) ৭০,০০ জনক।

(ঘ) ৮০০,০০০ জনক।

উত্তৰঃ (ক) ১,৭৪৭,০০০ জনক।

১৮। চেংগিজ খাই বুখাৰা দখল কৰিছিল-

(ক) ১২৩৫ চনত।

(খ) ১২২১ চনত।

(গ) ১৫৬৭ চনত।

(ঘ) ১২১২ চনত।

উত্তৰঃ (খ) ১২২১ চনত।

১৯। মংগোলসকলৰ বিষয়ে প্ৰথমে গৱেষণামূলক অধ্যয়ন কৰিছিল-

(ক) মোগলসকলে।

(খ) ৰাছিয়াৰ পণ্ডিতসকলে।

(গ) তুৰ্কীসকলে।

(ঘ) অঘৰীসকলে।

উত্তৰঃ (খ) ৰাছিয়াৰ পণ্ডিতসকলে।

১৯। ইউৰোপ আৰু এছিয়া মহাদেশক কোৱা হয়-

(ক) ইউৰেছিয়া।

(খ) ইউৰোক।

(গ) ইজিপ্ত।

(ঘ) ইংলেণ্ড।

উত্তৰঃ (ক) ইউৰেছিয়া।

২০। মংগোলসকলৰ নেতা আছিল-

(ক) জেংগিছ খাঁ।

(খ) ষ্টেলিন।

(গ) মংগীখান।

(ঘ) মহম্মদ।

উত্তৰঃ (ক) জেংগিছ খাঁ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top